• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সপ্তমীতেই মহাকাশ অভিমুখে যাত্ৰা! গগণযানক লৈ ইছৰোৰ বৃহৎ ঘোষণা

সপ্তমীতেই মহাকাশ অভিমুখে যাত্ৰা! গগণযানক লৈ ইছৰোৰ বৃহৎ ঘোষণা

3 years ago
খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ

খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ

13 minutes ago
ফুটবল বিশ্বকাপৰ অন্তিম স্থানৰ দলটোৱেও পাব T20 WCৰ চেম্পিয়নতকৈ ৯গুণ বেছি ধন

ফুটবল বিশ্বকাপৰ অন্তিম স্থানৰ দলটোৱেও পাব T20 WCৰ চেম্পিয়নতকৈ ৯গুণ বেছি ধন

38 minutes ago
ভাৰত-বাংলা সীমান্তত উত্তেজনা, PUSHBACK কৰা লোকক নলয় বাংলাদেশে

ভাৰত-বাংলা সীমান্তত উত্তেজনা, PUSHBACK কৰা লোকক নলয় বাংলাদেশে

1 hour ago
প্ৰেমিকক নাপাই মোবাইল টাৱাৰত উঠি ২৪ ঘণ্টা ধৰি বহি থাকিল মহিলা

প্ৰেমিকক নাপাই মোবাইল টাৱাৰত উঠি ২৪ ঘণ্টা ধৰি বহি থাকিল মহিলা

2 hours ago
মাজত মাথোঁ এটা দিন, ১২ জুনত চিত্ৰগৃহলৈ আহিব ‘চুপা-চুপি’

মাজত মাথোঁ এটা দিন, ১২ জুনত চিত্ৰগৃহলৈ আহিব ‘চুপা-চুপি’

3 hours ago
ভুৱা লাইচেন্সেৰে ১৭ বছৰ ধৰি বিমান উৰুৱাইছিল এইজন পাইলটে

ভুৱা লাইচেন্সেৰে ১৭ বছৰ ধৰি বিমান উৰুৱাইছিল এইজন পাইলটে

4 hours ago
পুনৰ ট্ৰাম্পৰ হুংকাৰ ‘বহু পলম কৰিলে, এতিয়া পৰিণাম ভুগিবলৈ সাজু হওঁক’

পুনৰ ট্ৰাম্পৰ হুংকাৰ ‘বহু পলম কৰিলে, এতিয়া পৰিণাম ভুগিবলৈ সাজু হওঁক’

6 hours ago
১১ শিশুক আক্ৰ*মণ পাকিস্তানৰ! অব্যাহত আক্ৰ*মণ-প্ৰত্যাক্ৰমণ 

১১ শিশুক আক্ৰ*মণ পাকিস্তানৰ! অব্যাহত আক্ৰ*মণ-প্ৰত্যাক্ৰমণ 

7 hours ago
এমহীয়া প্ৰেমৰ বাবেই ১৩ বছৰীয়া সংসাৰৰ মায়া এৰিলে এগৰাকী জনপ্ৰতিনিধিয়ে!

এমহীয়া প্ৰেমৰ বাবেই ১৩ বছৰীয়া সংসাৰৰ মায়া এৰিলে এগৰাকী জনপ্ৰতিনিধিয়ে!

7 hours ago
৩০ হাজাৰ ফুটত হাহাকাৰ! যাত্ৰীয়ে ভাঙিলে বিমানৰ খিৰিকী, তাৰ পিছত…

৩০ হাজাৰ ফুটত হাহাকাৰ! যাত্ৰীয়ে ভাঙিলে বিমানৰ খিৰিকী, তাৰ পিছত…

9 hours ago
কি কি খাদ্যই বৃক্কত পাথৰ সৃষ্টি কৰিব পাৰে? চিকিৎসকৰ পৰা জানক

প্ৰস্ৰাৱৰ দুৰ্গন্ধ, বমি আৰু অস্থিৰতা, এয়া বৃক্কৰ সমস্যা নেকি?

10 hours ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

পুৰুষৰ কি বস্তু ভাল পায় নাৰীয়ে? ৯৯% লোকে নাজানে এই কথা!

