• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
একেলগে থাকে, সন্তানো ৫টা, জৰ্জিনাৰ সৈতে কিয় বিবাহত মত নাই ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ?

একেলগে থাকে, সন্তানো ৫টা, জৰ্জিনাৰ সৈতে কিয় বিবাহত মত নাই ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ?

3 years ago
দ্বিতীয়বাৰৰ বাবে মাতৃ হ’বলৈ ওলাইছে দীপিকা পাডুকণ! ৪০ বছৰৰ পাছত মাতৃ হৈছে কোন কোন বলীউড তাৰকা?

দ্বিতীয়বাৰৰ বাবে মাতৃ হ’বলৈ ওলাইছে দীপিকা পাডুকণ! ৪০ বছৰৰ পাছত মাতৃ হৈছে কোন কোন বলীউড তাৰকা?

10 minutes ago
প্ৰেমিকা বা পত্নীক কেনে মেছেজ কৰিলে ভালপোৱা গাঢ় হ’ব? সীমা আনন্দৰ কেইটামান টিপছ

প্ৰেমিকা বা পত্নীক কেনে মেছেজ কৰিলে ভালপোৱা গাঢ় হ’ব? সীমা আনন্দৰ কেইটামান টিপছ

26 minutes ago
মে মাহত ধনৰ বৃষ্টি হ’ব ৪ৰাশিত, গজলক্ষ্মী ৰাজযোগত ভাগ্য চমকিব কাৰ কাৰ?

মে মাহত ধনৰ বৃষ্টি হ’ব ৪ৰাশিত, গজলক্ষ্মী ৰাজযোগত ভাগ্য চমকিব কাৰ কাৰ?

55 minutes ago
চাকৰিৰ পৰা ব্যৱসায়লৈ… মংগলে ভাগ্য উদয় কৰিব ৪ ৰাশিৰ!

চাকৰিৰ পৰা ব্যৱসায়লৈ… মংগলে ভাগ্য উদয় কৰিব ৪ ৰাশিৰ!

2 hours ago
ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

শীঘ্ৰে পাব সফলতা, মাত্ৰ পালন কৰক চাণক্যৰ শক্তিশালী মন্ত্ৰ!

2 hours ago
সহজে পাব ২০ লাখ টকা পৰ্যন্ত ঋণ, মাথোঁ জমা কৰক এই নথি-পত্ৰ!

সহজে পাব ২০ লাখ টকা পৰ্যন্ত ঋণ, মাথোঁ জমা কৰক এই নথি-পত্ৰ!

2 hours ago
৮ বছৰৰ অন্তত অভি-নীল কাণ্ডৰ চূড়ান্ত ৰায়, কিন্তু সুখী নহয় কিয় পৰিয়ালবৰ্গ?

৮ বছৰৰ অন্তত অভি-নীল কাণ্ডৰ চূড়ান্ত ৰায়, কিন্তু সুখী নহয় কিয় পৰিয়ালবৰ্গ?

3 hours ago
মাজ নিশা ভোক অনুভৱ, আওকাণ নকৰিব এই লক্ষণ!

মাজ নিশা ভোক অনুভৱ, আওকাণ নকৰিব এই লক্ষণ!

4 hours ago
সঘনাই যকৃতৰ সংক্ৰমণ, এয়া দুৰাৰোগ্য ৰোগৰ লক্ষণ নেকি?

সঘনাই যকৃতৰ সংক্ৰমণ, এয়া দুৰাৰোগ্য ৰোগৰ লক্ষণ নেকি?

5 hours ago
ঘৰত শংখ ৰাখিলে নকৰিব ভুল, নিয়ম নাজানিলে বিপদ অনিবাৰ্য!

ঘৰত শংখ ৰাখিলে নকৰিব ভুল, নিয়ম নাজানিলে বিপদ অনিবাৰ্য!

5 hours ago
ভাল সময়ৰ আগমণ, তাৰ পূৰ্বে পাব এই ১০ টা সংকেত!

ভাল সময়ৰ আগমণ, তাৰ পূৰ্বে পাব এই ১০ টা সংকেত!

