• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৯৯২ ৰ পৰা ২০২২! ৩০ বছৰত ৪বাৰকৈ নিউজিলেণ্ডক হৰুৱাই ফাইনেলত প্ৰৱেশ পাকিস্তানৰ

১৯৯২ ৰ পৰা ২০২২! ৩০ বছৰত ৪বাৰকৈ নিউজিলেণ্ডক হৰুৱাই ফাইনেলত প্ৰৱেশ পাকিস্তানৰ

4 years ago
এবছৰতে ৫৬জন bodybuilderৰ মৃ*ত্যু!

এবছৰতে ৫৬জন bodybuilderৰ মৃ*ত্যু!

7 minutes ago
শুকাই গ’ল ভাইজানৰ চেহেৰা, কোনো মাৰাত্মক ৰোগত আক্ৰান্ত নেকি চলমান খান?

শুকাই গ’ল ভাইজানৰ চেহেৰা, কোনো মাৰাত্মক ৰোগত আক্ৰান্ত নেকি চলমান খান?

3 hours ago
তৃষাক কৰা অপমান সহ্য নকৰিলে বিজয় থালাপতি! অৱশেষত গ্ৰেপ্তাৰ তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ DMKৰ নেতা উদয়ানিধি ষ্টেলিন

তৃষাক কৰা অপমান সহ্য নকৰিলে বিজয় থালাপতি! অৱশেষত গ্ৰেপ্তাৰ তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ DMKৰ নেতা উদয়ানিধি ষ্টেলিন

3 hours ago
নাকৰ ভিতৰৰ নোম কটা উচিত নে অনুচিত? বিশেষজ্ঞই ক’লে এইদৰে…

নাকৰ ভিতৰৰ নোম কটা উচিত নে অনুচিত? বিশেষজ্ঞই ক’লে এইদৰে…

4 hours ago
আজি কোন ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন?

জীৱনসংগীৰ বাবে উত্তম ৩ ৰাশিৰ কন্যা, কোমল স্বভাৱেৰে জিনিব সকলোৰে হৃদয়!

5 hours ago
পুৰুষে বেছিকৈ নাখাব চয়াবিন, আজিয়েই সাৱধান হওক!

পুৰুষে বেছিকৈ নাখাব চয়াবিন, আজিয়েই সাৱধান হওক!

5 hours ago
সুৰা বিক্ৰীৰ ক্ষেত্ৰত আহিছে বাধা! FSSAI এ কৰিব এইবোৰ কাৰণত তদন্ত

সুৰা বিক্ৰীৰ ক্ষেত্ৰত আহিছে বাধা! FSSAI এ কৰিব এইবোৰ কাৰণত তদন্ত

6 hours ago
স্বাস্থ্যৰ বাবে আশীৰ্বাদ স্বৰূপ এইবিধ ফল, বাঢ়িব ৰোগ প্ৰতিৰোধৰ ক্ষমতা!

স্বাস্থ্যৰ বাবে আশীৰ্বাদ স্বৰূপ এইবিধ ফল, বাঢ়িব ৰোগ প্ৰতিৰোধৰ ক্ষমতা!

7 hours ago
আৰক্ষীৰ বৃহৎ সফলতা, ছমাহত নিৰুদ্দেশ হোৱা ১৭,৫৯০ গৰাকী মহিলা আৰু শিশুৰ পালে সন্ধান!

আৰক্ষীৰ বৃহৎ সফলতা, ছমাহত নিৰুদ্দেশ হোৱা ১৭,৫৯০ গৰাকী মহিলা আৰু শিশুৰ পালে সন্ধান!

7 hours ago
ভাগ্যৱানসকলৰ থাকে শৰীৰৰ এই অংশত তিল, জানি হ’ব আচৰিত!

ভাগ্যৱানসকলৰ থাকে শৰীৰৰ এই অংশত তিল, জানি হ’ব আচৰিত!

8 hours ago
হনুমান জয়ন্তীত মঙ্গলৰ গোচৰ, ৫ৰাশিৰ উপচি পৰিব ধনসম্পদ

জীৱনৰ সকলো সমস্যা হ’ব দূৰ, মাত্ৰ মঙলবাৰে কৰক এই কাম!

