• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘ধোনীৰ পাছতেই নতুন ফিনিছাৰ…’ ৰিংকুৰ বেটিঙেই ক’লে মহেন্দ্ৰ সিং ধোনীৰ পাছতেই শ্ৰেষ্ঠ ফিনিছাৰ লাভ কৰিছে দেশে

‘ধোনীৰ পাছতেই নতুন ফিনিছাৰ…’ ৰিংকুৰ বেটিঙেই ক’লে মহেন্দ্ৰ সিং ধোনীৰ পাছতেই শ্ৰেষ্ঠ ফিনিছাৰ লাভ কৰিছে দেশে

2 years ago
বিধায়ক হ’ল আৰ জি কৰৰ নিৰ্যাতিতাৰ মাতৃ ৰত্না দেৱনাথ, নতুন চৰকাৰ আহিলে কিয় জে’লত যাব পাৰে মমতা আৰু অভিষেক বেনাৰ্জী? আৰ জি কৰৰ নিৰ্যাতিতাৰ মাতৃয়ে দিছে হুংকাৰ

বিধায়ক হ’ল আৰ জি কৰৰ নিৰ্যাতিতাৰ মাতৃ ৰত্না দেৱনাথ, নতুন চৰকাৰ আহিলে কিয় জে’লত যাব পাৰে মমতা আৰু অভিষেক বেনাৰ্জী? আৰ জি কৰৰ নিৰ্যাতিতাৰ মাতৃয়ে দিছে হুংকাৰ

24 minutes ago
সমগ্ৰ দেশত দুদিনীয়াকৈ বেংক ধৰ্মঘট!  কি কি সেৱাত পৰিব প্ৰভাৱ?

সমগ্ৰ দেশত দুদিনীয়াকৈ বেংক ধৰ্মঘট! কি কি সেৱাত পৰিব প্ৰভাৱ?

1 hour ago
Met Gala ত কৰণ জোহৰৰ অদ্ভুত পোছাক, সকলোৱে ক’লে এয়া কি?

Met Gala ত কৰণ জোহৰৰ অদ্ভুত পোছাক, সকলোৱে ক’লে এয়া কি?

1 hour ago
হঠাৎ খৰচ বাঢ়িছে নেকি? এই ৫টা টিপচে সহায় কৰিব অৰ্থ লাভত!

হঠাৎ খৰচ বাঢ়িছে নেকি? এই ৫টা টিপচে সহায় কৰিব অৰ্থ লাভত!

2 hours ago
8th Pay Commission: দৰমহা বৃদ্ধিৰ পৰা পেঞ্চনলৈকে, কি কি আছে কৰ্মচাৰীসকলৰ দাবী?

8th Pay Commission: দৰমহা বৃদ্ধিৰ পৰা পেঞ্চনলৈকে, কি কি আছে কৰ্মচাৰীসকলৰ দাবী?

2 hours ago
গ্ৰীষ্মকালত কি কি ভুলে ছালৰ ক্ষতি কৰে? বিশেষজ্ঞৰ পৰা জানক

গ্ৰীষ্মকালত কি কি ভুলে ছালৰ ক্ষতি কৰে? বিশেষজ্ঞৰ পৰা জানক

3 hours ago
মুখ্যমন্ত্ৰীৰ পদ এৰিবলৈ সাজু হিমন্ত বিশ্ব শৰ্মা, ভংগ হ’ব শৰ্মা মন্ত্ৰীসভা!

মুখ্যমন্ত্ৰীৰ পদ এৰিবলৈ সাজু হিমন্ত বিশ্ব শৰ্মা, ভংগ হ’ব শৰ্মা মন্ত্ৰীসভা!

3 hours ago
ভাগ্যই সহায় কৰিছে থালাপতি বিজয়ক! ৪ নম্বৰ কিয় ইমান বিশেষ?

ভাগ্যই সহায় কৰিছে থালাপতি বিজয়ক! ৪ নম্বৰ কিয় ইমান বিশেষ?

4 hours ago
iPhone কিনিম বুলি ভাবিছে নেকি? এয়াই আপোনাৰ বাবে সোণালী সুযোগ!

iPhone কিনিম বুলি ভাবিছে নেকি? এয়াই আপোনাৰ বাবে সোণালী সুযোগ!

