• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিচনাত পৰি কেৱল গণিছে মৃত্যুৰ ক্ষণঃ কোনেও শাস্তি দিব নোৱাৰা ডাউদক ভগৱানে দিছে উচিত শাস্তি…

বিচনাত পৰি কেৱল গণিছে মৃত্যুৰ ক্ষণঃ কোনেও শাস্তি দিব নোৱাৰা ডাউদক ভগৱানে দিছে উচিত শাস্তি…

3 years ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

কাইলৈ কেনে যাব আপোনাৰ দিনটো? জানক কাৰ কাৰ সলনি হ’ব ভাগ্য!

7 hours ago
পুৰণি অৱসৰৰ পৰিকল্পনা নকৰিব কাম! বিশেষজ্ঞসকলে প্ৰকাশ কৰিলে নতুন সূত্ৰ

পুৰণি অৱসৰৰ পৰিকল্পনা নকৰিব কাম! বিশেষজ্ঞসকলে প্ৰকাশ কৰিলে নতুন সূত্ৰ

7 hours ago
হাত-ভৰি বাৰে বাৰে ফুলা…ই কি ৰোগৰ লক্ষণ?

হাত-ভৰি বাৰে বাৰে ফুলা…ই কি ৰোগৰ লক্ষণ?

7 hours ago
মাহেকীয়াৰ সময়ত অসহ্যকৰ বিষ, সকাহ পাবলৈ অভিনেত্ৰীয়ে কৰিলে আচৰিত কাম!

মাহেকীয়াৰ সময়ত অসহ্যকৰ বিষ, সকাহ পাবলৈ অভিনেত্ৰীয়ে কৰিলে আচৰিত কাম!

8 hours ago
১০০-১৫০ জন অতিথি, আমিৰ খানৰ তৃতীয় বিবাহত বিশেষ খাদ্য সম্ভাৰ

১০০-১৫০ জন অতিথি, আমিৰ খানৰ তৃতীয় বিবাহত বিশেষ খাদ্য সম্ভাৰ

9 hours ago
চৰকাৰী কৰ্মচাৰীৰ আহিছে ভালদিন! DA সন্দৰ্ভত পাঁচটা ডাঙৰ দাবী উত্থাপন

চৰকাৰী কৰ্মচাৰীৰ আহিছে ভালদিন! DA সন্দৰ্ভত পাঁচটা ডাঙৰ দাবী উত্থাপন

10 hours ago
WhatsAppত এইবোৰ মেছেজ আহিলে সাৱধান! নিমিষতে হ’ব একাউণ্ট খালী

WhatsAppত এইবোৰ মেছেজ আহিলে সাৱধান! নিমিষতে হ’ব একাউণ্ট খালী

10 hours ago
কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ ইমান দিন ১০০ টকাকৈ কৰক সঞ্চয়!

কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ ইমান দিন ১০০ টকাকৈ কৰক সঞ্চয়!

11 hours ago
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

১৩ জুলাইৰ পূৰ্বে সাৱধান হওক ৪ ৰাশিৰ লোক, হ’ব পাৰে সৰ্বনাশ!

13 hours ago
সেও মানিবলৈ বাধ্য বৰঝাৰ বিমানবন্দৰ কৰ্তৃপক্ষ, যাত্ৰীৰ সুবিধাৰ্থে আৰম্ভ কৰিলে অসমীয়া ভাষাত ঘোষণা

সেও মানিবলৈ বাধ্য বৰঝাৰ বিমানবন্দৰ কৰ্তৃপক্ষ, যাত্ৰীৰ সুবিধাৰ্থে আৰম্ভ কৰিলে অসমীয়া ভাষাত ঘোষণা

14 hours ago
চাকৰিত বাৰে বাৰে বাধা? তেন্তে দেওবাৰে কৰক এই কাম

চাকৰিত বাৰে বাৰে বাধা? তেন্তে দেওবাৰে কৰক এই কাম

14 hours ago
জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?

জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

বিচনাত পৰি কেৱল গণিছে মৃত্যুৰ ক্ষণঃ কোনেও শাস্তি দিব নোৱাৰা ডাউদক ভগৱানে দিছে উচিত শাস্তি…

ডাউদ বহু দিনৰে পৰাই বিভিন্ন ৰোগত আক্ৰান্ত হৈ আছে

editor by editor
December 18, 2023
in অপৰাধ
0
বিচনাত পৰি কেৱল গণিছে মৃত্যুৰ ক্ষণঃ কোনেও শাস্তি দিব নোৱাৰা ডাউদক ভগৱানে দিছে উচিত শাস্তি…
0
SHARES
2.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডিজিটেল ডেস্কঃ বিশ্বৰ অপৰাধজগতৰ এটা চিনাকি নাম- ডাউদ ইব্ৰাহিম। আণ্ডাৰৱল্ডৰ ডন হিচাপে খ্যাত ডাউদৰ এটা নিৰ্দেশত বিশ্বৰ যিকোনো প্ৰান্তত সংঘটিত হয় কূটাঘাটমূলক কাৰ্যকলাপ। এটা সময়ত ডুবাইত বহি এটা চুইজ টিপিয়ে ডাউদে মুম্বাইত হত্যা কৰিছিল বহু নিৰীহ লোকৰ। প্ৰৱল প্ৰতাপী ডাউদ এতিয়া শস্যাশায়ী। মৃত্যুৰ দুৱাৰদলিত ডাউদে এতিয়া জীৱনৰ ভিক্ষা মাগিছে।

বিভিন্ন এজেন্সীত প্ৰকাশিত খবৰ অনুসৰি, ডাউদ বহু দিনৰে পৰাই বিভিন্ন ৰোগত আক্ৰান্ত হৈ আছে। মধুমেহ ৰোগ বাৰুকৈয়ে জ্বলা-কলা খোৱাইছে ডাউদ ইব্ৰাহিমক। মধুমেহৰ লগতে অন্য বহু ৰোগত আক্ৰান্ত ডাউদক হস্পাতালত ভৰ্তি হৈ থাকোতেই কোনেৱে খাদ্যৰ সৈতে বিহ মিহলাই দিয়া বুলি চৰ্চা হৈছে। এই বিহপান কৰাৰ পাছতে এতিয়া সংকটজনক অৱস্থাত আছে ডাউদ। প্ৰাপ্ত খবৰ অনুসৰি, পাকিস্তানৰ কাৰাচীৰ এখন হস্পাতালত চলি আছে ডাউদৰ চিকিতসা।

বহু সংবাদ প্ৰতিষ্ঠানে, ডাউদৰ মৃত্যু হৈছে বুলি খবৰ প্ৰকাশ কৰিছে। কিন্তু এতিয়ালৈকে ডাউদৰ স্বাস্থ্যৰ সন্দৰ্ভত নাই কাৰোৰে ওচৰত সঠিক তথ্য। ডাউদৰ স্বাস্থ্যৰ এনে অৱস্থাৰ মাজতে চৰ্চালৈ আহিছে এটা বিশেষ প্ৰসংগ। হাজাৰ হাজাৰ লোকৰ প্ৰাণ লৈ নিজকে প্ৰৱল-প্ৰতাপী ডন হিচাপে বিশ্বত কুখ্যাতি লভা ডাউদৰ শেহতীয়া অৱস্থাক লৈ বহুতে আলোচনা কৰিছে।

