• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰেম শেষ! বিচ্ছেদৰ কথা আওঁপকীয়াকৈ ঘোষণা কৰিলে অনন্যা পাণ্ডেই

প্ৰেম শেষ! বিচ্ছেদৰ কথা আওঁপকীয়াকৈ ঘোষণা কৰিলে অনন্যা পাণ্ডেই

2 years ago
গুৰুবাৰে গুৰুপুষ্য যোগ, লক্ষ্মীৰ কৃপাত ভাগ্যোদয় হ’ব এই ৫ৰাশিৰ

গুৰুবাৰে গুৰুপুষ্য যোগ, লক্ষ্মীৰ কৃপাত ভাগ্যোদয় হ’ব এই ৫ৰাশিৰ

29 minutes ago
২৯ মে’ৰ পৰা ঘোৰ সংকটত ৩ৰাশি, চৰম ক্ষতিৰ হাতৰ পৰা বাচিবলৈ কি কৰিব?

২৯ মে’ৰ পৰা ঘোৰ সংকটত ৩ৰাশি, চৰম ক্ষতিৰ হাতৰ পৰা বাচিবলৈ কি কৰিব?

1 hour ago
দেশত নতুন দল Cockroach Janta Party, এই দলৰ ভৱিষ্যৎ পৰিকল্পনা কি? কিয় নামী দামী নেতাই যোগদান কৰিছে এই দলত?

দেশত নতুন দল Cockroach Janta Party, এই দলৰ ভৱিষ্যৎ পৰিকল্পনা কি? কিয় নামী দামী নেতাই যোগদান কৰিছে এই দলত?

2 hours ago
PM Kisan Yojanaক লৈ কিষাণ প্ৰকল্পক লৈ ডাঙৰ আপডেট! এইসকল কৃষকে নাপাব ২৩তম কিস্তিৰ টকা?

PM Kisan Yojanaক লৈ কিষাণ প্ৰকল্পক লৈ ডাঙৰ আপডেট! এইসকল কৃষকে নাপাব ২৩তম কিস্তিৰ টকা?

3 hours ago
৫ বছৰৰ বাবে ৫লাখ টকা কানাড়া বেংকৰ FDত ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ হিচাপে কিমান ধন পাব?

৫ বছৰৰ বাবে ৫লাখ টকা কানাড়া বেংকৰ FDত ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ হিচাপে কিমান ধন পাব?

3 hours ago
ব্ৰয়লাৰ মুৰ্গীত সঁচাকৈয়ে ক্ষতিকাৰক হৰমনৰ ইঞ্জেকছন দিয়া হয় নেকি? খোৱাৰ পূৰ্বে জানি থওক

ব্ৰয়লাৰ মুৰ্গীত সঁচাকৈয়ে ক্ষতিকাৰক হৰমনৰ ইঞ্জেকছন দিয়া হয় নেকি? খোৱাৰ পূৰ্বে জানি থওক

4 hours ago
মে মাহতেই উদিত হৈছে বুধ, এই ৪ৰাশিৰ হাতলৈ আহিব ধন, কাৰ কাৰ হাতলৈ ধন অহাৰ যোগ তৈয়াৰ হৈছে?

মে মাহতেই উদিত হৈছে বুধ, এই ৪ৰাশিৰ হাতলৈ আহিব ধন, কাৰ কাৰ হাতলৈ ধন অহাৰ যোগ তৈয়াৰ হৈছে?

4 hours ago
‘৫০টকাতেই মন জিকি পেলালা…’ মেলোনিক প্রধানমন্ত্ৰী মোদীয়ে দিলে কি এনে উপহাৰ?

‘৫০টকাতেই মন জিকি পেলালা…’ মেলোনিক প্রধানমন্ত্ৰী মোদীয়ে দিলে কি এনে উপহাৰ?

5 hours ago
মাত্ৰ ৭ ঘণ্টাৰ বাবে তৈয়াৰ হ’ব বৈধৃতি যোগ, ধনকুবেৰ হৈ উঠিব এই ৪ৰাশিৰ জাতক

মাত্ৰ ৭ ঘণ্টাৰ বাবে তৈয়াৰ হ’ব বৈধৃতি যোগ, ধনকুবেৰ হৈ উঠিব এই ৪ৰাশিৰ জাতক

5 hours ago
৯ বছৰত ১৭,০০০ৰো অধিক এনকাউণ্টাৰ, ২৮৯ জন অপৰাধী নিহত, যোগী চৰকাৰৰ চমক!

৯ বছৰত ১৭,০০০ৰো অধিক এনকাউণ্টাৰ, ২৮৯ জন অপৰাধী নিহত, যোগী চৰকাৰৰ চমক!

6 hours ago
Image Credit source: PTI

কেতিয়াৰ পৰা অম্ববাচী? অম্বুবাচীত কি কৰিব আৰু কি নকৰিব জানো আহক

6 hours ago
গৰমত চাহ খোৱাৰ অভ্যাস? হ’ব পাৰে ডিহাইড্ৰেচনৰ লক্ষণ!

গৰমত চাহ খোৱাৰ অভ্যাস? হ’ব পাৰে ডিহাইড্ৰেচনৰ লক্ষণ!

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, May 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

প্ৰেম শেষ! বিচ্ছেদৰ কথা আওঁপকীয়াকৈ ঘোষণা কৰিলে অনন্যা পাণ্ডেই

editor by editor
April 10, 2024
in বিনোদন, ভাৰত
0
প্ৰেম শেষ! বিচ্ছেদৰ কথা আওঁপকীয়াকৈ ঘোষণা কৰিলে অনন্যা পাণ্ডেই
0
SHARES
541
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বিগত কেইবামাহ ধৰি একাধিকবাৰ একাধিক অনুষ্ঠানত দেখা গৈছে অনন্যা পাণ্ডে আৰু আদিত্য় ৰয় কাপূৰক। প্ৰথমে ফেশ্ব্যন ডিজাইনাৰ মনীশ মলহোত্ৰাৰ ফেশ্ব্যন শ্ব’ত একেলগে ৰেম্পত খোজ দিছিল অনন্য়া-আদিত্যই। তাৰপিছতেই দুয়োৰে প্ৰেমৰ গুজৱ ভাইৰেল হৈ পৰে মায়ানগৰীত।

তাৰপিছতেই স্পেনত একেলগে দেখা গৈছিল আদিত্য-অনন্য়াক। আদিত্যৰ কান্ধত মূৰ থৈ একেলগে সূৰ্যাস্ত চোৱাৰ দৃশ্য কাৰোবাৰ কেমেৰাত বন্দীও হৈছিল। তাৰপিছতেই দেশলৈ ঘূৰি আহিও দুয়ো একেলগে বিভিন্ন অনুষ্ঠানলৈ যোৱাৰ ছবি বন্দী হৈছে সাংবাদিকৰ কেমেৰাত।

তাৰপিছতেই বহু বিতৰ্কিত শ্ব’ ‘কফি উইথ কৰণ’ত আদিত্য় অনন্য়াৰ প্ৰেমক লৈ অনন্য়াক প্ৰশ্ন কৰিছিল কৰণে। চাংকি কন্য়াই কফি উইথ কৰণতেই প্ৰেমৰ কথা একপ্ৰকাৰ সঁচা বুলি কৈয়েই পেলাই। কিন্তু প্ৰেম বেছিদিন নিটিকিল। বলীউডত প্ৰেম তেনেকুৱাই সেই কথাই আকৌ এবাৰ প্ৰতীয়মান কৰিলে আদিত্য়-অনন্য়াই।

