• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মানুহ মানুহ হৈ থকা নাই! গাড়ীৰ পিছফালে বান্ধি ৪ কিঃমিঃ চোচোঁৰাই নি যুৱতীক হত্যা…

মানুহ মানুহ হৈ থকা নাই! গাড়ীৰ পিছফালে বান্ধি ৪ কিঃমিঃ চোচোঁৰাই নি যুৱতীক হত্যা…

3 years ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

4 hours ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

6 hours ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

6 hours ago
জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

7 hours ago
ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ

ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ

7 hours ago
২ দিন পাছতেই কুম্ভলৈ আহিব সেনাপতি গ্ৰহ মঙ্গল, কেৰিয়াৰত উন্নতি, হাতলৈ ধন আহিব এই ৫ৰাশিৰ

২ দিন পাছতেই কুম্ভলৈ আহিব সেনাপতি গ্ৰহ মঙ্গল, কেৰিয়াৰত উন্নতি, হাতলৈ ধন আহিব এই ৫ৰাশিৰ

8 hours ago
ডিভোৰ্ছৰ বাবে নিজৰ কোন দুটা স্বভাৱ দায়ী বুলি স্বীকাৰ কৰিছে আমিৰ খানে? সম্পৰ্ক ধৰি ৰাখিবলৈ কি কি অভ্যাস ত্যাগ কৰা জৰুৰী?

ডিভোৰ্ছৰ বাবে নিজৰ কোন দুটা স্বভাৱ দায়ী বুলি স্বীকাৰ কৰিছে আমিৰ খানে? সম্পৰ্ক ধৰি ৰাখিবলৈ কি কি অভ্যাস ত্যাগ কৰা জৰুৰী?

8 hours ago
আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

9 hours ago
ফাকুৱাৰ পূৰ্বেই ভৰিব ৪ৰাশিৰ পকেট, শুক্ৰৰ কৃপা কোন কোন ৰাশিৰ ওপৰত?

ফাকুৱাৰ পূৰ্বেই ভৰিব ৪ৰাশিৰ পকেট, শুক্ৰৰ কৃপা কোন কোন ৰাশিৰ ওপৰত?

9 hours ago
পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?

পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?

10 hours ago
শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে

শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে

11 hours ago
ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ চমক, সুদিন উভতিব ৫ৰাশিৰ জীৱনলৈ

ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ চমক, সুদিন উভতিব ৫ৰাশিৰ জীৱনলৈ

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, February 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

মানুহ মানুহ হৈ থকা নাই! গাড়ীৰ পিছফালে বান্ধি ৪ কিঃমিঃ চোচোঁৰাই নি যুৱতীক হত্যা…

editor by editor
January 2, 2023
in অপৰাধ, ভাৰত
0
মানুহ মানুহ হৈ থকা নাই! গাড়ীৰ পিছফালে বান্ধি ৪ কিঃমিঃ চোচোঁৰাই নি যুৱতীক হত্যা…
0
SHARES
5.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৩১ ডিচেম্বৰৰ নিশা দিল্লীৰ ৰাজপথত এগৰাকী যুৱতীক গাড়ীৰ পিছফালে বান্ধি চোঁচৰাই নি নিৰ্মমভাৱে হত্যা কৰাৰ ঘটনাই দেশজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। ভিডিঅ’টো ভাইৰেল হৈ পৰাৰ পাছতেই দিল্লীৰ উপ-ৰাজ্যপালে এই ঘটনাক তীব্ৰ ভাষাৰে নিন্দা কৰি ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে। ২০২২ৰ শেষ নিশা দিল্লীৰ কাঞ্জাৱালা-চুলতানপুৰী পথত সংঘটিত হৈছিল এই লোমহৰ্ষক ঘটনা। জানিব পৰা মতে, ইভেণ্ট মেনেজমেণ্টৰ সৈতে জড়িত এগৰাকী যুৱতীয়ে নিশা কাম সম্পাদন কৰি স্কুটীৰে ঘৰলৈ ওভতাৰ পথতে এখন চাৰিচকীয়া বাহনৰ সৈতে এক দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাৰ পিছতে বাহনখনত থকা সুৰাসক্ত ৫ যুৱকে যুৱতীগৰাকীক গাড়ীৰ পিছফালে ৰচীৰে বান্ধি ৪ কিলোমিটাৰ পৰ্যন্ত চোঁচৰাই লৈ যায়।

এই ঘটনাত শৰীৰৰ কেইবা ঠাইতো গুৰুতৰ আঘাত লাভ কৰি পথৰ ওপৰতে মৃত্যুক আঁকোৱালী লয় যুৱতীগৰাকীয়ে। যুৱতীগৰাকীৰ মৃত্যুৰ পিছতে সেই স্থানৰ পৰা গাড়ীসহ পলায়ন কৰে পাষণ্ড ৫ যুৱকে। এই ঘটনা সন্দৰ্ভত স্থানীয় প্ৰত্যক্ষদৰ্শীয়ে আৰক্ষীক অৱগত কৰাত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে স্কুটীৰ নম্বৰৰ জৰিয়তে যুৱতীগৰাকীক চিনাক্ত কৰিছে।

ইফালে আৰক্ষীয়ে চাৰিচকীয়া বাহনখনৰ নম্বৰৰ জৰিয়তে অভিযুক্তক চিনাক্ত কৰি ৫জন যুৱকক গ্ৰেপ্তাৰ কৰে। লগতে ঘটনাৰ চিচিটিভি ফুটেজৰ জৰিয়তেই সন্ধান অব্যাহত ৰাখিছে আৰক্ষীয়ে। শনিবাৰৰ এই লোমহৰ্ষক ঘটনাত শোকপ্ৰকাশ কৰি দিল্লীৰ এলজি ভি কে ছাক্সেনাই টুইটযোগে কয়, ‘অপৰাধীৰ এনে দানৱীয় কাণ্ডত স্তম্ভিত হৈ পৰিছো। কাঞ্জাৱালা-চুলতানপুৰীৰ অমানৱীয় অপৰাধত মোৰ লাজত মূৰ দো খাই পৰিছে৷ অপৰাধীৰ এই কাৰ্যই মোক স্তম্ভিত কৰি তুলিছে। মই দিল্লীৰ আৰক্ষী আয়ুক্তৰ সৈতে সমগ্ৰ ঘটনাটো নিৰীক্ষণ কৰি আছো৷ অভিযুক্তকো ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। সকলো দিশৰে পৰাই তদন্ত চলি আছে। মহিলাগৰাকীৰ পৰিয়ালক চৰকাৰীভাৱে আমি পাৰ্যমানে সহায় কৰিম৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ
জীৱনশৈলী

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

February 21, 2026
জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?
জীৱনশৈলী

জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

February 21, 2026
পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?
জীৱনশৈলী

পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?

February 21, 2026
শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে
জীৱনশৈলী

শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে

February 21, 2026
Next Post
এখন ছাদৰ পৰা আনখন ছাদলৈ জাপ! ৪ মহলাৰ তলত পৰি যুৱকৰ মৃত্যু…

এখন ছাদৰ পৰা আনখন ছাদলৈ জাপ! ৪ মহলাৰ তলত পৰি যুৱকৰ মৃত্যু...

কেনে যাব আপোনাৰ আজিৰ দিনটো?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.