• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নাগ পঞ্চমীৰ পৰাই আৰম্ভ শুভ যোগ! হাতলৈ অৰ্থ আৰু নতুন চাকৰিও আহিব এই ৫ ৰাশিৰ, কোন কোন ৰাশিৰ ভাল দিন আৰম্ভ হ’ব?

নাগ পঞ্চমীৰ পৰাই আৰম্ভ শুভ যোগ! হাতলৈ অৰ্থ আৰু নতুন চাকৰিও আহিব এই ৫ ৰাশিৰ, কোন কোন ৰাশিৰ ভাল দিন আৰম্ভ হ’ব?

3 years ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

কিয় মহিলাৰ সঘনাই প্ৰস্ৰাৱ সংক্ৰমণে দেখা দিয়ে? আঁৰৰ কাৰণ জানক

2 hours ago
তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

2 hours ago
সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

2 hours ago
পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত

পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত

2 hours ago
১০ ছেপ্টেম্বৰ ২০২৬ৰ ৰাশিফল: কোন ৰাশিৰ দিনটো হ’ব শুভ?

১০ ছেপ্টেম্বৰ ২০২৬ৰ ৰাশিফল: কোন ৰাশিৰ দিনটো হ’ব শুভ?

3 hours ago
বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা,  হঠাৎ বিস্ফোৰণ  চীনা টেংক

বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা, হঠাৎ বিস্ফোৰণ চীনা টেংক

3 hours ago
সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

6 hours ago
Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

7 hours ago
কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

8 hours ago
বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

8 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

ভাগ্যই দেখুৱাব যাদু, আজি কোন ৰাশিৰ জাতক-জাতিকাৰ ফুলিব কপাল?

9 hours ago
মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নাগ পঞ্চমীৰ পৰাই আৰম্ভ শুভ যোগ! হাতলৈ অৰ্থ আৰু নতুন চাকৰিও আহিব এই ৫ ৰাশিৰ, কোন কোন ৰাশিৰ ভাল দিন আৰম্ভ হ’ব?

editor by editor
August 21, 2023
in জীৱনশৈলী, বিবিধ, ভাৰত
0
নাগ পঞ্চমীৰ পৰাই আৰম্ভ শুভ যোগ! হাতলৈ অৰ্থ আৰু নতুন চাকৰিও আহিব এই ৫ ৰাশিৰ, কোন কোন ৰাশিৰ ভাল দিন আৰম্ভ হ’ব?
0
SHARES
1.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ২১ আগষ্ট অৰ্থাৎ আজি নাগ পঞ্চমী। নাগ দেৱতাক উপাসনা কৰাৰ দিন। নাগ দেৱক আজিৰ দিনটোত উপাসনা কৰিলে কালসৰ্প দোষ আৰু গ্ৰহদোষৰ অশুভ প্রভাৱসমূহ দূৰ হয়। জ্যোতিষ গণনা অনুসৰি চলিত বছৰৰ শুক্ল যোগতেই নাগ পঞ্চমী পালন হৈছে। এইবাৰ সোমবাৰেই নাগপঞ্চমী পৰিছে।

ভগৱান শিৱইয়ো যিহেতু ডিঙিত সৰ্প ধাৰণ কৰে সেয়ে স্বাভাৱিকভাৱেই শিৱৰ প্ৰিয় দিন সোমবাৰে নাগ পঞ্চমী পালন কৰিলে মহাদেৱো প্ৰসন্ন হ’ব। জ্যোতিষ শাস্ত্ৰত উল্লেখ থকা অনুসৰি নাগ পঞ্চমী কেইটামান ৰাশিৰ বাবে অত্যন্ত শুভ। নাগ পঞ্চমীৰ পৰাই ৫ ৰাশিৰ জাতকৰ প্ৰচুৰ লাভ হোৱাৰ লগতে উন্নতিৰ পথ খোল খাব। চলিত বছৰৰ নাগ পঞ্চমী কোন কোন ৰাশিৰ বাবে শুভ?

