• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাৰাগাৰৰ ভিতৰত উদ্দাম সঙ্গম! বন্দী আছামীৰ সৈতে সম্পৰ্ক গঢ়াৰ অপৰাধত গ্ৰেপ্তাৰ তিনিগৰাকী মহিলাৰক্ষী…

কাৰাগাৰৰ ভিতৰত উদ্দাম সঙ্গম! বন্দী আছামীৰ সৈতে সম্পৰ্ক গঢ়াৰ অপৰাধত গ্ৰেপ্তাৰ তিনিগৰাকী মহিলাৰক্ষী…

4 years ago
উৎসৱৰ বতৰত আপোনাৰ পকেট হ’ব গধুৰ! 63% DA হ’লে কৰ্মচাৰীয়ে কিমান অতিৰিক্ত টেক-হোম পে লাভ কৰিব?

উৎসৱৰ বতৰত আপোনাৰ পকেট হ’ব গধুৰ! 63% DA হ’লে কৰ্মচাৰীয়ে কিমান অতিৰিক্ত টেক-হোম পে লাভ কৰিব?

45 minutes ago
টাইগাৰ শ্ৰফক গুলী কৰা তিনি অভিযুক্তক গ্ৰেপ্তাৰ, আক্ৰমণকাৰীসকলৰ এজন নাবালক

টাইগাৰ শ্ৰফক গুলী কৰা তিনি অভিযুক্তক গ্ৰেপ্তাৰ, আক্ৰমণকাৰীসকলৰ এজন নাবালক

1 hour ago
EPFO Deadline: PF ৰিটাৰ্ণ দাখিলৰ তাৰিখ বৃদ্ধি, এতিয়া এই সুযোগ পাব ৩১ অক্টোবৰলৈকে

EPFO Deadline: PF ৰিটাৰ্ণ দাখিলৰ তাৰিখ বৃদ্ধি, এতিয়া এই সুযোগ পাব ৩১ অক্টোবৰলৈকে

14 hours ago
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

১৯ ছেপ্টেম্বৰত ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! আহিব পাৰে সুখবৰ

15 hours ago
ভাৰতৰ ক’ত Blackbuck বেছি পোৱা যায়? কিয় বিষ্ণোই সমাজৰ বাবে বিশেষ এই হৰিণ জানক

ভাৰতৰ ক’ত Blackbuck বেছি পোৱা যায়? কিয় বিষ্ণোই সমাজৰ বাবে বিশেষ এই হৰিণ জানক

15 hours ago
লৰেন্স বিষ্ণই কিয় ঘৃণা কৰে চলমানৰ বন্ধুক? টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে দিলে ভাবুকি

লৰেন্স বিষ্ণই কিয় ঘৃণা কৰে চলমানৰ বন্ধুক? টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে দিলে ভাবুকি

16 hours ago
চলমানৰ সৈতে কাম কৰিলে বিপদ নিশ্চিত! টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে লৰেন্স গেঙৰ ভাবুকি

চলমানৰ সৈতে কাম কৰিলে বিপদ নিশ্চিত! টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে লৰেন্স গেঙৰ ভাবুকি

17 hours ago
JIO SIM: এটা কিনিলে এটা ফ্ৰী- ৰিচাৰ্জ নোহোৱাকৈ উপলব্ধ হ’ব নেকি জিঅ’ৰ সেৱা?

JIO SIM: এটা কিনিলে এটা ফ্ৰী- ৰিচাৰ্জ নোহোৱাকৈ উপলব্ধ হ’ব নেকি জিঅ’ৰ সেৱা?

17 hours ago
শীঘ্ৰে আয়ুষ্মান কাৰ্ডৰ ই-কেৱাইচি কৰক আপডেট, নহ’লে চিকিৎসা হ’ব বন্ধ!

শীঘ্ৰে আয়ুষ্মান কাৰ্ডৰ ই-কেৱাইচি কৰক আপডেট, নহ’লে চিকিৎসা হ’ব বন্ধ!

18 hours ago
Airtel Recharge Offer: ১৮৫ টকাত গ্ৰেট ৰিচাৰ্জ প্লেন, এয়াৰটেলে কি অফাৰ আনিছে?

Airtel Recharge Offer: ১৮৫ টকাত গ্ৰেট ৰিচাৰ্জ প্লেন, এয়াৰটেলে কি অফাৰ আনিছে?

18 hours ago
কাতি বিহুত কিয় আকাশ বন্তি জ্বলায়? এই পৰম্পৰাৰ বিষয়ে জানক

কাতি বিহুত কিয় আকাশ বন্তি জ্বলায়? এই পৰম্পৰাৰ বিষয়ে জানক

19 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

সময়ৰ পূৰ্বে মাহেকীয়া বন্ধ? হ’ব পাৰে ভয়ংকৰ ৰোগ!

