• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হাতযোৰ কৰিও ফল নাহিল! ৫০ কোটিৰ লোকচান, ৭০ কোটি ব্যয় কৰি কেই টকা আয় হ’ল তেজছৰ পৰা?

3 years ago
এই ৫ সামগ্ৰী কেতিয়াও ঘৰৰ ভিতৰত ৰাখিব নালাগে, ইয়াৰ ফলতেই দুৰ্ভাগ্য আৰু দৰিদ্ৰতা আহে

1 hour ago
ঘৰৰ পৰা পঁইতাচোৰা খেদিবলৈ কি কৰিব? ঘৰত এইকেইজোপা উদ্ভিদ ৰোপণ কৰিয়েই খেদিব পাৰি পঁইতাচোৰা

2 hours ago
SBIৰ ৫৫৫ দিনৰ FDত ২০০,০০০ টকা জমা কৰিলে কিমান ৰিটাৰ্ণ পাব? সুদ হিচাপে কিমান ধন লাভ কৰিব?

3 hours ago
ঘৰতেই পাতিছে অবৈধ কাৰ্যকলাপৰ বেহা, মহিলাৰ সৈতে ঘৰতেই ধৰা পৰিল এইগৰাকী TMC নেতা

১লাখ টকাকৈ ৫টা FD নে ৫ লাখ টকাৰ ১টা FD? ১০ বছৰীয়া বিনিয়োগত কোনটো বেছি লাভজনক?

এঘণ্টা প্ৰস্ৰাৱ চেপি ৰাখিলে শৰীৰত কি ভয়ংকৰ প্ৰভাৱ পৰে? বিশেষজ্ঞৰ কেইটামান জৰুৰী পৰামৰ্শ

4 hours ago
খাদ্য ৰান্ধিবলৈ যাওঁতে খাদ্য জ্বলি পাত্ৰত লাগি গৈছে? পোৰা গোন্ধ দূৰ কৰাৰ ঘৰুৱা উপায় জানি থওক

5 hours ago
বুধবাৰেই বুধাদিত্য যোগ, ভগৱান গণেশৰ কৃপাত এই ৫ৰাশিৰ শুভ দিন

২৯ বছৰতেই শেষ হ’ল এক প্ৰতিভা! খাৱৈত উদ্ধাৰ গায়িকাৰ দেহ, প্ৰেমিকেই শেষ কৰিলে নেকি এইগৰাকী জনপ্ৰিয় গায়িকাৰ জীৱন?

6 hours ago
জনতাৰ মনলৈ উভতিছে লকডাউনৰ স্মৃতি, ইন্ধন বচাবলৈ দেশবাসীৰ ওচৰত কেন্দ্ৰই জনাইছে এই ৬টা অনুৰোধ

7 hours ago
মহম্মদ ছামী, বুমৰাহে নাপালে টেষ্টৰ ১৫জনীয়া দলত স্থান, আফগানিস্তান টেষ্টৰ বাবে ১৫ জনীয়া দলত কোন কোন?

গৰম দিনত প্ৰায় প্ৰতিঘৰ অসমীয়াৰ ঘৰতেই পোৱা যায় এই বীজ, বিজ্ঞানীয়ে কিয় ছুপাৰফুডৰ স্বীকৃতি দিছে এই বীজক?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, May 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

হাতযোৰ কৰিও ফল নাহিল! ৫০ কোটিৰ লোকচান, ৭০ কোটি ব্যয় কৰি কেই টকা আয় হ’ল তেজছৰ পৰা?

editor by editor
November 9, 2023
in চিনেমা, জীৱনশৈলী, বিনোদন, বিবিধ, ভাৰত, লেখা, সংগীত
0
হাতযোৰ কৰিও ফল নাহিল! ৫০ কোটিৰ লোকচান, ৭০ কোটি ব্যয় কৰি কেই টকা আয় হ’ল তেজছৰ পৰা?
0
SHARES
6.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ২৭ অক্টোবৰত মুক্তি পাইছিল কংগনা ৰাণাওটৰ ছবি তেজছে। ইয়াৰ পূৰ্বে বিগত ৮ বছৰত এখনৰ পাছত আনখন ফ্লপ ছবিৰে ৰেকৰ্ড গঢ়া কংগনাৰ এই ছবিয়েও ফ্লপৰ তালিকাতেই স্থান লাভ কৰিলে। কাট্টি বাট্টিৰ পৰাই আৰম্ভ হৈছিল কংগনাৰ ফ্লপ যাত্ৰা। তাৰপিছৰে পৰাই এখনৰ পাছত আনখন ছবিত ব্যৰ্থতা। ছিমৰণ, জাজমেণ্টেল হে ক্যা, পাংগা, ঢাকড়, চন্দ্ৰমুখীৰ দৰে ফ্লপ ছবি উপহাৰ দি কংগনাই আশা কৰিছিল তেজছে এই বদনামৰ পৰা তেওঁক ৰক্ষা কৰিব।

