• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
যদি ছেমিফাইনেলত বৰষুণে বাধা দিয়ে, তেতিয়াহ’লে ফাইনেলত প্ৰৱেশ কেনেকৈ কৰিব?

যদি ছেমিফাইনেলত বৰষুণে বাধা দিয়ে, তেতিয়াহ’লে ফাইনেলত প্ৰৱেশ কেনেকৈ কৰিব?

4 years ago
ধনৰ বিনিময়ত সীমান্ত পাৰ কৰোৱায় বাংলাদেশীক

ধনৰ বিনিময়ত সীমান্ত পাৰ কৰোৱায় বাংলাদেশীক

25 minutes ago
অট্টালিকাৰ পৰা পৰি পিতৃ-পুত্ৰৰ ৰহস্যজনক মৃত্যু

অট্টালিকাৰ পৰা পৰি পিতৃ-পুত্ৰৰ ৰহস্যজনক মৃত্যু

40 minutes ago
৬০ কোটিটকীয়া Bugatti Chiron চুৰি, তাৰ পিছত চোৰৰ সৈতে Bugattiৰ CEOই কৰিলে কি?

৬০ কোটিটকীয়া Bugatti Chiron চুৰি, তাৰ পিছত চোৰৰ সৈতে Bugattiৰ CEOই কৰিলে কি?

1 hour ago
কংগ্ৰেছৰ অসন্তুষ্টিৰ মাজতে কৰ্ণাটকত SIRক সমৰ্থন কংগ্ৰেছ মন্ত্ৰী সতীশ জাৰ্কিহোলি

কংগ্ৰেছৰ অসন্তুষ্টিৰ মাজতে কৰ্ণাটকত SIRক সমৰ্থন কংগ্ৰেছ মন্ত্ৰী সতীশ জাৰ্কিহোলি

19 hours ago
জিম্বাবুৱেৰ বিৰুদ্ধে খেলি কিহৰ বাবে জিণ্টিমণিয়ে পালে পুৰস্কাৰ?

জিম্বাবুৱেৰ বিৰুদ্ধে খেলি কিহৰ বাবে জিণ্টিমণিয়ে পালে পুৰস্কাৰ?

19 hours ago
কুৰুক্ষেত্ৰত পৰিণত সংসদৰ মজিয়া

কুৰুক্ষেত্ৰত পৰিণত সংসদৰ মজিয়া

20 hours ago
আপোনাৰো আছে নেকি টোপনিত নাক বজোৱাৰ সমস্যা?

আপোনাৰো আছে নেকি টোপনিত নাক বজোৱাৰ সমস্যা?

21 hours ago
‘লোকসভাৰ টিকটৰ নামত লৈছিল ৭ কোটি টকা লৈছিল প্ৰিয়ংকা গান্ধীয়ে’

‘লোকসভাৰ টিকটৰ নামত লৈছিল ৭ কোটি টকা লৈছিল প্ৰিয়ংকা গান্ধীয়ে’

21 hours ago
বেংকত সুৰক্ষিত নে আপোনাৰ ধন? PNBৰ এটা শাখাৰ পৰা কোটি কোটি টকাৰ হৰলুকি!

বেংকত সুৰক্ষিত নে আপোনাৰ ধন? PNBৰ এটা শাখাৰ পৰা কোটি কোটি টকাৰ হৰলুকি!

22 hours ago
অবৈধ প্ৰেমৰ বাবে দুই সন্তানৰ সৈতে কৰিলে এই কাম

অবৈধ প্ৰেমৰ বাবে দুই সন্তানৰ সৈতে কৰিলে এই কাম

23 hours ago
নামৰ দৰেই কাম, মানৱতাৰ উৎকৃষ্ট নিদৰ্শন, চলন্ত বাছত মহিলাই জন্ম দিলে সন্তান

নামৰ দৰেই কাম, মানৱতাৰ উৎকৃষ্ট নিদৰ্শন, চলন্ত বাছত মহিলাই জন্ম দিলে সন্তান

24 hours ago
পুৰীৰ সৈতে EXTRA চবজি বিচৰাই হ’ল কাল, দোকানীৰ আক্ৰমণত প্ৰাণ গ’ল গ্ৰাহকৰ

পুৰীৰ সৈতে EXTRA চবজি বিচৰাই হ’ল কাল, দোকানীৰ আক্ৰমণত প্ৰাণ গ’ল গ্ৰাহকৰ

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

যদি ছেমিফাইনেলত বৰষুণে বাধা দিয়ে, তেতিয়াহ’লে ফাইনেলত প্ৰৱেশ কেনেকৈ কৰিব?

editor by editor
November 8, 2022
in ক্ৰীড়া
0
যদি ছেমিফাইনেলত বৰষুণে বাধা দিয়ে, তেতিয়াহ’লে ফাইনেলত প্ৰৱেশ কেনেকৈ কৰিব?
0
SHARES
19k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ কাইলৈ (৯ নৱেম্বৰ) পাকিস্তান আৰু নিউজিলেণ্ডৰ মাজত টী-২০ বিশ্বকাপৰ প্ৰথমখন ছেমিফাইনেল৷ ১০ নৱেম্বৰত ভাৰত আৰু ইংলেণ্ডৰ দ্বিতীখন ছেমিফাইনেল৷ ইয়াৰে বিজিত দল দুটাই ১৩ নৱেম্বৰত টী-২০ বিশ্বকাপৰ ফাইনেল খেলিব৷ এতিয়া প্ৰশ্ন হয় ছেমিফাইনেলত যদি বৰষুণে বিধিপথালি দিয়ে, তেনেহ’লে ফাইনেলত এণ্ট্ৰী কেনেকৈ হ’ব? প্ৰথম ছেমিফাইনেল অনুষ্ঠিত হ’ব নিউজিলেণ্ড বনাম পাকিস্তান৷ নিউজিলেণ্ডে ৭ পইণ্টেৰে তালিকাৰ দ্বিতীয় স্থানত আছে আৰু পাকিস্তানৰ পইণ্ট হ’ল ৬৷ তেনেক্ষেত্ৰত প্ৰথম ছেমিফাইনেলখন বাতিল হ’লে দুয়োটা দলে ১ পইণ্টকৈ লাভ কৰিব৷ তেতিয়া নিউজিলেণ্ডৰ পইণ্ট হ’ব ৮ আৰু পাকিস্তানৰ পইণ্ট হ’ব ৭৷ তেনেক্ষেত্ৰত ফাইনেলত এণ্ট্ৰী কৰিব নিউজিলেণ্ডে৷ ইপিনে দ্বিতীয়খন ছেমিফাইনেল অনুষ্ঠিত হ’ব ভাৰত বনাম ইংলেণ্ড৷ ভাৰতে ৮ পইণ্টেৰে তালিকাৰ শীৰ্ষস্থানত আছে আৰু ইংলেণ্ডৰ পইণ্ট হ’ল ৭৷ তেনেক্ষেত্ৰত প্ৰথম ছেমিফাইনেলখন বাতিল হ’লে দুয়োটা দলে ১ পইণ্টকৈ লাভ কৰিব৷ তেতিয়া ভাৰতৰ পইণ্ট হ’ব ৯ আৰু ইংলেণ্ডৰ ৮৷ তেনেক্ষেত্ৰত ফাইনেলত এণ্ট্ৰী কৰিব ভাৰতে৷ অৱশ্যে তেনে হোৱা আশা ক্ষীণ৷ বৰষুণৰ বাবে ছেমিফাইনেলৰ মেচ বাতিল হ’লেও ‘ৰিজাৰ্ভ ডে’ত খেল অনুষ্ঠিত হ’ব৷ কিন্তু তেনে কোনো সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখিয়েই ICCএ ‘ৰিজাৰ্ভ ডে’ ৰাখি থৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জিম্বাবুৱেৰ বিৰুদ্ধে খেলি কিহৰ বাবে জিণ্টিমণিয়ে পালে পুৰস্কাৰ?
বিনোদন

জিম্বাবুৱেৰ বিৰুদ্ধে খেলি কিহৰ বাবে জিণ্টিমণিয়ে পালে পুৰস্কাৰ?

October 29, 2026
স্বৰ্ণ পদক বিজয়ী জেভলিন থ্ৰোৱাৰ নীৰজ যাদৱ আৰু নাই
বিনোদন

স্বৰ্ণ পদক বিজয়ী জেভলিন থ্ৰোৱাৰ নীৰজ যাদৱ আৰু নাই

October 28, 2026
ছানিয়া মিৰ্জাই টেনিছ প্ৰশিক্ষণ কেন্দ্ৰৰ ভূমি দান দিলে মছজিদক
বিনোদন

ছানিয়া মিৰ্জাই টেনিছ প্ৰশিক্ষণ কেন্দ্ৰৰ ভূমি দান দিলে মছজিদক

October 27, 2026
অভিষেক-বৈভৱৰ ধুমুহাত চূৰ্ণ-বিচূৰ্ণ নিউজীলেণ্ড
বিনোদন

অভিষেক-বৈভৱৰ ধুমুহাত চূৰ্ণ-বিচূৰ্ণ নিউজীলেণ্ড

October 27, 2026
Next Post
অনুশীলনৰ সময়ত আঘাতপ্ৰাপ্ত কোহলি… ৰোহিতৰ পিছতেই ছেমিফাইনেলত বিৰাটৰো অনিশ্চয়তা!

অনুশীলনৰ সময়ত আঘাতপ্ৰাপ্ত কোহলি... ৰোহিতৰ পিছতেই ছেমিফাইনেলত বিৰাটৰো অনিশ্চয়তা!

ৰাস মহোৎসৱত ৰাধাৰ প্ৰসংগ! শ্ৰীকৃষ্ণৰ প্ৰেয়সী ৰাধাৰ মৃত্যু কেনেকৈ ঘটিছিল, শ্ৰীকৃষ্ণই প্ৰিয় বাঁহীটোও কিয় ত্যাগ কৰিছিল?

ৰাস মহোৎসৱত ৰাধাৰ প্ৰসংগ! শ্ৰীকৃষ্ণৰ প্ৰেয়সী ৰাধাৰ মৃত্যু কেনেকৈ ঘটিছিল, শ্ৰীকৃষ্ণই প্ৰিয় বাঁহীটোও কিয় ত্যাগ কৰিছিল?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.