• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এপ্ৰিলত স্থান সলনি হ’ব ৪গ্ৰহৰ! আছে সূৰ্যগ্ৰহণো, সুখে কোলাই-পাচিয়ে নধৰা হ’ব ৫ ৰাশিৰ

এপ্ৰিলত স্থান সলনি হ’ব ৪গ্ৰহৰ! আছে সূৰ্যগ্ৰহণো, সুখে কোলাই-পাচিয়ে নধৰা হ’ব ৫ ৰাশিৰ

2 years ago
UCC গৃহীত হোৱাৰ দিনাই অসমত ডাঙৰ ঘটনা, নগাওঁৰ ইকবালে ১০ মাহে লুকুৱাই ৰখা অসমীয়া বোৱাৰীৰ সন্ধান লাভ

UCC গৃহীত হোৱাৰ দিনাই অসমত ডাঙৰ ঘটনা, নগাওঁৰ ইকবালে ১০ মাহে লুকুৱাই ৰখা অসমীয়া বোৱাৰীৰ সন্ধান লাভ

11 hours ago
ঘৰত ৰাখক এই ৭সামগ্ৰী, বাঢ়িব অৰ্থ সম্পদ, পাব মা লক্ষ্মীৰ আশীৰ্বাদ

ঘৰত ৰাখক এই ৭সামগ্ৰী, বাঢ়িব অৰ্থ সম্পদ, পাব মা লক্ষ্মীৰ আশীৰ্বাদ

11 hours ago
গজলক্ষ্মী যোগত প্ৰভাৱ প্ৰতিপত্তি বাঢ়িব ৫ৰাশিৰ, ২ জুনৰ ভিতৰত লাভ কৰিব সন্মান আৰু অৰ্থ

গজলক্ষ্মী যোগত প্ৰভাৱ প্ৰতিপত্তি বাঢ়িব ৫ৰাশিৰ, ২ জুনৰ ভিতৰত লাভ কৰিব সন্মান আৰু অৰ্থ

12 hours ago
শৰীৰত নিঃশব্দে বাঢ়িছে কলষ্টেৰল? ৫ অভ্যাস সলনি নকৰিলে আহিব চৰম বিপদ

শৰীৰত নিঃশব্দে বাঢ়িছে কলষ্টেৰল? ৫ অভ্যাস সলনি নকৰিলে আহিব চৰম বিপদ

12 hours ago
শৰীৰত এই ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ! কেনেকৈ ৰক্ষা পাব?

শৰীৰত এই ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ! কেনেকৈ ৰক্ষা পাব?

14 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

14 hours ago
পৰিবেশ অনুসৰি গেছৰ দাম চৰকাৰে বঢ়াব কমাব, কিন্তু কোনো চৰকাৰে যুৱতীৰ হেৰুওৱা সন্মান আৰু যৌৱন ঘূৰাই দিব নোৱাৰেঃ মুখ্যমন্ত্ৰী

পৰিবেশ অনুসৰি গেছৰ দাম চৰকাৰে বঢ়াব কমাব, কিন্তু কোনো চৰকাৰে যুৱতীৰ হেৰুওৱা সন্মান আৰু যৌৱন ঘূৰাই দিব নোৱাৰেঃ মুখ্যমন্ত্ৰী

15 hours ago
জুলাই মাহৰ পৰা ডিচেম্বৰলৈকে শনিৰ এটাৰ পাছত আনটো গোচৰ, সকলোকে টক্কৰ দিব এই ৪ৰাশিয়ে

জুলাই মাহৰ পৰা ডিচেম্বৰলৈকে শনিৰ এটাৰ পাছত আনটো গোচৰ, সকলোকে টক্কৰ দিব এই ৪ৰাশিয়ে

15 hours ago
কি ভিটামিনৰ অভাৱত মহিলাৰ বগাস্ৰাৱ হয়? এই ক্ষৰণ কিয় দুশ্চিন্তাৰ কাৰণ? কি কয় চিকিৎসকে?

কি ভিটামিনৰ অভাৱত মহিলাৰ বগাস্ৰাৱ হয়? এই ক্ষৰণ কিয় দুশ্চিন্তাৰ কাৰণ? কি কয় চিকিৎসকে?

16 hours ago
এদিনতে নক্ষত্ৰ সলনি কৰিব বুধ আৰু শুক্ৰই, বুদ্ধিৰ জোৰত প্ৰেমৰ টানত সুখৰ জোৱাৰ আহিব ৪ৰাশিৰ জীৱনলৈ

এদিনতে নক্ষত্ৰ সলনি কৰিব বুধ আৰু শুক্ৰই, বুদ্ধিৰ জোৰত প্ৰেমৰ টানত সুখৰ জোৱাৰ আহিব ৪ৰাশিৰ জীৱনলৈ

16 hours ago
শুক্ৰৰ নক্ষত্ৰত চন্দ্ৰ, ভাগ্যোদয় হ’ব ৪ৰাশিৰ, টকা, প্ৰেম আহিব কাৰ কাৰ জীৱনলৈ?

শুক্ৰৰ নক্ষত্ৰত চন্দ্ৰ, ভাগ্যোদয় হ’ব ৪ৰাশিৰ, টকা, প্ৰেম আহিব কাৰ কাৰ জীৱনলৈ?

17 hours ago
গৰ্ভপাতৰ অধিকাৰৰ পৰা যৌতুক প্ৰথাৰ বিৰুদ্ধে অভিযোগ, এই ৬ অধিকাৰ আছে প্ৰতিগৰাকী বিবাহিত ভাৰতীয় মহিলাৰ

গৰ্ভপাতৰ অধিকাৰৰ পৰা যৌতুক প্ৰথাৰ বিৰুদ্ধে অভিযোগ, এই ৬ অধিকাৰ আছে প্ৰতিগৰাকী বিবাহিত ভাৰতীয় মহিলাৰ

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, May 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এপ্ৰিলত স্থান সলনি হ’ব ৪গ্ৰহৰ! আছে সূৰ্যগ্ৰহণো, সুখে কোলাই-পাচিয়ে নধৰা হ’ব ৫ ৰাশিৰ

editor by editor
March 29, 2024
in জীৱনশৈলী, বিবিধ
0
এপ্ৰিলত স্থান সলনি হ’ব ৪গ্ৰহৰ! আছে সূৰ্যগ্ৰহণো, সুখে কোলাই-পাচিয়ে নধৰা হ’ব ৫ ৰাশিৰ
0
SHARES
1.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ এপ্ৰিল ২০২৪ আৰম্ভ হ’বলৈ মাজত তিনি দিন। এপ্ৰিল মাহত কেইবাটাও গ্ৰহই নিজৰ স্থান পৰিবৰ্তন কৰিব। মাৰ্চ মাহৰ শেষৰ দিনটোত মীন ৰাশিত প্ৰৱেশ কৰিব শুক্ৰই। ইয়াৰ ফলত শুক্ৰ আৰু ৰাহুৰ যুঁটি গঠিত হ’ব। এই যুঁটিৰ প্রভাৱ প্ৰায় সমগ্ৰ এপ্ৰিল মাহ জুৰি বিভিন্ন ৰাশিৰ জাতকৰ ওপৰত পৰিব। এপ্ৰিল মাহৰ আৰম্ভণিতেই অৰ্থাৎ ২ এপ্ৰিলত বক্ৰী হ’ব বুধ। তাৰপাছতেই ৯এপ্ৰিলত বক্ৰী চলনেৰে মীন ৰাশিত গোচৰ কৰিব বুধ গ্ৰহই। ১৯ এপ্ৰিলত মীন ৰাশিতেই বুধ উদয় হ’ব। ইয়াৰ পূৰ্বে ১৩ এপ্ৰিলত মেষ ৰাশিত গোচৰ কৰিব সূৰ্যই। মেষ ৰাশিত সূৰ্য আৰু বৃহস্পতিৰ যুঁটি গঠন হ’ব। ইয়াৰ ফলত ২৪ এপ্ৰিলত মীন এৰি মেষ ৰাশিলৈ যাব শুক্ৰ।

এইসমূহৰ ওপৰিও এপ্ৰিলত গঠিত হ’ব লক্ষ্মী নাৰায়ণ যোগ আৰু বুধাদিত্য ৰাজযোগ। ইয়াৰ সৈতে এপ্ৰিল মাহতেই হ’ব বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ। জ্যোতিষ গণনা অনুসৰি এই সকলোবোৰৰ প্ৰভাৱত এপ্ৰিলত সৌভাগ্য লাভ কৰিব পাঁচ ৰাশিৰ জাতকে। এই শুভ যোগসমূহৰ প্ৰভাৱত কোন কোন ৰাশিৰ ভাগ্য খুলিব জানেনে?

বৃষ ৰাশি
এপ্ৰিল মাহত লক্ষ্মী নাৰায়ণ যোগৰ শুভ ফল পাব বৃষ ৰাশিৰ জাতকে। আগন্তুক মাহত প্ৰচুৰ সম্পত্তি লাভৰ সম্ভাৱনা আছে আপোনাৰ। এই সময়ত আপুনি ভাৱিব নোৱাৰা কিছু সূত্ৰৰ পৰা ধন লাভ কৰিব। আয় বঢ়াৰ লগে লগে এপ্ৰিলত ব্যয়ো বৃদ্ধি পাব বৃষ ৰাশিৰ জাতকৰ। এই সময়ত নিজৰ বিলাসিতাৰ বাবেই আপুনি বহু ধন ব্যয় কৰিব।

মিথুন ৰাশি
মিথুন ৰাশিৰ অধিপতি গ্ৰহ বুধে এপ্ৰিলত শুক্ৰৰ সৈতে মিলি গঠন কৰিব লক্ষ্মী নাৰায়ণ যোগ। ইয়াৰ প্ৰভাৱত আগন্তুক মাহত ব্যৱসায়ত ভাল লাভ হ’ব আপোনাৰ। সমাজত উচ্চ ক্ষমতাসম্পন্ন মানুহৰ সংস্পৰ্শলৈ আহিব। কেৰিয়াৰ সংক্ৰান্তিয় এটাৰ পাছত আনটো সুযোগ আহিব মিথুন ৰাশিৰ জাতকৰ। আৰ্থিক লাভৰ মুখ দেখিব। কেৰিয়াৰত উন্নতি কৰাৰ পূৰ্ণ সুযোগ পাব।

ধনু ৰাশি
এপ্ৰিল মাহত ধনু ৰাশিৰ পঞ্চম ঘৰত যুঁটি বান্ধিব সূৰ্য আৰু বৃহস্পতিয়ে। সূৰ্য আৰু বৃহস্পতিৰ এই মিলন আপোনাৰ বাবে লাভজনক প্ৰমাণিত হ’ব। সন্তানৰ দিশৰ পৰা আনন্দৰ খবৰ আহিব। চৰকাৰী প্ৰকল্পত সাফল্য লাভ কৰিব ধনু ৰাশিৰ জাতকে। এই সময়ত আপোনাৰ মন বিভিন্ন কামক লৈ উৎসাহী হৈ থাকিব। হঠাৎ আৰ্থিক লাভ হ’ব। ধৰ্মীয় কামত আগ্ৰহ বাঢ়িব আপোনাৰ।

মকৰ ৰাশি
এপ্ৰিলত বিভিন্ন গ্ৰহৰ গোচৰত শুভ প্ৰভাৱ পৰিব মকৰ ৰাশিৰ জাতকৰ ওপৰত। নানান কাৰণত সুখী হৈ থাকিব। আৰ্থিক লাভৰো পূৰ্ণ সম্ভাৱনা আছে। সমাজত আপোনাৰ সন্মান বৃদ্ধি পাব।

মীন ৰাশি
এপ্ৰিল মাহত বুধ আৰু শুক্ৰৰ যুঁটি লাভজনক হ’ব মীন ৰাশিৰ জাতকৰ বাবে। আগন্তুক মাহত সমাজৰ উচ্চপদস্ত মানুহৰ সৈতে আলোচনাত বহিব পাৰে। ব্যৱসায়ত কাংখিত সাফল্য পাব। কামৰ বাবেই ভ্ৰমণৰো সম্ভাৱনা আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in AssamDAILY ASTRONOMY
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

UCC গৃহীত হোৱাৰ দিনাই অসমত ডাঙৰ ঘটনা, নগাওঁৰ ইকবালে ১০ মাহে লুকুৱাই ৰখা অসমীয়া বোৱাৰীৰ সন্ধান লাভ
অপৰাধ

UCC গৃহীত হোৱাৰ দিনাই অসমত ডাঙৰ ঘটনা, নগাওঁৰ ইকবালে ১০ মাহে লুকুৱাই ৰখা অসমীয়া বোৱাৰীৰ সন্ধান লাভ

May 27, 2026
ঘৰত ৰাখক এই ৭সামগ্ৰী, বাঢ়িব অৰ্থ সম্পদ, পাব মা লক্ষ্মীৰ আশীৰ্বাদ
জীৱনশৈলী

ঘৰত ৰাখক এই ৭সামগ্ৰী, বাঢ়িব অৰ্থ সম্পদ, পাব মা লক্ষ্মীৰ আশীৰ্বাদ

May 27, 2026
গজলক্ষ্মী যোগত প্ৰভাৱ প্ৰতিপত্তি বাঢ়িব ৫ৰাশিৰ, ২ জুনৰ ভিতৰত লাভ কৰিব সন্মান আৰু অৰ্থ
জীৱনশৈলী

গজলক্ষ্মী যোগত প্ৰভাৱ প্ৰতিপত্তি বাঢ়িব ৫ৰাশিৰ, ২ জুনৰ ভিতৰত লাভ কৰিব সন্মান আৰু অৰ্থ

May 27, 2026
শৰীৰত নিঃশব্দে বাঢ়িছে কলষ্টেৰল? ৫ অভ্যাস সলনি নকৰিলে আহিব চৰম বিপদ
জীৱনশৈলী

শৰীৰত নিঃশব্দে বাঢ়িছে কলষ্টেৰল? ৫ অভ্যাস সলনি নকৰিলে আহিব চৰম বিপদ

May 27, 2026
Next Post
কাণত ধৰি লৈ আহিল…দৃশ্য দেখি শিয়ৰী উঠিল বহু লোক

কাণত ধৰি লৈ আহিল...দৃশ্য দেখি শিয়ৰী উঠিল বহু লোক

১৩ টা গোচৰ, ৫০ হাজাৰৰ পুৰষ্কাৰ, বহু বছৰ ধৰি সন্ধান নাই ডন মুখতাৰ আনচাৰীৰ পত্নীৰ

১৩ টা গোচৰ, ৫০ হাজাৰৰ পুৰষ্কাৰ, বহু বছৰ ধৰি সন্ধান নাই ডন মুখতাৰ আনচাৰীৰ পত্নীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.