মেষ ৰাশি
নাগ পঞ্চমী তিথি মেষ ৰাশিৰ জাতকৰ বাবে অত্যন্ত শুভ। এই দিনটোত এই ৰাশিৰ জাতকে বিনোদনৰ নামত ধন ব্যয় কৰিব পাৰে। পৰিবাৰ, বন্ধু-বান্ধৱ আৰু আত্মীয়ৰ পূৰ্ণ সহযোগিতা লাভ কৰিব পাৰিব। চিংগল জাতকসকলে কোনো বিশেষ ব্যক্তিৰ সৈতে সাক্ষাৎ পাব। দাম্পত্য জীৱন ভালে থাকিব। কোনো ৰাশিৰ ব্যক্তিৰ সৈতে মিলি ব্যৱসায় আৰম্ভ কৰিব পাৰে। চাকৰিয়ালসকলে কেৰিয়াৰৰ উন্নতিত ভাল সুযোগ লাভ কৰিব। নাগ পঞ্চমীত এই ৰাশিৰ জাতকসকলে অনন্ত নাগৰ পুজা আৰু ৰুদ্ৰাষ্টধ্যায়ী পাঠ কৰিলে উপকাৰ লাভ কৰিব।

কৰ্কট ৰাশি
আজি নাগ পঞ্চমীত দেৱতাৰ আশীৰ্বাদত আপোনাৰ ৰৈ যোৱা একাধিক কাম সম্পন্ন হ’ব। কোনো পুৰণা বন্ধুৰ সৈতে দেখা হ’ব পাৰে। ইয়াৰ পৰা লাভাম্বিত হ’ব এই ৰাশিৰ জাতকসকল। সাফল্যৰ সৈতে সম্পত্তি ক্ৰয় কৰিব পাৰিব। পিতৃৰ পূৰ্ণ সহযোগিতা লাভ কৰিব। এই ৰাশিৰ ব্যৱসায়ীসকলৰ বাবেও নাগ পঞ্চমীৰ দিনটো খুব ভাল। ব্যৱসায় বঢ়োৱাৰ পৰিকল্পনাত সফল হ’ব। চৰকাৰী চাকৰিৰ বাবে যিসকলে প্ৰস্তুতি লৈছে তেওঁলোকে সু-সংবাদ লাভ কৰিব। বিৰোধীয়ে আপোনাৰ কোনো ক্ষতি কৰিব নোৱাৰিব। স্বাস্থ্য ভালে থাকিব।নাগ পঞ্চমীত এই ৰাশিৰ জাতকে সমস্যাৰ পৰা মুক্তি পাবলৈ শঙ্খপাল নাগৰ পূজা কৰক।

কন্যা ৰাশি
নাগ পঞ্চমীৰ পৰাই ভাগ্য খুলিব কন্যা ৰাশিৰ জাতকৰ। বুদ্ধি আৰু কৰ্ম কুশলতাৰ জোৰত সমস্ত কাম সহজে সম্পন্ন কৰিব পাৰিব। কাষৰ মানুহৰ সৈতে মনোমালিন্য থাকিলে দূৰ হ’ব। আৰ্থিক দিশত সোমবাৰৰ দিনটো আপোনাৰ বাবে ভাল। ধন বৃদ্ধিৰ শুভ সংযোগ তৈয়াৰ হ’ব। ভায়েক-ভনীয়েকৰ জৰুৰী কাম পূৰ্ণ কৰাত এই ৰাশিৰ জাতকৰ হাত থাকিব। পৰিয়ালৰ ব্যক্তিৰ সৈতে আনন্দৰ দিন কটাব। কোনো সু সংবাদ লাভ কৰিব পাৰে এই ৰাশিৰ জাতকে। প্ৰেমতো সফলতা লাভ কৰিব।

নাগ পঞ্চমীৰ দিনা এই ৰাশিৰ জাতকে মহাপদ্দম নাগৰ পূজা কৰাৰ নগতে ধানৰ পাত দান কৰিবলৈ নাপাহৰিব।

