• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিশ্বকাপৰ ফাইনেলত ভাৰতৰ পৰাজয়ৰ পাছতেই কোচ সলনিৰ চৰ্চা, অচিৰেই দলৰ কোচৰ দায়িত্বৰ পৰা আঁতৰিব ৰাহুল দ্ৰাবিড়!

বিশ্বকাপৰ ফাইনেলত ভাৰতৰ পৰাজয়ৰ পাছতেই কোচ সলনিৰ চৰ্চা, অচিৰেই দলৰ কোচৰ দায়িত্বৰ পৰা আঁতৰিব ৰাহুল দ্ৰাবিড়!

3 years ago
৯ লাখ টকাৰ বৃত্তি পোৱাৰ সোণালী সুযোগ! কেনেকৈ কৰিব আবেদন?

৯ লাখ টকাৰ বৃত্তি পোৱাৰ সোণালী সুযোগ! কেনেকৈ কৰিব আবেদন?

2 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৪ ৰাশিৰ হাতলৈ আহিব ধন!

2 hours ago
শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?

শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?

3 hours ago
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

প্ৰস্ৰাৱত অধিক ফেন? নকৰিব আওকান, হ’ব পাৰে এইসমূহ গুৰুতৰ ৰোগ

3 hours ago
মাহেকীয়াত Pain Killer সেৱনে মাতৃ হোৱাৰ সপোন শেষ কৰে নেকি?

মাহেকীয়াৰ পূৰ্বে অত্যাধিক বগাস্ৰাৱ? এয়া স্বাভাৱিক নে চিন্তাৰ বিষয় জানক

4 hours ago
কিয় চাকৰি কৰা যুৱতী পচন্দ কৰে পুৰুষে? আঁৰত আছে ৫ টা কাৰণ

পুৰুষৰ তুলনাত এইটো বস্তু বেছি থাকে নাৰীৰ! জানি হ’ব আচৰিত

5 hours ago
২৭ নে ২৮ আগষ্টত ৰাখীবন্ধন? জানক এই দিনটোৰ ইতিহাস আৰু মহত্ব

২৭ নে ২৮ আগষ্টত ৰাখীবন্ধন? জানক এই দিনটোৰ ইতিহাস আৰু মহত্ব

6 hours ago
কি ৰঙৰ মানিবেগে ভাগ্য সলনি কৰে? বাস্তু মতে শুভ ৰং জানি লওক

কি ৰঙৰ মানিবেগে ভাগ্য সলনি কৰে? বাস্তু মতে শুভ ৰং জানি লওক

6 hours ago
প্ৰতিমাহে ৫০০০ টকাৰ SIP ৰে ১০ বছৰত উপাৰ্জন কৰক লাখ লাখ টকা

প্ৰতিমাহে ৫০০০ টকাৰ SIP ৰে ১০ বছৰত উপাৰ্জন কৰক লাখ লাখ টকা

7 hours ago
সাগৰৰ পৰা স্থললৈ… ইৰাণক অৰ্থনৈতিকভাৱে আক্ৰমণ কৰিবলৈ ট্ৰাম্পে ৰচনা কৰিছে ‘চক্ৰবেহু’

সাগৰৰ পৰা স্থললৈ… ইৰাণক অৰ্থনৈতিকভাৱে আক্ৰমণ কৰিবলৈ ট্ৰাম্পে ৰচনা কৰিছে ‘চক্ৰবেহু’

7 hours ago
৪ দিন বন্ধ থাকিব বেংক, সমস্যা হ’ব নেকি ধনৰ লেনদেনত?

