• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ধৰিব পাৰিছেনে কোন! বলীউডৰ তিনি খানৰ অভিনেত্ৰী বৰ্তমানে ক্ৰিকেটাৰৰ পত্নী, নেটৱৰ্থ ৩০০ কোটি টকা

2 years ago
CHIEF OF ARMY STAFF AWARDS UNIT CERTIFICATE OF APPRECIATION TO ZONAL RECRUITING OFFICE (ZRO) SHILLONG ON ARMY DAY 2026

12 minutes ago
চাৰে সাতি দশাইয়ো কোনো ক্ষতি কৰিব নোৱাৰে, পঞ্চমহাপুৰুষ ৰাজযোগ অত্যন্ত শুভ এই ৩ৰাশিৰ বাবে

51 minutes ago
অ-হিন্দুৰ প্ৰৱেশ নিষেধ, ছাইনবোৰ্ড হৰিদ্বাৰৰ এইকেইটা ঘাটত, কোন কোন এলেকাত এই নিয়ম লাঘু কৰা হৈছে?

1 hour ago
১১০ বছৰ বয়সত শেষ বিবাহ, ১১০ বছৰ বয়সত হৈছে সন্তানো! সন্তান আৰু নাতিসহিতে মুঠ ১৫০ সদস্য, ১৪২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে শ্বেখ নাছেৰে

পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

19 hours ago
ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

20 hours ago
সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

21 hours ago
কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত

ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

22 hours ago
চিকিৎসকৰ পৰামৰ্শমতেহে শীতত বাহনত ছে*** ৰ উপদেশ দিছিলো! বিতৰ্কৰ পাছতেই ক্ষমা খুজি আকৌ কি কৈছে হানি সিঙে?

24 hours ago
বৃহস্পতিৰ গোচৰত তৈয়াৰ হ’ব হংস মহাপুৰুষ যোগ, সোণৰ কলমেৰে লিখা হ’ব এই ৩ৰাশিৰ ভাগ্য

1 day ago
১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?

  • About
  • Advertise
  • Careers
  • English Edition
Saturday, January 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

ধৰিব পাৰিছেনে কোন! বলীউডৰ তিনি খানৰ অভিনেত্ৰী বৰ্তমানে ক্ৰিকেটাৰৰ পত্নী, নেটৱৰ্থ ৩০০ কোটি টকা

editor by editor
April 6, 2024
in চিনেমা, জীৱনশৈলী, বিনোদন
0
ধৰিব পাৰিছেনে কোন! বলীউডৰ তিনি খানৰ অভিনেত্ৰী বৰ্তমানে ক্ৰিকেটাৰৰ পত্নী, নেটৱৰ্থ ৩০০ কোটি টকা
0
SHARES
363
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ধৰিব পাৰিছেনে কোন! বলীউডৰ তিনি খানৰ অভিনেত্ৰী বৰ্তমানে ক্ৰিকেটাৰৰ পত্নী, নেটৱৰ্থ ৩০০ কোটি টকা

ককায়েকৰ সৈতে ফটোখনত দেখা পোৱা কনমানি এতিয়া নিজেই তেনে দুটি কনমানিৰ মাতৃ। দুই সন্তানৰ সৈতে সুখৰ সংসাৰ অভিনেত্ৰীগৰাকীৰ। এগৰাকী আগশাৰীৰ ক্ৰিকেটাৰৰ পত্নী।

কোৱা হয় পিতৃ-মাতৃ বা অন্য কোনো চিনেমাৰ সৈতে জড়িত থকা ব্যক্তি ন’হলে বলীউডত টিকি থকা বহুত অসুবিধা। পাছে এইগৰাকী অভিনেত্ৰীয়ে আউট চাইডাৰ হৈয়ো বলীউডত ভালদৰে খোপনি পুতি সফলতাৰ শীখৰত আৰোহন কৰে।

বলীউডৰ তিনি খান ছলমান খান, শ্বাহৰুখ খান আৰু আমিৰ খানৰ অভিনেত্ৰী হিচাপে কাম কৰি ছুপাৰহিট ছবি উপহাৰ দিছে দৰ্শকক। জীৱনৰ প্ৰথমখন ছবিয়েই কৰিছে কিং খান শ্বাহৰুখৰ সৈতে। তাকো ছুপাৰ হিট।

