• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
লোকচান আপোনাৰ, যদিহে ৩১ডিচেম্বৰৰ পূৰ্বে নকৰে এই ৩টা কাম…

লোকচান আপোনাৰ, যদিহে ৩১ডিচেম্বৰৰ পূৰ্বে নকৰে এই ৩টা কাম…

3 years ago
মোদী বনাম ৰাহুল গান্ধী নে মোদী বনাম অভিজিৎ দীপকে? সমীক্ষাত চমকপ্ৰদ তথ্য

মোদী বনাম ৰাহুল গান্ধী নে মোদী বনাম অভিজিৎ দীপকে? সমীক্ষাত চমকপ্ৰদ তথ্য

1 hour ago
‘মোজতাবা খামেনেইৰ অৱস্থা সংকটজনক, মৃত্যুৰ খবৰ পালেও আচৰিত নহ’ব’- কাৰ এই দাবী?

‘মোজতাবা খামেনেইৰ অৱস্থা সংকটজনক, মৃত্যুৰ খবৰ পালেও আচৰিত নহ’ব’- কাৰ এই দাবী?

2 hours ago
দুগুণ দামত কিনিব লাগিব LPG চিলিণ্ডাৰ! দুগুণ দামৰ পৰা পৰিত্ৰাণ পাবলৈ আজিয়েই কৰক এই কাম

দুগুণ দামত কিনিব লাগিব LPG চিলিণ্ডাৰ! দুগুণ দামৰ পৰা পৰিত্ৰাণ পাবলৈ আজিয়েই কৰক এই কাম

2 hours ago
প্ৰধানমন্ত্ৰী মোদীলৈ মাৰ্কিন উপ ৰাষ্ট্ৰপতি ভেন্সৰ ফোনৰ উদ্দেশ্য কি?

প্ৰধানমন্ত্ৰী মোদীলৈ মাৰ্কিন উপ ৰাষ্ট্ৰপতি ভেন্সৰ ফোনৰ উদ্দেশ্য কি?

3 hours ago
কেনে যাব আপোনাৰ আজিৰ দিনটো?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

3 hours ago
১৬২ কিলোমিটাৰ বেগত ভয়ংকৰ ৰূপত আহি আছে ঘূৰ্ণীবতাহ

১৬২ কিলোমিটাৰ বেগত ভয়ংকৰ ৰূপত আহি আছে ঘূৰ্ণীবতাহ

12 hours ago
হৰমুজ ষ্ট্ৰেইটক লৈ এইবাৰ ইৰানৰ নতুন খেল ‘আমেৰিকাৰ বাবে ভয়ংকৰ হব এই চুক্তি’

হৰমুজ ষ্ট্ৰেইটক লৈ এইবাৰ ইৰানৰ নতুন খেল ‘আমেৰিকাৰ বাবে ভয়ংকৰ হব এই চুক্তি’

13 hours ago
কাইলৈ এই ৫ ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

কাইলৈ এই ৫ ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

13 hours ago
‘বলীউডৰ এগৰাকী অভিনেত্ৰীয়ে ধনৰ বিনিময়ত কৰে শাৰীৰিক সম্পৰ্ক’

‘বলীউডৰ এগৰাকী অভিনেত্ৰীয়ে ধনৰ বিনিময়ত কৰে শাৰীৰিক সম্পৰ্ক’

14 hours ago
পাকিস্তান, ছৌদি আৰব, তুৰ্কীৰ মাজত প্ৰতিৰক্ষা চুক্তি সম্পন্ন

পাকিস্তান, ছৌদি আৰব, তুৰ্কীৰ মাজত প্ৰতিৰক্ষা চুক্তি সম্পন্ন

14 hours ago
চ্যুয়িংগামে কমাব মূৰ আৰু ডিঙিৰ কেন্সাৰ! নতুন গৱেষণাই আনিছে আশাৰ সঞ্চাৰ

চ্যুয়িংগামে কমাব মূৰ আৰু ডিঙিৰ কেন্সাৰ! নতুন গৱেষণাই আনিছে আশাৰ সঞ্চাৰ

15 hours ago
কিয় হুকহুকাই কান্দি উঠিল শুকুৰ আলী?

