• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেতিয়া দিব মেট্ৰিকৰ ৰিজাল্ট, তাৰিখ সদৰি…!

কেতিয়া দিব মেট্ৰিকৰ ৰিজাল্ট, তাৰিখ সদৰি…!

2 years ago
সঁচাকৈ ছোনম ৱাংচুকৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছিল নেকি ‘3 Idiots’?

সঁচাকৈ ছোনম ৱাংচুকৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছিল নেকি ‘3 Idiots’?

3 minutes ago
দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!

দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!

2 hours ago
হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?

হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?

2 hours ago
ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!

ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!

3 hours ago
জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব?

জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব?

4 hours ago
ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ

ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ

13 hours ago
ISROৰ শতাধিক বিজ্ঞানীৰ পদত্যাগৰ পিছতে কঠোৰ চৰকাৰ, নিৰ্দেশনা জাৰি

ISROৰ শতাধিক বিজ্ঞানীৰ পদত্যাগৰ পিছতে কঠোৰ চৰকাৰ, নিৰ্দেশনা জাৰি

13 hours ago
যেন চিনেমাৰ কাহিনী! কি এক কাকতলীয়া সংযোগ

যেন চিনেমাৰ কাহিনী! কি এক কাকতলীয়া সংযোগ

14 hours ago
আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়

আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়

15 hours ago
গুলশ্যন গ্ৰোভাৰৰ সৈতে চুম্বনৰ সেই বিতৰ্কিত দৃশ্যক লৈ কেটৰিনাৰ মন্তব্য কি?

গুলশ্যন গ্ৰোভাৰৰ সৈতে চুম্বনৰ সেই বিতৰ্কিত দৃশ্যক লৈ কেটৰিনাৰ মন্তব্য কি?

16 hours ago
‘ভগৱান শ্ৰীকৃষ্ণই দিনটোত পঢ়িছিল ৫বাৰকৈ নামাজ’- মৌলানাৰ নিকৃষ্ট মন্তব্য

‘ভগৱান শ্ৰীকৃষ্ণই দিনটোত পঢ়িছিল ৫বাৰকৈ নামাজ’- মৌলানাৰ নিকৃষ্ট মন্তব্য

16 hours ago
ইনফাৰ্টিলিটীৰ সমস্যাত ভুগিছে নেকি?

ইনফাৰ্টিলিটীৰ সমস্যাত ভুগিছে নেকি?

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

কেতিয়া দিব মেট্ৰিকৰ ৰিজাল্ট, তাৰিখ সদৰি…!

editor by editor
April 2, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
কেতিয়া দিব মেট্ৰিকৰ ৰিজাল্ট, তাৰিখ সদৰি…!
0
SHARES
440
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কেতিয়া দিব মেট্ৰিকৰ ৰিজাল্ট, তাৰিখ সদৰি…!

ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীৰ উৎকণ্ঠাৰ অৱসান ঘটাই সদৰি কৰা হ’ল মেট্ৰিকৰ ফলাফলৰ সময়। কেতিয়া সদৰি কৰিব ফলাফল , সেই বিষয়ে আজি সদৰি কৰিলে মুখ্যমন্ত্ৰীয়ে।

সদৰি কৰা অনুসৰি অহা মাহৰ ১৯ বা ২০ এপ্ৰিলৰ ভিতৰত সদৰি কৰা হ’ব মেট্ৰিকৰ ফলাফল। বিহুৰ পাছতে সদৰি হ’ব ফলাফল।

অৱশ্যে এই সন্দৰ্ভত ছেবাৰ ফালৰ পৰা কোনো ধৰণৰ মন্তব্য সদৰি কৰা হোৱা নাই এইপৰ্যন্ত। তথাপি সন্দেহ কৰা অনুসৰি বিহুৰ পাছত প্ৰথমটো সপ্তাহতে সদৰি হ’ব পৰীক্ষাৰ ফলাফল।

উল্লেখ্য যে, এইবাৰ মেট্ৰিক পৰীক্ষাৰ্থীয়ে ভিন্ন পদ্ধতিৰে পৰীক্ষা দিছিল। এইবাৰ পোন প্ৰথমবাৰৰ বাবে পৰীক্ষাৰ্থীয়ে OMR Sheet ত পৰীক্ষা দিছে। চাৰিটাকৈ বিষয়ত ১ নন্বৰৰ প্ৰশ্নৰ উত্তৰ দিব লগা হৈছিল এইবাৰৰ পৰীক্ষাৰ্থীয়ে।

মেট্ৰিক পৰীক্ষাত ৪টাকৈ বিষয়ত বৃহৎ পৰিৱৰ্তন কৰা হৈছিল। প্ৰথমবাৰৰ বাবে মেট্ৰিক পৰীক্ষাত পৰীক্ষাৰ্থীয়ে ৪ টাকৈ বিষয়ত OMR Sheet ব্যৱহাৰ কৰিছিল।

গণিত, ইংৰাজী, সাধাৰণ বিজ্ঞান আৰু সমাজ বিজ্ঞান বিষয়ত পৰীক্ষাৰ্থীয়ে ১নম্বৰৰ ৪৫টা প্ৰশ্নৰ উত্তৰ OMR Sheetত দিছে। এই চাৰিটাকৈ বিষয়ত বাকী থকা ৪৫ নম্বৰ বেলেগ এখন উত্তৰ বহীত দীঘল প্ৰশ্নৰ উত্তৰ লিখিব লগা হৈছে।

অৰ্থাৎ এই বিষয়সমূহত পৰীক্ষাৰ্থীয়ে ৯০ নম্বৰৰ প্ৰশ্নৰ উত্তৰ ৪৫ নম্বৰকৈ দুখন চিটত উত্তৰ দিব লগা হৈছে। যিহেতু পৰীক্ষাৰ্থীয়ে প্ৰথমবাৰৰ বাবে OMR Sheetত উত্তৰ লিখিছে, সেয়ে এইবাৰ পৰীক্ষাৰ ফলাফললৈ অধীৰ আগ্ৰহেৰে বাট চাইছে পৰীক্ষাৰ্থীৰ লগতে অভিভাৱক সকলেও।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: \10th REsultassamAssam ResultsebaSEBA Result
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জনতাৰ মূৰত মাধমাৰ, পুনৰ বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য
অসম

জনতাৰ মূৰত মাধমাৰ, পুনৰ বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য

July 16, 2026
NHPCয়ে এৰিছে পানী, ৰাজ্যৰ ৫ জিলাত হাই এলাৰ্ট, প্ৰশাসনে বজাইছে চাইৰেন
অসম

NHPCয়ে এৰিছে পানী, ৰাজ্যৰ ৫ জিলাত হাই এলাৰ্ট, প্ৰশাসনে বজাইছে চাইৰেন

July 13, 2026
গুৱাহাটীত প্ৰৱল বৰষুণ, বাহিৰলৈ ওলোৱাৰ পূৰ্বে ১০০ বাৰ ভাবক!
অসম

গুৱাহাটীত প্ৰৱল বৰষুণ, বাহিৰলৈ ওলোৱাৰ পূৰ্বে ১০০ বাৰ ভাবক!

July 13, 2026
Saraighat Bridge: আজিৰে পৰা বন্ধ পুৰণি শৰাইঘাট দলং! গুৱাহাটীলৈ কেনেকৈ আহিব নামনিবাসী?
অসম

Saraighat Bridge: আজিৰে পৰা বন্ধ পুৰণি শৰাইঘাট দলং! গুৱাহাটীলৈ কেনেকৈ আহিব নামনিবাসী?

July 13, 2026
Next Post
ডাঙৰ পৰ্দাত তেওঁ অপৰিচিত, ২২ বছৰ বয়সতেই ক্ৰয় কৰিলে ব্যক্তিগত বিমান, কিন্তু কেনেকৈ?

ডাঙৰ পৰ্দাত তেওঁ অপৰিচিত, ২২ বছৰ বয়সতেই ক্ৰয় কৰিলে ব্যক্তিগত বিমান, কিন্তু কেনেকৈ?

আটক কৰিলে , জেলত ৰাখিলে, পাছে প্ৰমাণ দাঙি ধৰিব নোৱাৰি অৱশেষত এৰি দিলে আপ নেতাক

আটক কৰিলে , জেলত ৰাখিলে, পাছে প্ৰমাণ দাঙি ধৰিব নোৱাৰি অৱশেষত এৰি দিলে আপ নেতাক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.