• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এইবৰ্ষত দৌল, শিৱৰাত্ৰী পিছুৱাইছে, আগুৱাইছে দূৰ্গাপুজা! ২০২৪ত কেতিয়া কি উৎসৱ?

এইবৰ্ষত দৌল, শিৱৰাত্ৰী পিছুৱাইছে, আগুৱাইছে দূৰ্গাপুজা! ২০২৪ত কেতিয়া কি উৎসৱ?

3 years ago
বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন

বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন

30 minutes ago
long distance relationshipত ৰিয়ান পৰাগ!

long distance relationshipত ৰিয়ান পৰাগ!

2 hours ago
LOAN লোৱাসকলৰ বাবে সকাহৰ খবৰ!

LOAN লোৱাসকলৰ বাবে সকাহৰ খবৰ!

2 hours ago
এইগৰাকী মুখ্যমন্ত্ৰীৰে কঁকাল ভাঙি এপাক নাচিলে সাংসদ-অভিনেত্ৰী কংগনা ৰানাৱটে

এইগৰাকী মুখ্যমন্ত্ৰীৰে কঁকাল ভাঙি এপাক নাচিলে সাংসদ-অভিনেত্ৰী কংগনা ৰানাৱটে

3 hours ago
প্ৰচণ্ড গৰমত কি খাব, কি নাখাব? কেনেকুৱা কাপোৰ পিন্ধিব?

প্ৰচণ্ড গৰমত কি খাব, কি নাখাব? কেনেকুৱা কাপোৰ পিন্ধিব?

3 hours ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

4 hours ago
আজিৰ বাবে আপোনাৰ শুভ সংখ্যা, শুভ ৰং কি?

আজিৰ বাবে আপোনাৰ শুভ সংখ্যা, শুভ ৰং কি?

5 hours ago
মংগলৰ স্থান সলনি, জিলিকিব এই ৩ ৰাশিৰ ভাগ্য!

মংগলৰ স্থান সলনি, জিলিকিব এই ৩ ৰাশিৰ ভাগ্য!

21 hours ago
ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, জানক এই ৫টা বৃহৎ UPDATE

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, জানক এই ৫টা বৃহৎ UPDATE

22 hours ago
‘হলীউডৰ ছুপাৰষ্টাৰ টম ক্ৰুজৰ মোৰ প্ৰতি আছে ক্ৰাছ’- মল্লিকা শ্বেৰাৱট

‘হলীউডৰ ছুপাৰষ্টাৰ টম ক্ৰুজৰ মোৰ প্ৰতি আছে ক্ৰাছ’- মল্লিকা শ্বেৰাৱট

22 hours ago
স্বাধীন স্ব-ঘোষণাৰ পিছদিনাই বলুচিস্তানত পাকিস্তানৰ এয়াৰষ্ট্ৰাইক

স্বাধীন স্ব-ঘোষণাৰ পিছদিনাই বলুচিস্তানত পাকিস্তানৰ এয়াৰষ্ট্ৰাইক

23 hours ago
‘এয়া প্ৰতাৰণা নহয়, এয়া প্ৰেম’ কিয় ক’লে গোবিন্দাই?

‘এয়া প্ৰতাৰণা নহয়, এয়া প্ৰেম’ কিয় ক’লে গোবিন্দাই?

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এইবৰ্ষত দৌল, শিৱৰাত্ৰী পিছুৱাইছে, আগুৱাইছে দূৰ্গাপুজা! ২০২৪ত কেতিয়া কি উৎসৱ?

editor by editor
January 16, 2024
in জীৱনশৈলী, ভাৰত
0
এইবৰ্ষত দৌল, শিৱৰাত্ৰী পিছুৱাইছে, আগুৱাইছে দূৰ্গাপুজা! ২০২৪ত কেতিয়া কি উৎসৱ?
0
SHARES
24k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ। সনাতন ধৰ্মীলোকৰ প্ৰত্যেক মাহতেই কিবা নহয় কিবা পূজা থাকে। ২০২৪ চনত কি উৎসৱ কেতিয়া পৰিছে সবিশেষ আৰম্ভণিতেই জানি থওক।

জানুৱাৰী
জানুৱাৰী মাহত প্রথম উৎসৱেই মাঘ বিহু বা মকৰ সংক্ৰান্তি। এই দিনটো প্ৰতিজন অসমীয়াৰ বাবেই গুৰুত্বপূৰ্ণ।

ফেব্ৰুৱাৰী
ফেব্ৰুৱাৰী মাহৰ ১৪ তাৰিখে সৰস্বতী পূজা। এই দিনটোক বসন্ত পঞ্চমী নামেৰেও জনা যায়। এই বছৰ ভেলেণ্টাইন ডে আৰু বসন্ত পঞ্চমী একেদিনাই।

মাৰ্চ
মাৰ্চ মাহৰ প্ৰথম ডাঙৰ উৎসৱেই হৈছে শিৱৰাত্ৰী। আগন্তুক ৮মাৰ্চত শিৱৰাত্ৰী পালন কৰা হ’ব। বছৰৰ প্ৰত্যেক মাহতেই এটা মাহেকীয়া শিৱৰাত্ৰীও থাকে। ইয়াৰ মাজত সবাতোকৈ মাহাত্ম্যপূৰ্ণ হৈছে সকলোৱে পালন কৰা মহাশিৱৰাত্ৰী। মাৰ্চ মাহৰ আন এক ডাঙৰ উৎসৱ হৈছে দৌল পূৰ্ণিমা বা হোলী। ৰঙৰ উৎসৱত সমগ্ৰ দেশেই ৰঙীন হৈ উঠিব। আগন্তুক ২৫ মাৰ্চত হোলী পালন কৰা হ’ব।

এপ্ৰিল
এপ্ৰিলৰ ৯ তাৰিখে নবৰাত্ৰী। ৯ দিন ধৰি দূৰ্গাৰ ৯টা ৰূপক আৰাধনা কৰে। ইয়াৰ পাছতেই আছে ১৪ তাৰিখৰ পৰা জাতীয় উৎসৱ ৰঙালী বিহু বা নৱবৰ্ষ। এই দিনটোৰ পৰাই অসমীয়া নৱবৰ্ষ আৰম্ভ হয়। তাৰপিছতেই ১৭ এপ্ৰিলত ৰাম নৱমী।

মে
১০ মেত পালন কৰা হয় অক্ষয় তৃতীয়া। ব্যৱসায়ীসকলৰ বাবে এই দিনটো বিশেষভাৱে গুৰুত্বুপূৰ্ণ।

জুলাই
জুলাই মাহত ৰথযাত্ৰা। এইবাৰ ৭ জুলাইত পালিত হ’ব জগন্নাথৰ ৰথযাত্ৰা। ২১ জুলাইত গুৰুপূৰ্ণিমা।

আগষ্ট
১৯ আগষ্টত পালন কৰা হ’ব ৰাখি বন্ধন। এই দিনটোত ভাতৃৰ মঙ্গল কামনা কৰি ভগ্নীয়ে ৰাখি পিন্ধাই। ২৬ আগষ্টত পালন কৰা হ’ব জন্মাষ্টমী। এই দিনটোতেই ভগৱান শ্ৰী কৃষ্ণৰ জন্ম বুলি মনা হয়।

ছেপ্টেম্বৰ
৭ ছেপ্টেম্বৰত পালিত হ’ব গণেশ চতুৰ্থী। পশ্চিম ভাৰতত বিশেষকৈ মহাৰাষ্ট্ৰত এই উৎসৱ ধুমধামেৰে পালন কৰা হয়।

অক্টোবৰ
অক্টোবৰ মানেই দূৰ্গাপুজা। এইবাৰ ২ অক্টোবৰত মহালয়া। তাৰপিছতেই ৯ অক্টোবৰত মহাষষ্ঠী, ১০ অক্টোবৰত মহাসপ্তমী, ১১ অক্টোবৰত মহাষ্টমী, ১২ অক্টোবৰত মহানৱমী আৰু ১৩ অক্টোবৰত বিজয়া দশমী পালন কৰা হ’ব। তাৰপিছতেই ১৬ অক্টোবৰত লক্ষ্মীপূজা। ২৯ অক্টোবৰত ধনতেৰছ আৰু ৩১ অক্টোবৰত কালিপূজা আৰু দীপাৱলী।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন
জীৱনশৈলী

বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন

August 13, 2026
long distance relationshipত ৰিয়ান পৰাগ!
বিনোদন

long distance relationshipত ৰিয়ান পৰাগ!

August 13, 2026
LOAN লোৱাসকলৰ বাবে সকাহৰ খবৰ!
বাণিজ্য

LOAN লোৱাসকলৰ বাবে সকাহৰ খবৰ!

August 13, 2026
এইগৰাকী মুখ্যমন্ত্ৰীৰে কঁকাল ভাঙি এপাক নাচিলে সাংসদ-অভিনেত্ৰী কংগনা ৰানাৱটে
বিনোদন

এইগৰাকী মুখ্যমন্ত্ৰীৰে কঁকাল ভাঙি এপাক নাচিলে সাংসদ-অভিনেত্ৰী কংগনা ৰানাৱটে

August 13, 2026
Next Post
এই যাত্ৰা বিজেপিৰ বিভাজন নীতি আৰু অৱহেলাৰ ৰাজনীতিত আঘাতপ্ৰাপ্ত ভাৰতৰ আত্মাৰ ওপৰত প্ৰেমৰ মলম সানি একতা গঢ়ি তোলাঃ ৰাহুল গান্ধী

এই যাত্ৰা বিজেপিৰ বিভাজন নীতি আৰু অৱহেলাৰ ৰাজনীতিত আঘাতপ্ৰাপ্ত ভাৰতৰ আত্মাৰ ওপৰত প্ৰেমৰ মলম সানি একতা গঢ়ি তোলাঃ ৰাহুল গান্ধী

‘ৰাঘৱ ময়ো নাচালো!’ বোলছবি এৰি ৰাজনৈতিক মাধ্যম কিয় বাচি ল’ব লাগে? মুখ্যমন্ত্ৰীয়ে বুজাই ক’লে ৰাঘৱ ফ্লপৰ কাহিনী

'ৰাঘৱ ময়ো নাচালো!’ বোলছবি এৰি ৰাজনৈতিক মাধ্যম কিয় বাচি ল’ব লাগে? মুখ্যমন্ত্ৰীয়ে বুজাই ক’লে ৰাঘৱ ফ্লপৰ কাহিনী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.