6 hours ago
নিশাৰে পৰা জলমগ্ন গুৱাহাটী, প্রতিকূল বতৰৰ বাবে বন্ধ বিদ্যালয়!

নিশাৰে পৰা জলমগ্ন গুৱাহাটী, প্রতিকূল বতৰৰ বাবে বন্ধ বিদ্যালয়!

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

একেলগে থাকে, সন্তানো ৫টা, জৰ্জিনাৰ সৈতে কিয় বিবাহত মত নাই ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ?

editor by editor
June 29, 2023
in জীৱনশৈলী, বিশ্ব
0
একেলগে থাকে, সন্তানো ৫টা, জৰ্জিনাৰ সৈতে কিয় বিবাহত মত নাই ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ?
0
SHARES
629
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ পৰ্তুগালৰ ছুপাৰষ্টাৰ ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰোনাল্ডোক আৰু পৃথককৈ পৰিচয় কৰাই দিয়াৰ প্ৰয়োজন নাই। ফুটবলৰ বিশ্বত তেওঁৰ নাম সোণালী আখৰেৰে ইতিমধ্যেই খোদিত হৈছে। ফুটবলৰ কেৰিয়াৰত তেওঁ যিমান ৰেকৰ্ড কৰিছে সেই ৰেকৰ্ড বহুতেই গঢ়িব পৰা নাই। ৰোনাল্ডো খেলৰ বাবেই কেৱল চৰ্চাত নাথাকে। তেওঁ চৰ্চাত থকা আন এক হৈছে ব্যক্তিগত জীৱনটো।

ৰোনাল্ডোৰ ফুটবল কেৰিয়াৰ আৰম্ভ হৈছিল ২০০৩ চনত। ৰোনাল্ডোৰ প্ৰথম আন্তৰ্জাতিক মেচ আছিল কাজাখাস্তানৰ বিৰুদ্ধে। তাৰপাছতেই তেওঁ থমকি ৰ’ব লগা হোৱা নাই। কেৰিয়াৰৰ উন্নতিৰ লগে লগে তেওঁৰ জীৱনলৈ বহু নাৰী আহিল। কিন্তু ২০১৬ চনৰ পৰা জৰ্জিনাৰ সৈতে একেলগে আছে জৰ্জিনা আৰু ৰোনাল্ডো। ৰোনাল্ডো আৰু জৰ্জিনাৰ আছে ৫ সন্তানো। কিন্তু তাৰপাছতো ক্ৰিষ্টিয়ানো আৰু ৰোনাল্ডোয়ে কিয় বিবাহপাশত আৱদ্ধ নহ’ল?

জৰ্জিনাৰ সৈতে সম্পৰ্কক লৈ ইতিমধ্যে ক্ৰিষ্টিয়ানো ৰোনাল্ডোক বহুবাৰ প্ৰশ্নও কৰা হৈছে। এটা ইণ্টাৰভিউত CR7য়ে কৈছে যে সঠিক সময়ত তেওঁলোকে বিয়া কৰাব। আনকি ৰোনাল্ডোৰ মাকৰো এটাই সপোন তেওঁৰ সন্তানে বিবাহ কৰাব। ক্ৰিষ্টিয়ানো ঘনিষ্ঠ এক সূত্ৰই দাবী কৰামতে ৰোনাল্ডোৰ মাতৃয়ে পুত্ৰৰ বিবাহ জৰ্জিনাৰ সৈতে হোৱাটো নিবিচাৰে। মাতৃৰ মতে ৰোনাল্ডোৰ সৈতে জৰ্জিনা কেৱল ধনৰ বাবেহে আছে। ৰোনাল্ডোৰ সম্পত্তিৰ বাবেই জৰ্জিনাই ক্ৰিষ্টিয়ানোক ভালপায়। এটা ৰিপৰ্টে দাবী কৰামতে ৰোনাল্ডোৰ মাতৃৰ সৈতে জৰ্জিনাৰ সম্পৰ্ক একেবাৰেই বেয়া। সেইবাবেই মাতৃয়ে এই বিবাহত মাত দিয়া নাই।