শ্বাহৰুখৰ সৈতে কৰা সেই প্ৰথম ছবিতেই দৰ্শকৰ মনত সাঁচ বহুৱাইছিল এইগৰাকী অভিনেত্ৰীয়ে। আনকি জনপ্ৰিয় তথা বৰ্ষীয়ান চিত্ৰ শিল্পী এম এফ হুছেইনে প্ৰথম দেখাতেই সেই অভিনেত্ৰীৰ অনুৰাগী হৈ পৰিছিল।

ধৰিব পাৰিছেনে কাৰ কথা কোৱা হৈছে। হয়, ইয়াত অনুস্কা শৰ্মাৰেই কথা কোৱা হৈছে। ছবিত থকা সেই কনমানি অনুস্কাৰ বাল্যকালৰ । এখনত ককায়েকৰ সৈতে দেখা পোৱা গৈছে অনুস্কাক।

বৰ্তমানে দুয়ো সন্তানৰ জন্মৰ বাবে কামৰ পৰা নিজকে কিছু আঁতৰত ৰাখিছে অনুস্কাই। পাছে অনতিপলমে পুনৰ কামবেক কৰিব ভাৰতীয় প্ৰসিদ্ধ মহিলা ক্ৰিকেটাৰ ঝুলন দেৱীৰ জীৱন ভিত্তিক ছবিৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: ANUSKHA SHARMABollywoodbollywood actresssocial mediaviral photo
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

CHIEF OF ARMY STAFF AWARDS UNIT CERTIFICATE OF APPRECIATION TO ZONAL RECRUITING OFFICE (ZRO) SHILLONG ON ARMY DAY 2026
জীৱনশৈলী

January 17, 2026
চাৰে সাতি দশাইয়ো কোনো ক্ষতি কৰিব নোৱাৰে, পঞ্চমহাপুৰুষ ৰাজযোগ অত্যন্ত শুভ এই ৩ৰাশিৰ বাবে
জীৱনশৈলী

চাৰে সাতি দশাইয়ো কোনো ক্ষতি কৰিব নোৱাৰে, পঞ্চমহাপুৰুষ ৰাজযোগ অত্যন্ত শুভ এই ৩ৰাশিৰ বাবে

January 17, 2026
অ-হিন্দুৰ প্ৰৱেশ নিষেধ, ছাইনবোৰ্ড হৰিদ্বাৰৰ এইকেইটা ঘাটত, কোন কোন এলেকাত এই নিয়ম লাঘু কৰা হৈছে?
জীৱনশৈলী

অ-হিন্দুৰ প্ৰৱেশ নিষেধ, ছাইনবোৰ্ড হৰিদ্বাৰৰ এইকেইটা ঘাটত, কোন কোন এলেকাত এই নিয়ম লাঘু কৰা হৈছে?

January 17, 2026
১১০ বছৰ বয়সত শেষ বিবাহ, ১১০ বছৰ বয়সত হৈছে সন্তানো! সন্তান আৰু নাতিসহিতে মুঠ ১৫০ সদস্য, ১৪২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে শ্বেখ নাছেৰে
জীৱনশৈলী

১১০ বছৰ বয়সত শেষ বিবাহ, ১১০ বছৰ বয়সত হৈছে সন্তানো! সন্তান আৰু নাতিসহিতে মুঠ ১৫০ সদস্য, ১৪২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে শ্বেখ নাছেৰে

January 17, 2026
Next Post
এই ৰাশিৰ লোকৰ আজি ভাগ্যোদয় হ’ব, মা লক্ষ্মীৰ আশীৰ্বাদ থাকিব কিছু লোকৰ ওপৰত, যাত্ৰা বাৰণ কৰক এই লোকে

এই ৰাশিৰ লোকৰ আজি ভাগ্যোদয় হ'ব, মা লক্ষ্মীৰ আশীৰ্বাদ থাকিব কিছু লোকৰ ওপৰত, যাত্ৰা বাৰণ কৰক এই লোকে

ৰাজপথত কেইবাপাক খাই ১৮ মানুহেৰে সৈতে উফৰি পৰিল মিনি ট্ৰাক, পুৱাই নগাঁও জিলাত এই ঘটনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন