• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
IPL

IPLত সংকট! কলকাতাত সুৰক্ষা দিয়াত অমান্তি আৰক্ষীৰ

2 years ago
নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

16 hours ago
সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

17 hours ago
৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

18 hours ago
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

20 hours ago
সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

21 hours ago
৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

21 hours ago
লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

22 hours ago
সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

2 days ago
গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

2 days ago
মহাশিৱৰাত্ৰিৰ পাছতেই সূৰ্যগ্ৰহণ, আৰ্থিক লাভৰ যোগ আছে এই ৫ৰাশিৰ ভাগ্যত

মহাশিৱৰাত্ৰিৰ পাছতেই সূৰ্যগ্ৰহণ, আৰ্থিক লাভৰ যোগ আছে এই ৫ৰাশিৰ ভাগ্যত

2 days ago
মাজ আকাশত বিমানত জুই! কলকাতাত ২৩৬ যাত্ৰী কঢ়িওৱা বিমানৰ জৰুৰী অৱতৰণ

মাজ আকাশত বিমানত জুই! কলকাতাত ২৩৬ যাত্ৰী কঢ়িওৱা বিমানৰ জৰুৰী অৱতৰণ

2 days ago
কোৰিয়ান ‘লাভ গেম’ৰ বলি গাজিয়াবাদৰ তিনি ভগ্নী! জানক কি আছে এই খেলত?

কোৰিয়ান ‘লাভ গেম’ৰ বলি গাজিয়াবাদৰ তিনি ভগ্নী! জানক কি আছে এই খেলত?

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, February 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

IPLত সংকট! কলকাতাত সুৰক্ষা দিয়াত অমান্তি আৰক্ষীৰ

editor by editor
April 1, 2024
in ক্ৰীড়া
0
IPL
0
SHARES
108
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ক্ৰমাৎ ৰোমাঞ্চকৰ হৈ উঠিছে IPLৰ ১৭ সংখ্যক সংস্কৰণ। প্ৰতিটো দলে তুমুল যুঁজ দিছে সৰ্ববৃহৎ ক্ৰিকেট লীগৰ খিতাপ জয়ৰ বাবে। ৩১ মাৰ্চ পৰ্যন্ত অনুষ্ঠিত হৈছে আইপিএলৰ ১৩ খন মেচ। ইয়াৰ মাজতে IPLৰ মেচক লৈ এক নতুন সংকটে দেখা দিছে। কলকাতাত অনুষ্ঠিত হ’বলগীয়া আইপিএলৰ মেচত সুৰক্ষা দিয়াত অমান্তি হৈছে পশ্চিম বংগ আৰক্ষী। আৰক্ষীৰ এনে সিদ্ধান্তই এতিয়া বিমোৰত পেলাইছে আয়োজকক।

IPLৰ সূচী অনুসৰি ১৭ এপ্ৰিলত কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’ব এখন মেচ। মেচখনত ৰাজস্থান ৰয়েলছৰ মুখামুখি হ’ব কলকাতা নাইট ৰাইডাৰ্ছ। কিন্তু এই মেচখনক লৈ সৃষ্টি হৈছে অনিশ্চয়তাৰ। তথ্য অনুসৰি পশ্চিম বংগ আৰক্ষীয়ে মেচখনত সুৰক্ষা দিয়াত অমান্তি হৈছে। উক্ত দিনটোতে ৰাম নৱমী উৎসৱ পালন কৰা হ’ব। ৰাম নৱমীৰ বাবে সমগ্ৰ চহৰখনতে সুৰক্ষাত নিয়োজিত হ’ব আৰক্ষী। সেয়েহে আইপিএলৰ মেচখনত সুৰক্ষা প্ৰদানৰ পৰা বিৰত থকাৰ কথা ঘোষণা কৰিছে আৰক্ষীয়ে।

আৰক্ষীয়ে ১৭ এপ্ৰিলৰ মেচখন অন্য দিনত অনুষ্ঠিত কৰাৰ পৰামৰ্শ প্ৰদান কৰিছে। তেনেক্ষেত্ৰত মেচখন আয়োজকৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছে। ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত মেচখন ইডেন গাৰ্ডেনতেই অনুষ্ঠিত কৰাটো আয়োজকৰ প্ৰাথমিক সিদ্ধান্ত বুলি সুত্ৰত প্ৰকাশ। গতিকে ১৭ এপ্ৰিলৰ মেচখন এদিন-দুদিন অগা-পিছা হোৱাৰ সম্ভাৱনা আছে।

উল্লেখযোগ্য যে, ৩১ মাৰ্চ পৰ্যন্ত IPLৰ দুখন মেচ খেলি দুয়োখনতে জয়লাভ কৰিছে কলকাতা নাইট ৰাইডাৰ্ছে। দুখন মেচৰ পৰা চাৰি পইণ্ট সংগ্ৰহ কৰি পইণ্ট তালিকাৰ শীৰ্ষত অৱস্থান কৰিছে কলকাতা নাইট ৰাইডাৰ্ছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: IPL 2024kkr vs rrkolkataram navamiwest bengal police
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰোহিত-কোহলিৰ কোটি কোটি টকা দৰমহা কমাই দিছে BCCI য়ে! কিন্তু কিয় এই সিদ্ধান্ত?
ক্ৰীড়া

ৰোহিত-কোহলিৰ কোটি কোটি টকা দৰমহা কমাই দিছে BCCI য়ে! কিন্তু কিয় এই সিদ্ধান্ত?

January 20, 2026
বাংলাদেশী ক্ৰিকেটাৰ মুস্তাফিজুৰ ৰহমানক KKRয়ে দলত ৰাখিব নোৱাৰিব! শ্বাহৰুখ খানৰ KKRক কাঢ়া নিৰ্দেশ BCCIৰ
ক্ৰীড়া

বাংলাদেশী ক্ৰিকেটাৰ মুস্তাফিজুৰ ৰহমানক KKRয়ে দলত ৰাখিব নোৱাৰিব! শ্বাহৰুখ খানৰ KKRক কাঢ়া নিৰ্দেশ BCCIৰ

January 3, 2026
টি ২০ বিশ্বকাপৰ ভাৰতীয় দলত এইবাৰ কিয় নাই কোনো ৰিজাৰ্ভ প্লেয়াৰ, BCCI য়ে সদৰি কৰিলে ইয়াৰ কাৰণ
ক্ৰীড়া

টি ২০ বিশ্বকাপৰ ভাৰতীয় দলত এইবাৰ কিয় নাই কোনো ৰিজাৰ্ভ প্লেয়াৰ, BCCI য়ে সদৰি কৰিলে ইয়াৰ কাৰণ

December 21, 2025
টি-২০ত ভাৰতৰ দপদপনি, দক্ষিণ আফ্ৰিকাক হৰুৱাই ২০২৫ৰ সফল সামৰণি
ক্ৰীড়া

টি-২০ত ভাৰতৰ দপদপনি, দক্ষিণ আফ্ৰিকাক হৰুৱাই ২০২৫ৰ সফল সামৰণি

December 20, 2025
Next Post
৫০ বছৰৰ পাছত ৰাহু-শুক্ৰৰ বিপৰীত ৰাজযোগত ভাগ্যৰ চকা ঘূৰিব ৩ৰাশিৰ, পাব আয়ৰ নতুন পথ

৫০ বছৰৰ পাছত ৰাহু-শুক্ৰৰ বিপৰীত ৰাজযোগত ভাগ্যৰ চকা ঘূৰিব ৩ৰাশিৰ, পাব আয়ৰ নতুন পথ

কঠিন সময়ত দুৰন্ত টেমপাৰমেণ্ট! ট্ৰলৰ জৱাব কেনেকৈ দিব লাগে দেখুৱাই দিলে ৰিয়ান পৰাগে

কঠিন সময়ত দুৰন্ত টেমপাৰমেণ্ট! ট্ৰলৰ জৱাব কেনেকৈ দিব লাগে দেখুৱাই দিলে ৰিয়ান পৰাগে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.