• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অৰ্জুন বঁটা

অৰ্জুন বঁটা লাভ কৰিব নেকি মহম্মদ ছামীয়ে? খেল মন্ত্ৰালয়ক বিশেষ অনুৰোধ BCCIৰ

3 years ago
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়

শিৱৰ কৃপাত সলনি হ’ব জীৱন, কাইলৈ কাৰ কাৰ উদয় হ’ব ভাগ্য?

7 hours ago
কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা

উজনিত লাগিছে হাহাকাৰ! নাগালেণ্ডত বৰষুণৰ এলাৰ্টৰ পাছতে শিৱসাগৰ, চৰাইদেউলৈ জাননী, মুকলি হেল্পলাইন নম্বৰ

7 hours ago
গংগাজল ঘৰত ৰাখিছে নেকি? তেন্তে জানক এই তথ্য

গংগাজল ঘৰত ৰাখিছে নেকি? তেন্তে জানক এই তথ্য

8 hours ago
WWE Khali health update: ভয়ংকৰ দুৰ্ঘটনাত পতিত দ্য গ্ৰেট খালী! কেনে আছে স্বাস্থ্য?

WWE Khali health update: ভয়ংকৰ দুৰ্ঘটনাত পতিত দ্য গ্ৰেট খালী! কেনে আছে স্বাস্থ্য?

8 hours ago
চাইনাচৰ সমস্যাই অশান্তি কৰিছে নেকি? এই টিপছে আপোনাক দিব সকাহ

চাইনাচৰ সমস্যাই অশান্তি কৰিছে নেকি? এই টিপছে আপোনাক দিব সকাহ

9 hours ago
ভুল দিশৰ শৌচাগাৰে মাতিব বিপদ, ধ্বংস কৰিব ঘৰৰ সুখ-শান্তি!

ভুল দিশৰ শৌচাগাৰে মাতিব বিপদ, ধ্বংস কৰিব ঘৰৰ সুখ-শান্তি!

10 hours ago
সহজ নহয় ভাদ মাহত জন্মগ্ৰহণ কৰা শিশুৰ জীৱন! জ্যোতিষশাস্ত্ৰৰ পৰা জানক সকলো

সহজ নহয় ভাদ মাহত জন্মগ্ৰহণ কৰা শিশুৰ জীৱন! জ্যোতিষশাস্ত্ৰৰ পৰা জানক সকলো

10 hours ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

২০ বছৰ বয়সত কৰক এই কাম, সলনি হব আপোনাৰ ভৱিষ্যত!

11 hours ago
পি এম কিষান যোজনাৰ ডাঙৰ খবৰ, ভুল নকৰিলে পাব সময়ত ধন!

পি এম কিষান যোজনাৰ ডাঙৰ খবৰ, ভুল নকৰিলে পাব সময়ত ধন!

12 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

অষ্টম দৰমহা আয়োগত অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ পেঞ্চন বন্ধ হ’ব নেকি? NC-JCM এ প্ৰকাশ কৰিছে সম্পূৰ্ণ সত্য

13 hours ago
ভাৰতক এশিকনি দিবলৈ গলৱান আক্ৰমণৰ নিৰ্দেশ দিয়া চীনা জেনেৰেলজনক চাকৰিৰ পৰা বৰ্খাস্ত, ছি জিনপিঙে প্ৰেৰণ কৰিছে বাৰ্তা

ভাৰতক এশিকনি দিবলৈ গলৱান আক্ৰমণৰ নিৰ্দেশ দিয়া চীনা জেনেৰেলজনক চাকৰিৰ পৰা বৰ্খাস্ত, ছি জিনপিঙে প্ৰেৰণ কৰিছে বাৰ্তা

13 hours ago
Bank Holidays: ২ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক সকলো কাম!

Bank Holidays: ২ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক সকলো কাম!

