• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
তীব্ৰ গৰমে দহিছে ৰাজ্য! হিটষ্ট্ৰোকৰ আশংকা বাঢ়িছে, কি কি উপায়েৰে হিটষ্ট্ৰোকৰ পৰা বাচিব?

তীব্ৰ গৰমে দহিছে ৰাজ্য! হিটষ্ট্ৰোকৰ আশংকা বাঢ়িছে, কি কি উপায়েৰে হিটষ্ট্ৰোকৰ পৰা বাচিব?

3 years ago
জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

5 hours ago
কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

5 hours ago
Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

6 hours ago
কাইলৈ আপোনাৰ দিনটো কেনে যাব?

ভাগ্যৰ দেখিব যাদু! ৪ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো?

7 hours ago
ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান

ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান

7 hours ago
ছবিখন AI ৰ সৌজন্যত।

কঠোৰ পৰিশ্ৰমী ৫ ৰাশি, সহজেই পায় উন্নতি!

7 hours ago
Fork Design: কাঁটা চামুচৰ চাৰিটা কাঁটা কিয় থাকে? বুদ্ধিমানে জানিব সঠিক উত্তৰ

Fork Design: কাঁটা চামুচৰ চাৰিটা কাঁটা কিয় থাকে? বুদ্ধিমানে জানিব সঠিক উত্তৰ

8 hours ago
বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

9 hours ago
চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?

১০ বছৰত FDয়ে পূৰণ কৰিব সপোন, দুগুণ হ’ব আপোনাৰ ধন!

10 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

Gold Price: চলিত বৰ্ষত ২০% হ্ৰাস সোণৰ মূল্য, অনাগত দিনত আৰু অধিক হ্ৰাস পাব নেকি?

11 hours ago
ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

11 hours ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

ভাল নাৰীক চিনাক্ত কৰাত নকৰিব ভুল, আচাৰ্য চাণক্যই ক’লে এইদৰে…

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী স্বাস্থ্য

তীব্ৰ গৰমে দহিছে ৰাজ্য! হিটষ্ট্ৰোকৰ আশংকা বাঢ়িছে, কি কি উপায়েৰে হিটষ্ট্ৰোকৰ পৰা বাচিব?

editor by editor
April 13, 2023
in স্বাস্থ্য
0
তীব্ৰ গৰমে দহিছে ৰাজ্য! হিটষ্ট্ৰোকৰ আশংকা বাঢ়িছে, কি কি উপায়েৰে হিটষ্ট্ৰোকৰ পৰা বাচিব?
0
SHARES
304
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ তীব্ৰ গৰমে দহিছে ৰাজ্য। এই গৰমত হিটষ্ট্ৰোকত বহুতেই আক্ৰান্ত হয়। হিটষ্ট্ৰোক কি? গ্ৰীষ্মৰ দিনত অত্যাধিক তাপমাত্ৰাজনিত কাৰণত শৰীৰ অতিৰিক্ত গৰম হৈ পৰে। এই সমস্যাকে হিটষ্ট্ৰোক বুলি কোৱা হয়। হিটষ্ট্ৰোক আক্ৰান্ত হ’লে শৰীৰৰ তাপমাত্ৰা ১০৪ ডিগ্ৰী ফাৰেনহাইট পাৰ হৈ যায়। বহুসময় ধৰি ৰ’দত থকাৰ ফলতেই এই সমস্যা হয়। হিটষ্ট্ৰোক হ’লে তাৎক্ষণিকভাৱে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে। হিটষ্ট্ৰোকত আক্ৰান্ত হোৱাৰ পূৰ্বে এজন ব্যক্তিৰ শৰীৰত কি কি লক্ষণে দেখা দিয়ে?

শৰীৰত তাপমাত্ৰা খুবেই বাঢ়ি যায়। এই সময়ত তাপমাত্ৰা ১০৪ ডিগ্ৰী ফাৰেনহাইটতকৈ বেছি হয়।
আক্ৰান্ত ব্যক্তিগৰাকীয়ে অদ্ভুত আচৰণ কৰিব পাৰে।
খুব ঘামি যায়, বমি বমি ভাৱ হ’ব পাৰে।
শ্বাসপ্ৰশ্বাস দ্ৰুত হৈ পৰে।
হাৰ্টবিট বাঢ়ি যায়, মূৰৰ বিষ হ’ব পাৰে।
আক্ৰান্ত লোকজন সংজ্ঞাহীন হৈ পৰিব পাৰে।
এই লক্ষণসমূহে দেখা দিলে লগে লগেই চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতি জৰুৰী।

