• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাৰ আয়ুসত চাউল কিমান? সকলো উত্তৰ দিবলৈকে AIয়ে তৈয়াৰ কৰিছে বিশেষ কেলকুলেটৰ

কাৰ আয়ুসত চাউল কিমান? সকলো উত্তৰ দিবলৈকে AIয়ে তৈয়াৰ কৰিছে বিশেষ কেলকুলেটৰ

2 years ago
ডাকঘৰত ধন জমা কৰি হওক ধনী, মাত্ৰ জানক সঠিক হিচাপ!

ডাকঘৰত ধন জমা কৰি হওক ধনী, মাত্ৰ জানক সঠিক হিচাপ!

16 minutes ago
‘ভগৱানৰ গান বিকৃত কৰাৰ ধৃষ্টতা নাই’, অৱশেষত ক্ষমা বিচাৰিলে মৰ্মিতা মিত্ৰই

‘ভগৱানৰ গান বিকৃত কৰাৰ ধৃষ্টতা নাই’, অৱশেষত ক্ষমা বিচাৰিলে মৰ্মিতা মিত্ৰই

49 minutes ago
আহিব ভাল দিন, শীঘ্ৰে কোন কোন ৰাশিৰ উজ্জ্বল হ’ব ভাগ্য?

আহিব ভাল দিন, শীঘ্ৰে কোন কোন ৰাশিৰ উজ্জ্বল হ’ব ভাগ্য?

1 hour ago
8th Pay Commission: ৬% increment হ’লে বেচিক পেৰ পৰা হাতলৈ কিমান দৰমহা আহিব?

8th Pay Commission: ৬% increment হ’লে বেচিক পেৰ পৰা হাতলৈ কিমান দৰমহা আহিব?

2 hours ago
মাইগ্ৰেইনৰ সমস্যাত ভুগিছে নেকি? ইয়াৰ চিকিৎসা কি জানক বিশেষজ্ঞৰ পৰা

মাইগ্ৰেইনৰ সমস্যাত ভুগিছে নেকি? ইয়াৰ চিকিৎসা কি জানক বিশেষজ্ঞৰ পৰা

3 hours ago
বাৰে বাৰে গৰ্ভপাত, শেষ হ’ব নেকি মাতৃ হোৱাৰ সপোন?

বাৰে বাৰে গৰ্ভপাত, শেষ হ’ব নেকি মাতৃ হোৱাৰ সপোন?

4 hours ago
বিপদত মৰ্মিতা মিত্ৰ! ঠায়ে ঠায়ে বাতিল মৰ্মিতাৰ বিহু অনুষ্ঠানৰ চুক্তি

বিপদত মৰ্মিতা মিত্ৰ! ঠায়ে ঠায়ে বাতিল মৰ্মিতাৰ বিহু অনুষ্ঠানৰ চুক্তি

4 hours ago
EPFO: চৰকাৰী এপৰ জৰিয়তে পৰীক্ষা কৰক PF ৰ ধন, জানক সহজ টিপচ

EPFO: চৰকাৰী এপৰ জৰিয়তে পৰীক্ষা কৰক PF ৰ ধন, জানক সহজ টিপচ

5 hours ago
গৰমত সঘনাই পেটৰ সমস্যা? ঘৰুৱা উপায়েৰে কৰক দূৰ

গৰমত সঘনাই পেটৰ সমস্যা? ঘৰুৱা উপায়েৰে কৰক দূৰ

6 hours ago
‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?

‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?

9 hours ago
UPI পেমেণ্টত ভুল একাউণ্টলৈ ধন গুচি গৈছে? ঘৰতে বহি কৰক এই ৫কাম, ধন উভতাই পাবই

UPI পেমেণ্টত ভুল একাউণ্টলৈ ধন গুচি গৈছে? ঘৰতে বহি কৰক এই ৫কাম, ধন উভতাই পাবই

10 hours ago
স্বনক্ষত্ৰত ৰাজকীয় এন্ট্ৰী কেতুৰ, ২০ এপ্ৰিলৰ পৰা ৩ৰাশিৰ বাঢ়িব বেংক বেলেন্স

