• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চেনেলত এক মিলিয়ন ছাবস্ক্ৰাইবাৰ! এক মিলিয়ন ছাবস্ক্ৰাইবাৰ থাকিলে কিমান ধন লাভ কৰে এজন ইউটিউবাৰে?

চেনেলত এক মিলিয়ন ছাবস্ক্ৰাইবাৰ! এক মিলিয়ন ছাবস্ক্ৰাইবাৰ থাকিলে কিমান ধন লাভ কৰে এজন ইউটিউবাৰে?

3 years ago
মাহেকীয়াৰ সময়ত Mood swings হয় নেকি? জানক ইয়াৰ প্ৰতিকাৰ

মাহেকীয়াৰ সময়ত Mood swings হয় নেকি? জানক ইয়াৰ প্ৰতিকাৰ

5 hours ago
সঘনাই প্ৰস্ৰাৱ আৰু ভৰি ফুলাৰ সমস্যা, এয়া বৃক্কৰ ৰোগৰ লক্ষণ নেকি?

সঘনাই প্ৰস্ৰাৱ আৰু ভৰি ফুলাৰ সমস্যা, এয়া বৃক্কৰ ৰোগৰ লক্ষণ নেকি?

6 hours ago
শৰীৰত ৰত্ন পৰিধান কৰাৰ পূৰ্বে সাৱধান! জ্যোতিষৰ মতে জানক ৰত্ন ধাৰণৰ নিয়ম

শৰীৰত ৰত্ন পৰিধান কৰাৰ পূৰ্বে সাৱধান! জ্যোতিষৰ মতে জানক ৰত্ন ধাৰণৰ নিয়ম

6 hours ago
চুম্বনৰ চেষ্টা পৰিচালকৰ, কিন্তু অভিনেত্ৰীয়ে কৰিলে এই কাম!

চুম্বনৰ চেষ্টা পৰিচালকৰ, কিন্তু অভিনেত্ৰীয়ে কৰিলে এই কাম!

7 hours ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

7 hours ago
অপ্ৰতিৰোধ্য ১৫ বছৰীয়া বৈভৱ! IPL ত অৰ্জন কৰিলে আন এক সফলতা

অপ্ৰতিৰোধ্য ১৫ বছৰীয়া বৈভৱ! IPL ত অৰ্জন কৰিলে আন এক সফলতা

8 hours ago
এটা ভুলে শেষ কৰিব আপোনাৰ Gmail ID, Jio-Airtel ব্যৱহাৰকাৰীসকলে ভুলতো নকৰিব এই কাম!

এটা ভুলে শেষ কৰিব আপোনাৰ Gmail ID, Jio-Airtel ব্যৱহাৰকাৰীসকলে ভুলতো নকৰিব এই কাম!

9 hours ago
পেটৰ তলৰ অংশত মাজে মাজে বিষ অনুভৱ, হ’ব পাৰে মাৰাত্মক ৰোগৰ ইংগিত!

পেটৰ তলৰ অংশত মাজে মাজে বিষ অনুভৱ, হ’ব পাৰে মাৰাত্মক ৰোগৰ ইংগিত!

10 hours ago
‘৪ টা সন্তান জন্ম দিয়ক আৰু এজনক RSS ৰ সেৱক বনাওক,’ মন্তব্য ধীৰেন্দ্ৰ শাস্ত্ৰীৰ

‘৪ টা সন্তান জন্ম দিয়ক আৰু এজনক RSS ৰ সেৱক বনাওক,’ মন্তব্য ধীৰেন্দ্ৰ শাস্ত্ৰীৰ

10 hours ago
World Malaria Day 2026: শৰীৰৰ বিষ আৰু অত্যাধিক জ্বৰ, মেলেৰিয়া ডেংগুতকৈ কিমান পৃথক?

World Malaria Day 2026: শৰীৰৰ বিষ আৰু অত্যাধিক জ্বৰ, মেলেৰিয়া ডেংগুতকৈ কিমান পৃথক?

