• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৪বছৰত অসমত ৪৭লাখ দুখীয়া নাইকিয়া হ’লঃ  নীতি আয়োগৰ তথ্য…

৪বছৰত অসমত ৪৭লাখ দুখীয়া নাইকিয়া হ’লঃ নীতি আয়োগৰ তথ্য…

2 years ago
‘সহায় বিচাৰিছিলো উপেক্ষা কৰিলে!’ গৌৰৱ গগৈয়ে সহায় নকৰা কংগ্ৰেছৰ কৰ্মীৰ সাহস হৈ থিয় দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

‘সহায় বিচাৰিছিলো উপেক্ষা কৰিলে!’ গৌৰৱ গগৈয়ে সহায় নকৰা কংগ্ৰেছৰ কৰ্মীৰ সাহস হৈ থিয় দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

4 hours ago
কুম্ভ ৰাশিত চতুৰ্গ্ৰহী ৰাজযোগ, ফেব্ৰুৱাৰীত ৩ ৰাশিৰ ফুলিব ভাগ্য

কুম্ভ ৰাশিত চতুৰ্গ্ৰহী ৰাজযোগ, ফেব্ৰুৱাৰীত ৩ ৰাশিৰ ফুলিব ভাগ্য

5 hours ago
ভাৰতৰ শিশু-কিশোৰসকলৰ বাবে নিষিদ্ধ হ’ব পাৰে ফেছবুক-ইনষ্টাগ্ৰাম? আৰ্থিক সমীক্ষাত কি ভয়ংকৰ তথ্য

ভাৰতৰ শিশু-কিশোৰসকলৰ বাবে নিষিদ্ধ হ’ব পাৰে ফেছবুক-ইনষ্টাগ্ৰাম? আৰ্থিক সমীক্ষাত কি ভয়ংকৰ তথ্য

6 hours ago
উদ্ধাৰ ব্লেকবক্স! বিমান ভাঙি পৰাৰ ঠিক পূৰ্বে কি ঘটিছিল ককপিটত? পাইলটৰ শেষ কথা কি আছিল?

উদ্ধাৰ ব্লেকবক্স! বিমান ভাঙি পৰাৰ ঠিক পূৰ্বে কি ঘটিছিল ককপিটত? পাইলটৰ শেষ কথা কি আছিল?

7 hours ago
অলপ জ্বৰ হ’লেই Paracetamol খায়? জানি থওক কি কি সমস্যা হ’ব পাৰে আপোনাৰ শৰীৰত

অলপ জ্বৰ হ’লেই Paracetamol খায়? জানি থওক কি কি সমস্যা হ’ব পাৰে আপোনাৰ শৰীৰত

8 hours ago
টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

9 hours ago
ছেটেলাইট ছেফটি গিয়েৰ নাছিল অজিত পাৱাৰৰ বিমানত! কি এই প্ৰযুক্তি? প্ৰাথমিক তদন্তই কি কৈছে?

ছেটেলাইট ছেফটি গিয়েৰ নাছিল অজিত পাৱাৰৰ বিমানত! কি এই প্ৰযুক্তি? প্ৰাথমিক তদন্তই কি কৈছে?

10 hours ago
মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব

মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব

10 hours ago
এমাহ পূৰ্বৰে পৰাই দেখা দিব পাৰে হাৰ্ট এটেকৰ বিপদ সংকেতে! কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

এমাহ পূৰ্বৰে পৰাই দেখা দিব পাৰে হাৰ্ট এটেকৰ বিপদ সংকেতে! কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

11 hours ago
বুধ-শনিয়ে গঠন কৰিব শক্তিশালী দশাংক যোগ, আগন্তুক মাহত কেৰিয়াৰত উন্নতি এই ৪ৰাশিৰ

বুধ-শনিয়ে গঠন কৰিব শক্তিশালী দশাংক যোগ, আগন্তুক মাহত কেৰিয়াৰত উন্নতি এই ৪ৰাশিৰ

12 hours ago
উৰণৰ ২৪ মিনিটৰ পাছতেই সংকেত বন্ধ! দুৰ্ঘটনাৰ মুহূৰ্তত গতি কিমান আছিল অজিত পাৱাৰে যাত্ৰা কৰা বিমানৰ, কিমান উচ্চতাৰ পৰা পৰিছিল বিমানখন?

উৰণৰ ২৪ মিনিটৰ পাছতেই সংকেত বন্ধ! দুৰ্ঘটনাৰ মুহূৰ্তত গতি কিমান আছিল অজিত পাৱাৰে যাত্ৰা কৰা বিমানৰ, কিমান উচ্চতাৰ পৰা পৰিছিল বিমানখন?

1 day ago
এইবাৰ ATMৰ পৰাই পাব ১০, ২০, ৫০ টকীয়া নোট, ডাঙৰ পদক্ষেপ ঘোষণা RBIৰ

এইবাৰ ATMৰ পৰাই পাব ১০, ২০, ৫০ টকীয়া নোট, ডাঙৰ পদক্ষেপ ঘোষণা RBIৰ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, January 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

৪বছৰত অসমত ৪৭লাখ দুখীয়া নাইকিয়া হ’লঃ নীতি আয়োগৰ তথ্য…

editor by editor
January 16, 2024
in Uncategorized
0
৪বছৰত অসমত ৪৭লাখ দুখীয়া নাইকিয়া হ’লঃ  নীতি আয়োগৰ তথ্য…
0
SHARES
445
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডিজিটেল ডেস্কঃ বিগত ৯বছৰত ভাৰতত প্ৰায় ২৪কোটি ৮২লাখ দৰিদ্ৰ লোক নোহোৱা হ’ল। এই তথ্য কোনো এলাপেচা এজেঞ্চীয়ে দিয়া নাই। শেহতীয়াকৈ নীতি আয়োগে প্ৰদান কৰিছে এই তথ্য। যোৱা সোমবাৰে নীতি আয়োগে প্ৰদান কৰা তথ্য অনুসৰি, বিগত ৯বছৰত ভাৰতবৰ্ষত প্ৰায় ২৪কোটি ৮২লাখ লোক দৰিদ্ৰ সীমা ৰেখা অতিক্ৰম কৰিছে। আয়োগে প্ৰদান কৰা তথ্যত উল্লেখ আছে যে, ২০১৩-১৪বিত্তীয় বৰ্ষত দেশত দৰিদ্ৰ সীমা ৰেখাৰ তলত থকা লোকৰ সংখ্যা ২৯.১৭শতাংশ আছিল যদিও ২০২২-২৩বিত্তীয় বৰ্ষত এই সংখ্যা হ্ৰাস হৈ হয়গৈ ১১.২৮শতাংশ।

24.82 crore people escaped multidimensional poverty in last 9 years

According to a Discussion Paper released by NITI Aayog today on Multidimensional Poverty, since 2005-06, India has registered a significant decline in #MPI from 29.17% in 2013-14 to 11.28% in 2022-23 which is a… pic.twitter.com/XEOvbzz8j4

— NITI Aayog (@NITIAayog) January 15, 2024

নীতি আয়োগত প্ৰকাশ পোৱা তথ্য অনুসৰি, বিগত ৯টা বছৰত উত্তৰ প্ৰদেশ, বিহাৰ, মধ্যপ্ৰদেশৰ দৰে ৰাজ্যত অধিক লোক দৰিদ্ৰ সীমা ৰেখা অতিক্ৰম কৰিছে। উল্লেখ কৰা প্ৰয়োজন যে, নীতি আয়োগে এই তথ্য স্বাস্থ্য, শিক্ষা আৰু জীৱনস্তৰৰ মানদণ্ডক মূল্যাংকন কৰি প্ৰস্তুত কৰিছে। নীতি আয়োগৰ এই তথ্য ৰাজহুৱা হোৱাৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টুইটাৰ জৰিয়তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, এয়া বহু উতসাহজনক। আমি গ্ৰহণ কৰা বিভিন্ন কাৰ্যপন্থাই এনেদৰেই সাকাৰ ৰূপ লৈছে। প্ৰতিগৰাকী ভাৰতীয়ৰ জীৱন উন্নত কৰাৰ নিমিত্তে আমাৰ এই ধাৰাবাহিকতা অব্যাহত থাকিব বুলি সদৰি কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।

Very encouraging, reflecting our commitment towards furthering inclusive growth and focussing on transformative changes to our economy. We will continue to work towards all-round development and to ensure a prosperous future for every Indian. https://t.co/J20mVQbqSA

— Narendra Modi (@narendramodi) January 15, 2024

ইফালে অসমতো বিগত বছৰ কেইটাত হ্ৰাস পাইছে দৰিদ্ৰ সীমা ৰেখাৰ তলত থকা লোকৰ সংখ্যা। ২০১৫-১৬বিত্তীয় বৰ্ষত অসমত দৰিদ্ৰ লোকৰ সংখ্যা ৩২.৬৫শতাংশ আছিল যদিও ২০২১বৰ্ষত এই সংখ্যা ১৯.৩৫শতাংশলৈ হ্ৰাস পাইছে। ২০১৫চনৰ পৰা অসমত প্ৰায় ৪৬লাখ ৮৭হাজাৰ ৫৪১গৰাকী লোক দৰিদ্ৰ সীমা ৰেখা  অতিক্ৰম কৰিছে। উক্ত তথ্য শেহতীয়াকৈ নীতি আয়োগে মুকলি কৰা তথ্যত প্ৰকাশ পাইছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰেমৰ বীমা কৰিছিল প্ৰেমিকে, প্ৰেম এতিয়া বিবাহলৈ ৰূপান্তৰিত হ’ল, এক দশকৰ পাছত বীমাৰ পৰা কিমান লাখ টকা উপাৰ্জন কৰিলে নববিবাহিতাই?
Uncategorized

প্ৰেমৰ বীমা কৰিছিল প্ৰেমিকে, প্ৰেম এতিয়া বিবাহলৈ ৰূপান্তৰিত হ’ল, এক দশকৰ পাছত বীমাৰ পৰা কিমান লাখ টকা উপাৰ্জন কৰিলে নববিবাহিতাই?

January 16, 2026
বছৰৰ প্ৰথম মাহত এটাৰ পাছত আনটো ৰাজযোগ, কোন ৰাশিৰ জাতকৰ বাবে কেনে হ’ব জানুৱাৰী ২০২৬?
Uncategorized

বছৰৰ প্ৰথম মাহত এটাৰ পাছত আনটো ৰাজযোগ, কোন ৰাশিৰ জাতকৰ বাবে কেনে হ’ব জানুৱাৰী ২০২৬?

January 1, 2026
আই পি এলৰ ইতিহাসত সকলোতকৈ দামী বিদেশী ক্ৰিকেটাৰ কেমৰণ গ্ৰীণ! ২৫ কোটি ২০ লাখত KKRয়ে ক্ৰয় কৰিলে কেমৰণক
Uncategorized

আই পি এলৰ ইতিহাসত সকলোতকৈ দামী বিদেশী ক্ৰিকেটাৰ কেমৰণ গ্ৰীণ! ২৫ কোটি ২০ লাখত KKRয়ে ক্ৰয় কৰিলে কেমৰণক

December 16, 2025
মৃত্যুমুখত লাখ লাখ নক্ষত্ৰ, ৰাক্ষসৰ দৰে গিলি খাইছে গ্ৰহ, পৃথিৱীও এনেকৈ সূৰ্যগ্ৰাসত নিশ্চিহ্ন হ’ব নেকি?
Uncategorized

মৃত্যুমুখত লাখ লাখ নক্ষত্ৰ, ৰাক্ষসৰ দৰে গিলি খাইছে গ্ৰহ, পৃথিৱীও এনেকৈ সূৰ্যগ্ৰাসত নিশ্চিহ্ন হ’ব নেকি?

November 18, 2025
Next Post
‘পৱিত্ৰ ৰিস্তা’ কেনেকৈ পাহঁৰে? এতিয়াও মন গ’লেই অংকিতাই ফোন কৰে সুশান্তৰ…

'পৱিত্ৰ ৰিস্তা' কেনেকৈ পাহঁৰে? এতিয়াও মন গ'লেই অংকিতাই ফোন কৰে সুশান্তৰ...

অযোধ্যাত তৈয়াৰ হ’ব শ্ৰীৰাম আন্তৰ্জাতিক বিশ্ববিদ্যালয়! মন্দিৰ উদ্বোধনৰ পূৰ্বে বৃহৎ ঘোষণা যোগী চৰকাৰৰ

অযোধ্যাত তৈয়াৰ হ’ব শ্ৰীৰাম আন্তৰ্জাতিক বিশ্ববিদ্যালয়! মন্দিৰ উদ্বোধনৰ পূৰ্বে বৃহৎ ঘোষণা যোগী চৰকাৰৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.