• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এদিনৰ ইনকামেই শ শ কোটি! মাৰ্ক জুকাৰবাৰ্গৰ এদিনৰ উপাৰ্জনে চকু কঁপালত তুলিছে বিশ্বৰ সকলো উদ্যোগীৰ

এদিনৰ ইনকামেই শ শ কোটি! মাৰ্ক জুকাৰবাৰ্গৰ এদিনৰ উপাৰ্জনে চকু কঁপালত তুলিছে বিশ্বৰ সকলো উদ্যোগীৰ

3 years ago
পুৰুষতকৈ কিয় নাৰীৰ UTI ৰ সমস্যা বেছি? প্ৰস্ৰাৱৰ সময়ত নকৰিব এই ভুল!

পুৰুষতকৈ কিয় নাৰীৰ UTI ৰ সমস্যা বেছি? প্ৰস্ৰাৱৰ সময়ত নকৰিব এই ভুল!

9 minutes ago
সুকন্যা সমৃদ্ধি যোজনাৰ বাবে শিশুৰ বাবে পেন কাৰ্ড বাধ্যতামূলক নেকি? গুৰুত্বপূৰ্ণ তথ্য জানি লওক

সুকন্যা সমৃদ্ধি যোজনাৰ বাবে শিশুৰ বাবে পেন কাৰ্ড বাধ্যতামূলক নেকি? গুৰুত্বপূৰ্ণ তথ্য জানি লওক

25 minutes ago
নায়িকাৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰি বিপদত নায়ক! তাৰ পিছত…

নায়িকাৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰি বিপদত নায়ক! তাৰ পিছত…

45 minutes ago
আৰ্থিক অসুবিধাৰ সন্মুখীন হৈ আছে নেকি? এই মাহৰ ভিতৰতে কৰক এইটো কাম

চাকৰিত যোগদান কৰিলে পাব ১৫ হাজাৰ টকা! এই আঁচনিৰ বিষয়ে জানেনে?

1 hour ago
দুৰ্ঘটনাত পতিত কাৰ্তিক আৰিয়ান, চিকিৎসালয়ত ভৰ্তি, হ’ব  কিহৰ অস্ত্ৰোপচাৰ?

দুৰ্ঘটনাত পতিত কাৰ্তিক আৰিয়ান, চিকিৎসালয়ত ভৰ্তি, হ’ব কিহৰ অস্ত্ৰোপচাৰ?

2 hours ago
পুৱতি নিশা সপোনত দেখিছে নেকি এইবোৰ বস্তু, তেন্তে উদয় হ’ব ভাগ্য!

সপোনে দিব ভৱিষ্যতৰ সংকেত! জানক কোনটো শুভ আৰু কোনটো অশুভ

2 hours ago
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩

দিনত নে ৰাতি? কোন সময়ত অহা ভূমিকম্প বেছি ভয়াৱহ জানক

13 hours ago
বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

13 hours ago
ঘৰৰ শোৱনি কোঠা আৰু বাথৰুম কোন দিশত থকা উচিত?

ভুলতো ঘৰত নাৰাখিব এইসমূহ সামগ্ৰী, দেখা দিব আর্থিক সংকট!

13 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

হাতলৈ আহিব ধন, কাইলৈ ভাগ্য উদয় হ’ব ৪ ৰাশিৰ লোকৰ!

13 hours ago
কাছ আঙুঠি পিন্ধে নেকি? এটা ভুলে মাতিব বিপদ!

কাছ আঙুঠি পিন্ধে নেকি? এটা ভুলে মাতিব বিপদ!

14 hours ago
সামাজিক মাধ্যমত আপোনাৰো শিশুৰ Account আছে নেকি? তেন্তে এই খবৰ আপোনাৰ বাবে

সামাজিক মাধ্যমত আপোনাৰো শিশুৰ Account আছে নেকি? তেন্তে এই খবৰ আপোনাৰ বাবে

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

এদিনৰ ইনকামেই শ শ কোটি! মাৰ্ক জুকাৰবাৰ্গৰ এদিনৰ উপাৰ্জনে চকু কঁপালত তুলিছে বিশ্বৰ সকলো উদ্যোগীৰ

editor by editor
February 5, 2024
in বাণিজ্য, বিবিধ, বিশ্ব, লেখা
0
এদিনৰ ইনকামেই শ শ কোটি! মাৰ্ক জুকাৰবাৰ্গৰ এদিনৰ উপাৰ্জনে চকু কঁপালত তুলিছে বিশ্বৰ সকলো উদ্যোগীৰ
0
SHARES
3.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বিশ্বৰ ধনী ব্যক্তিসকলৰ ভিতৰত অন্যতম এজন হৈছে মাৰ্ক জুকাৰবাৰ্গ। এইবাৰ জুকাৰবাৰ্গে গঢ়িছে আন এক ৰেকৰ্ড। দৈনিক আয়েৰে বিশ্ব ৰেকৰ্ড গঢ়িছে মাৰ্ক জুকাৰবাৰ্গে। তেওঁৰ এদিনৰ আয়ে দৃষ্টি কাঢ়িছে এতিয়া বহুজনৰ। কোটিপতিসকলকো টক্কৰ দি এদিনতেই ইমান কোটি কেনেকৈ উপাৰ্জন কৰে মাস্কে?

ভাইৰেল তথ্য অনুসৰি ফেছবুকৰ প্ৰতিষ্ঠাতা মাৰ্ক জুকাৰবাৰ্গৰ এদিনৰ উপাৰ্জন প্ৰায় ২৮ বিলিয়ন ডলাৰ। ভাৰতীয় মুদ্ৰাত এই ধনৰ পৰিমান হৈছে ২৩২ কোটিৰো অধিক। সৰ্বাধিক আয়েৰেই ৰেকৰ্ড গঢ়িছে মাৰ্ক জুকাৰবাৰ্গে। বৰ্তমান বিশ্বৰ শীৰ্ষ ৫ বিলিয়নৰ মাজত স্থান দখল কৰিছে মাৰ্ক জুকাৰবাৰ্গে। মাৰ্ক জুকাৰবাৰ্গৰ সম্পদৰ পৰিমাণ এনেকৈ বৃদ্ধি পাইছে যে তেওঁ বিশ্বৰ ধনী ব্যক্তি বাৰ্নাৰ্ড আৰ্নল্ডকো পিছপেলোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

ব্লুমবাৰ্গ বিলিয়নিয়াৰ্ছ ইনডেক্সৰ তথ্য অনুসৰি শুকুৰবাৰে ফেছবুকৰ প্ৰতিষ্ঠাতা মাৰ্ক জুকাৰবাৰ্গৰ সম্পদ ব্যাপক হাৰত বৃদ্ধি পাইছে। প্ৰকৃতপক্ষে শুকুৰবাৰে মেটাৰ শ্বেয়াৰ ২০শতাংশতকৈয়ো বৃদ্ধি হৈছে। ইয়াৰ ফলত জুকাৰবাৰ্গৰ সম্পদ বাঢ়ি ২৮.১ বিলিয়ন ডলাৰ অৰ্থাৎ ২.৩৩ লাখ কোটি টকা হৈছে। এই বৃদ্ধিক সামৰি মাৰ্ক জুকাৰবাৰ্গৰ মুঠ সম্পদৰ পৰিমাণ হৈছেগৈ ১৭০ বিলিয়ন ডলাৰ। মাৰ্কে পিছ পেলাইছে ষ্টিভ বলমাৰ আৰু বিল গেটছকো। বৰ্তমান বিশ্বৰ ধনী ব্যক্তিৰ তালিকাত জুকাৰবাৰ্গৰ স্থান হৈছে চতুৰ্থ। সকলো মিলি তেওঁৰ মুঠ সম্পদৰ পৰিমাণ ৪২.৪ বিলিয়ন ডলাৰৰো অধিক। ভাৰতীয় মুদ্ৰাত এই ধনৰ পৰিমান ৩৫৫ কোটি ৫০ লাখ ৩২ হাজাৰ ২০০তকৈয়ো অধিক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুৰুষতকৈ কিয় নাৰীৰ UTI ৰ সমস্যা বেছি? প্ৰস্ৰাৱৰ সময়ত নকৰিব এই ভুল!
জীৱনশৈলী

পুৰুষতকৈ কিয় নাৰীৰ UTI ৰ সমস্যা বেছি? প্ৰস্ৰাৱৰ সময়ত নকৰিব এই ভুল!

August 19, 2026
সুকন্যা সমৃদ্ধি যোজনাৰ বাবে শিশুৰ বাবে পেন কাৰ্ড বাধ্যতামূলক নেকি? গুৰুত্বপূৰ্ণ তথ্য জানি লওক
বাণিজ্য

সুকন্যা সমৃদ্ধি যোজনাৰ বাবে শিশুৰ বাবে পেন কাৰ্ড বাধ্যতামূলক নেকি? গুৰুত্বপূৰ্ণ তথ্য জানি লওক

August 19, 2026
নায়িকাৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰি বিপদত নায়ক! তাৰ পিছত…
বিনোদন

নায়িকাৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰি বিপদত নায়ক! তাৰ পিছত…

August 19, 2026
আৰ্থিক অসুবিধাৰ সন্মুখীন হৈ আছে নেকি? এই মাহৰ ভিতৰতে কৰক এইটো কাম
বাণিজ্য

চাকৰিত যোগদান কৰিলে পাব ১৫ হাজাৰ টকা! এই আঁচনিৰ বিষয়ে জানেনে?

August 19, 2026
Next Post
ধোঁৱাই ছানি ধৰিছে চিলিৰ আকাশ! ৬৪ হাজাৰ একৰ ভূমিত এতিয়া কেৱল শূণ্যতা

ধোঁৱাই ছানি ধৰিছে চিলিৰ আকাশ! ৬৪ হাজাৰ একৰ ভূমিত এতিয়া কেৱল শূণ্যতা

প্ৰেমত ৰোমাণ্টিক যদিও অত্যন্ত জেদি… সংগী হিচাপে কেনে হয় বৃষ ৰাশিৰ জাতক?

প্ৰেমত ৰোমাণ্টিক যদিও অত্যন্ত জেদি... সংগী হিচাপে কেনে হয় বৃষ ৰাশিৰ জাতক?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.