এই অসুখ মূলত গৰমত বহুসময় থকাৰ ফলত হয়। গৰমৰ সময়ছোৱাত যিসকল লোক বাহিৰত থাকে। তেওঁলোকে আগতীয়াকৈয়ে কিছু সাৱধানত অৱলম্বন কৰিব পাৰে।

বয়স্কসকল সাৱধান হওক
সকলো বয়সীয়া লোকেই এই ৰোগত আক্ৰান্ত হ’ব পাৰে। কিন্তু বয়স বাঢ়িলে এই ৰোগৰ শংকা বাঢ়ি যায়। কাৰণ বয়স্কলোকসকলৰ শৰীৰত গৰম সহ্য কৰিব পৰা ক্ষমতা কমি আহে। যদি সম্ভৱ হয় বয়স্কলোকসকলে গৰমৰ সময়ছোৱাত পৰাপক্ষত ঘৰত থাকিবলৈ যত্ন কৰিব লাগে।

হিটষ্ট্ৰোকত আক্ৰান্ত হ’লে তাৎক্ষণিকভাৱে কি কৰিব?
কোনোবা হিটষ্ট্ৰোকত আক্ৰান্ত হ’লে ব্যক্তিজনক লগে লগেই ঠাণ্ডা ঠাইত আনি বহুৱাই দিব লাগে। এচি বা পাংখা চলাই দিব। যিমানদূৰ সম্ভৱ শৰীৰৰ পিন্ধি থকা কাপোৰ ঢিলা কৰি দিব। চকু-মুখত ঠাণ্ডা পানী ঢালিব। কম পৰিমানে পানী খোৱাই দিব। এনেকৈ শান্ত পৰিবেশত কিছু সময় ৰখাৰ পাছতেই ব্যক্তিজন কিছু পৰিমানে ষ্টে’বল হ’ব। ৰোগীজনৰ শৰীৰৰ তাপমাত্ৰা কিছু নিয়ন্ত্রণ হোৱাৰ পাছত চিকিৎসালয়লৈ নিব লাগে।

এই ৰোগ প্ৰতিৰোধৰ কৌশল কি কি?
গৰমত ওলাই যাওতে কপাহী কোমল কাপোৰ পৰিধান কৰিব।
ছানস্ক্ৰিণ ব্যৱহাৰ কৰিব।
পৰ্যাপ্ত পৰিমানে পানী খাব লাগে।
বাহিৰলৈ ওলাই গ’লে ৰ’দত বেছি সময় থাকিব নালাগে।
ছাতি, টুপি আদি ব্যৱহাৰ কৰিব।
ইউৰিণৰ ৰঙলৈ নজৰ ৰাখিব। হালধীয়া বা গাঢ় ৰঙৰ প্ৰস্ৰাৱ হ’লে পানী খোৱাৰ পৰিমান বঢ়াই দিব।
কফি, মদ্যপান আদি কমাই দিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী, ক’লে ৩ টা ভয়ংকৰ সত্য!
জীৱনশৈলী

বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী, ক’লে ৩ টা ভয়ংকৰ সত্য!

October 1, 2026
শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ
জীৱনশৈলী

শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

September 30, 2026
ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?
জীৱনশৈলী

ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

September 29, 2026
কণীয়ে বঢ়াব শক্তি, প্ৰতিদিনে কেইটা কণী খোৱাটো স্বাস্থ্যৰ বাবে উপকাৰী?
জীৱনশৈলী

কণীয়ে বঢ়াব শক্তি, প্ৰতিদিনে কেইটা কণী খোৱাটো স্বাস্থ্যৰ বাবে উপকাৰী?

September 28, 2026
Next Post
ক্লিভেজ ওলোৱা পোছাক পিন্ধি আহিলে শ্বুটিঙত সোমাব নোৱাৰিব! ছলমানে ‘কিছি কি ভাই কিছি কি জান’ৰ শ্বুটিঙত জাৰি কৰা ফতোৱাক লৈ মুখ খুলিলে পালক তিৱাৰীয়ে…

ক্লিভেজ ওলোৱা পোছাক পিন্ধি আহিলে শ্বুটিঙত সোমাব নোৱাৰিব! ছলমানে 'কিছি কি ভাই কিছি কি জান’ৰ শ্বুটিঙত জাৰি কৰা ফতোৱাক লৈ মুখ খুলিলে পালক তিৱাৰীয়ে...

কেৱল দুটা কাম কৰিলেই জীৱনত সফল হ’বই! শ্ৰীকৃষ্ণই গীতাত দিছে এইকেইটা বিশেষ বাণী

কেৱল দুটা কাম কৰিলেই জীৱনত সফল হ’বই! শ্ৰীকৃষ্ণই গীতাত দিছে এইকেইটা বিশেষ বাণী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.