• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
খ্ৰীষ্টমাছত বিশেষ এজোপা গছ সজোৱাৰ আঁৰত আছে বিশেষ কাৰণ! বৰদিনত এইকেইটা নিয়ম পালনৰ আঁৰত আছে কেইবাটাও ৰহস্য

খ্ৰীষ্টমাছত বিশেষ এজোপা গছ সজোৱাৰ আঁৰত আছে বিশেষ কাৰণ! বৰদিনত এইকেইটা নিয়ম পালনৰ আঁৰত আছে কেইবাটাও ৰহস্য

3 years ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

দুপৰীয়া ভাত খালে টোপনি লাগে নেকি? তেন্তে সাৱধান হওক!

21 minutes ago
ভাৰতত কেতিয়া আৰু কেনেকৈ আহিছিল ইছলাম?

ভাৰতত কেতিয়া আৰু কেনেকৈ আহিছিল ইছলাম?

2 hours ago
কেটন আগৰৱালা হ*ত্যাকাণ্ডৰ পুনৰাবৃত্তি! 

কেটন আগৰৱালা হ*ত্যাকাণ্ডৰ পুনৰাবৃত্তি! 

3 hours ago
‘দীপিকাই মোক আগবঢ়াইছিল প্ৰেমৰ প্ৰস্তাৱ’ কাৰ এই দাবী?

‘দীপিকাই মোক আগবঢ়াইছিল প্ৰেমৰ প্ৰস্তাৱ’ কাৰ এই দাবী?

3 hours ago
বিশ্বৰ আটাইতকৈ ধনী ফুটবলাৰ কোন?

বিশ্বৰ আটাইতকৈ ধনী ফুটবলাৰ কোন?

4 hours ago
শ্লোভেনিয়ান ফুটবলাৰ পিঠিত শিৱৰ টেটু অংকন, জানক ইয়াৰ আঁৰৰ ৰহস্য

শ্লোভেনিয়ান ফুটবলাৰ পিঠিত শিৱৰ টেটু অংকন, জানক ইয়াৰ আঁৰৰ ৰহস্য

5 hours ago
ঘৰলৈ সমৃদ্ধি আনে সূৰ্যোদয়ৰ ছবিয়ে, কিন্তু লগোৱাৰ আগতে জানি লওক এই গুৰুত্বপূৰ্ণ কথা

ঘৰলৈ সমৃদ্ধি আনে সূৰ্যোদয়ৰ ছবিয়ে, কিন্তু লগোৱাৰ আগতে জানি লওক এই গুৰুত্বপূৰ্ণ কথা

5 hours ago
‘কন্যাই দেৰিকৈ বিয়া হোৱাৰ বাবেই বাঢ়িছে ধ*ৰ্ষণৰ দৰে ঘটনা’

‘কন্যাই দেৰিকৈ বিয়া হোৱাৰ বাবেই বাঢ়িছে ধ*ৰ্ষণৰ দৰে ঘটনা’

6 hours ago
১০০ টকীয়া নোটখনৰ এপিঠিত থকা ছবিখনৰ ৰহস্য আৰু ইতিহাস

১০০ টকীয়া নোটখনৰ এপিঠিত থকা ছবিখনৰ ৰহস্য আৰু ইতিহাস

7 hours ago
বহু সময়লৈ গাখীৰ কেনেকৈ সতেজ কৰি ৰাখিব?

বহু সময়লৈ গাখীৰ কেনেকৈ সতেজ কৰি ৰাখিব?

8 hours ago
এতিয়াৰে পৰা বজাৰত নাপাব কোনো ধৰণৰ Energy Drink

এতিয়াৰে পৰা বজাৰত নাপাব কোনো ধৰণৰ Energy Drink

9 hours ago
কেনে যাব আজি আপোনাৰ দিনটো?

কেনে যাব আজি আপোনাৰ দিনটো?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

খ্ৰীষ্টমাছত বিশেষ এজোপা গছ সজোৱাৰ আঁৰত আছে বিশেষ কাৰণ! বৰদিনত এইকেইটা নিয়ম পালনৰ আঁৰত আছে কেইবাটাও ৰহস্য

editor by editor
December 24, 2023
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
খ্ৰীষ্টমাছত বিশেষ এজোপা গছ সজোৱাৰ আঁৰত আছে বিশেষ কাৰণ! বৰদিনত এইকেইটা নিয়ম পালনৰ আঁৰত আছে কেইবাটাও ৰহস্য
0
SHARES
247
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ জিঙ্গল বেল জিঙ্গল বেল জিঙ্গল অল দ্যা ৱে…। বছৰৰ শেষ মানেই খ্ৰিষ্টিয়ান ধৰ্মাৱলম্বীসকলৰ সৰ্বশ্ৰেষ্ঠ উৎসৱ বৰদিনৰ উছাহ। বিশ্বব্যাপী জাকজমকতাৰে পালন কৰা হয় এই ফেষ্টিভেল। যীশুখ্ৰীষ্টৰ জন্মদিনটোক ধুমধামেৰে পালন কৰে খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বীসকলৰ লগতে অন্য ধৰ্মৰ প্ৰায় সকলো লোকেই। ভাৰতত খ্ৰীষ্টিয়ান সংখ্যালঘূ হ’লেও তেওঁলোকৰ এই উৎসৱক লৈ উন্মাদনা ভাৰতীয়ৰ মাজতো আছে। বিশ্বৰ একাধিক দেশত বৰদিনক লৈ নানান ৰীতি প্ৰচলিত হৈ আছে।

সাধাৰণতে খ্ৰীষ্টমাছৰ দিনা খ্ৰীষ্টিয়ান লোকসকলে ক্ৰিছমাছ ট্ৰি সজায়। সমগ্ৰ ঘৰো সজায় তোলে। সাজসজ্জাৰ সেই তালিকাত থাকে মিছলটোছ গছৰ পাতো। যি ঘৰৰ ভিতৰত লগোৱা হয়। এই গছৰ পাতক প্ৰেমৰ প্ৰতীক মনা হয়। ইয়াৰোপৰি খ্ৰীষ্টিয়ানসকলে মাজনিশা গীৰ্জাত গৈ কেৰলৰ ধ্বনি দিয়ে। ইয়াৰোপৰি এজনে আনজনক উপহাৰো আগবঢ়াই। সাধাৰণ নিয়মৰ ওপৰিও খ্ৰীষ্টমাছৰ নিশা বহু দেশৰ শিশুৱে গৰম গাখীৰ আৰু কুকিছ একেলগে এটা নিৰ্দিষ্ট স্থানত ৰাখে। শিশুসকলৰ বিশ্বাস যে ছান্তাক্লজ নিশা আহি তেওঁলোকৰ সেই উপহাৰ গ্ৰহণ কৰিব। লোকবিশ্বাস মতে ছান্তাক্লজ নৰ্থ পোলৰ পৰা প্ৰত্যেকবছৰেই খ্ৰীষ্টমাছৰ সময়ত আহি সকলোকে গীষ্ট দি যায়।

বৰদিনত ঘৰ সজায় পৰাই তোলাৰ সময়তেই একাংশই নানান কেণ্ডিও ওলমাই দিয়ে। পৰম্পৰা অনুসৰি একাংশ খ্ৰীষ্টিয়ান ধৰ্মৰ মহিলাই অলংকাৰসমূহো ওলোমাই সজায় থয়। বহু দেশত আকৌ গীৰ্জাত প্রভু যীশুৰ জন্মৰ মুহূৰ্তটোক ৰিক্ৰিয়েটো কৰা হয়। অৰ্থাৎ অভিনয়ৰ মাধ্যমেৰে উদযাপন কৰা হয় সেই মুহূৰ্তক। এখন ঘৰতেই জোছেফ, মেৰি আৰু পৰী সাজি শিশু যীশুৰ জন্মগ্ৰহণৰ মুহূৰ্তটোক নাটকৰ মাধ্যমেৰে চেলিব্ৰেছন কৰে খ্ৰীষ্টিয়ানসকলে।

জাৰ্মানৰ খ্ৰীষ্টিয়ানসকলে এই দিনটোত এটা বিশেষ শোভাযাত্ৰাও উলিয়াই। এই প্ৰদৰ্শনীমূলক শোভাযাত্ৰাত স্বৰ্গৰ গছত আপেল ওলমি থকাৰ প্ৰতিকী ৰূপ দেখুওৱা হয়। সেই কাহিনীৰ সৈতে ছান্তাক্লজে এই প্ৰদৰ্শনীত যোগ দিয়ে। কোনো কোনো দেশত আকৌ খ্ৰীষ্টমাছৰ দিনা যুৱকসকলে এটা স্থানত বহি কেৰলছ গাই। ঘৰে ঘৰে গৈ খ্ৰীষ্টমাছৰ শুভেচ্ছা জনায়। অধিকাংশ দেশতেই খ্ৰীষ্টমাছৰ দিনা ফ্ৰুটছ কেক তৈয়াৰ কৰা হয়। এজনে আনজনক কেক উপহাৰ দিয়ে। দুখীয়াসকলৰ মাজত সেই কেক একাংশই বিলায় দিয়ে। একাংশই কেকৰ ওপৰিও পেষ্ট্ৰী, কুকিজো তৈয়াৰ কৰে।

কেইখনমান দেশত আকৌ খ্ৰীষ্টমাছৰ দিনা মিছটলটো গছৰ তলত প্ৰেমিক-প্ৰেমীকাসকলে মিলি গভীৰ চুম্বনো কৰে। এই গছত সৰু সৰু ফল লাগে। খ্ৰীষ্টমাছৰ দিনা এই গছ নিজৰ ঘৰতো ৰুই লয় একাংশ খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী লোকে। একাংশ খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী লোকৰ মতে এই গছৰ তলত ৰৈ ওঁঠে ওঁঠে চুম্বন কৰিলে সন্তান সুখ লাভ কৰে বুলি বিশ্বাস। ভিক্টোৰীয়া যুগৰ পৰাই এই পৰম্পৰা চলি আহিছে। খ্ৰীষ্টমাছ ট্ৰিক খ্ৰীষ্টিয়ান জীৱনৰ সাৰ্থকতাৰ প্ৰতীক বুলি ধৰা হয়। মহাৰাণী ভিক্টোৰিয়াই যেতিয়া ব্ৰিটেইনৰ ৰজাক বিয়া কৰাইছিল তেতিয়াৰে পৰাই এই ট্ৰি সজোৱাৰ প্ৰচলন আৰম্ভ হয়।

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!
জীৱনশৈলী

দুপৰীয়া ভাত খালে টোপনি লাগে নেকি? তেন্তে সাৱধান হওক!

July 11, 2026
ভাৰতত কেতিয়া আৰু কেনেকৈ আহিছিল ইছলাম?
ভাৰত

ভাৰতত কেতিয়া আৰু কেনেকৈ আহিছিল ইছলাম?

July 11, 2026
কেটন আগৰৱালা হ*ত্যাকাণ্ডৰ পুনৰাবৃত্তি! 
অপৰাধ

কেটন আগৰৱালা হ*ত্যাকাণ্ডৰ পুনৰাবৃত্তি! 

July 11, 2026
‘দীপিকাই মোক আগবঢ়াইছিল প্ৰেমৰ প্ৰস্তাৱ’ কাৰ এই দাবী?
বিনোদন

‘দীপিকাই মোক আগবঢ়াইছিল প্ৰেমৰ প্ৰস্তাৱ’ কাৰ এই দাবী?

July 11, 2026
Next Post
চাউণ্ড বক্সৰ সৈতে গৈছিল গাড়ীৰ ওপৰতঃ  বনভোজ খাবলৈ গৈ উভতি নাহিল নলবাৰীৰ চন্দন…

চাউণ্ড বক্সৰ সৈতে গৈছিল গাড়ীৰ ওপৰতঃ বনভোজ খাবলৈ গৈ উভতি নাহিল নলবাৰীৰ চন্দন...

পৰেশপন্থীৰে সম্পৰ্ক থকাৰ অভিযোগত অসম পুলিচৰ পুনৰ এনকাউন্টাৰ…

পৰেশপন্থীৰে সম্পৰ্ক থকাৰ অভিযোগত অসম পুলিচৰ পুনৰ এনকাউন্টাৰ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.