• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আপুনি দৈনিক ১০ ঘণ্টাতকৈ অধিক টোপনি যায় নেকি? তেন্তে সতৰ্ক থাকক…

আপুনি দৈনিক ১০ ঘণ্টাতকৈ অধিক টোপনি যায় নেকি? তেন্তে সতৰ্ক থাকক…

3 years ago
খালী পেটত তৰমুজ খোৱাটো উচিত নে অনুচিত? গৰমত ফল খোৱাৰ সঠিক সময় জানক

খালী পেটত তৰমুজ খোৱাটো উচিত নে অনুচিত? গৰমত ফল খোৱাৰ সঠিক সময় জানক

5 hours ago
সৰু সৰু কথাত পৰিয়ালত কাজিয়া লাগে নেকি? হ’ব পাৰে বাস্তু দোষ!

সৰু সৰু কথাত পৰিয়ালত কাজিয়া লাগে নেকি? হ’ব পাৰে বাস্তু দোষ!

5 hours ago
কেঁচা গাখীৰে বঢ়াব মুখৰ উজ্জ্বলতা, মাত্ৰ নকৰিব এই ভুল!

কেঁচা গাখীৰে বঢ়াব মুখৰ উজ্জ্বলতা, মাত্ৰ নকৰিব এই ভুল!

6 hours ago
২৭ নে ২৮ মে’, ঈদ-উল আজহা কেতিয়া? জানক এই দিনটোৰ ইতিহাস আৰু তাৎপর্য

২৭ নে ২৮ মে’, ঈদ-উল আজহা কেতিয়া? জানক এই দিনটোৰ ইতিহাস আৰু তাৎপর্য

7 hours ago
প্ৰেম কৰিলে ঠিকেই পিছে জীৱনসংগী কৰিলে আনক! তাৰ পিছত…

প্ৰেম কৰিলে ঠিকেই পিছে জীৱনসংগী কৰিলে আনক! তাৰ পিছত…

7 hours ago
8th Pay Commission: ৬% increment হ’লে বেচিক পেৰ পৰা হাতলৈ কিমান দৰমহা আহিব?

চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ, ৮ম দৰমহা আয়োগৰ বৈঠকৰ নতুন সময়সূচী প্ৰকাশ

8 hours ago
বিয়াৰ পিছত সন্তান জন্মত নকৰিব পলম, ভুগিব পাৰে সৰ্প দোষত!

বিয়াৰ পিছত সন্তান জন্মত নকৰিব পলম, ভুগিব পাৰে সৰ্প দোষত!

9 hours ago
দিনত ৩ বাৰকৈ ৰং সলনি হোৱা এটা শিৱলিংগ, দৰ্শন কৰিলেই আঁতৰিব জীৱনৰ সকলো সমস্যা!

দিনত ৩ বাৰকৈ ৰং সলনি হোৱা এটা শিৱলিংগ, দৰ্শন কৰিলেই আঁতৰিব জীৱনৰ সকলো সমস্যা!

9 hours ago
আপোনাৰ পত্নীয়ে আপোনাক কিমান ভাল পায়? জন্মৰ তাৰিখৰ পৰা জানক

আপোনাৰ পত্নীয়ে আপোনাক কিমান ভাল পায়? জন্মৰ তাৰিখৰ পৰা জানক

10 hours ago
বিকিৰ লগত সুখী নহয় নেকি কেটৰিনা? জন্মদিনত এয়া কি ক’লে জানক

বিকিৰ লগত সুখী নহয় নেকি কেটৰিনা? জন্মদিনত এয়া কি ক’লে জানক

11 hours ago
জন্মবাৰ অনুযায়ী জানক আপোনাৰ ভৱিষ্যত!

জন্মবাৰ অনুযায়ী জানক আপোনাৰ ভৱিষ্যত!

11 hours ago
ৰেড ৱাইন শৰীৰৰ বাবে ভাল নে বেয়া? জানি হ’ব আচৰিত

ৰেড ৱাইন শৰীৰৰ বাবে ভাল নে বেয়া? জানি হ’ব আচৰিত

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, May 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আপুনি দৈনিক ১০ ঘণ্টাতকৈ অধিক টোপনি যায় নেকি? তেন্তে সতৰ্ক থাকক…

editor by editor
May 31, 2023
in জীৱনশৈলী, স্বাস্থ্য
0
আপুনি দৈনিক ১০ ঘণ্টাতকৈ অধিক টোপনি যায় নেকি? তেন্তে সতৰ্ক থাকক…
0
SHARES
986
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ

স্বাস্থ্যঃ দৈনিক পৰ্যাপ্ত খাদ্য খোৱাৰ লগতে শৰীৰ স্বাস্থ্যৱান কৰি ৰখাৰ ক্ষেত্ৰত টোপনি অতি গুৰুত্বপূৰ্ণ। যদি আপুনি সঠিকভাৱে টোপনি নাযায় তেন্তে বহু ধৰণৰ শাৰীৰিক সমস্যাৰ সন্মুখীন হ’ব পাৰে। মানসিক অস্থিৰতাৰ পৰা ওজন বৃদ্ধিলৈকে এনে কিছুমান ৰোগ আছে যাৰ ফলত টোপনি প্ৰভাৱিত হয়। চিকিৎসকে কয় যে কেৱল কম টোপনিয়ে নহয়, অত্যাধিক টোপনিয়েও বিপদৰ সৃষ্টি কৰে। এইটো কম টোপনিতকৈও গুৰুতৰ হ’ব পাৰে। অত্যাধিক টোপনিৰ ফলত কি কি সমস্যাৰ উদ্ভৱ হ’ব পাৰে?