5 hours ago
PF ৰ ধন উলিয়াব খুজিছে নেকি? এই সহজ নিয়ম মানিলে নহয় TDS কৰ্তন!

PF ৰ ধন উলিয়াব খুজিছে নেকি? এই সহজ নিয়ম মানিলে নহয় TDS কৰ্তন!

5 hours ago
হনুমান চালিছা পাঠ কৰোতে নকৰিব ভুল, সৰ্বনাশ হ’ব আপোনাৰ!

হনুমান চালিছা কি ভাষাত পঢ়াটো উত্তম? কেতিয়াও নকৰিব ভুল!

7 hours ago
হনুমান ভক্তৰ বাবে বিশেষ আজিৰ দিনটো, দূৰ হ’ব জীৱনৰ সকলো সমস্যা!

হনুমান ভক্তৰ বাবে বিশেষ আজিৰ দিনটো, দূৰ হ’ব জীৱনৰ সকলো সমস্যা!

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, May 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

‘ধোনীৰ পাছতেই নতুন ফিনিছাৰ…’ ৰিংকুৰ বেটিঙেই ক’লে মহেন্দ্ৰ সিং ধোনীৰ পাছতেই শ্ৰেষ্ঠ ফিনিছাৰ লাভ কৰিছে দেশে

editor by editor
November 24, 2023
in ক্ৰীড়া, বিশ্ব, ভাৰত
0
‘ধোনীৰ পাছতেই নতুন ফিনিছাৰ…’ ৰিংকুৰ বেটিঙেই ক’লে মহেন্দ্ৰ সিং ধোনীৰ পাছতেই শ্ৰেষ্ঠ ফিনিছাৰ লাভ কৰিছে দেশে
0
SHARES
478
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৰিংকু সিঙেই ভাৰতীয় ক্ৰিকেট দলৰ নতুন ফিনিছাৰ। আগন্তুক সময়ত তেওঁ মহেন্দ্ৰ সিং ধোনীৰ অভাৱ পূৰ কৰিব! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্রথম টি-২০ মেচৰ পাছত বহুতেই ভাৰতীয় ক্ৰিকেট সমৰ্থকক এই কথা ভাৱিবলৈ বাধ্য কৰাইছে। বৃহস্পতিবাৰে ৰিংকু সিঙে আকৌ এবাৰ প্ৰমাণ কৰি দিলে যে কিয় দেশবাসীয়ে তেওঁক ধোনীৰ স্থানত দেখিছে। পৰবৰ্তী ভাল ফিনিছাৰ কিয় হোৱাৰ সম্ভাৱনা আছে ৰিংকু সিঙৰ? সেই কথা ২২ গজত বৃহস্পতিবাৰে প্ৰমাণ কৰি দেখুওৱাইছে ৰিংকু সিঙে।

বিশাখাপত্তনমত আয়োজিত এই মেচত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টীম ইণ্ডিয়াই ২ উইকেটত জয়লাভ কৰিছে। তাতোকৈ ডাঙৰ বিষয় হ’ল মেচৰ একেবাৰে শেষত ছিক্স কোবাই ৰিংকুৱে ভাৰতৰ জয় নিশ্চিত কৰিছে। ইতিমধ্যেই দেশৰ ক্ৰিকেট সমৰ্থকে ৰিংকুক আইপিএলৰ পৰাই আদৰি লৈছে। টি-২০ৰ প্রথম মেচ দেখাৰ পাছতেই ক্ৰিকেটপ্ৰেমী আত্মবিশ্বাসী হৈ পৰিছে ৰিংকুক লৈ। মহেন্দ্ৰ সিং ধোনীয়ে ২০১১ চনৰ বিশ্বকাপ ফাইনেলত যেনেকৈ ছিক্স কোৱাই ভাৰতীয় দলটোক বিজয়ৰ সোৱাদ দিছিল। ৰিংকুৱে বৃহস্পতিবাৰে খেলা ইনিংছৰ ২০১১ ধোনীয়ে খেলা ইনিংছৰ সৈতে সাদৃশ্য আছে। ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ অভিষেক নায়াৰেও ৰিংকুৰ খেল দেখি প্ৰশংসা কৰিছে ৰিংকুৰ খেলক। তেওঁ এই সন্দৰ্ভত কয়, ‘মেচ ফিনিছ কৰাত ৰিংকু দক্ষ খেলুৱৈ।’

টি-২০ৰ এই বিশেষ মেচত ৰিংকু সিঙে ১৪ বলত ২২ ৰান কৰিছে। চাৰিটাকৈ বাউণ্ডেৰীও কোবাইছে। জয়ৰ বাবে ২০৯ ৰানৰ টাৰ্গেট বান্ধি দিয়া হৈছিল টীম ইণ্ডিয়াক। বেটিঙত নামি টীম ইণ্ডিয়াই ১ টা বল বাকী থাকোতেই মেচ জয় কৰি পেলায়। এই খেলত ৰিংকুৰ পাৰ্ফৰমেন্সক লৈ দেশজুৰি আৰম্ভ হৈছে চৰ্চা। খুব কম সময়ৰ ভিতৰতেই ৰিংকুৱে ভাৰতীয় ক্ৰিকেট দলত প্ৰৱেশ কৰিব বুলিও আশা কৰিছে প্ৰায়সংখ্যক জ্যেষ্ঠ খেলুৱৈয়ে।

জিঅ’ চিনেমাত, মেচক লৈ চলি থকা আলোচনাৰ অভিষেক নায়াৰে বাৰে বাৰে কৈছে, ‘ৰিংকুৱে নিজৰ যোগ্যতাৰ প্ৰমাণ ইতিমধ্যেই দিছে। আমি এনে এজন প্লেয়াৰৰ কথা পাতি আছো যিয়ে আইপিএলৰ টুৰ্নামেণ্ট আৰু ঘৰুৱা ক্ৰিকেটতো যথেষ্ট পাৰদৰ্শিতা দেখুৱাই থৈছে। ৰিংকুৰ বেটত পৰাজয় শব্দতো নাই। নিজৰে দৃঢ়তাৰে আগুৱাই নিছে ৰিংকুৱে। ভাৰতীয় ক্ৰিকেট দলৰ হৈ এইবাৰ তৃতীয়বাৰৰ বাবে পাৰ্ফৰমেন্স দেখুওৱাইছে ৰিংকুৱে। তিনিবাৰেই ৰিংকুৱে টীম ইণ্ডিয়াত থাকি বুজাই দিছে তেওঁক এই দলৰ খুবেই প্ৰয়োজন। তেওঁ ৫-৭ বছৰ ধৰি আন্তৰ্জাতিক ক্ৰিকেট খেলিছে। খেলৰ দক্ষতা এনেকৈয়ে বাঢ়িছে।’

ইয়াৰোপৰি প্ৰাক্তন খেলুৱৈ অভিষেক নায়াৰে অলপমানো কুণ্ঠাবোধ নকৰাকৈ কৈছে, ‘টীম ইণ্ডিয়াই অৱশেষত ফিনিছাৰ লাভ কৰিলে। এটা ইনিংছ কেনেকৈ শেষ কৰিব পাৰি সেই দক্ষতা ৰিংকুৰ আছে। এইয়া সহজ কাম নহয়। ইমানদিন ধৰি হাৰ্দিক পাণ্ডিয়া আৰু ধোনীকেই এই কামত সফল বুলি ভাৱি আহিছিল ক্ৰিকেটপ্ৰেমীয়ে। এই দুজনৰ পাছত আন কাক এই দায়িত্ব দিব পাৰি সেই কথাত ভাৰতীয় দলৰ হাতত অপশ্ব্যন নাছিল। এইবাৰৰ পৰা চিন্তা দূৰ হ’ব। ধোনীৰ পাছতেই ভাৰতীয় ক্ৰিকেট দলে এজন ভাল ফিনিছাৰ লাভ কৰিছে। তেওঁ কিমান ৰান কৰিছে সেয়া গুৰুত্বপূৰ্ণ নহয়, কেনেকৈ দলটোক জয়ৰ সোৱাদ দিব পাৰি সেই কথাত ৰিংকু কম সময়তে পাকৈত হৈ পৰিছে। ৰিংকুৱে যেতিয়া বেট ধৰে তেওঁক তেতিয়া খুবেই শান্ত মগজুত দেখা যায়।’