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

অৰ্জুন বঁটা লাভ কৰিব নেকি মহম্মদ ছামীয়ে? খেল মন্ত্ৰালয়ক বিশেষ অনুৰোধ BCCIৰ

editor by editor
December 13, 2023
in ক্ৰীড়া
0
অৰ্জুন বঁটা
0
SHARES
533
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেশৰ ক্ৰীড়াক্ষেত্ৰৰ সৰ্বোচ্চ সন্মান হৈছে অৰ্জুন বঁটা। ২০২৩ বৰ্ষৰ অৰ্জুন বঁটাৰ বাবে চৰ্চালৈ আহিছে ভাৰতৰ তাৰকা পেচ বলাৰ মহম্মদ ছামীৰ নাম। এদিনীয়া বিশ্বকাপত দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়োৱা মহম্মদ ছামীয়ে অৰ্জুন বঁটা লাভ কৰাৰ সম্ভাৱনা প্ৰকট হৈছে। ইয়াৰ বাবে বিচিচিআয়ে অৰ্জুন বঁটাৰ মনোনয়নৰ বাবে ছামীৰ নাম প্ৰেৰণ কৰাৰ লগতে খেল মন্ত্ৰালয়ক বিশেষ অনুৰোধ জনাইছে।
২০২৩ এদিনীয়া ক্ৰিকেট বিশ্বকাপত মহম্মদ ছামীয়ে দমনীয় প্ৰদৰ্শনেৰে সাতখন মেচত ২৪ টা উইকেট দখল কৰিবলৈ সক্ষম হয়। বিশ্বকাপৰ প্ৰথম চাৰিখন মেচত উপেক্ষিত ছামীয়ে পৰৱৰ্তী সময়ত সুযোগৰ সৎ ব্যৱহাৰ কৰি ভাৰতক ফাইনেলত উপনীত কৰোৱাত গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰে। ফাইনেলত অষ্ট্ৰেলিয়াৰ হাতত ভাৰত পৰাজিত হ’লেও ভাৰতীয় দলৰ লগতে মহম্মদ ছামীৰ প্ৰদৰ্শনে প্ৰসংশা বুটলিবলৈ সক্ষম হয় ক্ৰীড়াপ্ৰেমীৰ।
ভাৰতৰ বেডমিণ্টন যুটি সাত্বিক সাইৰাজ আৰু চিৰাগ চেট্টী মনোনীত হয় দ্বিতীয় সৰ্বোচ্চ ক্ৰীড়া সন্মান মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটাৰ বাবে। মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটাৰ তালিকাত নাম নথকা বাবে বিচিচিআয়ে মহম্মদ ছামীক অৰ্জুন বঁটাৰ বাবে মনোনীত কৰিবলৈ খেল মন্ত্ৰালয়ক বিশেষ অনুৰোধ জনোৱা বুলি এক সুত্ৰত প্ৰকাশ।
আনহাতে, আন ১৬ গৰাকী ক্ৰীড়াবিদ অৰ্জুন বঁটাৰ বাবে মনোনীত হোৱাৰ লগতে দ্ৰোণাচাৰ্য বঁটাৰ বাবে মনোনয়ন লাভ কৰিছে পাঁচগৰাকী ক্ৰীড়াবিদে। ধ্যানচান্দ জীৱনজোৰা সাধনা বঁটাৰ তালিকাত আছে তিনিগৰাকী ক্ৰীড়াবিদ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: arujuna awardbccimohammed shamisports
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

WWE Khali health update: ভয়ংকৰ দুৰ্ঘটনাত পতিত দ্য গ্ৰেট খালী! কেনে আছে স্বাস্থ্য?
বিনোদন

WWE Khali health update: ভয়ংকৰ দুৰ্ঘটনাত পতিত দ্য গ্ৰেট খালী! কেনে আছে স্বাস্থ্য?

August 30, 2026
TNPLত আশ্বৰ্যকৰ ঘটনা, ইনিংছৰ প্ৰথম তিনিটা বলতেই hattrick
বিনোদন

TNPLত আশ্বৰ্যকৰ ঘটনা, ইনিংছৰ প্ৰথম তিনিটা বলতেই hattrick

August 26, 2026
পুৰুষৰ পৰা মহিলা হোৱা অনায়া বাংগাৰে অষ্ট্ৰেলিয়াৰ হৈ খেলিব নেকি ক্ৰিকেট?
বিনোদন

পুৰুষৰ পৰা মহিলা হোৱা অনায়া বাংগাৰে অষ্ট্ৰেলিয়াৰ হৈ খেলিব নেকি ক্ৰিকেট?

August 26, 2026
বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!
বিনোদন

বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

August 25, 2026
Next Post
আৰক্ষী

জে'লত বন্দী কংগ্ৰেছ নেতা নাচি আছে বিয়াত, হুৱাদুৱা লাগিল আৰক্ষীৰ

বিজেপিক সহায় কৰিবলৈকে ডিব্ৰুগড়ৰ টিকট দিয়া হ’ব নেকি লুৰিণজ্যোতিক!

বিজেপিক সহায় কৰিবলৈকে ডিব্ৰুগড়ৰ টিকট দিয়া হ'ব নেকি লুৰিণজ্যোতিক!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.