কিন্তু এই ছবিয়েই কংগনাক বদনামৰ পৰা মুক্তি দিব নোৱাৰিলে। এই ছবিও ফ্লপৰ তালিকাতেই অন্তৰ্ভূক্ত হ’ল। তেজছৰ প্ৰচাৰত কংগনাই দিন ৰাতি এক কৰি দিলেও দৰ্শকে কিন্তু এই ছবিকো উপেক্ষাই কৰিলে। তেজছৰ প্ৰচাৰৰ বাবে দৰ্শকৰ আগত হাতযোৰ কৰিছিল কংগনাই। সহায় লৈছিল শক্তিশালী মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰো কিন্তু সুফল একোৱেই নাপালে। শক্তিশালী মুখ্যমন্ত্ৰীয়েও উদ্ধাৰ কৰিব নোৱাৰিলে কংগনাক।

বক্স অফিচত প্ৰায় ৫০কোটিৰ লোকচানৰ সন্মুখীন হৈছে তেজছৰ পৰিচালকে। বিগত দুসপ্তাহত ছবিখনে সমগ্ৰ দেশত মুঠ ৪.২৫ কোটি টকাহে আয় কৰিছে। তেজছৰ বাজেট আছিল প্ৰায় ৭০ কোটি। আনহাতে তেজছৰ পৰা প্ৰযোজকৰ জেপলৈ আহিছে মাত্ৰ ৭০ লাখ টকা। দেশী ছবি বিতৰকে লাভ কৰিছে মাত্ৰ ১.৯১ কোটি। অন্যহাতে বিদেশী বিতৰকে লাভ কৰিছে ৩২ লাখ টকা। ছবিখনে ছেটেলাইট, ডিজিটেল ষ্ট্ৰিমিং আৰু গানৰ শ্বেয়াৰ বিক্ৰীৰে লাভ কৰিছে মাত্ৰ ১৭ কোটি। সকলো মিলি ছবিখনৰ মুঠ আয় ১৯ কোটি।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই ৫ সামগ্ৰী কেতিয়াও ঘৰৰ ভিতৰত ৰাখিব নালাগে, ইয়াৰ ফলতেই দুৰ্ভাগ্য আৰু দৰিদ্ৰতা আহে
জীৱনশৈলী

May 19, 2026
ঘৰৰ পৰা পঁইতাচোৰা খেদিবলৈ কি কৰিব? ঘৰত এইকেইজোপা উদ্ভিদ ৰোপণ কৰিয়েই খেদিব পাৰি পঁইতাচোৰা
জীৱনশৈলী

ঘৰৰ পৰা পঁইতাচোৰা খেদিবলৈ কি কৰিব? ঘৰত এইকেইজোপা উদ্ভিদ ৰোপণ কৰিয়েই খেদিব পাৰি পঁইতাচোৰা

May 19, 2026
SBIৰ ৫৫৫ দিনৰ FDত ২০০,০০০ টকা জমা কৰিলে কিমান ৰিটাৰ্ণ পাব? সুদ হিচাপে কিমান ধন লাভ কৰিব?
জীৱনশৈলী

SBIৰ ৫৫৫ দিনৰ FDত ২০০,০০০ টকা জমা কৰিলে কিমান ৰিটাৰ্ণ পাব? সুদ হিচাপে কিমান ধন লাভ কৰিব?

May 19, 2026
ঘৰতেই পাতিছে অবৈধ কাৰ্যকলাপৰ বেহা, মহিলাৰ সৈতে ঘৰতেই ধৰা পৰিল এইগৰাকী TMC নেতা
অপৰাধ

Next Post
ধনতেৰছত লক্ষ্মী কুবেৰৰ কৃপাত ধন উপচি পৰিব ৫ ৰাশিৰ জাতকৰ, সেই তালিকাত আপুনিও আছে নেকি?

বক্স অফিচত ছলমানৰ ৰেকৰ্ড! টাইগাৰ-৩ ৰ অগ্ৰিম আয় শুনিলে চমকি উঠিব আপুনি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন