• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেৰিয়াৰৰ শীৰ্ষত উপনীত হ’বলৈ যিকোনো সীমা অতিক্ৰম কৰিব পাৰে এই ৪ৰাশিৰ ব্যক্তিয়ে

কেৰিয়াৰৰ শীৰ্ষত উপনীত হ’বলৈ যিকোনো সীমা অতিক্ৰম কৰিব পাৰে এই ৪ৰাশিৰ ব্যক্তিয়ে

3 years ago
“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

8 minutes ago
কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

57 minutes ago
বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

2 hours ago
মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

3 hours ago
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

ৰাশিফলৰ ৪ টা গ্ৰহই নিৰ্ধাৰণ কৰে আপোনাৰ সফলতা! জানি লওক

3 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: অৱসৰপ্ৰাপ্ত পেঞ্চনাৰসকলৰ বাবে দাবী, কি বিচাৰে সংগঠনসমূহে জানক

5 hours ago
এই বছৰৰে ১১ নৱেম্বৰত কইনা হ’ব কাব্য মৰাণ! কোন সেইজন লাকী দৰা?

এই বছৰৰে ১১ নৱেম্বৰত কইনা হ’ব কাব্য মৰাণ! কোন সেইজন লাকী দৰা?

6 hours ago
৭০-৭২ বছৰীয়া দম্পতীৰ বিৱাহ বিচ্ছেদৰ কাহিনী দেশজুৰি চৰ্চাত

৭০-৭২ বছৰীয়া দম্পতীৰ বিৱাহ বিচ্ছেদৰ কাহিনী দেশজুৰি চৰ্চাত

6 hours ago
দেশৰ কোন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে কেইটাকৈ অপৰাধমূলক গোচৰ?

দেশৰ কোন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে কেইটাকৈ অপৰাধমূলক গোচৰ?

6 hours ago
দেৰিকৈ খায় নেকি ৰাতিৰ আহাৰ? অজানিতে শৰীৰলৈ নিমন্ত্ৰণ দিছে এই মাৰাত্মক ৰোগ

দেৰিকৈ খায় নেকি ৰাতিৰ আহাৰ? অজানিতে শৰীৰলৈ নিমন্ত্ৰণ দিছে এই মাৰাত্মক ৰোগ

7 hours ago
ৰাম মন্দিৰৰ দানপাত্ৰ চুৰি গোচৰ, চম্পট ৰায় আৰু অনিল মিশ্ৰক ক্লীন-শ্বীট SITৰ

ৰাম মন্দিৰৰ দানপাত্ৰ চুৰি গোচৰ, চম্পট ৰায় আৰু অনিল মিশ্ৰক ক্লীন-শ্বীট SITৰ

7 hours ago
ৰাণী স্বৰ্ণকাৰেৰে বিতৰ্কৰ মাজতে এইবাৰ আকৌ কি নতুন বিতৰ্কত গোবিন্দ?

ৰাণী স্বৰ্ণকাৰেৰে বিতৰ্কৰ মাজতে এইবাৰ আকৌ কি নতুন বিতৰ্কত গোবিন্দ?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কেৰিয়াৰৰ শীৰ্ষত উপনীত হ’বলৈ যিকোনো সীমা অতিক্ৰম কৰিব পাৰে এই ৪ৰাশিৰ ব্যক্তিয়ে

editor by editor
June 27, 2023
in জীৱনশৈলী, বিবিধ
0
কেৰিয়াৰৰ শীৰ্ষত উপনীত হ’বলৈ যিকোনো সীমা অতিক্ৰম কৰিব পাৰে এই ৪ৰাশিৰ ব্যক্তিয়ে
0
SHARES
11.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ জ্যোতিষ শাস্ত্ৰই উল্লেখ কৰা ১২টা ৰাশিৰ লোকৰ তেওঁলোকৰ ৰাশি অনুসৰি ব্যক্তিত্ব, পছন্দ সকলোবোৰ পৃথক পৃথক হয়। ৰাশিৰ উপৰত ভিত্তি কৰিয়েই জাতকসকলৰ আৰ্থিক পৰিস্থিতি, ভৱিষ্যৎ নিৰ্ধাৰিত হয়। আনকি ভৱিষ্যতে কি ঘটিব পাৰে সেই বিষয়েও ৰাশি চায়েই জানিব পাৰে। ব্যক্তি এজনৰ কেৰিয়াৰ, স্বভাৱ ইত্যাদি সম্পৰ্কেও ৰাশি চায়েই জানিব পাৰিব।

জ্যোতিষ শাস্ত্ৰত কেইটামান ৰাশিৰ নাম উল্লেখ আছে যিসমূহ ৰাশিৰ ব্যক্তি উচ্চাকাংক্ষী হয়। নিজৰ কামৰ প্ৰতি গাম্ভীৰ্যতা বজায় ৰাখি জীৱনত আগুৱাই যাবলৈ এইকেইটা ৰাশিৰ লোকে যিকোনো বাধাই অতিক্ৰম কৰিব পাৰে। এই ৰাশিৰ জাতকসকলে কামত মন প্ৰাণ সঁপিও দিব পাৰে। যি কাম হাতত লয় সেই কামতেই তেওঁলোকে সফলতা লাভ কৰে।কোন কোন ৰাশিয়ে এইদৰে কৰ্মৰ জৰিয়তে সফলতা লাভ কৰে?
মেষ ৰাশি

মেষ ৰাশিৰ জাতকসকল অত্যন্ত উচ্চাকাংক্ষী হয়। কেৰিয়াৰত সফলতা লাভ কৰিবলৈ তেওঁলোকে যি পদক্ষেপ লয় সেই পদক্ষেপতেই সফলতা লাভ কৰে। এই ৰাশিৰ জাতকসকলৰ নেতৃত্ব লোৱাৰ ক্ষমতা অসাধাৰণ। নিজৰ ভাৱমূৰ্তি গঢ়ি তুলিবৰ বাবে অত্যাধিক পৰিশ্ৰম কৰে মেষ ৰাশিৰ জাতকসকলে। সমস্ত চেলেঞ্জত মোকাবিলা কৰি আগুৱাই যাব পাৰে এইসকল ব্যক্তি। সাহসী সিদ্ধান্ত লোৱাৰ বাবেই পৰিচিত এই ৰাশিৰ জাতকসকল। যিকোনো পৰিস্থিতিয়েই সাহসেৰে মোকাবিলা কৰিব পাৰে এই ৰাশিৰ ব্যক্তিয়ে। সাহসী সিদ্ধান্তত তেওঁলোক সফলো হয়।

বৃষ ৰাশি
জ্যোতিষ শাস্ত্ৰ অনুযায়ী বৃষ ৰাশিৰ জাতকসকল নিজৰ কেৰিয়াৰক লৈ সচেতন। নিজৰ পৰিশ্ৰমৰ জোৰতেই তেওঁলোকে জীৱনত সফলতা লাভ কৰে। অত্যন্ত তীক্ষ্ন বুদ্ধিৰ অধিকাৰী হয় এইসকল ব্যক্তি। বুদ্ধিমত্তাৰ বলতেই তেওঁলোকে সফলতা অৰ্জন কৰে। নিজৰ জীৱনৰ সমস্ত সুখ সুবিধা ভোগ কৰে বৃষ ৰাশিৰ জাতকসকলে। ফাইনেঞ্চ আৰু মেনেজমেণ্টৰ ক্ষেত্ৰত সুনাম অৰ্জন কৰে এই ৰাশিৰ জাতকসকলে।

সিংহ ৰাশি
জ্যোতিষ শাস্ত্ৰ অনুযায়ী সিংহ ৰাশিৰ জাতকসকলো উচ্চাকাংক্ষী হোৱাৰ লগতে এওঁলোকে ৰজাৰ দৰে জীৱনযাপন কৰিব বিচাৰে। এওঁলোকৰ মাজত জন্মৰ পৰাই নেতৃত্ব প্ৰদানৰ ক্ষমতা থাকে। জীৱনত প্ৰচুৰ সুনাম অৰ্জন কৰিব পাৰে সিংহ ৰাশিৰ জাতকসকলে। এওঁলোকৰ মাজত মাজত প্ৰচুৰ আত্মবিশ্বাস থাকে। এই আত্মবিশ্বাসৰ জোৰত সফলতাৰ শীর্ষত উপনীত হয়। এই ৰাশিৰ জাতকসকলৰ ব্যক্তিত্ব অত্যন্ত আকৰ্ষণীয়। সকলোৱেই এওঁলোকৰ প্ৰতি আকৃষ্ট হয়।

মকৰ ৰাশি
মকৰ ৰাশিৰ জাতকসকলৰ উচ্চাকাংক্ষা খুব সহজেই প্ৰকট হয়। শৃংখলাবদ্ধভাৱে আৰু কঠোৰ পৰিশ্ৰমৰ জৰিয়তে তেওঁলোকে সফলতা লাভ কৰে। নিজৰ লক্ষ্যত তেওঁলোক অটল। জেদী স্বভাৱৰ বাবে এই ৰাশিৰ জাতকসকলে এবাৰ যি সিদ্ধান্ত লয় সেই সিদ্ধান্তক তেওঁলোকে সফলৰূপ দিয়েই। জ্যোতিষ শাস্ত্ৰমতে এই ৰাশিৰ জাতকসকল ভাল গৱেষকৰ লগতে ভাল ৰাজনীতিবিদো হয়। নিজৰ চিন্তাভাৱনাৰ দ্বাৰা তেওঁলোকে মন জয় কৰিব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?
অসম

“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

August 18, 2026
কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি
অসম

কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

August 18, 2026
বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?
জীৱনশৈলী

বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

August 18, 2026
মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!
জীৱনশৈলী

মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

August 18, 2026
Next Post
প্রথমা পত্নীৰ মৃত্যুৱেহে কমেডিয়ান হিচাপে গঢ়ি তুলিলে ৰাজপাল যাদৱক! হাঁহিৰ আঁৰৰ অন্য এক ৰাজপাল যাদৱক আপুনি জানেনে?

প্রথমা পত্নীৰ মৃত্যুৱেহে কমেডিয়ান হিচাপে গঢ়ি তুলিলে ৰাজপাল যাদৱক! হাঁহিৰ আঁৰৰ অন্য এক ৰাজপাল যাদৱক আপুনি জানেনে?

বিশ্বকাপত গ্ৰুপৰ ৪৫খন মেচৰ মাজত ৬খন মেচ হে দিনৰ, বাকী সকলো ডে-নাইট, কেতিয়া কি খেল?

বিশ্বকাপত গ্ৰুপৰ ৪৫খন মেচৰ মাজত ৬খন মেচ হে দিনৰ, বাকী সকলো ডে-নাইট, কেতিয়া কি খেল?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.