• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চন্দ্ৰ-বৃহস্পতিৰ গজকেশৰী যোগত ২দিনতে দূৰ হ’ব সকলো সমস্যা, ধন লাভ সম্ভৱ ৪ৰাশিৰ

চন্দ্ৰ-বৃহস্পতিৰ গজকেশৰী যোগত ২দিনতে দূৰ হ’ব সকলো সমস্যা, ধন লাভ সম্ভৱ ৪ৰাশিৰ

2 years ago
চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা

চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা

58 minutes ago
কেৱল শৰীৰৰ নহয়, পাকঘৰৰ সমস্যাও দূৰ কৰক নেমুৰে!

কেৱল শৰীৰৰ নহয়, পাকঘৰৰ সমস্যাও দূৰ কৰক নেমুৰে!

2 hours ago
মংগলৰ কৃপাত ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, পূৰ্ণ হ’ব সকলো সপোন!

মংগলৰ কৃপাত ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, পূৰ্ণ হ’ব সকলো সপোন!

2 hours ago
আলহী আহিলে কিয় পানী খাবলৈ দিয়ে? আঁৰত আছে ধৰ্মীয় কাৰণ

আলহী আহিলে কিয় পানী খাবলৈ দিয়ে? আঁৰত আছে ধৰ্মীয় কাৰণ

3 hours ago
পূজাত ফুল ধুই দিয়াটো উচিত নে অনুচিত? ভুল কৰিলে নহয় ইচ্ছা পূৰণ!

পূজাত ফুল ধুই দিয়াটো উচিত নে অনুচিত? ভুল কৰিলে নহয় ইচ্ছা পূৰণ!

3 hours ago
বিপদে লগ নেৰা হৈছে ৰিয়ানক! BCCIৰ শাস্তিৰ সন্মুখীন ক্ৰিকেটাৰগৰাকী

বিপদে লগ নেৰা হৈছে ৰিয়ানক! BCCIৰ শাস্তিৰ সন্মুখীন ক্ৰিকেটাৰগৰাকী

4 hours ago
হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?

হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?

5 hours ago
দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

RBI Recruitment 2026: RBI ত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

6 hours ago
গু*প্তাংগৰ খজুৱতিয়ে অশান্তি কৰিছে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

গু*প্তাংগৰ খজুৱতিয়ে অশান্তি কৰিছে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

6 hours ago
Cold drinks ৰ সৈতে চিপচ খায় নেকি? বিপদক নিমন্ত্ৰণ কৰিছে আপুনি!

Cold drinks ৰ সৈতে চিপচ খায় নেকি? বিপদক নিমন্ত্ৰণ কৰিছে আপুনি!

7 hours ago
Assam Exit Poll Result 2026: আকৌ বিজেপি চৰকাৰ, অসমত চলিব হিমন্ত বিশ্ব শৰ্মাৰ যাদু!

Assam Exit Poll Result 2026: আকৌ বিজেপি চৰকাৰ, অসমত চলিব হিমন্ত বিশ্ব শৰ্মাৰ যাদু!

24 hours ago
Exit Poll Results 2026 Updates: আহি গ’ল Exit Poll, কোনে লাভ কৰিব কিমানখন আসন?

Exit Poll Results 2026 Updates: আহি গ’ল Exit Poll, কোনে লাভ কৰিব কিমানখন আসন?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, April 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

চন্দ্ৰ-বৃহস্পতিৰ গজকেশৰী যোগত ২দিনতে দূৰ হ’ব সকলো সমস্যা, ধন লাভ সম্ভৱ ৪ৰাশিৰ

editor by editor
April 10, 2024
in জীৱনশৈলী, ভাৰত
0
চন্দ্ৰ-বৃহস্পতিৰ গজকেশৰী যোগত ২দিনতে দূৰ হ’ব সকলো সমস্যা, ধন লাভ সম্ভৱ ৪ৰাশিৰ
0
SHARES
201
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৯ এপ্ৰিলৰ সন্ধিয়া ৭বাজি ৩২ মিনিটত তৈয়াৰ হৈছে গজকেশৰী যোগ। মেষ ৰাশিত উপস্থিত হৈছে চন্দ্ৰ। মেষত পূৰ্বৰে পৰাই বৃহস্পতিয়ে ভ্ৰমণ কৰি আছে। ফলত মেষ ৰাশিত বৃহস্পতি আৰু শুক্ৰৰ যুঁটিৰ ফলত গজকেশৰী যোগ তৈয়াৰ হ’ব।

১১ এপ্ৰিলৰ সন্ধিয়া ৮ বাজি ৪০ মিনিট পৰ্যন্ত চন্দ্ৰ এই ৰাশিতেই থাকিব। জ্যোতিষ অনুসৰি গজকেশৰী ৰাজযোগ সৃষ্টি হ’লে ধন, সুখ আৰু সৌভাগ্য বৃদ্ধি পায়। সমস্ত আৰ্থিক সমস্যাৰ পৰা মুক্তি পোৱা যায়। এই ৰাজযোগৰ প্ৰভাৱত ব্যক্তি জ্ঞানী আৰু ধনী হোৱাৰ সম্ভাৱনা থাকে। চন্দ্ৰ-বৃহস্পতিৰ যুঁটিৰ ফলত সৃষ্ট গজকেশৰী ৰাজযোগে কোন ৰাশিৰ জীৱনত কেনে প্ৰভাৱ বিস্তাৰ কৰে জানি থওক সবিশেষ।

