• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সেইদিনা প্ৰেয়সীক কথা দিয়ামতেই তেওঁ আজি মুখ্যমন্ত্ৰী, যুগ্মজীৱনৰ ২২ বছৰ, স্বামী হিচাপে তেওঁ কিমান সফল?

সেইদিনা প্ৰেয়সীক কথা দিয়ামতেই তেওঁ আজি মুখ্যমন্ত্ৰী, যুগ্মজীৱনৰ ২২ বছৰ, স্বামী হিচাপে তেওঁ কিমান সফল?

3 years ago
১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

22 minutes ago
মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

58 minutes ago
জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

2 hours ago
নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

3 hours ago
সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ

সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ

3 hours ago
আজি খুলিব পাৰে এই ৩ ৰাশিৰ ভাগ্যৰ দুৱাৰ

আজি খুলিব পাৰে এই ৩ ৰাশিৰ ভাগ্যৰ দুৱাৰ

4 hours ago
অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

13 hours ago
স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

13 hours ago
নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

14 hours ago
পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

14 hours ago
ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

15 hours ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

সেইদিনা প্ৰেয়সীক কথা দিয়ামতেই তেওঁ আজি মুখ্যমন্ত্ৰী, যুগ্মজীৱনৰ ২২ বছৰ, স্বামী হিচাপে তেওঁ কিমান সফল?

editor by editor
June 7, 2023
in অসম, জীৱনশৈলী
0
সেইদিনা প্ৰেয়সীক কথা দিয়ামতেই তেওঁ আজি মুখ্যমন্ত্ৰী, যুগ্মজীৱনৰ ২২ বছৰ, স্বামী হিচাপে তেওঁ কিমান সফল?
0
SHARES
3.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সফল স্বামী! সেইদিনা প্ৰেয়সীক কথা দিয়ামতেই তেওঁ আজি মুখ্যমন্ত্ৰী। যুগ্মজীৱনৰ ২২ টা বছৰ খুব কম দিনো নহয়! পত্নী ৰিণিকি ভূঞাৰ সৈতে একেলগে বাট বুলাৰ প্ৰতিশ্ৰুতিত আজিও অটল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বুধবাৰ অৰ্থাৎ ৭ জুন। ৰিণিকি আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আজি ২২ সংখ্যক বিবাহ বাৰ্ষিকী। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিবাহ বাৰ্ষিকীৰ দিনটোত সকলোৱে এবাৰ চৰ্চা কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ ব্যক্তিত্বক লৈ।

ডাইনেমিক শব্দটোৰ সঠিক প্ৰয়োগ কেৱল এটা নামৰ সৈতেই ভালধৰণে হয়। ২০২১চনৰ ১০মে’ৰ দিনটো অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনলৈ এক বৃহৎ পৰিৱৰ্তন আহিছিল। পদে পদেই প্ৰত্যাহ্বান। সকলোৰে মনত এটাই প্ৰশ্ন কোন হ’ব, কোন হ’ব? অসমৰ মুখ্যমন্ত্ৰী কোন হ’ব? সৰ্বানন্দ সোনোৱাল নে হিমন্ত বিশ্ব শৰ্মা? সকলো কথাৰেই উত্তৰ দুবছৰ পূৰ্বে লাভ কৰিছিল অসমবাসীয়ে। মুখ্যমন্ত্ৰী হিচাপে ৰাজ্যৰ দায়িত্বভাৰ নিজৰ তুলি লৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এয়া ৰাজনীতিৰ কথা। ৰাজনীতিৰ এই পৰিক্ৰমা তেওঁ জানো অকলে আগবঢ়াই নিছে?