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

কাৰাগাৰৰ ভিতৰত উদ্দাম সঙ্গম! বন্দী আছামীৰ সৈতে সম্পৰ্ক গঢ়াৰ অপৰাধত গ্ৰেপ্তাৰ তিনিগৰাকী মহিলাৰক্ষী…

editor by editor
January 5, 2023
in অপৰাধ, বিশ্ব
0
কাৰাগাৰৰ ভিতৰত উদ্দাম সঙ্গম! বন্দী আছামীৰ সৈতে সম্পৰ্ক গঢ়াৰ অপৰাধত গ্ৰেপ্তাৰ তিনিগৰাকী মহিলাৰক্ষী…
0
SHARES
88.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ কাৰাগাৰৰ ভিতৰত থকা বন্দীৰ সৈতে সম্পৰ্ক স্থাপন কৰি বিপদত আৰক্ষী৷ এলেক্স কক্সন নামৰ ২৫ বছৰীয়া এগৰাকী আছামীৰ সৈতে সম্পৰ্ক স্থাপন কৰিছিল তিনিগৰাকী মহিলা আৰক্ষীয়ে৷ ঘটনাটো ব্ৰিটেইনৰ৷ ব্ৰিটেইনৰ ওয়েলছৰ বাৰউইন জে’লত এই ঘটনা৷

কেৱল এগৰাকী কয়দীৰ সৈতেই সম্পৰ্কত লিপ্ত হৈছিল এনে নহয়৷ সেই কাৰাগাৰৰে আয়েশা খুৰম নামৰ কয়দীৰ সৈতেও সম্পৰ্ক স্থাপন কৰিছিল এইসকল মহিলা আৰক্ষীয়ে৷ আয়েশা খুৰমে ডকাইতিৰ অপৰাধত ১২ বছৰ কাৰাগাৰত আছে৷ জন মেকেগী নামৰ এটা কয়দীৰ সৈতে প্ৰেমৰ সম্পৰ্কত বান্ধ খাই পৰিছিল এমিলি ওয়াটছনে৷ কাৰাগাৰৰ ভিতৰতেই মহিলা আৰক্ষী এমিলিয়ে সঙ্গমতো লিপ্ত হৈছিল৷ এইছ এমপি বাৰউইন নামৰ কাৰাগাৰত প্ৰায় ৫০০ জন কৰ্মচাৰী আছে৷ এই কৰ্মচাৰীসকলৰ অধিকাংশই এই প্ৰেমক সমৰ্থনো জনাইছে৷

ইতিমধ্যে বিষয়টো আদালতৰ কাঠগড়াত উঠাৰ বাবে এই কাৰ্যক অনৈতিক বুলি ৰায় দিয়ে আদালতে৷ আদালতে ৩ গৰাকী জেলৰক্ষীকেই জেল হাজোতত ৰখাৰ নিৰ্দেশ দিছে৷ দ্বিতীয়বাৰ যাতে আৰু এনে ঘটনা নহয় তাৰবাবে এই ব্যৱস্থা লোৱা বুলিও উল্লেখ কৰিছে আদালতে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best Assamese News Channelbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স
বিশ্ব

লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স

October 18, 2026
একেটা পৰিয়ালৰ ৬ সদস্যসহ ১০ জনৰ মৃত্যু
বিশ্ব

একেটা পৰিয়ালৰ ৬ সদস্যসহ ১০ জনৰ মৃত্যু

October 18, 2026
অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!
প্ৰযুক্তি

অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!

October 18, 2026
২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ
অপৰাধ

২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ

October 18, 2026
Next Post
চিজাৰিয়ানৰ কিমান দিনৰ পাছত আকৌ সন্তানৰ পৰিকল্পনা কৰিব? বিশেষজ্ঞই দিয়া এইকেইটা পৰামৰ্শ মানিবই

চিজাৰিয়ানৰ কিমান দিনৰ পাছত আকৌ সন্তানৰ পৰিকল্পনা কৰিব? বিশেষজ্ঞই দিয়া এইকেইটা পৰামৰ্শ মানিবই

শিক্ষা ব্যৱস্থাত আধুনিকীকৰণ! দেশত মুকলি হ’ব প্ৰথমখন ডিজিটেল বিশ্ববিদ্যালয়, কেনেকৈ কৰিব আবেদন?

শিক্ষা ব্যৱস্থাত আধুনিকীকৰণ! দেশত মুকলি হ’ব প্ৰথমখন ডিজিটেল বিশ্ববিদ্যালয়, কেনেকৈ কৰিব আবেদন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.