• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৭ মাহ পূৰ্বে কবৰ দিয়া স্থানতেই পুনৰ কবৰস্থ ফাইজান আহমেদৰ মৃতদেহ

৭ মাহ পূৰ্বে কবৰ দিয়া স্থানতেই পুনৰ কবৰস্থ ফাইজান আহমেদৰ মৃতদেহ

3 years ago
মন্দিৰৰ পৰা ওভতি অহাৰ সময়ত ক্ৰয় কৰিছিল টিকট! পিছদিনা পুৱাই দেখিলে, তেওঁ ১০ কোটিৰ মালিক

মন্দিৰৰ পৰা ওভতি অহাৰ সময়ত ক্ৰয় কৰিছিল টিকট! পিছদিনা পুৱাই দেখিলে, তেওঁ ১০ কোটিৰ মালিক

33 minutes ago
এপ্ৰিলত গ্ৰহ সংযোগৰ প্ৰভাৱ ৪ৰাশিত, সতৰ্ক থাকক এইকেইটা ৰাশিৰ জাতক, জানি থওক প্ৰতিকাৰো

এপ্ৰিলত গ্ৰহ সংযোগৰ প্ৰভাৱ ৪ৰাশিত, সতৰ্ক থাকক এইকেইটা ৰাশিৰ জাতক, জানি থওক প্ৰতিকাৰো

1 hour ago
LPG চিলিণ্ডাৰৰ পাছত দাম বাঢ়িলে পেট্ৰল-ডিজেলৰো, লিটাৰে প্ৰতি নতুন দাম কিমান হ’ব?

LPG চিলিণ্ডাৰৰ পাছত দাম বাঢ়িলে পেট্ৰল-ডিজেলৰো, লিটাৰে প্ৰতি নতুন দাম কিমান হ’ব?

2 hours ago
কেইদিনমান পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

কেইদিনমান পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

2 hours ago
পাৰ্লিয়ামেণ্টত একাধিক পদত বহু চাকৰি, কেনেকৈ কৰিব আবেদন? দৰমহা কিমান?

পাৰ্লিয়ামেণ্টত একাধিক পদত বহু চাকৰি, কেনেকৈ কৰিব আবেদন? দৰমহা কিমান?

3 hours ago
মঘা নক্ষত্ৰত কেতুৰ গোচৰ, বাম্পাৰ ইনকাম হ’ব ৪ৰাশিৰ, জীৱনত এন্ট্ৰি ল’ব প্ৰেমে

মঘা নক্ষত্ৰত কেতুৰ গোচৰ, বাম্পাৰ ইনকাম হ’ব ৪ৰাশিৰ, জীৱনত এন্ট্ৰি ল’ব প্ৰেমে

3 hours ago
PNBত ৩৯০ দিনৰ FDত ৩,০০,০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা লাভ কৰিব?

PNBত ৩৯০ দিনৰ FDত ৩,০০,০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা লাভ কৰিব?

18 hours ago
সন্তান হোৱাৰ পাছত পিতৃয়েও সন্তানৰ প্ৰতিপালনৰ বাবে ছুটি পাব লাগে, ৰাজ্যসভাত সৰৱ আপ সাংসদ ৰাঘৱ চাড্ডা

সন্তান হোৱাৰ পাছত পিতৃয়েও সন্তানৰ প্ৰতিপালনৰ বাবে ছুটি পাব লাগে, ৰাজ্যসভাত সৰৱ আপ সাংসদ ৰাঘৱ চাড্ডা

19 hours ago
মেঘালয়ৰ মধুচন্দ্ৰিমাত পত্নীয়ে জীৱন শেষ কৰা ৰাজা আকৌ উভতিছে!  শোকৰ মাজতো আনন্দ উৎসৱৰ আয়োজন ৰাজা ৰঘুবংশীৰ ঘৰত, আঁৰত কি কাৰণ?

মেঘালয়ৰ মধুচন্দ্ৰিমাত পত্নীয়ে জীৱন শেষ কৰা ৰাজা আকৌ উভতিছে! শোকৰ মাজতো আনন্দ উৎসৱৰ আয়োজন ৰাজা ৰঘুবংশীৰ ঘৰত, আঁৰত কি কাৰণ?

19 hours ago
প্ৰস্ৰাৱত ফেন উঠে? মাৰাত্মক ৰোগত আক্ৰান্ত হোৱা নাইতো? সতৰ্ক নহ’লেই বিপদ

প্ৰস্ৰাৱত ফেন উঠে? মাৰাত্মক ৰোগত আক্ৰান্ত হোৱা নাইতো? সতৰ্ক নহ’লেই বিপদ

20 hours ago
কেৱল পিন দিলেই নাপাব ধন, ডিজিটেল লেনদেনৰ কেইবাটাও নিয়ম সলনি কৰিলে RBIয়ে

কেৱল পিন দিলেই নাপাব ধন, ডিজিটেল লেনদেনৰ কেইবাটাও নিয়ম সলনি কৰিলে RBIয়ে

20 hours ago
এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই

এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

৭ মাহ পূৰ্বে কবৰ দিয়া স্থানতেই পুনৰ কবৰস্থ ফাইজান আহমেদৰ মৃতদেহ

editor by editor
June 18, 2023
in অসম
0
৭ মাহ পূৰ্বে কবৰ দিয়া স্থানতেই পুনৰ কবৰস্থ ফাইজান আহমেদৰ মৃতদেহ
0
SHARES
3.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ কালি নিশা ফাইজান আহমেদৰ পুনৰবাৰ ডিব্ৰুগড় দক্ষিণ আমোলাপট্টিস্থিত কবৰস্থানত সমাধিস্থ কৰা হয়। পশ্চিম বংগৰ পৰা কামৰূপ এক্সপ্ৰেছ ৰে’লেৰে ফাইজান আহমেদৰ মৃতদেহ নিশা ১২ বজাত ডিব্ৰুগড় আহি পোৱাৰ পিছতে ডিব্ৰুগড় বানীপুৰ ৰে’ল ষ্টেচনৰ পৰা ডিব্ৰুগড় দক্ষিণ আমোলাপাট্টিস্থিত কবৰস্থানলৈ অনা হয়। সাতমাহৰ পূৰ্বে সমাধিস্থ কৰা স্থানতে পুনৰ সমাধিস্থ কৰা হয় ফাইজানৰ মৃতদেহ।

২০২২ বৰ্ষৰ ১৪ অক্টোবৰত কলিকতাৰ খড়গপুৰ আই আই টিৰ হোষ্টেলৰ শৌচাগাৰৰ কোঠাত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছিল খড়গপুৰ আই আই টিৰ মেধাবী ছাত্ৰ ফাইজান আহমেদৰ মৃতদেহ। খড়গপুৰ আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষা কৰোৱাত, মৃত্যুৰ কাৰণ আত্মহত্যা কৰা বুলি ঘোষণা কৰিছিল। কিন্তু ফাইজান আহমেদৰ পৰিয়ালে মৰণোত্তৰ পৰীক্ষাৰ প্ৰমাণপত্ৰক মানি নলৈ এইয়া পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ কৰি কলিকতাৰ উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। উচ্চ ন্যায়ালয়ৰ নির্দেশত পুনৰ ফাইজান আহমেদৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড়ৰ দক্ষিণ আমোলাপাট্টিস্থিত কবৰস্থানৰ পৰা সমাধিস্থ কৰা ফাইজান আহমেদৰ মৃতদেহ ২৩ মে’ত খান্দি উলিয়াই কলিকতালৈ ২৪মে’ত বিমানেৰে লৈ গৈছিল আৰু পুনৰবাৰ মৰণোত্তৰ পৰীক্ষা কৰিছিল।

স্মৰ্তব্য যে, কলকাতা উচ্চ ন্যায়ালয়ত ফাইজান আহমেদৰ ঘটনাৰ শুনানি ঘোষণামতে পৰৱৰ্তী তদন্তৰ বাবে, তিনিজনীয়া তদন্ত কমিটি গঠনৰ নিৰ্দেশ দিয়ে। যি কমিটিৰ নেতৃত্ব দিব আই পি এছ বিষয়া K JAYARAMAN এ। বৰ্তমানৰ তদন্তকাৰী বিষয়াগৰাকীক আঁতৰাই দিয়া হৈছে। SIT য়ে তদন্তত সন্দেহজনক লোকক Truth Serum বা Nurco Test ও কৰোৱাব পাৰিব। টীমটোত নতুন সদস্যকো জড়িত কৰিব পাৰিব। পৰৱৰ্তী শুনানি হ’ব ১২ জুলাইত। উচ্চ ন্যায়ালয়ৰ নির্দেশত পুনৰ মৰণোত্তৰ পৰীক্ষা কৰা পাছত ফাইজান আহমেদ মৃতদেহ পুনৰ সমাধিস্থ কৰিবলৈ ডিব্ৰুগড়লৈ পঠিয়াই দিয়া হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?
অসম

ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?

March 31, 2026
বিজেপিৰ সংকল্প পত্ৰৰ ৩১টা সংকল্প, মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে
অসম

বিজেপিৰ সংকল্প পত্ৰৰ ৩১টা সংকল্প, মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে

March 31, 2026
অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা
অসম

অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা

March 29, 2026
ডঃ হিমন্ত বিশ্ব শৰ্মাক কিয় চুমা খাই মহিলাই? চুমা খোৱাৰ কাৰণ বাখ্যা কৰি কি কৈছে ডঃ শৰ্মাই?
অসম

ডঃ হিমন্ত বিশ্ব শৰ্মাক কিয় চুমা খাই মহিলাই? চুমা খোৱাৰ কাৰণ বাখ্যা কৰি কি কৈছে ডঃ শৰ্মাই?

March 29, 2026
Next Post
কোহলিৰ সম্পত্তিৰ পৰিমাণ ১০০০কোটিৰো অধিক! কেনেকৈ ইমান ধন আয় কৰে বিৰাটে?

কোহলিৰ সম্পত্তিৰ পৰিমাণ ১০০০কোটিৰো অধিক! কেনেকৈ ইমান ধন আয় কৰে বিৰাটে?

বিনোদন জগতত ২৫ বছৰ সম্পূৰ্ণ! এইবাৰ আন্তৰ্জাতিক স্বীকৃতি কৰণ জোহাৰলৈ

বিনোদন জগতত ২৫ বছৰ সম্পূৰ্ণ! এইবাৰ আন্তৰ্জাতিক স্বীকৃতি কৰণ জোহাৰলৈ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.