ৰাজনৈতিক সমূহ পৰিক্ৰমাৰ লগতে মুখ্যমন্ত্ৰী হোৱাৰ পাছতেই শপত গ্ৰহণলৈ কাষে কাষে আছিল এগৰাকী বিশেষ মহিলা। তেওঁ আন কোনো নহয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মা। প্ৰতিখোজতেই তেওঁক ছাঁ হৈ ৰৈ থকা মানুহগৰাকীয়েই ৰিণিকি ভূঞা শৰ্মা। মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণৰ দিনা তেওঁৰ কাষতে ৰৈ মাস্কখন ঠিক কৰি দিয়াৰ পৰা তেওঁৰ সেই সময়খিনিত সাহস যোগোৱা লৈ ছাঁ হৈ আছিল ৰিণিকি ভূঞা। বিভিন্ন সময়ত তেওঁক সাহ লৈ থিয় দিছে ৰিণিকি। সেই কৃতজ্ঞতা মুখ্যমন্ত্ৰীয়েও য’তেই যেনেকৈ পাৰে প্ৰকাশো কৰি আহিছে।

মুখ্যমন্ত্ৰী হোৱাৰ প্ৰক্ৰিয়াটোৰ পৰা আৰম্ভ কৰি কামকাজলৈ সকলোতেই আছে প্ৰত্যাহ্বান। কেতিয়াবা যদি সমালোচিত হৈছে, কেতিয়াবা সৰ্বশ্ৰেষ্ঠ বুলি আখ্যাও পাইছে। অসমবাসীয়ে সচৰাচৰ দেখা মুখ্যমন্ত্ৰীৰ চৰিত্ৰবোৰতকৈ পৃথক এক চৰিত্ৰৰ মুখামুখি হৈছে। কোনোৱে যদি এই পৃথক চৰিত্ৰটোৰ বাহ বাহ দিছে কোনোৱে আকৌ এয়া এজন মুখ্যমন্ত্ৰীৰ চৰিত্ৰ কেনেকৈ হ’ব পাৰে বুলি সমালোচনা কৰিছে। কিন্তু তেওঁ কৰ্মত অটল। তেওঁ যেনেদৰে অটল তেওঁৰ পত্নী ৰিণিকিও স্থিতঃপ্ৰজ্ঞ। নিজা কাম সূচাৰুৰূপে চলাই নিয়াত দুয়োৱেই কেতিয়াও ক’তো কোনো ত্ৰুটি এৰা নাই।

ৰাজনীতিৰ মানুহ তেওঁ, ৰাজনীতিৰ মাজে মাজেই চলি আছে ব্যক্তিগত জীৱন। ৰাজনীতিকৰ ব্যক্তিগত জীৱনতো প্ৰাইভেছীৰ স্থান খুবেই কম। তেওঁৰ ব্যক্তিগত দিনটোক সেয়ে অকলে উৎযাপন কৰাৰ বিপৰীতে ৰাজ্যৰ বিভিন্ন স্থানৰ শুভাকাংক্ষীয়ে সামাজিক মাধ্যমত তেওঁৰ বিশেষ দিনটোত শুভেচ্ছাৰে উপচাই পেলোৱাও এতিয়া পৰিলক্ষিত হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন
জীৱনশৈলী

১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

October 7, 2026
নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত
জীৱনশৈলী

নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

October 7, 2026
আজি খুলিব পাৰে এই ৩ ৰাশিৰ ভাগ্যৰ দুৱাৰ
জীৱনশৈলী

আজি খুলিব পাৰে এই ৩ ৰাশিৰ ভাগ্যৰ দুৱাৰ

October 7, 2026
অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?
জীৱনশৈলী

অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

October 6, 2026
Next Post
বৃষ ৰাশিকে ধৰি এই ৭ ৰাশিৰ বেংক বেলেন্স বাঢ়িব, ১৮ দিন সাৱধানে থাকিব এই ৰাশিৰ জাতকসকল

বৃষ ৰাশিকে ধৰি এই ৭ ৰাশিৰ বেংক বেলেন্স বাঢ়িব, ১৮ দিন সাৱধানে থাকিব এই ৰাশিৰ জাতকসকল

মনীষ চিছোডিয়াৰ কথা কৈ কান্দি উঠিল কেজৰিৱাল, ইমান দিন জে’লত কিয় ৰখা হৈছে ক’লে কেজৰিৱালে

মনীষ চিছোডিয়াৰ কথা কৈ কান্দি উঠিল কেজৰিৱাল, ইমান দিন জে’লত কিয় ৰখা হৈছে ক’লে কেজৰিৱালে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.