• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাজস্থানৰ কোটিপতি বিধায়কৰ সংখ্যা ১৫৭ জন, কিমানগৰাকী বিধায়কৰ বিৰুদ্ধে ফৌজাদাৰী গোচৰ আছে জানেনে?

ৰাজস্থানৰ কোটিপতি বিধায়কৰ সংখ্যা ১৫৭ জন, কিমানগৰাকী বিধায়কৰ বিৰুদ্ধে ফৌজাদাৰী গোচৰ আছে জানেনে?

3 years ago
Ketu Gochar 2026: আগন্তুক ৬৭ দিনত উজলিব ভাগ্য, আহিব নতুন সুযোগ!

Ketu Gochar 2026: আগন্তুক ৬৭ দিনত উজলিব ভাগ্য, আহিব নতুন সুযোগ!

29 minutes ago
কণমানিৰ জীৱন বচাবলৈ ৯ কোটি! অনন্ত আম্বানীৰ মানৱীয় পদক্ষেপত আবেগিক নেটিজেন

কণমানিৰ জীৱন বচাবলৈ ৯ কোটি! অনন্ত আম্বানীৰ মানৱীয় পদক্ষেপত আবেগিক নেটিজেন

59 minutes ago
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা

৫ অক্টোবৰৰ পূৰ্বে সাৱধান হওক ৫ ৰাশি, আহিব পাৰে বিপদ!

3 hours ago
জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

17 hours ago
কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

17 hours ago
Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

18 hours ago
কাইলৈ আপোনাৰ দিনটো কেনে যাব?

ভাগ্যৰ দেখিব যাদু! ৪ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো?

18 hours ago
ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান

ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান

19 hours ago
ছবিখন AI ৰ সৌজন্যত।

কঠোৰ পৰিশ্ৰমী ৫ ৰাশি, সহজেই পায় উন্নতি!

19 hours ago
Fork Design: কাঁটা চামুচৰ চাৰিটা কাঁটা কিয় থাকে? বুদ্ধিমানে জানিব সঠিক উত্তৰ

Fork Design: কাঁটা চামুচৰ চাৰিটা কাঁটা কিয় থাকে? বুদ্ধিমানে জানিব সঠিক উত্তৰ

20 hours ago
বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

20 hours ago
চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?

১০ বছৰত FDয়ে পূৰণ কৰিব সপোন, দুগুণ হ’ব আপোনাৰ ধন!

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

ৰাজস্থানৰ কোটিপতি বিধায়কৰ সংখ্যা ১৫৭ জন, কিমানগৰাকী বিধায়কৰ বিৰুদ্ধে ফৌজাদাৰী গোচৰ আছে জানেনে?

editor by editor
November 1, 2023
in ভাৰত, ৰাজনীতি
0
ৰাজস্থানৰ কোটিপতি বিধায়কৰ সংখ্যা ১৫৭ জন, কিমানগৰাকী বিধায়কৰ বিৰুদ্ধে ফৌজাদাৰী গোচৰ আছে জানেনে?
0
SHARES
125
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৰাজস্থানৰ বিধানসভা নিৰ্বাচনৰ মনোনয়নপত্ৰ জমা দিয়াৰ প্ৰক্ৰিয়া ইতিমধ্যে সমাপ্ত হৈছে। প্ৰাৰ্থীয়ে মনোনয়নপত্ৰ জমা দিয়াৰ পাছতেই উঠিছে কেইবাটাও চাঞ্চল্যকৰ তথ্য। বেচৰকাৰী সংস্থাৰ সমীক্ষাত জনা গৈছে যে বিধানসভাৰ ২০০ জন বিধায়কৰ ভিতৰত জনেই কোটিপতি। ৪৬ জনৰ বিৰুদ্ধে আছে ফৌজাদাৰী গোচৰ। এই সমীক্ষা চলাইছে ডেমোক্ৰেটিক ৰিফৰ্মছ বা চমুকৈ ADR আৰু ৰাজস্থান ইলেকছন ৱাছ বা চমুকৈ REWয়ে। তেওঁলোকৰ সমীক্ষাত পোহৰলৈ অহা ৰিপৰ্ট অনুসৰি বিগত বিধানসভা নিৰ্বাচনত জয়ী ২০০ বিধায়কৰ মাজত কোটিপতি বিধায়কৰ সংখ্যা আছিল ১৫৭জন। ইয়াৰ মাজতেই কংগ্ৰেছৰ বিধায়কৰ সংখ্যা ৮৮ জন। ৫৪ জন কোটিপতি হৈছে বিজেপি বিধায়ক। ইয়াৰোপৰি ৰাজস্থানৰ স্থানীয় দল জাতীয় লোকতান্ত্ৰীক পাৰ্টী চমুকৈ RLPৰো ২ বিধায়ক কোটিপতি। কোটিপতিৰ তালিকাত আছে নিৰ্দলীয় ১২ বিধায়কো। নিৰ্দলীয় বিধায়কৰ সম্পত্তিৰ পৰিমাণ আছিল ১কোটিৰো অধিক।

