• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেনে আছো নুসুধিব বুলিলেই জানো কবিৰ খবৰ নল’ব! প্ৰাৰ্থনা কৰক, কাব্যঋষি গুৰুতৰভাৱে অসুস্থ…

কেনে আছো নুসুধিব বুলিলেই জানো কবিৰ খবৰ নল’ব! প্ৰাৰ্থনা কৰক, কাব্যঋষি গুৰুতৰভাৱে অসুস্থ…

3 years ago
বিনামূলীয়া লেনদেনৰ দিন শেষ! ১৫ ফেব্ৰুৱাৰীৰ পৰা খৰচ বাঢ়িল SBI গ্ৰাহকৰ

বিনামূলীয়া লেনদেনৰ দিন শেষ! ১৫ ফেব্ৰুৱাৰীৰ পৰা খৰচ বাঢ়িল SBI গ্ৰাহকৰ

16 minutes ago
কাইলৈ মৌনী অমাবস্যাত পঞ্চগ্ৰহী যোগ, ৫ গ্ৰহৰ মিলনত ক্ষতিৰ আশংকা ৫ৰাশিৰ জীৱনত

কাইলৈ মৌনী অমাবস্যাত পঞ্চগ্ৰহী যোগ, ৫ গ্ৰহৰ মিলনত ক্ষতিৰ আশংকা ৫ৰাশিৰ জীৱনত

1 hour ago
যৌ** আকাঙ্ক্ষা ভুল নহয়, যৌ** আকাঙ্ক্ষা আত্মপ্ৰেম আৰু মহাজাগতিক শক্তিৰ আন এক ৰূপ, ১৫ বছৰীয়া কিশোৰো প্ৰেমত পৰা কোন এইগৰাকী সীমা আনন্দ?

যৌ** আকাঙ্ক্ষা ভুল নহয়, যৌ** আকাঙ্ক্ষা আত্মপ্ৰেম আৰু মহাজাগতিক শক্তিৰ আন এক ৰূপ, ১৫ বছৰীয়া কিশোৰো প্ৰেমত পৰা কোন এইগৰাকী সীমা আনন্দ?

2 hours ago
COAS Honors ZRO Shillong for Outstanding Recruitment Efforts in North East

COAS Honors ZRO Shillong for Outstanding Recruitment Efforts in North East

3 hours ago
চাৰে সাতি দশাইয়ো কোনো ক্ষতি কৰিব নোৱাৰে, পঞ্চমহাপুৰুষ ৰাজযোগ অত্যন্ত শুভ এই ৩ৰাশিৰ বাবে

চাৰে সাতি দশাইয়ো কোনো ক্ষতি কৰিব নোৱাৰে, পঞ্চমহাপুৰুষ ৰাজযোগ অত্যন্ত শুভ এই ৩ৰাশিৰ বাবে

3 hours ago
অ-হিন্দুৰ প্ৰৱেশ নিষেধ, ছাইনবোৰ্ড হৰিদ্বাৰৰ এইকেইটা ঘাটত, কোন কোন এলেকাত এই নিয়ম লাঘু কৰা হৈছে?

অ-হিন্দুৰ প্ৰৱেশ নিষেধ, ছাইনবোৰ্ড হৰিদ্বাৰৰ এইকেইটা ঘাটত, কোন কোন এলেকাত এই নিয়ম লাঘু কৰা হৈছে?

3 hours ago
১১০ বছৰ বয়সত শেষ বিবাহ, ১১০ বছৰ বয়সত হৈছে সন্তানো! সন্তান আৰু নাতিসহিতে মুঠ ১৫০ সদস্য, ১৪২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে শ্বেখ নাছেৰে

১১০ বছৰ বয়সত শেষ বিবাহ, ১১০ বছৰ বয়সত হৈছে সন্তানো! সন্তান আৰু নাতিসহিতে মুঠ ১৫০ সদস্য, ১৪২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে শ্বেখ নাছেৰে

4 hours ago
পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

22 hours ago
ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

22 hours ago
সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

24 hours ago
কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত

কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত

24 hours ago
ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, January 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