11 hours ago
মাত্ৰ ২১০ টকা বিনিয়োগেৰে প্ৰতিমাহে পাব ৫০০০ টকাৰ পেঞ্চন, এই চৰকাৰী আঁচনিয়ে কৰিব সহায়

মাত্ৰ ২১০ টকা বিনিয়োগেৰে প্ৰতিমাহে পাব ৫০০০ টকাৰ পেঞ্চন, এই চৰকাৰী আঁচনিয়ে কৰিব সহায়

11 hours ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, April 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

চেনেলত এক মিলিয়ন ছাবস্ক্ৰাইবাৰ! এক মিলিয়ন ছাবস্ক্ৰাইবাৰ থাকিলে কিমান ধন লাভ কৰে এজন ইউটিউবাৰে?

editor by editor
July 12, 2023 - Updated on November 25, 2023
in জীৱনশৈলী, প্ৰযুক্তি, বাণিজ্য, বিবিধ, বিশ্ব
0
চেনেলত এক মিলিয়ন ছাবস্ক্ৰাইবাৰ! এক মিলিয়ন ছাবস্ক্ৰাইবাৰ থাকিলে কিমান ধন লাভ কৰে এজন ইউটিউবাৰে?
0
SHARES
18.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ইউটিউবাৰৰ সংখ্যা এতিয়া বহুপৰিমানে বৃদ্ধি পাইছে। বহুতেই ইয়াক উপাৰ্জনৰ উৎস হিচাপেও লৈছে। এজন ইউটিউবাৰে ইউটিউবৰ পৰা কিমান ধন আয় কৰে? বিষয়টোক লৈ বহুতেই আগ্ৰহী। ইউটিউবৰ পৰা আয় কৰা ধনেৰেই বহুতেই এতিয়া জীৱন নিৰ্বাহো কৰি আছে। বৰ্তমান ডিজিটেল যুগত ইউটিউবাৰ, ইনষ্টাগ্ৰাম, ইনফ্লুয়েন্সাৰ, ভ্লগাৰ এই শব্দসমূহৰ সৈতে সকলোৱেই পৰিচিত।

অনলাইন ভিডিঅ’ শ্বেয়াৰিং আৰু ছচিয়েল মিডিয়া প্লেটফৰ্ম বহু আগৰে পৰাই নেটিজেনসকল পৰিচিত। ইউটিউবাৰসকলে প্ৰতিমাহে ইউটিউব ভিডিঅ’ নিৰ্মাণ কৰি কিমান ধন আয় কৰে? ইউটিউবৰ পৰা ধন উপাৰ্জন কৰিবলৈ কিছুমান চৰ্ত মানি চলাটো খুবেই গুৰুত্বপূৰ্ণ। এজন ইউটিউবাৰে এক মিলিয়ন ছাবস্ক্ৰাইবাৰ লাভ কৰাটো তেওঁৰ বাবে বৃহৎ এক মাইলষ্টোন। কাৰোবাৰ এক মিলিয়ন ছাবস্ক্ৰাইবাৰ আছে মানেও তেওঁ ইউটিউবাৰৰ পৰা মোটা অংকৰ ধন লাভ কৰি আছে।

যদিও ইউটিউবাৰৰ আয়ৰ বিভিন্ন পন্থা থাকে, কিন্তু তেওঁলোকৰ ভিডিঅ’ৰ মাজত গুগলৰ পৰা দিয়া বিজ্ঞাপনেই প্ৰধান। এক মিলিয়ন ছাবস্ক্ৰাইবাৰ থাকিলে ইউটিউবৰ পৰা কিমান ধন লাভ কৰে এজন ইউটিউবাৰে?

এগৰাকী জনপ্ৰিয় ইউটিউবাৰ নেইট ওব্ৰিয়েনে এক সাক্ষাৎকাৰত জনোৱা অনুসৰি তেওঁ ইউটিউব একাউণ্টত ১মিলিয়নৰো অধিক ছাবস্ক্ৰাইবাৰ আছে। তেওঁ ইউটিউব প্লেটফৰ্মৰ পৰা বছৰি লাভ কৰে ৪৪০,০০০ডলাৰ। অৰ্থাৎ তেওঁ মাহিলী আয় কৰে ১৪,৬০০ৰ পৰা ৫৪,৬০০ ডলাৰ। অৰ্থাৎ ভাৰতীয় টকাত এই ধনৰ পৰিমান মাহিলী প্ৰায় ১২,০১,৪৫৫ টকাৰ পৰা ৪৮,২২,৫১৬ টকা।