ৰিপৰ্ট অনুসৰি ১০৮ জন কংগ্ৰেছৰ বিধায়কৰ মুঠ গড় সম্পত্তিৰ পৰিমান হৈছে ৯.২৮ কোটি টকা। আনহাতে গড়ে ৫.৪৫ কোটি টকাৰ সম্পত্তি আছিল বিজেপিৰ নিৰ্বাচিত ৬৯ জন বিধায়কৰ। ইয়াৰোপৰি এজন RLD বিধায়কৰ ২.৫৫ কোটি ২জন ভাৰতীয় উপজাতি পাৰ্টী আৰু চিপিআইএম দলৰ বিধায়কৰ সম্পত্তিৰ পৰিমাণ আছিল ৭.৬৬ লাখ টকা। ১৪ জন নিৰ্দলীয় বিধায়কৰ গড় সম্পত্তিৰ পৰিমান ৭.৫৮ কোটি টকা আছিল বুলি ৰিপৰ্টত উল্লেখ কৰা হৈছে। সমীক্ষাত প্ৰকাশ পোৱা অনুসৰি সম্পত্তিত ধনীসকলৰ তালিকাত শীৰ্ষত আছে ৰাজস্থানৰ ধোদ বিধানসভা কেন্দ্ৰৰ কংগ্ৰেছ বিধায়কৰ পৰশৰাম মোৰ্দিয়া। তেওঁৰ মুঠ সম্পত্তিৰ পৰিমান হৈছে ১৭২.৭৬ কোটি টকা। এই তালিকাত সকলোতকৈ তলত আছে চোৰাছি সমষ্টিৰ বিধায়ক ৰাজকুমাৰ ৰোটে। তেওঁৰ মুঠ সম্পত্তিৰ পৰিমান ১.২২ কোটি টকা।

ৰিপৰ্টৰ তথ্য অনুসৰি ৰাজস্থানত বিগত বিধানসভা নিৰ্বাচনত নিৰ্বাচিত বিধায়কৰ মাজত ৪৬ জনৰ বিৰুদ্ধে আছে ফৌজাদাৰী গোচৰ। ইয়াৰ মাজতেই কংগ্ৰেছৰ বিধায়কৰ সংখ্যা ২৭। বিজেপিৰ ১১ আৰু চিপিআইএমৰ ২ জন বিধায়কৰ বিৰুদ্ধে আছে ফৌজাদাৰী গোচৰ। ইয়াৰোপৰি ২৮ জনৰ বিৰুদ্ধে আছে গুৰুতৰ কেইবাটাও গোচৰ। ইয়াৰ মাজতে এজন বিধায়কৰ বিৰুদ্ধে আছে হত্যাত জড়িত থকাৰ অভিযোগ। হত্যাৰ চেষ্টাৰ অভিযোগ আছে চাৰিজনৰ বিৰুদ্ধে।

দুই বেচৰকাৰী সংস্থাৰ যৌথ সমীক্ষাত কোৱা হৈছে যে ৫৯ জন বিধায়কৰ শিক্ষাগত যোগ্যতা গৈছে পঞ্চমৰ পৰা দ্বাদশ শ্ৰেণীলৈকে পঢ়া। ১২৮ বিধায়ক স্নাতক বা তাতোকৈ বেছি ডিগ্ৰীধাৰী। ৫ জন বিধায়ক ডিপ্লমাধাৰী আৰু ৭জন বিধায়কৰ শিক্ষাগত অৰ্হতা কোনোৱে নাজানে যদিও তেওঁলোকে নিজকে শিক্ষিত বুলি দাবী কৰে। উল্লেখ্য যে, ২০০ আসন বিশিষ্ট ৰাজস্থানৰ বিধানসভা নিৰ্বাচন আগন্তুক ২৫ নৱেম্বৰত অনুষ্ঠিত হ’ব। আৰু নিৰ্বাচনী ফলাফল ঘোষণা কৰা হ’ব ৩ ডিচেম্বৰত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গ্ৰেপ্তাৰ হ’ব নেকি বদৰুদ্দিন আজমল?
অসম

গ্ৰেপ্তাৰ হ’ব নেকি বদৰুদ্দিন আজমল?

October 3, 2026
কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ
বিশ্ব

কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ

October 3, 2026
চুবুৰীয়াৰ বিৰুদ্ধে শত্ৰুতাৰ পোতক তুলিবলৈ নিজ মাতৃকে হ*ত্যা
অপৰাধ

চুবুৰীয়াৰ বিৰুদ্ধে শত্ৰুতাৰ পোতক তুলিবলৈ নিজ মাতৃকে হ*ত্যা

October 3, 2026
প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?
ভাৰত

এটাৰ পিছত আনটো বিতৰ্কত প্ৰেমানন্দ মহাৰাজৰ আশ্ৰম

October 3, 2026
Next Post
১০৩ টকাকৈ আকৌ বাঢ়িল চিলিণ্ডাৰৰ দাম! কোন চহৰত কিমান দামত ক্ৰয় কৰিব পাৰিব বাণিজ্যিক চিলিণ্ডাৰ?

১০৩ টকাকৈ আকৌ বাঢ়িল চিলিণ্ডাৰৰ দাম! কোন চহৰত কিমান দামত ক্ৰয় কৰিব পাৰিব বাণিজ্যিক চিলিণ্ডাৰ?

একেলগেই স্থান সলনি কৰিছে ৰাহু আৰু কেতুৱে! ৯৬ঘণ্টাৰ পাছৰে পৰা ভাগ্য উদয় ৩ৰাশিৰ জাতকৰ

একেলগেই স্থান সলনি কৰিছে ৰাহু আৰু কেতুৱে! ৯৬ঘণ্টাৰ পাছৰে পৰা ভাগ্য উদয় ৩ৰাশিৰ জাতকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.