কিয় হুকহুকাই কান্দি উঠিল শুকুৰ আলী?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

লোকচান আপোনাৰ, যদিহে ৩১ডিচেম্বৰৰ পূৰ্বে নকৰে এই ৩টা কাম…

৩টা কাম কৰিবলৈ ভুলতো নাপাহৰিব

editor by editor
December 17, 2023
in Uncategorized
0
লোকচান আপোনাৰ, যদিহে ৩১ডিচেম্বৰৰ পূৰ্বে নকৰে এই ৩টা কাম…
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডিজিটেল ডেস্কঃ বছৰটো শেষ হবলৈ আৰু মাত্ৰ কেইটামান দিন। বছৰটোৰ শেষৰফালে আপোনাৰো ছাগে বহু কাম শেষ কৰাৰ প্লেন আছে। কিন্তু ৩১ডিচেম্বৰৰ পূৰ্বে অন্য কামৰ লগতে তলত উল্লেখ কৰা কামকেইটা কৰিবলৈ ভুলতো নাপাহৰিব। যদিহে পাহৰে, লোকচান কিন্তু আপোনাৰেই।

১. যিসকল গ্ৰাহকে ষ্টেট বেংক আৰু বেংক অৱ বৰোদাৰ লকাৰত বিভিন্ন প্ৰয়োজনীয় সামগ্ৰী জমা ৰাখিছে। সেই সকল গ্ৰাহকে ৩১ডিচেম্বৰৰ পূৰ্বে বেংকৰ নতুন এগ্ৰিমেন্টত চহী কৰিব লাগিব। যদিহে নকৰে তেনেহলে তেওঁলোকে লকাৰত থকা সামগ্ৰী উলিওৱাক লৈ অসুবিধাত পৰিব পাৰে। এই ক্ষেত্ৰত এই দুয়োটা বেংকৰ কৰ্তৃপক্ষই গ্ৰাহকসকলক নিৰ্ধাৰিত সময়ৰ ভিতৰত এই কাৰ্য সম্পন্ন কৰিবলৈ আহ্বান জনাইছে।

২. ৩১ডিচেম্বৰৰ পূৰ্বে বন্ধ হৈ পৰিব পাৰে আপোনাৰ বেংক একাউন্টৰ UPI ID। যদিহে আপুনি UPI ID বিগত এবছৰে ব্যৱহাৰ নকৰাকৈ ৰাখিছে, তাক নতুনকৈ নৱীকৰণ কৰাৰ ডেডলাইন হৈছে ৩১ডিচেম্বৰ। ৩১ডিচেম্বৰৰ পূৰ্বে আপোনাৰ UPI ID নৱীকৰণ নকৰিলে আপুনি হেৰুৱাব আপোনাৰ UPI ID।

৩. ইনকম টেক্স ৰিৰ্টান ফাইল কৰাৰ শেষ সময়সীমা ৩১ ডিচেম্বৰ। পূৰ্বে এই সময়সীমা ৩১জুলাই, ২০২৩ আছিল যদিও যিসকলে ফাইল কৰিব নোৱাৰিলে তেওঁলোকৰ বাবে শেষ সুযোগ হৈছে ৩১ডিচেম্বৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!
জীৱনশৈলী

সঘনাই শৌচ কৰাৰ অনুভৱ? এয়া কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

August 2, 2026
দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি
জীৱনশৈলী

দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

July 1, 2026
পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?
Uncategorized

পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?

May 28, 2026
AC চলাওঁতে সাৱধান হওক! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ
Uncategorized

AC চলাওঁতে সাৱধান হওক! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ

May 3, 2026
Next Post
ভগৱানৰ লীলাঃ ১০মিনিট সময় উশাহ বন্ধ হৈ আছিল শ্ৰেয়াস তালপড়ে…

ভগৱানৰ লীলাঃ ১০মিনিট সময় উশাহ বন্ধ হৈ আছিল শ্ৰেয়াস তালপড়ে...

আমেৰিকাত প্ৰেম, ঘৰলৈ আহি ঠিক হ’ল বিয়াঃ লগ্নৰ সময় পাৰ হোৱাৰ বাবেই ভাগিল বিয়া…

আমেৰিকাত প্ৰেম, ঘৰলৈ আহি ঠিক হ'ল বিয়াঃ লগ্নৰ সময় পাৰ হোৱাৰ বাবেই ভাগিল বিয়া...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.