• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জানেনে কিয় জোন দেখাৰ পাছতহে ঈদ উদযাপন কৰা হয়

2 years ago
এগৰাকী যুৱতীকেই বিয়া কৰাইছিল দুই ভাতৃয়ে, দুজন ভাতৃৰ ঘৰলৈ আহিল দেৱদূত, এই সন্তানৰ জন্ম পত্ৰিকাত কোন হ’ব পিতৃ?

10 minutes ago
চুলিৰ বাবে কণী উপকাৰী, কিন্তু কেনেকৈ লগাব? কেনেকৈ লগালে চুলি ৰেচমী হৈ পৰিব?

24 minutes ago
মে মাহত বাম্পাৰ লাভ ৩ৰাশিৰ, শুক্ৰৰ গোচৰ জীৱনলৈ আহিব লাক্সাৰি

1 hour ago
লতাশিল খেলপথাৰত অনুষ্ঠিত গুৱাহাটী বিহু সন্মিলনীৰ বিহু সম্ৰাজ্ঞী সংগীতা ৰাভা, বিহু সম্ৰাজ্ঞী সংগীতাই উপহাৰ হিচাপে কি কি লাভ কৰিলে?

2 hours ago
‘বিগত ৭মাহে আবেগিকভাৱে ভাঙি পৰিছো, যি হেৰুৱাইছো সেয়া বুজাব নোৱাৰো, এতিয়া শূন্যতাৰ বাহিৰে একো নাই’ পাণ্ডু বিহুতলিৰ পৰা কি বাৰ্তা গৰিমা গাৰ্গৰ?

শুকুৰবৰীয়া নামাজত বো* দিবলৈ গৈ নিজেই গ্ৰহণ কৰিলে ইছলাম, হঠাৎ ইছলাম প্ৰেম কেনেকৈ আহিল মনত, জানক সবিশেষ

3 hours ago
অক্ষয় তৃতীয়াত কৃত্তিকা নক্ষত্ৰত চন্দ্ৰৰ গোচৰ, মা লক্ষ্মীৰ আগমন হ’ব এই ৩ৰাশিৰ ঘৰত

4 hours ago
দুই-তৃতীয়াংশ ভোট নাপালে চৰকাৰে, লোকসভাত খাৰিজ মহিলা সংৰক্ষণ সংশোধনী বিল

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

12 hours ago
ধনী ব্যক্তিৰ তালিকাত ৰণবীৰ কাপুৰ, আলিয়াই স্বামীক সুধিলে এইদৰে

13 hours ago
ডাকঘৰত ধন জমা কৰি হওক ধনী, মাত্ৰ জানক সঠিক হিচাপ!

‘ভগৱানৰ গান বিকৃত কৰাৰ ধৃষ্টতা নাই’, অৱশেষত ক্ষমা বিচাৰিলে মৰ্মিতা মিত্ৰই

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

জানেনে কিয় জোন দেখাৰ পাছতহে ঈদ উদযাপন কৰা হয়

editor by editor
April 11, 2024
in জীৱনশৈলী
0
জানেনে কিয় জোন দেখাৰ পাছতহে ঈদ উদযাপন কৰা হয়
0
SHARES
230
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জানেনে কিয় জোন দেখাৰ পাছতহে ঈদ উদযাপন কৰা হয়

আজি পবিত্ৰ ঈদ। সমগ্ৰ দেশৰ লগতে আজি অসমৰো ভিন্ন প্ৰান্তত উদযাপন কৰা হৈছে মুছলমান ধৰ্মাৱলম্বী লোক সকলৰ অন্যতম উৎসৱ ঈদ। কালি ঈদৰ জোন দেখাৰ পাছতে আজি ঈদ পালন কৰা হয়।

অন্যহাতে মধ্যপ্ৰাচ্যৰ দেশ চৌডি আৰৱ, কুৱাটাৰ আদিত কালি ১০ এপ্ৰিল তাৰিখেই ঈদ উদযাপন কৰা হয়। এই কেইখন দেশত ৯ এপ্ৰিলৰ সন্ধিয়াই ঈদৰ জোন দেখা পোৱা গৈছিল।

আজিৰ এই ঈদ দুটা নামেৰে জনা যায়। ঈদ উল ফিটৰ আৰু মিঠি ঈদ। অমাৱশ্যাৰ পাছত প্ৰথম কাঁচি জোন দেখাৰ পিছৰ দিনাই ঈদ উদযাপন কৰা হয়।

ঈদ-উল-ফিতৰ নাইবা এই মিঠি ঈদ প্ৰথমবাৰৰ বাবে ৬২৪ খ্ৰীষ্টাব্দত পালন কৰা হৈছিল। কোৱা হয় যে আজিৰ দিনটোতে হজৰত মহম্মদে বদৰৰ যুদ্ধত জয়লাভ কৰিছিল।

এই যুঁজ আছিল মুছলমান ধৰ্মৰ লোকৰ প্ৰথমখন যুঁজ। সেই যুঁজত নবীৰ বিজয়ক লৈ সুখ প্ৰকাশ কৰি বহু মানুহৰ মাজত মিঠাই বিতৰণ কৰিছিল। বহু ধৰণৰ ব্যঞ্জন প্ৰস্তুত কৰি উদযাপন কৰা হৈছিল। তেতিয়াৰ পৰাই প্ৰতি বছৰে এই ঈদ-উল-ফিটৰ পালন কৰিবলৈ ধৰে।

কোৰানৰ মতে এই মিঠি ঈদ তথা ঈদ উল ফিটৰ আল্লাহৰ পৰা পোৱা পুৰস্কাৰৰ দিন বুলি গণ্য কৰা হয়। ইছলামিক কেলেণ্ডাৰৰ নৱমটো মাহত ৰোজা পালন কৰা হয়। এই পবিত্ৰ ৰমজান মাহৰ ৰোজা পালন কৰা শেষ কৰি পাছত ঈদ উদযাপন কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: eidEid 2024Eid 24roja
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এগৰাকী যুৱতীকেই বিয়া কৰাইছিল দুই ভাতৃয়ে, দুজন ভাতৃৰ ঘৰলৈ আহিল দেৱদূত, এই সন্তানৰ জন্ম পত্ৰিকাত কোন হ’ব পিতৃ?
জীৱনশৈলী

April 18, 2026
চুলিৰ বাবে কণী উপকাৰী, কিন্তু কেনেকৈ লগাব? কেনেকৈ লগালে চুলি ৰেচমী হৈ পৰিব?
জীৱনশৈলী

চুলিৰ বাবে কণী উপকাৰী, কিন্তু কেনেকৈ লগাব? কেনেকৈ লগালে চুলি ৰেচমী হৈ পৰিব?

April 18, 2026
মে মাহত বাম্পাৰ লাভ ৩ৰাশিৰ, শুক্ৰৰ গোচৰ জীৱনলৈ আহিব লাক্সাৰি
জীৱনশৈলী

মে মাহত বাম্পাৰ লাভ ৩ৰাশিৰ, শুক্ৰৰ গোচৰ জীৱনলৈ আহিব লাক্সাৰি

April 18, 2026
লতাশিল খেলপথাৰত অনুষ্ঠিত গুৱাহাটী বিহু সন্মিলনীৰ বিহু সম্ৰাজ্ঞী সংগীতা ৰাভা, বিহু সম্ৰাজ্ঞী সংগীতাই উপহাৰ হিচাপে কি কি লাভ কৰিলে?
অসম

Next Post
কিয় বছৰত দুবাৰকৈ ঈদ পালন কৰা হয়…জানেনে !

কিয় বছৰত দুবাৰকৈ ঈদ পালন কৰা হয়...জানেনে !

বিৰাট কোহলী বনাম ৰিয়ান পৰাগ, বিৰাটক পিছ পেলাই এগৰাকী অসমীয়াই দখল কৰিব নেকি এইবাৰৰ অৰেঞ্জ কেপ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন