• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘কাব্যঋষি নীলমণি ফুকনদেৱৰ পৰলোকপ্ৰাপ্তিৰ খবৰটিয়ে মোক শোকাহত কৰি তুলিছে’, শোকস্তব্ধ মুখ্যমন্ত্ৰী… ৰাজ্যিক মৰ্যাদাৰে শেষকৃত সম্পন্ন হ’ব কাব্যঋষিৰ

‘কাব্যঋষি নীলমণি ফুকনদেৱৰ পৰলোকপ্ৰাপ্তিৰ খবৰটিয়ে মোক শোকাহত কৰি তুলিছে’, শোকস্তব্ধ মুখ্যমন্ত্ৰী… ৰাজ্যিক মৰ্যাদাৰে শেষকৃত সম্পন্ন হ’ব কাব্যঋষিৰ

4 years ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

২২ আগষ্ট ২০২৬ৰ দিনটো কেনে যাব আপোনাৰ? জানক শুভ ৰং, শুভ সংখ্যা

3 minutes ago
খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব

ভুলতো মাহেকীয়াত নাখাব এইবোৰ বস্তু, বাঢ়িব পেটৰ বিষ!

26 minutes ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

কাইলৈৰ পৰা বুধে সলাব গতি, সলনি হ’ব ৬ ৰাশিৰ ভাগ্য!

50 minutes ago
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !

মাহেকীয়া পলম হোৱাৰ সমস্যা, সহজে নল’ব এইবোৰ লক্ষণ!

1 hour ago
ফেঁচা আকৃতিৰ আঙুঠিয়ে কৰিব ভাগ্য সলনি, উপকাৰ আৰু নিয়মৰ বিষয়ে জানি লওক

ফেঁচা আকৃতিৰ আঙুঠিয়ে কৰিব ভাগ্য সলনি, উপকাৰ আৰু নিয়মৰ বিষয়ে জানি লওক

3 hours ago
পপকৰ্ণক কেৱল জাংক ফুড বুলিয়েই নাভাবিব, জানক পপকৰ্ণৰ লাভজনক গুণ

পপকৰ্ণক কেৱল জাংক ফুড বুলিয়েই নাভাবিব, জানক পপকৰ্ণৰ লাভজনক গুণ

4 hours ago
শুকুৰবাৰে লক্ষ্মী দেৱীক সন্তুষ্ট কৰিবলৈ কি কৰিব? জানক সহজ কিছু প্ৰতিকাৰ

শুকুৰবাৰে লক্ষ্মী দেৱীক সন্তুষ্ট কৰিবলৈ কি কৰিব? জানক সহজ কিছু প্ৰতিকাৰ

4 hours ago
dark circleৰ সমস্যাৰ কেনেকৈ কৰিব সমাধান?

dark circleৰ সমস্যাৰ কেনেকৈ কৰিব সমাধান?

5 hours ago
মুছলমানসকলে ৰাখী বান্ধিব পাৰেনে? জানক ইছলামে কি কয়

মুছলমানসকলে ৰাখী বান্ধিব পাৰেনে? জানক ইছলামে কি কয়

5 hours ago
কৰ্কট ৰোগৰ চিকিৎসাত আশাৰ বতৰা!

কৰ্কট ৰোগৰ চিকিৎসাত আশাৰ বতৰা!

6 hours ago
‘তোমাক মই ইউৰোপিয়ন সংগী বিচাৰি দিম’

‘তোমাক মই ইউৰোপিয়ন সংগী বিচাৰি দিম’

6 hours ago
অবিশ্বাস্য!গণি গণি বিকল হ’ল টকা গণনা মেচিন…

অবিশ্বাস্য!গণি গণি বিকল হ’ল টকা গণনা মেচিন…

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

‘কাব্যঋষি নীলমণি ফুকনদেৱৰ পৰলোকপ্ৰাপ্তিৰ খবৰটিয়ে মোক শোকাহত কৰি তুলিছে’, শোকস্তব্ধ মুখ্যমন্ত্ৰী… ৰাজ্যিক মৰ্যাদাৰে শেষকৃত সম্পন্ন হ’ব কাব্যঋষিৰ

editor by editor
January 19, 2023
in অসম, গুৱাহাটী, জীৱনশৈলী, স্বাস্থ্য
0
‘কাব্যঋষি নীলমণি ফুকনদেৱৰ পৰলোকপ্ৰাপ্তিৰ খবৰটিয়ে মোক শোকাহত কৰি তুলিছে’, শোকস্তব্ধ মুখ্যমন্ত্ৰী… ৰাজ্যিক মৰ্যাদাৰে শেষকৃত সম্পন্ন হ’ব কাব্যঋষিৰ
0
SHARES
60
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ কাব্যঋষি নীলমণি ফুকনৰ দেহাৱসানত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে বিশিষ্ট কবিগৰাকীৰ মৃত্যু অসম আৰু অসমীয়া জাতিসত্তাৰ বাবে কাহানিও পূৰণ কৰিব নোৱাৰা ক্ষতি বুলি উল্লেখ কৰে। শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন হ’ব কবি নীলমণি ফুকনৰ৷

সামাজিক মাধ্যমত গভীৰ শোক প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে লিখিছে, ‘সাহিত্য সৃষ্টিৰে অসমৰ সমাজ জীৱনক ধন্য কৰা অন্যতম উজ্জ্বল নক্ষত্ৰ কাব্যঋষি নীলমণি ফুকনদেৱৰ পৰলোকপ্ৰাপ্তিৰ খবৰটিয়ে মোক শোকাহত কৰি তুলিছে। জ্ঞানপীঠ বঁটাৰে বিভূষিত ফুকনদেৱে অসমীয়া কবিতা-ভাষা-সাহিত্যৰ বৰপেৰা চহকী কৰাৰ লগতে সৃষ্টিশীলতাৰ অনন্য পৰিভাষা জাতিটোলৈ আগবঢ়াই গ’ল।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

২২ আগষ্ট ২০২৬ৰ দিনটো কেনে যাব আপোনাৰ? জানক শুভ ৰং, শুভ সংখ্যা

August 21, 2026
খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব
জীৱনশৈলী

ভুলতো মাহেকীয়াত নাখাব এইবোৰ বস্তু, বাঢ়িব পেটৰ বিষ!

August 21, 2026
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!
জীৱনশৈলী

কাইলৈৰ পৰা বুধে সলাব গতি, সলনি হ’ব ৬ ৰাশিৰ ভাগ্য!

August 21, 2026
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !
জীৱনশৈলী

মাহেকীয়া পলম হোৱাৰ সমস্যা, সহজে নল’ব এইবোৰ লক্ষণ!

August 21, 2026
Next Post
‘মোলৈ অহা এই ভাল খবৰটোৱে মুকলিকৈ উশাহ ল’ব পাৰিছেনে?’ জিএমচিএইছতেই শেষ উশাহ লোৱা কবিগৰাকীয়ে কৈছিল, মৃত্যুৰ লগে লগেই হওক তেওঁৰ শেষকৃত্য…

‘মোলৈ অহা এই ভাল খবৰটোৱে মুকলিকৈ উশাহ ল'ব পাৰিছেনে?’ জিএমচিএইছতেই শেষ উশাহ লোৱা কবিগৰাকীয়ে কৈছিল, মৃত্যুৰ লগে লগেই হওক তেওঁৰ শেষকৃত্য...

খাদ্য তালিকাত প্ৰতিদিনে মাংস থাকিলে শৰীৰৰ লাভ হয়নে ক্ষতি হয়… কি কয় পুষ্টিবিদে?

খাদ্য তালিকাত প্ৰতিদিনে মাংস থাকিলে শৰীৰৰ লাভ হয়নে ক্ষতি হয়... কি কয় পুষ্টিবিদে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.