ইউটিউব এডছেন্সৰ পৰা ধন আয় কৰিবলৈ ক্ৰিয়েটৰসকলৰ ১০০০ ছাবস্ক্ৰাইবাৰ থকাৰ ওপৰিও বছৰত ৪০০০ ৱাছ আৱাৰ্ছ থাকিব লাগিব। প্ৰতি ১০০০ এড ভিউৰ বাবে বিজ্ঞাপনদাতাসকলে ইউটিউবক এটা নিৰ্দিষ্ট অংকৰ ধন দিয়ে। আয়ৰ ৪৫ শতাংশ ইউটিউবে নিজে ৰাখি বাকী অংশ ক্ৰিয়েটৰসকলক দিয়ে।

ইউটিউবত ধন উপাৰ্জন কৰিবলৈ দুটা প্রধান চিষ্টেম হৈছে চিপিএম ৰেট বা বিজ্ঞাপনদাতাসকলে প্ৰতি ১০০০ এড ভিউত ইউটিউবাৰক কিমান ধন দিছে। আৰপিএম ৰেট বা প্ৰতি ১০০০ ভিউত ইউটিউবে নিজা ধন ৰাখি থোৱাৰ পাছত কিমান দন ক্ৰিয়েটৰে লাভ কৰে তাৰো নিৰ্দিষ্ট এক হিচাপ আছে। পাৰ্ছনেল ফাইনেন্স আৰু ব্যৱসায়ৰ দৰে বিষয়সমূহত বিজ্ঞাপনদাতাই নজৰ দিয়ে। ক্ৰিয়েটৰৰ বিজ্ঞাপনৰ ৰেট এনেকৈয়ে বৃদ্ধি পায়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24Best news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাহেকীয়াৰ সময়ত Mood swings হয় নেকি? জানক ইয়াৰ প্ৰতিকাৰ
জীৱনশৈলী

মাহেকীয়াৰ সময়ত Mood swings হয় নেকি? জানক ইয়াৰ প্ৰতিকাৰ

April 25, 2026
সঘনাই প্ৰস্ৰাৱ আৰু ভৰি ফুলাৰ সমস্যা, এয়া বৃক্কৰ ৰোগৰ লক্ষণ নেকি?
জীৱনশৈলী

সঘনাই প্ৰস্ৰাৱ আৰু ভৰি ফুলাৰ সমস্যা, এয়া বৃক্কৰ ৰোগৰ লক্ষণ নেকি?

April 25, 2026
শৰীৰত ৰত্ন পৰিধান কৰাৰ পূৰ্বে সাৱধান! জ্যোতিষৰ মতে জানক ৰত্ন ধাৰণৰ নিয়ম
জীৱনশৈলী

শৰীৰত ৰত্ন পৰিধান কৰাৰ পূৰ্বে সাৱধান! জ্যোতিষৰ মতে জানক ৰত্ন ধাৰণৰ নিয়ম

April 25, 2026
চুম্বনৰ চেষ্টা পৰিচালকৰ, কিন্তু অভিনেত্ৰীয়ে কৰিলে এই কাম!
বিনোদন

চুম্বনৰ চেষ্টা পৰিচালকৰ, কিন্তু অভিনেত্ৰীয়ে কৰিলে এই কাম!

April 25, 2026
Next Post
দাম বাঢ়িব তেলৰ! বন্ধু দেশ ভাৰতক আৰু অপৰিশোধিত তেলত ৰেহাই নিদিয়ে ৰাছিয়াই, আঁৰত কি অংক কৰিছে পুটিনে?

দাম বাঢ়িব তেলৰ! বন্ধু দেশ ভাৰতক আৰু অপৰিশোধিত তেলত ৰেহাই নিদিয়ে ৰাছিয়াই, আঁৰত কি অংক কৰিছে পুটিনে?

কোন ৰাশিৰ লোকে চৰকাৰী চাকৰি লাভ কৰে? এই ৫ৰাশিৰ চৰকাৰী চাকৰি লাভৰ পূৰ্ণ সম্ভাৱনা আছে

কোন ৰাশিৰ লোকে চৰকাৰী চাকৰি লাভ কৰে? এই ৫ৰাশিৰ চৰকাৰী চাকৰি লাভৰ পূৰ্ণ সম্ভাৱনা আছে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.