• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আমেৰিকাত প্ৰেম, ঘৰলৈ আহি ঠিক হ’ল বিয়াঃ লগ্নৰ সময় পাৰ হোৱাৰ বাবেই ভাগিল বিয়া…

আমেৰিকাত প্ৰেম, ঘৰলৈ আহি ঠিক হ’ল বিয়াঃ লগ্নৰ সময় পাৰ হোৱাৰ বাবেই ভাগিল বিয়া…

3 years ago
পদত্যাগৰ পিছত Gen-Zক লৈ প্ৰথমবাৰৰ বাবে ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিক্ৰিয়া

পদত্যাগৰ পিছত Gen-Zক লৈ প্ৰথমবাৰৰ বাবে ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিক্ৰিয়া

20 minutes ago
টোপনিত দেখা সপোনবোৰ কিয় সম্পূৰ্ণৰূপে মনত নাথাকে?

টোপনিত দেখা সপোনবোৰ কিয় সম্পূৰ্ণৰূপে মনত নাথাকে?

42 minutes ago
কিয়ৰা আদৱানীৰ ইণ্টিমেচী দৃশ্যক লৈ এইজন অভিনেতাৰ মন্তব্য

কিয়ৰা আদৱানীৰ ইণ্টিমেচী দৃশ্যক লৈ এইজন অভিনেতাৰ মন্তব্য

2 hours ago
বিতৰ্কিত মন্তব্যৰ বাবে নহয়, এইবাৰ এইটো কাৰণত চৰ্চাৰ শীৰ্ষত সময় ৰাইনা

বিতৰ্কিত মন্তব্যৰ বাবে নহয়, এইবাৰ এইটো কাৰণত চৰ্চাৰ শীৰ্ষত সময় ৰাইনা

2 hours ago
মোদী বনাম ৰাহুল গান্ধী নে মোদী বনাম অভিজিৎ দীপকে? সমীক্ষাত চমকপ্ৰদ তথ্য

মোদী বনাম ৰাহুল গান্ধী নে মোদী বনাম অভিজিৎ দীপকে? সমীক্ষাত চমকপ্ৰদ তথ্য

3 hours ago
‘মোজতাবা খামেনেইৰ অৱস্থা সংকটজনক, মৃত্যুৰ খবৰ পালেও আচৰিত নহ’ব’- কাৰ এই দাবী?

‘মোজতাবা খামেনেইৰ অৱস্থা সংকটজনক, মৃত্যুৰ খবৰ পালেও আচৰিত নহ’ব’- কাৰ এই দাবী?

4 hours ago
দুগুণ দামত কিনিব লাগিব LPG চিলিণ্ডাৰ! দুগুণ দামৰ পৰা পৰিত্ৰাণ পাবলৈ আজিয়েই কৰক এই কাম

দুগুণ দামত কিনিব লাগিব LPG চিলিণ্ডাৰ! দুগুণ দামৰ পৰা পৰিত্ৰাণ পাবলৈ আজিয়েই কৰক এই কাম

4 hours ago
প্ৰধানমন্ত্ৰী মোদীলৈ মাৰ্কিন উপ ৰাষ্ট্ৰপতি ভেন্সৰ ফোনৰ উদ্দেশ্য কি?

প্ৰধানমন্ত্ৰী মোদীলৈ মাৰ্কিন উপ ৰাষ্ট্ৰপতি ভেন্সৰ ফোনৰ উদ্দেশ্য কি?

5 hours ago
কেনে যাব আপোনাৰ আজিৰ দিনটো?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

5 hours ago
১৬২ কিলোমিটাৰ বেগত ভয়ংকৰ ৰূপত আহি আছে ঘূৰ্ণীবতাহ

১৬২ কিলোমিটাৰ বেগত ভয়ংকৰ ৰূপত আহি আছে ঘূৰ্ণীবতাহ

14 hours ago
হৰমুজ ষ্ট্ৰেইটক লৈ এইবাৰ ইৰানৰ নতুন খেল ‘আমেৰিকাৰ বাবে ভয়ংকৰ হব এই চুক্তি’

হৰমুজ ষ্ট্ৰেইটক লৈ এইবাৰ ইৰানৰ নতুন খেল ‘আমেৰিকাৰ বাবে ভয়ংকৰ হব এই চুক্তি’

15 hours ago
কাইলৈ এই ৫ ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

কাইলৈ এই ৫ ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

আমেৰিকাত প্ৰেম, ঘৰলৈ আহি ঠিক হ’ল বিয়াঃ লগ্নৰ সময় পাৰ হোৱাৰ বাবেই ভাগিল বিয়া…

বৰাকৰ এখন বিয়াক লৈ সৰ্বত্ৰে প্ৰতিক্ৰিয়া

editor by editor
December 17, 2023
in অসম
0
আমেৰিকাত প্ৰেম, ঘৰলৈ আহি ঠিক হ’ল বিয়াঃ লগ্নৰ সময় পাৰ হোৱাৰ বাবেই ভাগিল বিয়া…
0
SHARES
693
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডিজিটেল ডেস্কঃ দুয়ো উচ্চশিক্ষিত। চাকৰিসূত্ৰে দুয়ো থাকে আমেৰিকাত । দীৰ্ঘদিনীয়া প্ৰেমৰ অন্তত দুয়ো দেশলৈ ঘূৰিল বিবাহ পাশত আৱদ্ধ হম বুলি। সেই মতেই সকলো যোজা চলিল। দুয়োগৰাকী ঘৰৰ মানুহৰ আহ-যাহ চলিল আৰু সময়ত হৈ বিয়াৰ দিন ধাৰ্য কৰা হল। কইনাৰ ঘৰ লক্ষীপুৰৰ পয়লাপুৰত আৰু দৰাৰ ঘৰ কলিকতাৰ দমদম অঞ্চলত। পেচাত দুয়ো চফটৱেৰ অভিযন্তা। উচ্চশিক্ষিত এই প্ৰেমিক যুগলৰ অৱশেষত বিয়া ভাগিল বিয়াৰ লগ্নৰ সময় ভংগ হোৱাক লৈ।