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, June 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সপ্তমীতেই মহাকাশ অভিমুখে যাত্ৰা! গগণযানক লৈ ইছৰোৰ বৃহৎ ঘোষণা

editor by editor
October 20, 2023
in জীৱনশৈলী, প্ৰযুক্তি, বিবিধ, ভাৰত
0
সপ্তমীতেই মহাকাশ অভিমুখে যাত্ৰা! গগণযানক লৈ ইছৰোৰ বৃহৎ ঘোষণা
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ইছৰোৰ তৰফৰ পৰা শ্বেয়াৰ কৰিছে আন এক সুখবৰ। ইতিহাসৰ পৃষ্ঠাত নাম ৰচনা কৰিবলৈ আকৌ এবাৰ সাজু হৈছে ইছৰো। উচ্চাকাংশী গগনযানৰ প্ৰকল্প বাস্তৱায়নৰ দিশেৰে আগবাঢ়িছে ভাৰতীয় মহাকাশ সংস্থাই। কাইলৈ অৰ্থাৎ ২১ অক্টোবৰত গগনযান মিছনৰ প্ৰথম পৰীক্ষামূলক মহাকাশযানৰ উৎক্ষেপণ কৰিব। ইছৰোৰ এক্স হেণ্ডেলত উল্লেখ কৰা অনুসৰি, ‘গগণযানৰ পৰীক্ষামূলক যানখন ২১ অক্টোবৰত ৰাওনা হ’ব। TV-D1 পৰীক্ষামূলক মহাকাশযানখনে সেইদিনাই মহাকাশ অভিমূখে যাত্ৰা কৰিব। পুৱা ৭বজাৰ পৰা ৯ বজাৰ ভিতৰত পৰীক্ষামূলক মহাকাশযানখন উৎক্ষেপণ কৰা হ’ব। শ্ৰী হৰিকোটাৰ সতীশ ধাৱান স্পেছ চেণ্টাৰৰ পৰা এই যানখন উৎক্ষেপণ কৰা হ’ব। ইছৰোৰ তৰফৰ পৰা এক্স হেণ্ডেলত উল্লেখ কৰামতে, গগণযান মিছনৰ বাবে মানুহবিহীন যান পঠিওৱা হ’ব।

ক্ৰু এস্কেপ চিষ্টেমৰ কৰ্মদক্ষতা প্ৰদৰ্শনকাৰী যানখনক টেষ্ট ভেহিকেল অৰ্বট মিছন-১ নাম দিছে বিজ্ঞানীয়ে। আগন্তুক বৰ্ষত অৰ্থাৎ ২০২৪ চনত চূড়ান্ত গগণযান মিছন চলাব বুলি জনাইছে ইছৰোৱে। চূড়ান্ত মিছনত ভূপৃষ্ঠৰ পৰা ৪০০ কিঃমিঃ উচ্চতালৈ পঠিওৱা হ’ব মহাকাশচাৰীসকলক। তাতেই তেওঁলোকে গৱেষণাৰ কাম চলাব। এই ক্ষেত্ৰত মহাকাশচাৰীসকলৰ নিৰাপত্তাৰ ওপৰতো বিশেষভাৱে গুৰুত্ব দিয়া হৈছে। এই অভিযানৰ সময়ত যাতে মহাকাশত কোনোধৰণৰ সমস্যা নহয়, যানখনত যাতে কোনো কাৰণতে জুই নালাগে এইসমূহ দিশত বিশেষভাৱে গুৰুত্ব আৰোপ কৰা হৈছে।

কাইলৈ পঠিয়াবলগীয়া যানখনত অৱশ্য কোনো মানুহে যাত্ৰা নকৰে। মহাকাশযানখনৰ মূল অংশত আছে ক্ৰু মডিউল। এই মডিউলটো অত্যন্ত গুৰুত্বপূৰ্ণ। চূড়ান্ত মিছনৰ সময়ত হুবহু এই ধৰণৰ এখন যানতেই মহাকাশচাৰীসকলে যাত্ৰা কৰিব। এই মডিউলতেই নভোশ্চৰসকলক চাপমুক্ত পৃথিৱীৰ দৰে বায়ুমণ্ডলীয় অৱস্থাত ৰখা হ’ব। TV-D1 মিছনৰ বাবে ব্যৱহাৰ কৰা ক্ৰু মডিউল বায়ুচাপমুক্ত। এটাৰ পাছত আনটো পৰীক্ষা-নিৰীক্ষা বিজ্ঞানীসকলে চলাই আছে। ক্ৰু মডিউলৰ সংস্কৰণৰ আকাৰ আৰু ভৰ প্ৰকৃত ক্ৰু মডিউলৰ সমান। এই পৰীক্ষাৰ মাধ্যমেৰে চুড়ান্ত মিছনৰ সময়ত কেনেকৈ মহাকাশচাৰীসকলক উদ্ধাৰ কৰা হ’ব, কেনেকৈ প্ৰয়োজন অনুসৰি তাৰ পৰা বাহিৰলৈ ওলাব সকলোবোৰ ট্ৰেইনিঙেই নভেশ্বৰসকলক দি থকা হৈছে।