কেনে আছো নুসুধিব বুলিলেই জানো কবিৰ খবৰ নল’ব! প্ৰাৰ্থনা কৰক, কাব্যঋষি গুৰুতৰভাৱে অসুস্থ…

editor by editor
January 19, 2023
in অসম, উত্তৰ-পূব, গুৱাহাটী, স্বাস্থ্য
0
কেনে আছো নুসুধিব বুলিলেই জানো কবিৰ খবৰ নল’ব! প্ৰাৰ্থনা কৰক, কাব্যঋষি গুৰুতৰভাৱে অসুস্থ…
0
SHARES
723
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ অসমীয়া সাহিত্যক সমৃদ্ধ কৰা কাব্যঋষি নীলমনি ফুকন গুৰুতৰভাৱে অসুস্থ৷ বাৰ্ধক্যজনিত কাৰণতে তেওঁৰ স্বাস্থ্যৰ যথেষ্ট অৱনতি ঘটিছে৷ কাব্যঋষিৰ অসুস্থতাৰ খবৰ পোৱা মাত্ৰকে চিন্তিত হৈ পৰিছে ৰাজ্যৰ প্ৰায়সংখ্যক সাহিত্যপ্ৰেমীয়েই৷

শেহতীয়াকৈ তেখেতৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি কবিগৰাকীৰ জিএমচিএছত ভৰ্তী কৰোৱা হৈছে৷ কেইবাগৰাকী চিকিৎসকে তেওঁৰ স্বাস্থ্যৰ ওপৰত নিৰন্তৰ নজৰ ৰাখিছে বুলিও তেওঁৰ ঘনিষ্ঠমহলে প্ৰকাশ কৰিছে৷ সংকটজনক অৱস্থাত বৰ্তমানেও চিকিৎসাধীন জ্ঞানপীঠ বঁটা বিজয়ী কবিগৰাকী। সংকটজনক যদিও বুধবাৰৰ তুলনাত স্বাস্থ্যৰ সামান্য উন্নতি ঘটিছে বুলি জনাইছে চিকিৎসকে৷

উল্লেখ্য যে, তেওঁৰ শৰীৰত যথেষ্টখিনি ইনফেকশ্যন পোৱা গৈছে। সেয়ে গুণমুগ্ধসকললৈ উদ্দেশ্যী চিকিৎসকৰ আহ্বান, ‘তেওঁৰ খবৰ ল’বলৈ আহক, কিন্তু কোনো কাৰণত যাতে তেওঁক সাক্ষাৎ কৰাৰ চেষ্টা নকৰে।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabaraxom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?
বিবিধ

ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

January 10, 2026
শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?
জীৱনশৈলী

শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

January 5, 2026
৬০-৭০ দশকৰ মোহময়ী অভিনেত্রী ৰঞ্জনা শৰ্মা বৰদলৈৰ দেহাৱসান
অসম

৬০-৭০ দশকৰ মোহময়ী অভিনেত্রী ৰঞ্জনা শৰ্মা বৰদলৈৰ দেহাৱসান

December 22, 2025
নীলা হালধি খায় প্ৰিয়ংকা গান্ধীয়ে, প্ৰধানমন্ত্ৰী মোদীয়েও সুধিবলৈ বাধ্য ইয়াৰ উপকাৰিতা
জীৱনশৈলী

নীলা হালধি খায় প্ৰিয়ংকা গান্ধীয়ে, প্ৰধানমন্ত্ৰী মোদীয়েও সুধিবলৈ বাধ্য ইয়াৰ উপকাৰিতা

December 21, 2025
Next Post
সূৰ্যক এই নদীয়েদি নমাই আনিবলৈ কবি আৰু নাই…সাহিত্যৰ জগত উকা কৰি গ’লগৈ কাব্যঋষি

সূৰ্যক এই নদীয়েদি নমাই আনিবলৈ কবি আৰু নাই...সাহিত্যৰ জগত উকা কৰি গ’লগৈ কাব্যঋষি

চীনকেই লাগে বিশ্বৰ সকলো ক্ৰুইড অইল! দেশত আকৌ বাঢ়িব পেট্ৰল-ডিজেলৰ দাম…

চীনকেই লাগে বিশ্বৰ সকলো ক্ৰুইড অইল! দেশত আকৌ বাঢ়িব পেট্ৰল-ডিজেলৰ দাম...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.