অহা সপ্তাহত বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক গুৰুত্বপূৰ্ণ কাম

9 hours ago
পুনৰ ভুমিকম্প! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৫.৯,  আহত ২৩ গৰাকী

পুনৰ ভুমিকম্প! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৫.৯, আহত ২৩ গৰাকী

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

বিশ্বকাপৰ ফাইনেলত ভাৰতৰ পৰাজয়ৰ পাছতেই কোচ সলনিৰ চৰ্চা, অচিৰেই দলৰ কোচৰ দায়িত্বৰ পৰা আঁতৰিব ৰাহুল দ্ৰাবিড়!

editor by editor
November 21, 2023
in ক্ৰীড়া, ভাৰত
0
বিশ্বকাপৰ ফাইনেলত ভাৰতৰ পৰাজয়ৰ পাছতেই কোচ সলনিৰ চৰ্চা, অচিৰেই দলৰ কোচৰ দায়িত্বৰ পৰা আঁতৰিব ৰাহুল দ্ৰাবিড়!
0
SHARES
2.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ এইবাৰৰ আইচিচি ক্ৰিকেট বিশ্বকাপৰ ফাইনেলত ভাৰতীয় ক্ৰিকেট দলৰ পৰাজয়ক যেন কোনোৱে সহজভাৱে ল’ব পৰা নাই। ফাইনেলত অষ্ট্ৰেলিয়া দলে ভাৰতক ৬ উইকেটত পৰাস্ত কৰিছে। এই পৰাজয়ৰ পাছতেই টীম ইণ্ডিয়াত কেইবাটাও সালসলনি হ’ব বুলি ধাৰণা কৰিছে প্ৰায়সংখ্যক ক্ৰিকেট অনুৰাগীয়েই। বহুতেই ধাৰণা কৰিছে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়কৰ পৰা কোচলৈকে সকলোবোৰেই সাল-সলনি হ’ব বুলি জনাইছে প্ৰায়সংখ্যকেই।

বিগত ২বছৰ ধৰি ভাৰতীয় ক্ৰিকেট দলৰ কোচৰ দায়িত্বত আছে ৰাহুল দ্ৰাবিড়। বিশ্বকাপৰ পৰাজয়ৰ পাছতেই বহুতেই চৰ্চা চলাইছে, ৰাহুল দ্ৰাবিড়ে এইবাৰ হেড কোচ পদৰ পৰা অব্যাহতি ল’ব। যদি ৰাহুল দ্ৰাবিড়ে এই পদ এৰে তেন্তে টীম ইণ্ডিয়াৰ পৰবৰ্তী কোচ কোন হ’ব? ভাৰতীয় দলৰ হেড কোচ হিচাপে কাৰ্যকালো প্ৰায় শেষ হৈছে ৰাহুল দ্ৰাবিড়ৰ। বিচিচিআইৰ সৈতে এদিনীয়া ক্ৰিকেটলৈকেহে তেওঁৰ চুক্তি আছিল। এই পৰিস্থিতিত তেওঁ টীম ইণ্ডিয়াৰ কোচ পদৰ পৰা অব্যাহতি লোৱাৰ আশংকাই বেছি।

ভাৰতীয় ক্ৰিকেট দলৰ কোচক লৈ চলা আলোচনাত প্ৰায়সংখ্যকেই দাবী কৰিছে যে পৰবৰ্তী কোচ হিচাপে ভিভিএছ লক্ষ্মণে দায়িত্ব ল’ব পাৰে। লক্ষ্মণৰ অভিজ্ঞতা অন্যান্যসকলতকৈ যথেষ্ট বেচি। তেওঁ দলক ভালধৰণে গাইডো কৰিব পাৰিব। বহু প্ৰাক্তন ক্ৰিকেটাৰেই টিম ইণ্ডিয়াৰ পৰবৰ্তী কোচ হিচাপে লক্ষ্মণৰ নাম প্ৰস্তাৱ কৰিছে। ৰাহুল দ্ৰাবিড়ৰ স্থানত কোচ হিচাপে দায়িত্ব লোৱাৰ ক্ষেত্ৰত আন এজন ক্ৰিকেটাৰৰ নামো চৰ্চালৈ আহিছে। তেওঁ হৈছে বীৰেন্দৰ ছেহৱাগ।