দুয়োৰে সম্পৰ্কত ফাঁট মেলিছে নেকি সেই প্ৰমাণো নিজেই দিছে অনন্য়াই। কিন্তু কিয় দুয়োৰে সম্পৰ্ক নিটিকিল? অনন্য়াই এক ইনষ্টাগ্ৰাম পোষ্ট শ্বেয়াৰ কৰি বিচ্ছেদত ছিলমোহৰ মাৰিছে। জীৱনৰ প্ৰাপ্তি-অপ্ৰাপ্তিক লৈ বিশেষ লেখা শ্বেয়াৰ কৰিছে।  অনন্য়াই লিখিছে, ‘তেওঁ যদি সঁচাকৈয়ে তোমাৰ তেন্তে তেওঁ নিশ্চয় তোমাৰ কাষলৈ ঘূৰি আহিব। এই সকলোবোৰ ঘটিছে তোমাক দিয়া শিক্ষাৰ অভাৱৰ বাবে। যদি তুমি এই কথা গ্ৰহণ নকৰা তেন্তে দূৰলৈ ঠেলি পঠিয়াব পাৰা। কেতিয়াবা যদি তুমি ভাৱা যে ইমান সুন্দৰ সামগ্ৰী তোমাৰ হ’বই নোৱাৰে তেন্তে দূৰলৈ ঠেলি দিয়া। কাৰণ সকলোবোৰ তোমাৰ আত্মাৰ সৈতে যুক্ত হৈ থাকিব নোৱাৰে।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২৯ মে’ৰ পৰা ঘোৰ সংকটত ৩ৰাশি, চৰম ক্ষতিৰ হাতৰ পৰা বাচিবলৈ কি কৰিব?
জীৱনশৈলী

২৯ মে’ৰ পৰা ঘোৰ সংকটত ৩ৰাশি, চৰম ক্ষতিৰ হাতৰ পৰা বাচিবলৈ কি কৰিব?

May 20, 2026
দেশত নতুন দল Cockroach Janta Party, এই দলৰ ভৱিষ্যৎ পৰিকল্পনা কি? কিয় নামী দামী নেতাই যোগদান কৰিছে এই দলত?
জীৱনশৈলী

দেশত নতুন দল Cockroach Janta Party, এই দলৰ ভৱিষ্যৎ পৰিকল্পনা কি? কিয় নামী দামী নেতাই যোগদান কৰিছে এই দলত?

May 20, 2026
PM Kisan Yojanaক লৈ কিষাণ প্ৰকল্পক লৈ ডাঙৰ আপডেট! এইসকল কৃষকে নাপাব ২৩তম কিস্তিৰ টকা?
জীৱনশৈলী

PM Kisan Yojanaক লৈ কিষাণ প্ৰকল্পক লৈ ডাঙৰ আপডেট! এইসকল কৃষকে নাপাব ২৩তম কিস্তিৰ টকা?

May 20, 2026
৫ বছৰৰ বাবে ৫লাখ টকা কানাড়া বেংকৰ FDত ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ হিচাপে কিমান ধন পাব?
জীৱনশৈলী

৫ বছৰৰ বাবে ৫লাখ টকা কানাড়া বেংকৰ FDত ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ হিচাপে কিমান ধন পাব?

May 20, 2026
Next Post
শেষৰ দিনবোৰ ভয়ংকৰ হ’ব! সূৰ্যই গিলিব পৃথিৱীক, কিন্তু কেনেকৈ? কি কৈছে গৱেষকে?

শেষৰ দিনবোৰ ভয়ংকৰ হ'ব! সূৰ্যই গিলিব পৃথিৱীক, কিন্তু কেনেকৈ? কি কৈছে গৱেষকে?

ভয়াৱহ হৈ উঠিছে হেপাটাইটিছৰ সংক্ৰমণ! দৈনিক মৃতকৰ হাৰ ৩হাজাৰ, কি সতৰ্কবাণী দিছে WHOয়ে?

ভয়াৱহ হৈ উঠিছে হেপাটাইটিছৰ সংক্ৰমণ! দৈনিক মৃতকৰ হাৰ ৩হাজাৰ, কি সতৰ্কবাণী দিছে WHOয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.