8 hours ago
৫ আগষ্টৰ পৰা খুলিব ভাগ্যৰ দুৱাৰ, বুধে কৰিব কৰ্কট ৰাশিত গতি

৫ আগষ্টৰ পৰা খুলিব ভাগ্যৰ দুৱাৰ, বুধে কৰিব কৰ্কট ৰাশিত গতি

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

১৯৯২ ৰ পৰা ২০২২! ৩০ বছৰত ৪বাৰকৈ নিউজিলেণ্ডক হৰুৱাই ফাইনেলত প্ৰৱেশ পাকিস্তানৰ

editor by editor
November 9, 2022 - Updated on November 10, 2022
in ক্ৰীড়া, বিশ্ব
0
১৯৯২ ৰ পৰা ২০২২! ৩০ বছৰত ৪বাৰকৈ নিউজিলেণ্ডক হৰুৱাই ফাইনেলত প্ৰৱেশ পাকিস্তানৰ
0
SHARES
3.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৩০ বছৰৰ পাছতো পাকিস্তানক হৰোৱাৰ নোৱাৰিলে নিউজিলেণ্ডে। আকৌ এবাৰ নিউজিলেণ্ডক পৰাস্ত কৰি টি-২০ৰ ছেমিফাইনেলত প্ৰৱেশ পাকিস্তানৰ। নিউজিলেণ্ডক ৭ উইকেটৰ ব্যৱধানত পৰাস্ত কৰিলে বাবৰ আজম বাহিনীয়ে।

পাকিস্তানৰ হাতত প্ৰথম পৰাজয় কেতিয়া হৈছিল নিউজিলেণ্ডৰ?

নিউজিলেণ্ডৰ বিশ্বকাপত পাকিস্তানৰ হাতত পৰাজয় যাত্ৰা আৰম্ভ হৈছিল ৩০ বছৰ পূৰ্বেই। আজিও অব্যাহত আছে সেই ধাৰা। নিউজিলেণ্ডক সহজে হৰুৱাই এইবাৰো টি-২০ত ফাইনেল খেলাৰ পথত আগবাঢ়িছে বাবৰ আজম বাহিনী। নিউজিলেণ্ডৰ পাকিস্তানৰ হাতত পৰাজয় যাত্ৰাৰ আৰম্ভণি হৈছিল ১৯৯২ চনৰ বিশ্বকাপৰ পৰা। ছেমিফাইনেলত সেইবাৰো নিউজিলেণ্ডে ঘৰুৱা মাটিতেই পাকিস্তানৰ হাতত ধৰাশায়ী হৈছিল। প্ৰথমে বেট ধৰি ৫০ অভাৰত ৭টা উইকেট হেৰুৱাই ২৬২ ৰান কৰিছিল ঘৰুৱা দল নিউজিলেণ্ডে। নিউজিলেণ্ডৰ প্ৰভাৱশালী বেটছমেন মাৰ্টিন ক্ৰোৱে কৰিছিল ৯১ ৰান। পাকিস্তানৰ হৈ ওয়াছিম আক্ৰাম আৰু মুস্তাক আহমেদে দুটাকৈ উইকেট লৈছিল। তাৰ পিছতেই পাকিস্তানে বেটিং কৰি ৪ উইকেটত মেচ জিকিবলৈ সক্ষম হয়। খেলখনত পাকিস্তানৰ হৈ মিয়াদাদে ৫৭ ৰান কৰিছিল। ইফালে ইনজামাম উল হকে কৰিছিল ৬০ ৰান। সেই বৰ্ষত ইংলেণ্ডক পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে বিশ্বকাপ জয় কৰিছিল পাকিস্তানে।

১৯৯৮ চনটো একেই ঘটনাৰেই পুনৰাবৃত্তি!

৭ বছৰ পিছত আকৌ একেই ঘটনাৰ পুনৰাবৃত্তি ঘটে। সেইবাৰো প্ৰথমে বেট ধৰি ৫০ অভাৰত ৭ টা উইকেট হেৰুৱাই ২৮১ ৰান কৰিছিল নিউজিলেণ্ডে। পাকিস্তানৰ হৈ ছোৱেইব আখতাৰে ৩টা, ওৱাছিম আক্ৰাম আৰু আব্দুল ৰাজ্জাকে দুটাকৈ উইকেট লৈছিল। বেটিঙতো ১৫ বল বাকী থাকোতেই ৯ উইকেটত দুৰ্দান্ত খেলেৰে জয়ী হৈছিল পাকিস্তান। কিন্তু সেইবাৰ পাকিস্তানে বিশ্বকাপ জয় কৰিব নোৱাৰিলে। ফাইনেলত কেংগাৰুবাহিনী অৰ্থাৎ অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হৈছিল পাকিস্তানৰ দলটো।

