অসম লাইভ২৪ঃ
শিক্ষকতাৰ বাদে শিক্ষকক এতিয়াৰে পৰা আন কামত নিয়োগ কৰিব নোৱাৰিব।
অন্যান্য দায়িত্বত থকা শিক্ষকক শীঘ্ৰে অব্যাহতি দিবলৈ শিক্ষা বিষয়াক নিৰ্দেশ শিক্ষা সচিবৰ।
২৫ মাৰ্চৰ পূৰ্বে সকলো শিক্ষককে নিজ নিজ বিদ্যালয়ত যোগদান কৰিবলৈ নিৰ্দেশ।
বিদ্যালয়ত পাঠদান নকৰিলে বিদ্যালয়ৰ নিৰ্দিষ্ট শিক্ষকৰ দৰমহাৰ ক্ষেত্ৰতো বিহিত ব্যৱস্থা লোৱাৰো নিৰ্দেশ।
এই সমূহ মানি নচলিলে কঠোৰ হ’ব শিক্ষা বিভাগ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