তেওঁৰ ঘনিষ্ট সূত্ৰৰ দাবী যে মাতৃৰ এই বিবাহত মত নাই বাবেই ৰোনাল্ডোয়ে বৰ্তমানলৈ বিবাহপাশত আৱদ্ধ হোৱা নাই। আনহাতে আন এক ৰিপৰ্টমতে ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ প্ৰেয়সী জৰ্জিনাই নিজকে ৰোনাল্ডোৰ সৈতে সমকক্ষ বুলিয়েই ভাৱে। সেয়ে বিবাহপাশত আৱদ্ধ হৈ ৰোনাল্ডোৰ তলতীয়া এক জীৱন তেওঁ কাহানিও নিবিচাৰে। সম্প্রতি Netflix-ৰ এটা ৰিয়েলিটি শ্বো ‘Soy Georgina’ত ৰোনাল্ডোৰ বান্ধৱীক বহুবাৰ এই প্ৰশ্ন সোধা হৈছে। তেওঁ সেই প্ৰশ্নৰ উত্তৰত কয় যে ৰোনাল্ডোৰ মত থাকিলে এই বিবাহত তেওঁৰ কোনো আপত্তি নাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দ্বিতীয়বাৰৰ বাবে মাতৃ হ’বলৈ ওলাইছে দীপিকা পাডুকণ! ৪০ বছৰৰ পাছত মাতৃ হৈছে কোন কোন বলীউড তাৰকা?
জীৱনশৈলী

দ্বিতীয়বাৰৰ বাবে মাতৃ হ’বলৈ ওলাইছে দীপিকা পাডুকণ! ৪০ বছৰৰ পাছত মাতৃ হৈছে কোন কোন বলীউড তাৰকা?

April 20, 2026
প্ৰেমিকা বা পত্নীক কেনে মেছেজ কৰিলে ভালপোৱা গাঢ় হ’ব? সীমা আনন্দৰ কেইটামান টিপছ
জীৱনশৈলী

প্ৰেমিকা বা পত্নীক কেনে মেছেজ কৰিলে ভালপোৱা গাঢ় হ’ব? সীমা আনন্দৰ কেইটামান টিপছ

April 20, 2026
মে মাহত ধনৰ বৃষ্টি হ’ব ৪ৰাশিত, গজলক্ষ্মী ৰাজযোগত ভাগ্য চমকিব কাৰ কাৰ?
জীৱনশৈলী

মে মাহত ধনৰ বৃষ্টি হ’ব ৪ৰাশিত, গজলক্ষ্মী ৰাজযোগত ভাগ্য চমকিব কাৰ কাৰ?

April 20, 2026
চাকৰিৰ পৰা ব্যৱসায়লৈ… মংগলে ভাগ্য উদয় কৰিব ৪ ৰাশিৰ!
জীৱনশৈলী

চাকৰিৰ পৰা ব্যৱসায়লৈ… মংগলে ভাগ্য উদয় কৰিব ৪ ৰাশিৰ!

April 20, 2026
Next Post
এটা গীত গালেই পায় ৫কোটি টকা! অৰিজিৎ, শ্ৰেয়াহঁততৈ বহু বেছি পাৰিশ্ৰমিক যদিও চৰ্চাত নাই এইগৰাকী গায়ক

এটা গীত গালেই পায় ৫কোটি টকা! অৰিজিৎ, শ্ৰেয়াহঁততৈ বহু বেছি পাৰিশ্ৰমিক যদিও চৰ্চাত নাই এইগৰাকী গায়ক

দুই ৰাজ্যৰ এটাই ষ্টেচন! ষ্টেচন মাষ্টাৰ বহে এখন ৰাজ্যত, টিকট কাউণ্টাৰ আছে আন এখন ৰাজ্যত, ক’ত আছে এই ষ্টেচন?

দুই ৰাজ্যৰ এটাই ষ্টেচন! ষ্টেচন মাষ্টাৰ বহে এখন ৰাজ্যত, টিকট কাউণ্টাৰ আছে আন এখন ৰাজ্যত, ক’ত আছে এই ষ্টেচন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.