ডুবাইৰ পৰা নিউয়ৰ্কলৈ, কৰাচিৰ পৰা মুম্বাইলৈ ডাউদৰ ১০০ ৰ অধিক ঘৰ আছে, কিন্তু কোনো এটা ঘৰতেই মানুহটো শান্তিৰে থাকিব নোৱাৰে। বহুতে সামাজিক মাধ্যমত লিখিছে যে, ইমান প্ৰৱল প্ৰতাপী ডন হৈও তেওঁ আনকি কত থাকে কাকো কব নোৱাৰে, কোনোদিন ঘৰৰ পৰা ওলাব নোৱাৰে,ৰাস্তাত অকণমান খোজকাঢ়িব নোৱাৰে।মানুহটোৰ সম্পত্তি কিমান কোনেও নাজানে কিন্তু যদি বৈধ বুলি ধৰি হিচাপ কৰা যায় মানুহটো বিশ্বৰ শীৰ্ষ ধনী মানুহৰ অন্যতম হৈ উঠিব। কিন্তু সকলো থাকিও নিঃস্ব মানুহটো।

মানুহ হত্যা কৰাটোকে নিচা হিচাপে লোৱা এই কুখ্যাত ড্ৰাগছ মাফিয়াটোক আমাৰ দেশলৈ বিচাৰৰ বাবে অনাৰ দাবী দীৰ্ঘদিনীয়া। বহু কাৰণতে সেয়া হৈ উঠা নাই কিন্ত নাভাবিব যে ডাউড ইব্ৰাহিমে শাস্তি নোপোৱাকৈ আছে। কিন্তু মানুহৰ আদালতত নহলেও ভগৱানৰ আদালত হয়তো ডাউদক ঠিকেই শাস্তি প্ৰদান কৰা হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: DONINTERNATIONAL NEWS
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নৱবিবাহিত পত্নীক স্পৰ্শ কৰিলেই স্বামীক হ*ত্যাৰ ভাবুকি, প্ৰাণৰ মমতাত স্বামীয়ে কৰিলে এই কাম
ভাৰত

নৱবিবাহিত পত্নীক স্পৰ্শ কৰিলেই স্বামীক হ*ত্যাৰ ভাবুকি, প্ৰাণৰ মমতাত স্বামীয়ে কৰিলে এই কাম

July 4, 2026
নিকৃষ্ট কাণ্ড! ১২০ জন পুৰুষৰ সৈতে স্বামীয়ে শা*ৰীৰিক সম্পৰ্কৰ বাবে বাধ্য কৰোৱালে পত্নীক
অপৰাধ

নিকৃষ্ট কাণ্ড! ১২০ জন পুৰুষৰ সৈতে স্বামীয়ে শা*ৰীৰিক সম্পৰ্কৰ বাবে বাধ্য কৰোৱালে পত্নীক

July 4, 2026
মহিলা সাংসদৰ ঘৰৰ পৰা জব্দ প্ৰায় ৪ কোটি টকাৰ সোণৰ অ*ন্তৰ্বাস!
বিশ্ব

মহিলা সাংসদৰ ঘৰৰ পৰা জব্দ প্ৰায় ৪ কোটি টকাৰ সোণৰ অ*ন্তৰ্বাস!

July 4, 2026
চীনা APP BAT-BMSৰ উপদ্ৰৱত ই-ৰিক্সা চালকৰ হাৰাশাস্তি ! চলন্ত অৱস্থাতে বন্ধ হৈ যায় ই-ৰিক্সা
প্ৰযুক্তি

চীনা APP BAT-BMSৰ উপদ্ৰৱত ই-ৰিক্সা চালকৰ হাৰাশাস্তি ! চলন্ত অৱস্থাতে বন্ধ হৈ যায় ই-ৰিক্সা

July 2, 2026
Next Post
একেদিনাই ৫জনৰ মৃত্যুঃ মাস্ক, চেনিটাইজাৰ আকৌ কৰক ব্যৱহাৰ…

একেদিনাই ৫জনৰ মৃত্যুঃ মাস্ক, চেনিটাইজাৰ আকৌ কৰক ব্যৱহাৰ...

নতুন বছৰৰ উপহাৰঃ চৰকাৰী কৰ্মচাৰীলৈ আহিল ভাল খবৰ…

নতুন বছৰৰ উপহাৰঃ চৰকাৰী কৰ্মচাৰীলৈ আহিল ভাল খবৰ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.