১) হৃদযন্ত্ৰৰ সমস্যাঃ যদি আপুনি অত্যাধিক টোপনি যায় বা দিনটোৰ বেছিভাগ সময় শুই কটায়, যদি আপুনি শাৰীৰিক সুস্থতা বজাই ৰাখিবলৈ যিমান প্ৰয়োজন সিমান ব্যায়াম নকৰে, তেনেহ’লে আপুনি হৃদযন্ত্ৰৰ সমস্যাত আক্ৰান্ত হ’ব পাৰে। কেৱল সেয়াই নহয় ৰক্ত সঞ্চালনতো সমস্যা দেখা দিব পাৰে। যদি তেজৰ প্ৰবাহ স্বাভাৱিক নাথাকে তেতিয়া হৃদৰোগ হোৱাৰ আশংকা থাকে।

২) তেজত শৰ্কৰাৰ বৃদ্ধিঃ অত্যাধিক টোপনিৰ ফলত এজন ব্যক্তিৰ তেজত শৰ্কৰাৰ পৰিমাণ বৃদ্ধি পায়। লগতে তেওঁৰ গোটেই দিনটোৰ খোৱা, কাম কৰা, ব্যায়াম কৰা সকলোবোৰ ব্যক্তিজনৰ ওপৰত প্ৰভাৱ পেলায়। যদি আপুনি দিনটোৰ বেছিভাগ সময় টোপনি মাৰি অতিবাহিত কৰে তেনেহ’লে কোনো ৰুটিন সঠিকভাৱে অনুসৰণ কৰিব নোৱাৰে। ফলস্বৰূপে, তেজত শৰ্কৰাৰ স্তৰ বৃদ্ধি হৈ গৈ থাকে।

৩) প্ৰজনন ক্ষমতা হ্ৰাসঃ দীঘলীয়া সময় টোপনি যোৱাৰ বাবে শাৰীৰিক সক্ৰিয়তা হ্ৰাস হয়। ফলস্বৰূপে, মহিলা আৰু পুৰুষ দুয়োৰে প্ৰজনন ক্ষমতা প্ৰভাৱিত হয়।

৪) মেদবহুলতাঃ যদি আপোনাৰ অত্যাধিক টোপনি যোৱাৰ অভ্যাস আছে তেন্তে আপোনাৰ ওজন বৃদ্ধি হোৱাৰ সম্ভাৱনা অধিক। যদি আপুনি দিনটোৰ বেছিভাগ সময়তে টোপনি গৈ থাকে, তেনেহ’লে ব্যায়াম কৰাৰ অভ্যাস প্ৰাকৃতিকভাৱে হ্ৰাস হয়। আকৌ যদি আপুনি ব্যায়াম নকৰে, তেতিয়া আপোনাৰ ওজন বৃদ্ধি হোৱা আৰম্ভ হ’ব। ওজন অধিক হোৱাৰ ফলত শৰীৰত বিভিন্ন ৰোগ সৃষ্টি হ’ব। গতিকে প্ৰতিদিনে নিয়মিত টোপনি যোৱাৰ বাবে অভ্যাস কৰিব লাগে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digital
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

খালী পেটত তৰমুজ খোৱাটো উচিত নে অনুচিত? গৰমত ফল খোৱাৰ সঠিক সময় জানক
জীৱনশৈলী

খালী পেটত তৰমুজ খোৱাটো উচিত নে অনুচিত? গৰমত ফল খোৱাৰ সঠিক সময় জানক

May 17, 2026
সৰু সৰু কথাত পৰিয়ালত কাজিয়া লাগে নেকি? হ’ব পাৰে বাস্তু দোষ!
জীৱনশৈলী

সৰু সৰু কথাত পৰিয়ালত কাজিয়া লাগে নেকি? হ’ব পাৰে বাস্তু দোষ!

May 17, 2026
কেঁচা গাখীৰে বঢ়াব মুখৰ উজ্জ্বলতা, মাত্ৰ নকৰিব এই ভুল!
জীৱনশৈলী

কেঁচা গাখীৰে বঢ়াব মুখৰ উজ্জ্বলতা, মাত্ৰ নকৰিব এই ভুল!

May 17, 2026
২৭ নে ২৮ মে’, ঈদ-উল আজহা কেতিয়া? জানক এই দিনটোৰ ইতিহাস আৰু তাৎপর্য
জীৱনশৈলী

২৭ নে ২৮ মে’, ঈদ-উল আজহা কেতিয়া? জানক এই দিনটোৰ ইতিহাস আৰু তাৎপর্য

May 17, 2026
Next Post
আন এক বৃহৎ গ্ৰহৰ সন্ধান ভাৰতীয় বৈজ্ঞানিকৰ দলৰ!

আন এক বৃহৎ গ্ৰহৰ সন্ধান ভাৰতীয় বৈজ্ঞানিকৰ দলৰ!

‘সিদ্ধান্তটো অসম্ভৱ যন্ত্ৰণাদায়ক আছিল!’ দ্বিতীয় বিবাহৰ পাছতেই হঠাৎ কি হ’ল আশীষ বিদ্যাৰ্থীৰ?

'সিদ্ধান্তটো অসম্ভৱ যন্ত্ৰণাদায়ক আছিল!’ দ্বিতীয় বিবাহৰ পাছতেই হঠাৎ কি হ’ল আশীষ বিদ্যাৰ্থীৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.