২১ অক্টোবৰত ইয়াৰেই পৰীক্ষামূলক উৎক্ষেপণ চলাব বিজ্ঞানীৰ দলে। তাত মডিউলটোক লৈ মহাশূন্যৰ পথত ৰাওনা হ’ব যানখন। এই যানখন সফলভাৱে পৃথিৱীলৈ উভতাই অনাৰ প্ৰক্ৰিয়াও ৰাখিছে বিজ্ঞানীৰ দলে। পৃথিৱীৰ বুকুলৈ নামি আহোতে বংগোপসাগৰত পৰিব যানখন। তাৰপাছতেই সাগৰৰ পৰা মডিউলটোক উদ্ধাৰ কৰাৰ বাবে নৌসেনা সাজু হৈ থাকিব। একেই পদ্ধতি ব্যৱহাৰ কৰা হ’ব চূড়ান্ত মিছনৰ সময়ত। টেষ্ট ভেহিকেল ডেভেলপমেণ্ট ফ্লাইট বা TV-D1ৰ হাতত ধৰি এই মহাকাশযানখনৰ ক্ৰু এস্কেপ চিষ্টেম পৰীক্ষা কৰা হ’ব। এই চিষ্টেমৰ মাধ্যমেৰেই মহাকাশযানখনৰ পৰা নভোশ্চৰক আঁতৰাই অনাৰ প্ৰক্ৰিয়াটো অন্তৰ্ভূক্ত থাকিব। এই প্ৰক্ৰিয়াত কোনো যাতে খেলিমেলি নহয় তাৰবাবে সম্পূৰ্ণ প্ৰক্ৰিয়া এতিয়াই চলাব বিজ্ঞানীৰ দলে। এই টেষ্টসমূহৰ সাফল্যৰ ওপৰত নিৰ্ভৰ কৰিয়েই গগণযানৰ যাত্ৰাৰ প্ৰস্তুতিৰ বাবে সাজু হ’ব ইছৰো। পৰবৰ্তীকালত মহাকাশযানখনত মানুহ পঠিওৱাৰ পথ সুচল কৰিব এই যানেই। চূড়ান্ত গগণযান মিছনৰ আগতেই ইছৰোই এই মিছনেৰে সকলো পৰীক্ষা চলাব খুজিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ
বিশ্ব

খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ

June 10, 2026
ফুটবল বিশ্বকাপৰ অন্তিম স্থানৰ দলটোৱেও পাব T20 WCৰ চেম্পিয়নতকৈ ৯গুণ বেছি ধন
ক্ৰীড়া

ফুটবল বিশ্বকাপৰ অন্তিম স্থানৰ দলটোৱেও পাব T20 WCৰ চেম্পিয়নতকৈ ৯গুণ বেছি ধন

June 10, 2026
ভাৰত-বাংলা সীমান্তত উত্তেজনা, PUSHBACK কৰা লোকক নলয় বাংলাদেশে
ভাৰত

ভাৰত-বাংলা সীমান্তত উত্তেজনা, PUSHBACK কৰা লোকক নলয় বাংলাদেশে

June 10, 2026
প্ৰেমিকক নাপাই মোবাইল টাৱাৰত উঠি ২৪ ঘণ্টা ধৰি বহি থাকিল মহিলা
ভাৰত

প্ৰেমিকক নাপাই মোবাইল টাৱাৰত উঠি ২৪ ঘণ্টা ধৰি বহি থাকিল মহিলা

June 10, 2026 - Updated on June 11, 2026
Next Post
‘এওঁলোকতো শিশু আছিল, স্বাধীনতা তুমি ক’ত আছা? এই পৃথিৱীত বিবেকৰ মৃত্যু হৈছে’, গাজাৰ চিকিৎসকে কান্দি কান্দি ক’লে কেইবাটাও কথা

'এওঁলোকতো শিশু আছিল, স্বাধীনতা তুমি ক’ত আছা? এই পৃথিৱীত বিবেকৰ মৃত্যু হৈছে’, গাজাৰ চিকিৎসকে কান্দি কান্দি ক’লে কেইবাটাও কথা

দুৰ্গা প্ৰকৃততে দেখাত কেনেকুৱা, দুৰ্গাৰ এই ৰূপ কেৱল কল্পনা নে আছে অইন কিবা ৰহস্য?

দুৰ্গা প্ৰকৃততে দেখাত কেনেকুৱা, দুৰ্গাৰ এই ৰূপ কেৱল কল্পনা নে আছে অইন কিবা ৰহস্য?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.