• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোন ৰাশিৰ লোকে চৰকাৰী চাকৰি লাভ কৰে? এই ৫ৰাশিৰ চৰকাৰী চাকৰি লাভৰ পূৰ্ণ সম্ভাৱনা আছে

কোন ৰাশিৰ লোকে চৰকাৰী চাকৰি লাভ কৰে? এই ৫ৰাশিৰ চৰকাৰী চাকৰি লাভৰ পূৰ্ণ সম্ভাৱনা আছে

3 years ago
Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী

Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী

22 minutes ago
বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত

বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত

1 hour ago
কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

15 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: কিমান বাঢ়িব কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহা? আহিছে ডাঙৰ আপডেট

16 hours ago
Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

16 hours ago
জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

16 hours ago
বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

17 hours ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

সপোন হ’ব ভংগ, জীৱনে ল’ব গতি! কাইলৈ কোন ৰাশিৰ বাবে আহিব শুভ সুযোগ?

17 hours ago
কেন্দ্ৰীয় চৰকাৰৰ ধামাকা আঁচনি, মাহে মাত্ৰ ৪২ টকা সঞ্চয়ৰে অৱসৰৰ পিছত কৰক আনন্দ!

কেন্দ্ৰীয় চৰকাৰৰ ধামাকা আঁচনি, মাহে মাত্ৰ ৪২ টকা সঞ্চয়ৰে অৱসৰৰ পিছত কৰক আনন্দ!

18 hours ago
ল’ৰা নে ছোৱালী? দ্বিতীয় সন্তানৰ পিতৃৃ-মাতৃ হ’ল ৰণবীৰ-দীপিকা, সকলোৱে দিলে শুভেচ্ছা

ল’ৰা নে ছোৱালী? দ্বিতীয় সন্তানৰ পিতৃৃ-মাতৃ হ’ল ৰণবীৰ-দীপিকা, সকলোৱে দিলে শুভেচ্ছা

19 hours ago
কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!

কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!

19 hours ago
‘আজি ৰাজ্যিক বন্ধ হ’ব লাগিছিল!’, জুবিন দিৱসৰ দিনটোত অনুৰোধ কণ্ঠশিল্পী জুবলীৰ

‘আজি ৰাজ্যিক বন্ধ হ’ব লাগিছিল!’, জুবিন দিৱসৰ দিনটোত অনুৰোধ কণ্ঠশিল্পী জুবলীৰ

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কোন ৰাশিৰ লোকে চৰকাৰী চাকৰি লাভ কৰে? এই ৫ৰাশিৰ চৰকাৰী চাকৰি লাভৰ পূৰ্ণ সম্ভাৱনা আছে

editor by editor
July 12, 2023
in জীৱনশৈলী, বিবিধ
0
কোন ৰাশিৰ লোকে চৰকাৰী চাকৰি লাভ কৰে? এই ৫ৰাশিৰ চৰকাৰী চাকৰি লাভৰ পূৰ্ণ সম্ভাৱনা আছে
0
SHARES
752
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ প্ৰতিযোগীতামূলক এই সময়ত এটা চৰকাৰী চাকৰি পোৱা খুবেই কঠিন। মনে বিচৰা এটা চাকৰি প্ৰায়সংখ্যকেই নাপায়। চৰকাৰী চাকৰি আমাৰ দেশৰ আকৰ্ষণীয় এক পেছা। স্বনিৰ্ভৰ হ’বলৈ এটা চৰকাৰী চাকৰিয়েই প্ৰত্যাশা কৰে আমাৰ দেশৰ যুৱপ্ৰজন্মই। ইয়াৰ অন্য কাৰণ একো নাই। বেচৰকাৰী চাকৰিৰ আয়ুস মালিকৰ পছন্দৰ ওপৰত নিৰ্ভৰশীল, ইচ্ছা কৰিলেই আঁতৰাই দিব পাৰে। কিন্তু চৰকাৰী চাকৰি তেনে নহয়। কোন কোন ৰাশিৰ লোকে এই সফলতা লাভ কৰে? জ্যোতিষশাস্ত্ৰই কেইটামান বিশেষ ৰাশিৰ লোকে চৰকাৰী চাকৰি সহজে লাভ কৰে বুলি বাখ্যা দাঙি ধৰিছে। জ্যোতিষ শাস্ত্ৰমতে কোন কোন ৰাশিৰ জাতকসকলৰ চৰকাৰী চাকৰি পোৱাৰ সম্ভাৱনা বেছি?

মকৰ ৰাশি
মকৰ ৰাশিৰ গ্ৰহ অধিপতি হৈছে শনি। মকৰ ৰাশিৰ জাতকসকলৰ যেনেদৰে উচ্চাকাংক্ষী তেনেদৰে কঠোৰ পৰিশ্ৰমীও। সেয়ে চৰকাৰী চাকৰি লাভ কৰিবৰ বাবে এওঁলোকে যিকোনোপ্ৰকাৰেই চাকৰি এটা ল’বলৈ যত্ন কৰে। এওঁলোকৰ মাজত সংগঠন এটাৰ দায়িত্ব ল’ব পৰা দক্ষতা আছে। পৰিকল্পনা কেনেকৈ কৰিব, পেছাগত ক্ষেত্ৰত কেনেকৈ আগুৱাই যাব। পৰিকল্পনাৰে কেনেকৈ আগুৱাব সকলো দক্ষতা এই ৰাশিৰ ব্যক্তিৰ আছে।

বৃষ ৰাশি
বৃষ ৰাশিৰ গ্ৰহৰ অধিপতি হৈছে শুক্ৰ। চৰকাৰী চাকৰি লাভ কৰাৰ যোগ আছে এই ৰাশিৰ জাতকসকলৰ। এওঁলোকে গন্তব্যস্থান নোপোৱা পৰ্যন্ত থমকি নৰয়। যিকোনো পৰিস্থিতিতেই তেনে লোক সফল হয়।

বৃশ্চিক ৰাশি
বৃশ্চিক ৰাশিৰ অধিপতি হৈছে মঙল। গৱেষণামূলক কামত এইসকল লোক সাফল্য লাভ কৰে। যিকোনো সমস্যাৰ সন্মুখীন হ’লেও এইসকল লোক পিছুৱাই নাযায়। সেয়ে চৰকাৰী চাকৰিত এইসকললোকৰ উন্নতি হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ আৰক্ষী দপ্তৰ বা নিৰাপত্তা আদি বিভাগত চাকৰি লাভ কৰে।

কৰ্কট ৰাশি
কৰ্কট ৰাশিৰ গ্ৰহ অধিপতি হৈছে চন্দ্ৰ। এই ৰাশিৰ লোক দয়ালু, আৱেগপ্ৰৱণ হয়। এই সকলোবোৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ কাৰণেই কৰ্কট ৰাশিৰ জাতকসকল চৰকাৰী চাকৰিৰ বাবে উপযুক্ত।

কন্যা ৰাশি
কন্যা ৰাশিৰ গ্ৰহ অধিপতি হৈছে বুধ। এওঁলোকে সকলো কামেই খুটি-নাটি কৰে। সকলো সৰু সুৰা কথাই এইসকল লোকৰ চকুত পৰে। সকলো কামেই নিখুতভাৱে কৰি ভালপায় এই ৰাশিৰ লোকে। সেয়ে এই ৰাশিৰ লোকো চৰকাৰী চাকৰিৰ বাবে উপযুক্ত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী
অসম

Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী

September 20, 2026
বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত
অসম

বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত

September 20, 2026
কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ
জীৱনশৈলী

কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

September 19, 2026
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ
বাণিজ্য

8th Pay Commission: কিমান বাঢ়িব কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহা? আহিছে ডাঙৰ আপডেট

September 19, 2026
Next Post
শ্বাহৰুখৰ জাৱানৰ ট্ৰেইলাৰ চুৰি কৰি বিপদত ৰাহুল গান্ধী, কি হৈছে ৰাহুলৰ?

শ্বাহৰুখৰ জাৱানৰ ট্ৰেইলাৰ চুৰি কৰি বিপদত ৰাহুল গান্ধী, কি হৈছে ৰাহুলৰ?

যিকোনো মুহূৰ্ততেই ডুব যাব পাৰে ৰাজধানী দিল্লী! বিপদ সীমাৰ ওপৰেৰে বৈছে যমুনাৰ পানী

যিকোনো মুহূৰ্ততেই ডুব যাব পাৰে ৰাজধানী দিল্লী! বিপদ সীমাৰ ওপৰেৰে বৈছে যমুনাৰ পানী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.