• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৫ দিন পাছতেই কন্যা ৰাশিত মিলিত হ’ব সূৰ্য আৰু মঙ্গল! ভাগ্য উদয় হ’ব এই ৩ ৰাশিৰ জাতকৰ

৫ দিন পাছতেই কন্যা ৰাশিত মিলিত হ’ব সূৰ্য আৰু মঙ্গল! ভাগ্য উদয় হ’ব এই ৩ ৰাশিৰ জাতকৰ

3 years ago
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩

দিনত নে ৰাতি? কোন সময়ত অহা ভূমিকম্প বেছি ভয়াৱহ জানক

3 hours ago
বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

3 hours ago
ঘৰৰ শোৱনি কোঠা আৰু বাথৰুম কোন দিশত থকা উচিত?

ভুলতো ঘৰত নাৰাখিব এইসমূহ সামগ্ৰী, দেখা দিব আর্থিক সংকট!

3 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

হাতলৈ আহিব ধন, কাইলৈ ভাগ্য উদয় হ’ব ৪ ৰাশিৰ লোকৰ!

4 hours ago
কাছ আঙুঠি পিন্ধে নেকি? এটা ভুলে মাতিব বিপদ!

কাছ আঙুঠি পিন্ধে নেকি? এটা ভুলে মাতিব বিপদ!

4 hours ago
সামাজিক মাধ্যমত আপোনাৰো শিশুৰ Account আছে নেকি? তেন্তে এই খবৰ আপোনাৰ বাবে

সামাজিক মাধ্যমত আপোনাৰো শিশুৰ Account আছে নেকি? তেন্তে এই খবৰ আপোনাৰ বাবে

5 hours ago
“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

6 hours ago
কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

7 hours ago
বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

8 hours ago
মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

8 hours ago
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

ৰাশিফলৰ ৪ টা গ্ৰহই নিৰ্ধাৰণ কৰে আপোনাৰ সফলতা! জানি লওক

9 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: অৱসৰপ্ৰাপ্ত পেঞ্চনাৰসকলৰ বাবে দাবী, কি বিচাৰে সংগঠনসমূহে জানক

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

৫ দিন পাছতেই কন্যা ৰাশিত মিলিত হ’ব সূৰ্য আৰু মঙ্গল! ভাগ্য উদয় হ’ব এই ৩ ৰাশিৰ জাতকৰ

editor by editor
September 12, 2023
in ভাৰত
0
৫ দিন পাছতেই কন্যা ৰাশিত মিলিত হ’ব সূৰ্য আৰু মঙ্গল! ভাগ্য উদয় হ’ব এই ৩ ৰাশিৰ জাতকৰ
0
SHARES
33.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বৈদিক জ্যোতিষ অনুসৰি প্ৰতিটো গ্ৰহে নিৰ্দিষ্ট সময়ৰ অন্তৰালত নিজৰ স্থান সলনি কৰে। গ্ৰহৰ এই গোচৰৰ কাৰণে বিভিন্ন ৰাশিত কেতিয়াবা শুভ প্ৰভাৱ পৰে, আৰু কেতিয়াবা অশুভ প্ৰভাৱ পৰে। ইয়াৰফলত বহুসময়ত কেতিয়াবা একেটা ৰাশিতে একাধিক গ্ৰহ মিলিত হয়। এনে এটা যুঁটিয়েই তৈয়াৰ হ’ব আগন্তুক ১৭ ছেপ্টেম্বৰ দেওবাৰে। সেইদিনা কন্যা ৰাশিত মিলিত হ’ব সূৰ্য আৰু মঙল। বৈদিক জ্যোতিষ অনুসৰি প্ৰতিটো গ্ৰহ নিৰ্দিষ্ট সময়ৰ অন্তৰালত নিজৰ স্থান পৰিবৰ্তন কৰে। গ্ৰহৰ পৰিবৰ্তনত কি কি ৰাশিৰ ওপৰত প্ৰভাৱ পৰিব?

সিংহ ৰাশি
সিংহ ৰাশিৰ কোষ্ঠীত দ্বিতীয় ঘৰত মিলিত হ’ব সূৰ্য আৰু মঙল। ইয়াৰ প্ৰভাৱত হাতত নগদ অৰ্থ আহিব। ইয়াৰোপৰি দীৰ্ঘদিন ধৰি মনত পুঁহি ৰখা ইচ্ছা পূৰণ হ’ব। ধৰ্মীয় বিষয়ত আগ্ৰহ বাঢ়িব সিংহ ৰাশিৰ জাতকৰ। এই সময়ত আপোনাৰ সকলো কথাতেই মুগ্ধ হ’ব। বিদেশত ব্যৱসায় সম্প্ৰসাৰণৰ যোগ।

মকৰ ৰাশি
মকৰ ৰাশিৰ কোষ্ঠীত নৱম ঘৰত যুঁটি বান্ধিৱ সূৰ্য আৰু মঙল। ইয়াৰ ফলত ভাগ্যৰ সম্পূৰ্ণ লগ দিব। মনৰ ইচ্ছা পূৰণ হ’ব। ছাত্ৰ-ছাত্ৰীৰ বাবেও এই সময় খুবেই ভাল। আৰ্থিকভাৱে লাভৱান হ’ব মকৰ ৰাশিৰ জাতকসকল। এই সময়ত ভ্ৰমণৰো যোগ আছে।

বৃশ্চিক ৰাশি
বৃশ্চিক ৰাশিৰ কোষ্ঠীৰ একাদশ ঘৰত সূৰ্যৰ সৈতে মিলিত হ’ব মঙল। ইয়াৰ ফলত বৃশ্চিকৰ জাতকসকলে আৰ্থিকভাৱে লাভাম্বিত হ’ব। অৰ্থ আহিবলগা কামৰ সন্ধান পাব। ব্যৱসায় বাঢ়িব পাৰে। পুৰণা বিনিয়োগৰ পৰা ভাল ৰিটাৰ্ণ পাব। সন্তানৰ ক্ষেত্ৰতো শুভ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই বছৰৰে ১১ নৱেম্বৰত কইনা হ’ব কাব্য মৰাণ! কোন সেইজন লাকী দৰা?
বিনোদন

এই বছৰৰে ১১ নৱেম্বৰত কইনা হ’ব কাব্য মৰাণ! কোন সেইজন লাকী দৰা?

August 18, 2026
৭০-৭২ বছৰীয়া দম্পতীৰ বিৱাহ বিচ্ছেদৰ কাহিনী দেশজুৰি চৰ্চাত
জীৱনশৈলী

৭০-৭২ বছৰীয়া দম্পতীৰ বিৱাহ বিচ্ছেদৰ কাহিনী দেশজুৰি চৰ্চাত

August 18, 2026
দেশৰ কোন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে কেইটাকৈ অপৰাধমূলক গোচৰ?
অপৰাধ

দেশৰ কোন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে কেইটাকৈ অপৰাধমূলক গোচৰ?

August 18, 2026
ৰাম মন্দিৰৰ দানপাত্ৰ চুৰি গোচৰ, চম্পট ৰায় আৰু অনিল মিশ্ৰক ক্লীন-শ্বীট SITৰ
অপৰাধ

ৰাম মন্দিৰৰ দানপাত্ৰ চুৰি গোচৰ, চম্পট ৰায় আৰু অনিল মিশ্ৰক ক্লীন-শ্বীট SITৰ

August 18, 2026
Next Post
ৰাছিয়াত উপস্থিত হৈছে কিম জং উন, বিমানেৰে নগৈ বুলেটপ্ৰুফ ৰে’লেৰে কিয় গ’ল কিম জং উন?

ৰাছিয়াত উপস্থিত হৈছে কিম জং উন, বিমানেৰে নগৈ বুলেটপ্ৰুফ ৰে’লেৰে কিয় গ’ল কিম জং উন?

২০ কিঃগ্ৰাঃ ‘ফুটবল’ কিয় লৈ ফুৰে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ দেহৰক্ষীয়ে? ভিতৰত থাকে নেকি পাৰমানৱিক আক্ৰমণৰ সমূহ মন্ত্ৰণা?

২০ কিঃগ্ৰাঃ ‘ফুটবল’ কিয় লৈ ফুৰে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ দেহৰক্ষীয়ে? ভিতৰত থাকে নেকি পাৰমানৱিক আক্ৰমণৰ সমূহ মন্ত্ৰণা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.