এতিয়াও টীম ইণ্ডিয়াৰ মিছন শেষ হোৱা নাই
এটা সময়ত আন্তৰ্জাতিক ক্ৰিকেটত বেট হাতত লৈ প্ৰতিপক্ষক আতংকিত কৰি ৰাখিছিল বীৰেন্দৰ ছেহৱাগে। তেওঁ বেট তুলি ল’লেই কঁপি উঠিছিল প্ৰতিপক্ষৰ বলাৰ। সেয়ে বহুতেই পৰবৰ্তী কোচ হিচাপে বীৰেন্দৰ ছেহৱাগৰ নামেই লৈছে। এদিনীয়া বিশ্বকাপত ভাৰতে পৰাজয় বৰণ কৰিলেও ভাৰতীয় ক্ৰিকেট দলৰ মিছন এতিয়াও শেষ হোৱা নাই। আগন্তুক বৰ্ষতেই অনুষ্ঠিত হ’ব টি-২০ বিশ্বকাপ। ইয়াৰোপৰি ২০২৫ চনত আকৌ চেম্পিয়ন ট্ৰফীও আছে। এই পৰিস্থিতিত ভাৰতীয় ক্ৰিকেট কন্ট্ৰল বৰ্ডে অচিৰেই কোচ সলনি কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পাপ হ’ব খণ্ডন, যদি এবাৰ স্নান কৰে এই স্থানত! জানক ৰহস্য
জীৱনশৈলী

পাপ হ’ব খণ্ডন, যদি এবাৰ স্নান কৰে এই স্থানত! জানক ৰহস্য

August 22, 2026
৪০ লাখ টকা দৰমহা পালে কি হ’ব? ৰাহুল গান্ধীক Follow কৰাৰ বাবেই যুৱকৰে বিয়া ভাঙিলে যুৱতীয়ে
জীৱনশৈলী

৪০ লাখ টকা দৰমহা পালে কি হ’ব? ৰাহুল গান্ধীক Follow কৰাৰ বাবেই যুৱকৰে বিয়া ভাঙিলে যুৱতীয়ে

August 22, 2026
কেৱল ২৫০টকাৰ খৰচ কৰিয়েই দিয়ক এই বিশেষ উপহাৰ
জীৱনশৈলী

কেৱল ২৫০টকাৰ খৰচ কৰিয়েই দিয়ক এই বিশেষ উপহাৰ

August 22, 2026
কি অনন্য কৃতিত্বৰে গিনিজ বুকত নাম লিখিবলৈ সক্ষম হৈছে চিৰঞ্জীৱীয়ে, জানেনে?
বিনোদন

কি অনন্য কৃতিত্বৰে গিনিজ বুকত নাম লিখিবলৈ সক্ষম হৈছে চিৰঞ্জীৱীয়ে, জানেনে?

August 22, 2026
Next Post
তৃতীয় বিশ্বযুদ্ধ, বিধ্বংসী ভূমিকম্প, ২০২৪ক লৈ নষ্ট্ৰাডামূছে কি কি ভৱিষ্যতদ্বাণী কৰি গৈছে?

তৃতীয় বিশ্বযুদ্ধ, বিধ্বংসী ভূমিকম্প, ২০২৪ক লৈ নষ্ট্ৰাডামূছে কি কি ভৱিষ্যতদ্বাণী কৰি গৈছে?

ৰাধাৰ প্ৰেমত বাউলী হ’লেও শ্ৰীকৃষ্ণই কিয় বিয়া কৰোৱা নাছিল প্ৰিয়তমা ৰাধাক?

ৰাধাৰ প্ৰেমত বাউলী হ’লেও শ্ৰীকৃষ্ণই কিয় বিয়া কৰোৱা নাছিল প্ৰিয়তমা ৰাধাক?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.