টি-২০ আৰম্ভণিৰ বৰ্ষতো পাকিস্তানৰ হাততেই ধৰাশায়ী নিউজিলেণ্ড

এদিনীয়া বিশ্বকাপৰ ধাৰা বৰ্তাই ৰাখি টি-২০তো একেই ধাৰা ধৰি ৰাখিছে পাকিস্তানে। ২০০৭ চনত প্ৰথমবাৰৰ বাবে টি-২০ বিশ্বকাপত ছেমিফাইনেলত পুনৰ মুখামুখি হৈছিল পাকিস্তান-নিউজিলেণ্ড। কেপটাউনত অনুষ্ঠিত খেলখনত প্ৰথমে বেটিং কৰি ৮ উইকেটত ১৪৩ ৰান কৰিছিল নিউজিলেণ্ডে। পাকিস্তানক সেইবাৰ নিউজিলেণ্ডে বান্ধি দিছিল ১৪৪ ৰানৰ টাৰ্গেট। সেই মেচত ৰছ টেইলৰে অপৰাজিত ৩৭ ৰান কৰিছিল। ইপিনে পাকিস্তানৰ হৈ উমৰ গুলে ৩ টা আৰু ফাওদাদ আলমে দুটাকৈ উইকেট লৈছিল। ৭টা বল বাকী থাকোতেই নিউজিলেণ্ডে বান্ধি দিয়া টাৰ্গেট সম্পূৰ্ণ কৰিছিল পাকিস্তানৰ দলটোৱে।

উল্লেখ্য যে চলিত বৰ্ষতো পূৰ্বৰ ধাৰা অক্ষুণ্ণ ৰাখিলে পাকিস্তানে। ছিডনীত অনুষ্ঠিত টি-২০, ২০২২ত পাকিস্তানৰ হাততেই বিশ্বকাপ জয়ৰ স্বপ্ন ভাঙিল নিউজিলেণ্ডৰ। প্ৰথমে বেটিং কৰি ২০ অভাৰ ৪ উইকটত ১৫২ ৰান সংগ্ৰহ কৰে নিউজিলেণ্ডে। খেলত অধিনায়ক কেন উইলিয়ামছনে ৪৬ আৰু ডাবিল মিচেলে ৫৩ ৰান সংগ্ৰহ কৰে। কিন্তু তাৰপিছতো পাকিস্তানৰ হাতত পৰাস্ত হ’ল নিউজিলেণ্ডৰ দলটো। নিউজিলেণ্ডে বান্ধি দিয়া ১৫৩ ৰানৰ টাৰ্গেট পাকিস্তানে ৫ টা বল বাকি থাকোতেই ৭ উইকেটত মেচখন জিকিবলৈ সক্ষম হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিপদঘণ্টা বাজিছে গৌতম গম্ভীৰৰ!
বিনোদন

বিপদঘণ্টা বাজিছে গৌতম গম্ভীৰৰ!

August 3, 2026
বিচ্ছেদ হ’লেই জৰ্জিয়ানাই লাভ কৰিব কোটি কোটি টকাসহ সম্পত্তিৰ পাহাৰ
বিনোদন

বিচ্ছেদ হ’লেই জৰ্জিয়ানাই লাভ কৰিব কোটি কোটি টকাসহ সম্পত্তিৰ পাহাৰ

August 3, 2026
পুনৰ ভুমিকম্পৰ জোকাৰণি, ৰিখটাৰ স্কেলত প্ৰাৱল্য কিমান আছিল জানক
বিশ্ব

পুনৰ ভুমিকম্পৰ জোকাৰণি, ৰিখটাৰ স্কেলত প্ৰাৱল্য কিমান আছিল জানক

August 3, 2026
হাৰ্দিক পাণ্ডিয়াৰ নতুন ৰূপ, মূৰত নাই এডালো চুলি, কাৰণ কি?
বিনোদন

হাৰ্দিক পাণ্ডিয়াৰ নতুন ৰূপ, মূৰত নাই এডালো চুলি, কাৰণ কি?

August 2, 2026
Next Post
ৰাধা হ’ল দীপলিনা… দীপলিনাক দেখি অনুৰাগীয়ে কৈছে, তোমাৰ দৰে সুন্দৰীৰ বাবেই শ্ৰীকৃষ্ণই কৰিছিল ৰাসলীলা

ৰাধা হ’ল দীপলিনা... দীপলিনাক দেখি অনুৰাগীয়ে কৈছে, তোমাৰ দৰে সুন্দৰীৰ বাবেই শ্ৰীকৃষ্ণই কৰিছিল ৰাসলীলা

নলবাৰীলৈ আহি আছে ড্ৰীমগাৰ্ল! হেমামালিনীক চোৱাৰ আগতেই জানি লওক হেমাৰ অজানা এই কথা…

নলবাৰীলৈ আহি আছে ড্ৰীমগাৰ্ল! হেমামালিনীক চোৱাৰ আগতেই জানি লওক হেমাৰ অজানা এই কথা...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.