প্ৰাপ্ত খবৰ অনুসৰি, দীৰ্ঘদিন আমেৰিকাত প্ৰেমৰ সম্পৰ্কত থকাৰ পাছত দুয়োগৰাকী প্ৰেমৰ যুগলৰ অনুমতি সাপেক্ষেই অভিভাৱকে যোৱা ১৫ডিচেম্বৰত বিয়াৰ দিন ধাৰ্য কৰিছিল। ধুমধামেৰে বিয়াৰ সকলো প্ৰস্তুতি আগবাঢ়িছিল। নিৰ্দিষ্ট দিনত কলিকতাৰ পৰা আহি লক্ষীপুৰৰ কইনা ঘৰ পালেহি দৰা। বিয়াৰ লগ্ন আছিল সন্ধিয়া ৬.৩০বজাত। কিন্তু কইনাঘৰৰ কিছু পৰিস্থিতিৰ বাবে সেই সময়ত বিয়াত বহিব নোৱাৰিলে কইনা। ইয়াৰ পিছতে পুৰুহিতে কলে যে, দ্বিতীয় লগ্ন আছে নিশা ১১.৩০বজাত। সেই সময়তো কিছু অসুবিধাবশত বিয়াত বহিব নোৱাৰিলে কইনা।

ইয়াৰ পিছতে খঙত টিঙিৰি তুলা হল দৰা। দুবাৰকৈ লগ্নৰ সময় পাৰ হৈ যোৱাৰ পাছত দৰাই এইবাৰ বিয়াত বহাৰ বাবে অস্বীকাৰ কৰে। বহুতে দৰাক বুজনি দিবলৈ চেষ্টা কৰে যদিও দৰা নিজৰ স্থিতিত অটল থাকিল। অৱশেষত পৰিস্থিতি গৈ ইমানেই উত্তপ্ত হৈ পৰে যে আৰক্ষী উপস্থিত হৈহে নিয়ন্ত্ৰণ কৰে পৰিস্থিতি। ইতিমধ্য দৰাঘৰীয়া আৰু কইনাঘৰীয়াই উভয়ে ৰুজু কৰিছে গোচৰ।

বৰাকৰ এই ঘটনাৰ পাছতে এতিয়া সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উচ্চশিক্ষিত হৈও লগ্নৰ সময়ক লৈ এনেদৰে বিবাদ সৃষ্টি কৰাক লৈও বহুতে কটাক্ষ কৰিছে দৰাঘৰীয়াক। আনহাতে প্ৰেমৰ সম্পৰ্কত থাকি বিবাহৰ সিদ্ধান্ত লোৱা দুয়োগৰাকী প্ৰেমিকযুগলৰ মাজত বুজা-পৰাৰ অভাৱক লৈও একাংশই প্ৰশ্ন উত্থাপন কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিতৰ্কিত মন্তব্যৰ বাবে নহয়, এইবাৰ এইটো কাৰণত চৰ্চাৰ শীৰ্ষত সময় ৰাইনা
বিনোদন

বিতৰ্কিত মন্তব্যৰ বাবে নহয়, এইবাৰ এইটো কাৰণত চৰ্চাৰ শীৰ্ষত সময় ৰাইনা

August 9, 2026
কিয় হুকহুকাই কান্দি উঠিল শুকুৰ আলী?
অসম

কিয় হুকহুকাই কান্দি উঠিল শুকুৰ আলী?

August 8, 2026
নীৰৱে প্ৰস্থান কৰিলে উদীয়মান সংগীত শিল্পী হৰজিৎ দিয়াজ
বিনোদন

নীৰৱে প্ৰস্থান কৰিলে উদীয়মান সংগীত শিল্পী হৰজিৎ দিয়াজ

August 8, 2026
চিৰদিনলৈ বন্ধ হ’ব মাদ্ৰাছা! আহিছে কঠোৰ নিৰ্দেশনা
অসম

চিৰদিনলৈ বন্ধ হ’ব মাদ্ৰাছা! আহিছে কঠোৰ নিৰ্দেশনা

August 8, 2026
Next Post
অচল সংসাৰ, অভিষেকে দলিয়ালে বিয়াৰ আঙুঠিঃ  বিবাহ বিচ্ছেদ হ’লে মাহিলী কিমান টকা পাব ঐশ্বৰ্যাই…

অচল সংসাৰ, অভিষেকে দলিয়ালে বিয়াৰ আঙুঠিঃ বিবাহ বিচ্ছেদ হ'লে মাহিলী কিমান টকা পাব ঐশ্বৰ্যাই...

ANGRY মুডত গোবিন্দ ককাঃ ৰাইজক প্লাষ্টিকৰ চাউল খুৱাই বাঘৰ দৰে চোং সলাই ফুৰিছে হিমন্ত বিশ্ব শৰ্মাই…VIDEO

ANGRY মুডত গোবিন্দ ককাঃ ৰাইজক প্লাষ্টিকৰ চাউল খুৱাই বাঘৰ দৰে চোং সলাই ফুৰিছে হিমন্ত বিশ্ব শৰ্মাই...VIDEO

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.