• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নতুন বছৰত দেশৰ চুকে-কোণে ৰাহুলে খুলিব প্ৰেমৰ দোকান! নৱবৰ্ষৰ শুভেচ্ছাৰে দেশবাসীক কি বাৰ্তা দিলে ৰাহুলে?

3 years ago
কুম্ভ ৰাশিত চতুৰ্গ্ৰহী ৰাজযোগ, ফেব্ৰুৱাৰীত ৩ ৰাশিৰ ফুলিব ভাগ্য

17 minutes ago
ভাৰতৰ শিশু-কিশোৰসকলৰ বাবে নিষিদ্ধ হ’ব পাৰে ফেছবুক-ইনষ্টাগ্ৰাম? আৰ্থিক সমীক্ষাত কি ভয়ংকৰ তথ্য

1 hour ago
উদ্ধাৰ ব্লেকবক্স! বিমান ভাঙি পৰাৰ ঠিক পূৰ্বে কি ঘটিছিল ককপিটত? পাইলটৰ শেষ কথা কি আছিল?

2 hours ago
অলপ জ্বৰ হ’লেই Paracetamol খায়? জানি থওক কি কি সমস্যা হ’ব পাৰে আপোনাৰ শৰীৰত

3 hours ago
টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

4 hours ago
ছেটেলাইট ছেফটি গিয়েৰ নাছিল অজিত পাৱাৰৰ বিমানত! কি এই প্ৰযুক্তি? প্ৰাথমিক তদন্তই কি কৈছে?

5 hours ago
মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব

6 hours ago
এমাহ পূৰ্বৰে পৰাই দেখা দিব পাৰে হাৰ্ট এটেকৰ বিপদ সংকেতে! কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

বুধ-শনিয়ে গঠন কৰিব শক্তিশালী দশাংক যোগ, আগন্তুক মাহত কেৰিয়াৰত উন্নতি এই ৪ৰাশিৰ

7 hours ago
উৰণৰ ২৪ মিনিটৰ পাছতেই সংকেত বন্ধ! দুৰ্ঘটনাৰ মুহূৰ্তত গতি কিমান আছিল অজিত পাৱাৰে যাত্ৰা কৰা বিমানৰ, কিমান উচ্চতাৰ পৰা পৰিছিল বিমানখন?

1 day ago
এইবাৰ ATMৰ পৰাই পাব ১০, ২০, ৫০ টকীয়া নোট, ডাঙৰ পদক্ষেপ ঘোষণা RBIৰ

আজিয়েই বৃহস্পতি আৰু চন্দ্ৰৰ মহাযোগ, ৫৪ঘণ্টাৰ ভিতৰতেই সলনি হৈ পৰিব ৩ৰাশিৰ জীৱন

  • About
  • Advertise
  • Careers
  • English Edition
Thursday, January 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নতুন বছৰত দেশৰ চুকে-কোণে ৰাহুলে খুলিব প্ৰেমৰ দোকান! নৱবৰ্ষৰ শুভেচ্ছাৰে দেশবাসীক কি বাৰ্তা দিলে ৰাহুলে?

editor by editor
January 1, 2023
in জীৱনশৈলী, ৰাজনীতি
0
নতুন বছৰত দেশৰ চুকে-কোণে ৰাহুলে খুলিব প্ৰেমৰ দোকান! নৱবৰ্ষৰ শুভেচ্ছাৰে দেশবাসীক কি বাৰ্তা দিলে ৰাহুলে?
0
SHARES
98
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ দেশবাসীক ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি সকলো ৰাজনৈতিক নেতাই। বছৰৰ প্ৰথম দিনটোতেই পুৱাই এটা টুইট কৰিছে প্ৰধানমন্ত্ৰীয়ে। টুইটত প্ৰধানমন্ত্ৰীয়ে লিখিছে, ‘নতুন বছৰটো সপোন, আনন্দ, সাফল্যৰে ভৰপুৰ হৈ উঠক। সকলোৰে সু-স্বাস্থ্য অটুত থাকক।

আনহাতে নতুন বছৰৰ শুভেচ্ছা জনাই টুইট কৰিছে ৰাহুল গান্ধীয়েও। নিজৰ টুইটত ‘ভাৰত জোড়ো যাত্ৰা’ৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰি ৰাহুলে লিখিছে, ‘আশা কৰো নতুন বছৰত দেশৰ প্ৰতিটো ৰাস্তা, প্ৰত্যেকখন গাওঁ, প্ৰতিখন চহৰতে এখনকৈ প্ৰেমৰ দোকান থাকিব। নতুন সময়খিনিত চৌদিশে প্ৰেমৰেই গুঞ্জৰ উঠিব।’

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱেও নৱবৰ্ষৰ শুভেচ্ছা জনাইছে দেশবাসীক। ইপিনে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও নতুন বছৰৰ শুভেচ্ছা জনাই সকলোৰে সুস্বাস্থ্য, শান্তি আৰু উন্নতি কামনা কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কুম্ভ ৰাশিত চতুৰ্গ্ৰহী ৰাজযোগ, ফেব্ৰুৱাৰীত ৩ ৰাশিৰ ফুলিব ভাগ্য
জীৱনশৈলী

January 29, 2026
ভাৰতৰ শিশু-কিশোৰসকলৰ বাবে নিষিদ্ধ হ’ব পাৰে ফেছবুক-ইনষ্টাগ্ৰাম? আৰ্থিক সমীক্ষাত কি ভয়ংকৰ তথ্য
জীৱনশৈলী

ভাৰতৰ শিশু-কিশোৰসকলৰ বাবে নিষিদ্ধ হ’ব পাৰে ফেছবুক-ইনষ্টাগ্ৰাম? আৰ্থিক সমীক্ষাত কি ভয়ংকৰ তথ্য

January 29, 2026
উদ্ধাৰ ব্লেকবক্স! বিমান ভাঙি পৰাৰ ঠিক পূৰ্বে কি ঘটিছিল ককপিটত? পাইলটৰ শেষ কথা কি আছিল?
জীৱনশৈলী

উদ্ধাৰ ব্লেকবক্স! বিমান ভাঙি পৰাৰ ঠিক পূৰ্বে কি ঘটিছিল ককপিটত? পাইলটৰ শেষ কথা কি আছিল?

January 29, 2026
অলপ জ্বৰ হ’লেই Paracetamol খায়? জানি থওক কি কি সমস্যা হ’ব পাৰে আপোনাৰ শৰীৰত
জীৱনশৈলী

অলপ জ্বৰ হ’লেই Paracetamol খায়? জানি থওক কি কি সমস্যা হ’ব পাৰে আপোনাৰ শৰীৰত

January 29, 2026
Next Post
বিশেষ ৰঙৰ অন্তৰ্বাস পৰিধান কৰাৰ পৰা ঘৰৰ দুৱাৰ খুলি ৰখালৈ, দেশ-বিদেশৰ নৱবৰ্ষক আদৰাৰ এই ৰীতি-নীতিৰ বিষয়ে জানেনে?

মনৰ মানুহ কাষতে থাকিলেও মিলনৰ ইচ্ছা মুঠেও নাথাকে! ডায়াবেটিছত আক্ৰান্ত হৈছে নেকি? কেনেকৈ বুজিব সমস্যাৰ কাৰণ…

মনৰ মানুহ কাষতে থাকিলেও মিলনৰ ইচ্ছা মুঠেও নাথাকে! ডায়াবেটিছত আক্ৰান্ত হৈছে নেকি? কেনেকৈ বুজিব সমস্যাৰ কাৰণ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন