• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাণত ধৰি লৈ আহিল…দৃশ্য দেখি শিয়ৰী উঠিল বহু লোক

কাণত ধৰি লৈ আহিল…দৃশ্য দেখি শিয়ৰী উঠিল বহু লোক

3 years ago
‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

‘জ্ঞানেশ কুমাৰে জে’ললৈ যাব লাগিব’, কঠোৰ সকীয়নি ৰাহুল গান্ধীৰ

2 minutes ago
ধনতেৰছৰ পূৰ্বে ৩ ৰাশিৰ ভাগ্যত ধনৰ বৰষুণ! আহিব ভাল সময়

ধনতেৰছৰ পূৰ্বে ৩ ৰাশিৰ ভাগ্যত ধনৰ বৰষুণ! আহিব ভাল সময়

1 hour ago
নিয়মিতভাৱে খাওক পকা বেল, শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

নিয়মিতভাৱে খাওক পকা বেল, শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

2 hours ago
ঘৰত শংখ ৰাখিলে মানি চলক নিয়ম, পাব লক্ষ্মীৰ আশীৰ্বাদ!

ঘৰত শংখ ৰাখিলে মানি চলক নিয়ম, পাব লক্ষ্মীৰ আশীৰ্বাদ!

2 hours ago
বন্ধ PNB ৰ হাজাৰ হাজাৰ বেংক একাউণ্ট! গ্ৰাহকৰ বাবে ডাঙৰ খবৰ

বন্ধ PNB ৰ হাজাৰ হাজাৰ বেংক একাউণ্ট! গ্ৰাহকৰ বাবে ডাঙৰ খবৰ

3 hours ago
নিশা শোৱাৰ পূৰ্বে বিচনাৰ কাষত নাৰাখিব এই ৫ বিধ বস্তু, নিদ্ৰা হৰিব আপোনাৰ!

নিশা শোৱাৰ পূৰ্বে বিচনাৰ কাষত নাৰাখিব এই ৫ বিধ বস্তু, নিদ্ৰা হৰিব আপোনাৰ!

5 hours ago
ঘৰৰ মন্দিৰত কিমানটা দেৱ-দেৱীৰ মূৰ্তি ৰখা উচিত? ভুল কৰিলে পাপে চুব আপোনাক!

ঘৰৰ মন্দিৰত কিমানটা দেৱ-দেৱীৰ মূৰ্তি ৰখা উচিত? ভুল কৰিলে পাপে চুব আপোনাক!

5 hours ago
সাৱধান! পৃথিৱীৰ উষ্ণতা বৃদ্ধিৰ সৈতে বাঢ়িছে ভয়াৱহ ভেঁকুৰ সংক্ৰমণৰ আশংকা

সাৱধান! পৃথিৱীৰ উষ্ণতা বৃদ্ধিৰ সৈতে বাঢ়িছে ভয়াৱহ ভেঁকুৰ সংক্ৰমণৰ আশংকা

6 hours ago
কাছ আঙুঠি পিন্ধাৰ পূৰ্বে সাৱধান! এটা ভুলে কাঢ়িব পাৰে সকলো

কাছ আঙুঠি পিন্ধাৰ পূৰ্বে সাৱধান! এটা ভুলে কাঢ়িব পাৰে সকলো

7 hours ago
ধন সঞ্চয়ৰ ক্ষেত্ৰত কোন ৰাশিৰ লোক হ’ব অধিক সাৱধান?

ধন সঞ্চয়ৰ ক্ষেত্ৰত কোন ৰাশিৰ লোক হ’ব অধিক সাৱধান?

21 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

নৱেম্বৰ মাহত এই ৪ ৰাশিৰ বাবে আহিব সুখবৰ!

21 hours ago
অভিনেত্ৰী শ্যামন্তিকাৰ সৈতে অঘটন, কেনে আছে অভিনেত্ৰীগৰাকী?

অভিনেত্ৰী শ্যামন্তিকাৰ সৈতে অঘটন, কেনে আছে অভিনেত্ৰীগৰাকী?

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, November 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

কাণত ধৰি লৈ আহিল…দৃশ্য দেখি শিয়ৰী উঠিল বহু লোক

editor by editor
March 29, 2024
in অসম, উত্তৰ-পূব
0
কাণত ধৰি লৈ আহিল…দৃশ্য দেখি শিয়ৰী উঠিল বহু লোক
0
SHARES
33.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

 

আজি ২৯ মাৰ্চ তাৰিখ শুকুৰবাৰে দুপৰীয়াৰ সময়ত সংঘটিত হয় এক অতিকে শিহৰণকাৰী ঘটনা। মোমায়েকে কাটি দুচেও কৰিলে ভাগিনক। শৰীৰৰ পৰা মুণ্ড বিচ্ছিন্ন কৰি কটা শিৰ লৈ ৰাজপথত মোমায়েক।

হাতত তেজ লাগি থকা দা। দা দেখি ভয় খাই ওচৰ চাপি যাব পৰা নাই সাধাৰণ জনতা। কাষতে পৰি আছে কটা মুণ্ড। কটা মুণ্ডৰ কাণত ধৰি উঠাই আনিছে ঘৰৰ পৰা।

এই গাৰ নোম এডাল এডাল কৰি দিয়া ঘটনা সংঘটিত হৈছে এইখন অসমৰে মৰিগাঁও জিলাত। জিলা খনৰ ময়নগুড়িৰ পৰা আহিছে এই খবৰ। খবৰ অনুসৰি এগৰাকী মোমায়েকে কাটি মাৰি পেলালে ভাগিনক।

ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, মাটি-বাৰী সংক্ৰান্তীয় বিবাদৰ বাবে সংঘটিত এই কাণ্ড। প্ৰথমে কাজিয়া, তাৰ পাছত ক্ৰোধে মূৰ পাই আৰু একো নাই হৈ খঙৰ কোবতে মোমায়েক ৰূপম লস্কৰে দাৰে ঘপিঁয়াই শিৰচ্ছেদ কৰে ভূমিক কোঁৱৰ নামৰ লোকজনক।

ঘটনাৰ বিষয়ে জানিব পৰাৰ লগে লগে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ৰূপম লস্কৰক আটক কৰাৰ লগতে ঘটনাত ব্যৱহৃত দা খনো উদ্ধাৰ কৰে লগতে মৃতদেহো উদ্ধাৰ কৰি মনণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণৰ ব্যৱস্থা কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamassam policemorigaonMorigaon Police
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুনৰ অসুস্থ গৰিমা শইকীয়া গাৰ্গ, ভৰ্তি চিকিৎসালয়ত
অসম

পুনৰ অসুস্থ গৰিমা শইকীয়া গাৰ্গ, ভৰ্তি চিকিৎসালয়ত

October 31, 2026
বিলাস ইন কাণ্ডৰ গোচৰৰ মাজতে আৰক্ষীত ব্যাপক ৰদবদল, মধ্য গুৱাহাটীৰ নতুন DCP মৃণাল ডেকা
অসম

বিলাস ইন কাণ্ডৰ গোচৰৰ মাজতে আৰক্ষীত ব্যাপক ৰদবদল, মধ্য গুৱাহাটীৰ নতুন DCP মৃণাল ডেকা

October 31, 2026
ধেমাজিত ঘনকান্ত গগৈৰ পত্নী
অসম

প্ৰাণৰ শংকাত ভূগিছে ঘনকান্তৰ পত্নী, ধেমাজিৰ পৰা গুৱাহাটী আহিবলৈ বিচাৰিছে আৰক্ষীৰ নিৰাপত্তা

October 31, 2026
ধেমাজিত ঘনকান্ত গগৈৰ পত্নী
অসম

ধেমাজিত ঘনকান্ত গগৈৰ পত্নী

October 31, 2026
Next Post
১৩ টা গোচৰ, ৫০ হাজাৰৰ পুৰষ্কাৰ, বহু বছৰ ধৰি সন্ধান নাই ডন মুখতাৰ আনচাৰীৰ পত্নীৰ

১৩ টা গোচৰ, ৫০ হাজাৰৰ পুৰষ্কাৰ, বহু বছৰ ধৰি সন্ধান নাই ডন মুখতাৰ আনচাৰীৰ পত্নীৰ

এজন ককাক ব্ৰিগেডিয়ৰ, আনজনৰ নামত ৰাস্তা-ঘাট, খুৰাক আকৌ প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি, কেৱল নিজে হে কুখ্যাত

এজন ককাক ব্ৰিগেডিয়ৰ, আনজনৰ নামত ৰাস্তা-ঘাট, খুৰাক আকৌ প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি, কেৱল নিজে হে কুখ্যাত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.