উল্লেখ্য যে, পাঁচ মেচৰ টি-২০ চিৰিজত টীম ইণ্ডিয়াই ইতিমধ্যেই ১-০ ব্যৱধানত আগুৱাই গৈছে। আগন্তুক দেওবাৰে অৰ্থাৎ ২৬ নৱেম্বৰত তিৰুৱন্তপূৰমৰ গ্ৰীণফিল্ড আন্তৰ্জাতিক ষ্টেডিয়ামত এই দুই দলে দ্বিতীয়খন মেচ খেলিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দল হাৰিল, হাৰিল নিজেও, সমাপ্তি মমতা অধ্যায়ৰ, বংগবাসীয়ে বিজেপিৰ হাতত তুলি দিলে পৰবৰ্তী ৫ বছৰৰ দায়িত্ব
ভাৰত

দল হাৰিল, হাৰিল নিজেও, সমাপ্তি মমতা অধ্যায়ৰ, বংগবাসীয়ে বিজেপিৰ হাতত তুলি দিলে পৰবৰ্তী ৫ বছৰৰ দায়িত্ব

May 4, 2026
বহুত কষ্ট কৰিলা, ফলাফল ভাল হৈছে নেক্সট আৰু ভাল হ’ব, দ্বিতীয়বাৰ মুখ্যমন্ত্ৰী পদত বহাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দৰ ঘৰত উপস্থিত হিমন্ত বিশ্ব শৰ্মা
অসম

বহুত কষ্ট কৰিলা, ফলাফল ভাল হৈছে নেক্সট আৰু ভাল হ’ব, দ্বিতীয়বাৰ মুখ্যমন্ত্ৰী পদত বহাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দৰ ঘৰত উপস্থিত হিমন্ত বিশ্ব শৰ্মা

May 4, 2026
ৰবীন্দ্ৰনাথে যেনেকৈ ভয়মুক্ত মন আৰু পৰিবেশ বিচাৰিছিল বিজেপিয়ে পশ্চিমবংগত তেনে পৰিবেশ তৈয়াৰ কৰিব! ৰবীন্দ্ৰ জয়ন্তীৰ দিনাই শপত ল’ব পশ্চিমবংগৰ বিজেপি চৰকাৰে
জীৱনশৈলী

ৰবীন্দ্ৰনাথে যেনেকৈ ভয়মুক্ত মন আৰু পৰিবেশ বিচাৰিছিল বিজেপিয়ে পশ্চিমবংগত তেনে পৰিবেশ তৈয়াৰ কৰিব! ৰবীন্দ্ৰ জয়ন্তীৰ দিনাই শপত ল’ব পশ্চিমবংগৰ বিজেপি চৰকাৰে

May 4, 2026
বংগ জয় কৰি বাঙালী বাবু সাজেৰে ওলাই আহিল মোদী, ধুতি পাঞ্জাৱী পিন্ধি কি ক’লে প্ৰধানমন্ত্ৰীয়ে?
জীৱনশৈলী

বংগ জয় কৰি বাঙালী বাবু সাজেৰে ওলাই আহিল মোদী, ধুতি পাঞ্জাৱী পিন্ধি কি ক’লে প্ৰধানমন্ত্ৰীয়ে?

May 4, 2026
Next Post
সন্মুখত ৰাস পূৰ্ণিমা! সনাতন ধৰ্মত এই দিনটোৰ কি কি বিশেষ তাৎপৰ্য আছে?

সন্মুখত ৰাস পূৰ্ণিমা! সনাতন ধৰ্মত এই দিনটোৰ কি কি বিশেষ তাৎপৰ্য আছে?

ৰাস মহোৎসৱত ৰাধাৰ প্ৰসংগ! শ্ৰীকৃষ্ণৰ প্ৰেয়সী ৰাধাৰ মৃত্যু কেনেকৈ ঘটিছিল, শ্ৰীকৃষ্ণই প্ৰিয় বাঁহীটোও কিয় ত্যাগ কৰিছিল?

ৰাস মহোৎসৱত ৰাধাৰ প্ৰসংগ! শ্ৰীকৃষ্ণৰ প্ৰেয়সী ৰাধাৰ মৃত্যু কেনেকৈ ঘটিছিল, শ্ৰীকৃষ্ণই প্ৰিয় বাঁহীটোও কিয় ত্যাগ কৰিছিল?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.