ধনু ৰাশি
নাগ পঞ্চমী তিথিত ধনু ৰাশিৰ জাতকসকলৰ বাবে লাভজনক প্ৰমাণিত হ’ব। ভৌতিক সুখ লাভ কৰিব। বিদেশী সংস্থাৰ সৈতে কাম কৰিলে সুফল পাব। এই ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতু চলাই থাকিলে আজিৰ দিনটো তেওঁলোকৰ বাবে খুবেই ভাল। পিতৃ আৰু গুৰুৰ পূৰ্ণ সহযোগিতা লাভ কৰিব। প্ৰিয় মানুহৰ পৰাও আজিৰ দিনটোত সু সংবাদ লাভ কৰিব। পাবলগীয়া ধন লাভ কৰিব।

নাগ পঞ্চমীত এই ৰাশিৰ জাতকে শঙ্খচূৰ্ণ নাগৰ পূজা কৰিলে সুফল পাব। লগতে এই ৰাশিৰ জাতকে আজিৰ দিনটোত আটাত চেনী মিহলাই পৰুৱাক খুওৱালেও সুফল পাব।

মীন ৰাশি
আজিৰ দিনটো মীন ৰাশিৰ জাতকৰ বাবে অত্যন্ত শুভ। চাকৰিজীৱীৰ বাবে অন্য সংস্থাৰ পৰা মোটা ধনৰ বিনিময়ত চাকৰিৰ অফাৰ আহিব। ইয়াৰ ফলত এই ৰাশিৰ জাতকৰ মন প্ৰসন্ন হ’ব। পৰিয়ালৰ সদস্যই আপোনাৰ বাবে কোনো চাৰপ্ৰাইজ প্লেন ৰাখিব পাৰে। সামাজিক আৰু ধৰ্মীয় কামত অংশগ্ৰহণ কৰিব পাৰিব। ইয়াৰ ফলত সকলোৰে সমৰ্থন আৰু সহযোগিতা লাভ কৰিব। আপোনাৰ দৰমহা বৃদ্ধিৰো সম্ভাৱনা আছে। এই ৰাশিৰ জাতকসকল অৰ্থ সঞ্চয়তো সফল হ’ব।

নাগ পঞ্চমীত এই ৰাশিৰ জাতকে শেষনাগৰ প্ৰতিমাত গাখীৰ নিবেদন কৰিলে সুফল পাব। অসহায়সকলক ভোজন কৰোৱালেও সুফল পাব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News ChannelDAILY ASTROLOGYDAILY ASTRONOMYdaily horoscope for today in assamese
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!
জীৱনশৈলী

কিয় মহিলাৰ সঘনাই প্ৰস্ৰাৱ সংক্ৰমণে দেখা দিয়ে? আঁৰৰ কাৰণ জানক

September 9, 2026
তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা
জীৱনশৈলী

তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

September 9, 2026
সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি
জীৱনশৈলী

সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

September 9, 2026
পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত
জীৱনশৈলী

পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত

September 9, 2026
Next Post
চিনেমাই সফলতাৰ মুখ দেখিছে যদিও মানসিক অশান্তিয়ে কোঙা কৰিছে ছানী দেওলক! মূৰত এতিয়াও ৫৬ কোটিৰ ঋণ, অৱশেষত বাসগৃহও নিলামত দিছে অভিনেতা ছানি দেওলে

চিনেমাই সফলতাৰ মুখ দেখিছে যদিও মানসিক অশান্তিয়ে কোঙা কৰিছে ছানী দেওলক! মূৰত এতিয়াও ৫৬ কোটিৰ ঋণ, অৱশেষত বাসগৃহও নিলামত দিছে অভিনেতা ছানি দেওলে

চীনে ভাৰতৰ মাটি দখল কৰাৰ কথা সম্পূৰ্ণ মিছা! প্রধানমন্ত্ৰীয়ে ক’লে ৰাহুল গান্ধীয়ে সম্পূৰ্ণ মিছা অভিযোগ আনিছে

চীনে ভাৰতৰ মাটি দখল কৰাৰ কথা সম্পূৰ্ণ মিছা! প্রধানমন্ত্ৰীয়ে ক’লে ৰাহুল গান্ধীয়ে সম্পূৰ্ণ মিছা অভিযোগ আনিছে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.