স্বনক্ষত্ৰত ৰাজকীয় এন্ট্ৰী কেতুৰ, ২০ এপ্ৰিলৰ পৰা ৩ৰাশিৰ বাঢ়িব বেংক বেলেন্স

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিজ্ঞান

কাৰ আয়ুসত চাউল কিমান? সকলো উত্তৰ দিবলৈকে AIয়ে তৈয়াৰ কৰিছে বিশেষ কেলকুলেটৰ

editor by editor
December 24, 2023
in বিজ্ঞান, বিশ্ব, ভাৰত
0
কাৰ আয়ুসত চাউল কিমান? সকলো উত্তৰ দিবলৈকে AIয়ে তৈয়াৰ কৰিছে বিশেষ কেলকুলেটৰ
0
SHARES
972
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ কথাতেই কয় ‘জন্ম, মৃত্যু, বিবাহ বিধাতাৰেই লিখন!’ অৰ্থাৎ আপোনাৰ মোৰ জীৱনত ঘটা এই তিনিটা ঘটনাৰ ওপৰত আমাৰ কোনো হাত নাই। বিধাতাই সকলো নিয়ন্ত্ৰণ কৰে। কিন্তু এতিয়া এই বিধাতাৰ লিখন কথাবোৰ সলনি হোৱাৰ পথত। কৃত্ৰিম বুদ্ধিমত্তা চমুকৈAIয়ে আমাৰ বিধাতা হৈ পৰিছে। ডেনমাৰ্কৰ এদল বিজ্ঞানীয়ে দাবী কৰিছে যে, AIয়ে শেহতীয়াকৈ তৈয়াৰ কৰিছে ‘ডেথ কেলকুলেটৰ’। ইয়াৰ মাধ্যমেৰে জীৱনকালতেই মানুহে জানিব পাৰিব নিজৰ মৃত্যুৰ কথা। কিন্তু এয়া সঁচাকৈয়ে সম্ভৱনে?

সামাজিক মাধ্যমত চলি থকা চৰ্চামতে, বহু ক্ষেত্ৰতেই চকুৰ সন্মুখতে অসম্ভৱক সম্ভৱ কৰি তুলিছে AIয়ে। এই অত্যাধুনিক এপে অদূৰ ভৱিষ্যতে যিকোনো মানুহকেই বেকাৰ কৰি তুলিব পাৰে। আপুনি মই কৰি থকা সকলো কামেই নিমিষতে কৰি পেলাই AIয়ে। AIৰ বাঢ়ি অহা জনপ্ৰিয়তাই এইবাৰ আনিছে আন এক খবৰ। বিজ্ঞানীয়ে দাবী কৰিছে যে এই প্ৰযুক্তিয়ে ছাটজিপিটিৰ প্ৰযুক্তি ব্যৱহাৰ কৰিয়েই ডেথ কেলকুলেটৰ আনিছে।

ডেথ কেলকুলেটৰে কেনেকৈ কাম কৰিব?
ব্যক্তিৰ উপাৰ্জন, কামৰ ধৰণ, বাসস্তান, শাৰীৰিক পৰিস্থিতি সম্পৰ্কে একাধিক প্রশ্ন এই ডেথ কেলকুলেটৰক কৰা হ’ব। যাৱতীয় খুঁটিনাটি, তথ্য বিশ্লেষণ কৰি মৃত্যুৰ সাম্ভাৱ্য দিন নিৰ্ধাৰণ কৰিব এই প্ৰযুক্তিয়ে। বিজ্ঞানীৰ দাবী, এই প্ৰযুক্তিয়ে ৭৮ শতাংশ সত্য তথ্য ব্যক্তিক দিব। দীৰ্ঘ গৱেষণাৰ ফচল এই ডেথ কেলকুলেটৰ। ২০০৮ চনৰ পৰা ২০২০ চন পৰ্যন্ত নতুন যন্ত্ৰৰে পৰীক্ষা নিৰীক্ষা চলোৱা হৈছে। ১২ বছৰত ডেনমাৰ্কৰ ৬০ লাখ নাগৰিকৰ ওপৰত এই যন্ত্ৰ পৰীক্ষা কৰা হৈছে। ৬০ লাখ ব্যক্তিৰ জীৱন পৰিক্ৰমাৰ তথ্য প্ৰায় শুদ্ধকৈয়ে দিছে ডেথ কেলকুলেটৰে। এই ডেথ কেলকুলেটৰক লৈ সেয়ে আত্মবিশ্বাসী হৈ পৰিছে ডেনমাৰ্কৰ বিজ্ঞানী। যদি এই যন্ত্ৰক সমগ্ৰ বিশ্বই স্বীকৃতি দিয়ে তেন্তে বেকাৰ হৈ পৰিব সকলো জ্যোতিষবীদেই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?
জীৱনশৈলী

‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?

April 17, 2026
পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?
জীৱনশৈলী

পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?

April 17, 2026
নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?
জীৱনশৈলী

নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

April 17, 2026
অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?
জীৱনশৈলী

অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?

April 17, 2026
Next Post
গম পালেনেঃ অসম জোকাৰিলে ভূমিকম্পই…

গম পালেনেঃ অসম জোকাৰিলে ভূমিকম্পই...

ডিচ’পজেব্যল (Disposable) কাপত চাহ খাই নেকি? আপোনাৰ কেন্সাৰ হোৱাটো খাটাং!

ডিচ'পজেব্যল (Disposable) কাপত চাহ খাই নেকি? আপোনাৰ কেন্সাৰ হোৱাটো খাটাং!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.