মেষ ৰাশি

জ্যোতিষ অনুসৰি গজকেশৰী যোগৰ প্ৰভাৱত মেষ ৰাশিৰ জাতকৰ জীৱনত পৰিবৰ্তন আহিব। আৰ্থিক সমস্যাৰ পৰা মুক্তি পাব এই ৰাশিৰ জাতকে। মেষৰ জাতকৰ আৰ্থিক পৰিস্থিতি উন্নত হ’ব। দাম্পতয জীৱনত আনন্দ আহিব। স্বামী-স্ত্ৰীৰ সম্পৰ্ক মজবুত হ’ব।

সিংহ ৰাশি

গজকেশৰী যোগে সিংহ ৰাশিৰ জাতকৰ প্ৰাণশক্তি আৰু আত্মবিশ্বাস বৃদ্ধি কৰিব। মানসিক অৱসাদৰ পৰা মুক্তি পাব এই ৰাশিৰ জাতকে। জ্যোতিষ গণনা অনুসৰি এই সময়ত আপোনাৰ আয়ৰ নতুন উৎস মুকলি হ’ব। ইয়াৰ মাধ্যমেৰে ধন লাভ হ’ব। পৰিয়ালৰ সদস্যসকলৰ সৈতে কোনো স্থানলৈ ফুৰিবলৈ যোৱাৰ বাবে এই সময় শুভ। প্ৰেমৰ বন্ধনত আৱদ্ধ হৈ থকাসকলৰ সম্পৰ্ক মজবুত হ’ব।

তুলা ৰাশি

তুলা ৰাশিৰ জাতকৰ দীৰ্ঘদিন ধৰি কোনো হ’বলগীয়া কাম ৰৈ থাকিলে এই সময়ত সফল হ’ব। আমদানি বৃদ্ধিৰ নতুন সুযোগ পাব এই ৰাশিৰ জাতকে। জীৱনত প্ৰতিটো ক্ষেত্ৰতে কাংক্ষিত সাফল্য় লাভ কৰিব। ইয়াৰ ফলত সমস্ত দুশ্চিন্তা আৰু দুৰ্ভোগৰ অৱসান হ’ব। পাৰিবাৰিক জীৱন সুখকৰ হ’ব। পৰিয়ালৰ সদস্যসকলৰ মাজত ভালপোৱাৰ বন্ধন অটুত থাকিব। সন্তানৰ পৰা সু-সংবাদ পাব পাৰে।

ধনু ৰাশি

জ্যোতিষ অনুসৰি গজকেশৰী যোগৰ উপস্থিতিত ধনু ৰাশিৰ জাতকে পৰিয়ালৰ সমৰ্থন আৰু সহযোগিতা লাভ কৰিব। আপোনাৰ আৰ্থিক পৰিস্থিতি উন্নত হ’ব। অৰ্থাভাৱৰ পৰা মুক্তি পাব এই ৰাশিৰ জাতকে। ব্যৱসায়িক পৰিস্থিতি সুদৃঢ় হ’ব। চাকৰিয়াল জাতকৰ পদোন্নতিৰ সম্ভাৱনা আছে। কেৰিয়াৰত উন্নতি অৰ্জন কৰিব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা
জীৱনশৈলী

চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা

April 30, 2026
কেৱল শৰীৰৰ নহয়, পাকঘৰৰ সমস্যাও দূৰ কৰক নেমুৰে!
জীৱনশৈলী

কেৱল শৰীৰৰ নহয়, পাকঘৰৰ সমস্যাও দূৰ কৰক নেমুৰে!

April 30, 2026
মংগলৰ কৃপাত ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, পূৰ্ণ হ’ব সকলো সপোন!
জীৱনশৈলী

মংগলৰ কৃপাত ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, পূৰ্ণ হ’ব সকলো সপোন!

April 30, 2026
আলহী আহিলে কিয় পানী খাবলৈ দিয়ে? আঁৰত আছে ধৰ্মীয় কাৰণ
জীৱনশৈলী

আলহী আহিলে কিয় পানী খাবলৈ দিয়ে? আঁৰত আছে ধৰ্মীয় কাৰণ

April 30, 2026
Next Post
প্ৰেম শেষ! বিচ্ছেদৰ কথা আওঁপকীয়াকৈ ঘোষণা কৰিলে অনন্যা পাণ্ডেই

প্ৰেম শেষ! বিচ্ছেদৰ কথা আওঁপকীয়াকৈ ঘোষণা কৰিলে অনন্যা পাণ্ডেই

শেষৰ দিনবোৰ ভয়ংকৰ হ’ব! সূৰ্যই গিলিব পৃথিৱীক, কিন্তু কেনেকৈ? কি কৈছে গৱেষকে?

শেষৰ দিনবোৰ ভয়ংকৰ হ'ব! সূৰ্যই গিলিব পৃথিৱীক, কিন্তু কেনেকৈ? কি কৈছে গৱেষকে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.