• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কিয় বছৰত দুবাৰকৈ ঈদ পালন কৰা হয়…জানেনে !

কিয় বছৰত দুবাৰকৈ ঈদ পালন কৰা হয়…জানেনে !

3 years ago
ধন সঞ্চয়ৰ ক্ষেত্ৰত কোন ৰাশিৰ লোক হ’ব অধিক সাৱধান?

ধন সঞ্চয়ৰ ক্ষেত্ৰত কোন ৰাশিৰ লোক হ’ব অধিক সাৱধান?

11 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

নৱেম্বৰ মাহত এই ৪ ৰাশিৰ বাবে আহিব সুখবৰ!

11 hours ago
অভিনেত্ৰী শ্যামন্তিকাৰ সৈতে অঘটন, কেনে আছে অভিনেত্ৰীগৰাকী?

অভিনেত্ৰী শ্যামন্তিকাৰ সৈতে অঘটন, কেনে আছে অভিনেত্ৰীগৰাকী?

11 hours ago
বৃদ্ধি পাব সুৰাৰ মূল্য, কিন্তু বটল উভতাই দিলে টকা পাব ঘূৰাই!

বৃদ্ধি পাব সুৰাৰ মূল্য, কিন্তু বটল উভতাই দিলে টকা পাব ঘূৰাই!

12 hours ago
নকলৰ নতুন কৌশল, চেনিটেৰী পেডত লুকুৱাই থ’লে বিশেষ যন্ত্ৰ

নকলৰ নতুন কৌশল, চেনিটেৰী পেডত লুকুৱাই থ’লে বিশেষ যন্ত্ৰ

12 hours ago
পুনৰ অসুস্থ গৰিমা শইকীয়া গাৰ্গ, ভৰ্তি চিকিৎসালয়ত

পুনৰ অসুস্থ গৰিমা শইকীয়া গাৰ্গ, ভৰ্তি চিকিৎসালয়ত

13 hours ago
বিলাস ইন কাণ্ডৰ গোচৰৰ মাজতে আৰক্ষীত ব্যাপক ৰদবদল, মধ্য গুৱাহাটীৰ নতুন DCP মৃণাল ডেকা

বিলাস ইন কাণ্ডৰ গোচৰৰ মাজতে আৰক্ষীত ব্যাপক ৰদবদল, মধ্য গুৱাহাটীৰ নতুন DCP মৃণাল ডেকা

13 hours ago
ঠাণ্ডাৰ দিনকেইটাত উফিৰ সমস্যাত ভূগিছে নেকি? এইটো হেয়াৰ মাস্ক ব্যৱহাৰ কৰিলে সোনকালেই উপশম হ’ব এই সমস্যাৰ পৰা

আমলখি খোৱাৰ পিছত পানী খালে মিঠা কিয় লাগে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

14 hours ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

জনপ্ৰিয় অভিনেত্ৰীৰ মৃত্যু, বিনোদন জগতৰ পৰা আহিছে দুঃখবৰ!

15 hours ago
ধেমাজিত ঘনকান্ত গগৈৰ পত্নী

প্ৰাণৰ শংকাত ভূগিছে ঘনকান্তৰ পত্নী, ধেমাজিৰ পৰা গুৱাহাটী আহিবলৈ বিচাৰিছে আৰক্ষীৰ নিৰাপত্তা

16 hours ago
ONGC ত ওলাইছে চাকৰি, কোনে কোনে কৰিব পাৰিব আবেদন?

ONGC ত ওলাইছে চাকৰি, কোনে কোনে কৰিব পাৰিব আবেদন?

16 hours ago
ধনতেৰছৰ পূৰ্বে কৰক এই কাম, মা লক্ষ্মী কৰিব কৃপা, দূৰ হ’ব আৰ্থিক সংকট?

ধনতেৰছৰ পূৰ্বে কৰক এই কাম, মা লক্ষ্মী কৰিব কৃপা, দূৰ হ’ব আৰ্থিক সংকট?

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, November 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কিয় বছৰত দুবাৰকৈ ঈদ পালন কৰা হয়…জানেনে !

editor by editor
April 11, 2024
in জীৱনশৈলী
0
কিয় বছৰত দুবাৰকৈ ঈদ পালন কৰা হয়…জানেনে !
0
SHARES
201
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কিয় বছৰত দুবাৰকৈ ঈদ পালন কৰা হয়…জানেনে !

আজি ইছলাম ধৰ্মী লোক সকলৰ পবিত্ৰ ঈদ। বিশ্ববাসীৰ শান্তিৰ বাবে পুৱাই সকলো মুছলমান ধৰ্মীৰ লোকে একগোট হৈ সমূহীয়া নামাজ আদায় কৰে। পাথে জানেনে বছৰত ঈদ কিয় দুবাৰকৈ পালন কৰা হয়।

এটা হৈছে ঈদ-উল-ফিতৰ যাক আমি মীথি ঈদ বুলিও কওঁ আৰু আনটো হৈছে ঈদ-উল-জুহা, যাক বকৰিদ বুলি জনা যায়। এই উৎসৱ ঈদৰ জোন দেখাৰ পিছদিনা পালন কৰা হয়।

ইয়াৰ কাৰণ হ’ল উৰ্দু পঞ্জিকা হিজৰী সংভাত চান্দৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছিল। হিজৰী সংভাটৰ যিকোনো মাহ অমাৱস্যা দেখাৰ পৰাই আৰম্ভ হয়।

শ্বাৱাল মাহৰ প্ৰথম দিনটোত ৰমজান মাহৰ শেষ নিশা জোন দেখাৰ পাছত মীথি ঈদ পালন কৰা হয়। ৰমজানৰ প্ৰায় ৭০ দিনৰ পিছত বকৰিদ উৎসৱ পালন কৰা হয়। ইয়াক ঈদ-উল-জুহা আৰু ঈদ-উল-আজহা (ঈদ-উল-আধা) বুলিও কোৱা হয়।

ঈদ-উল-আজহা অৰ্থাৎ বকৰিদ, এই দিনটোৰ ইতিহাস হজৰত ইব্ৰাহিমৰ সৈতে জড়িত এটা ঘটনা। এই দিনটোক বলিদানৰ দিন বুলি গণ্য কৰা হয়। কোৱা হয় যে এদিন আল্লাহে হজৰত ইব্ৰাহিমক সপোনত নিজৰ আটাইতকৈ প্ৰিয় বস্তুটো কুৰবানী কৰিবলৈ অনুৰোধ কৰিছিল।

হজৰত ইব্ৰাহিমে নিজৰ পুত্ৰক বৰ ভাল পাইছিল, সেয়েহে পুত্ৰক বলিদান দিয়াৰ সিদ্ধান্ত লৈছিল। হজৰত ইব্ৰাহিমে পুত্ৰক কুৰবানী কৰিবলৈ ওলোৱাৰ সময়তে আল্লাহে তেওঁৰ ৰাছুল পঠিয়াই তেওঁৰ পুত্ৰৰ ঠাইত ছাগলী স্থাপন কৰিলে। তেতিয়াৰ পৰাই ইছলামত বকৰিদ উদযাপন আৰম্ভ হ’ল।

আনহাতে মীথি ঈদ হৈছে ইছলাম ধৰ্মৰ সৰ্বপ্ৰথম যুঁজখনৰ সুখৰ বাবে উদযাপন কৰা হয়। মীথি ঈদ প্ৰথমবাৰৰ বাবে ৬২৪ খ্ৰীষ্টাব্দত পালন কৰা হৈছিল। কোৱা হয় যে আজিৰ দিনটোতে হজৰত মহম্মদে বদৰৰ যুদ্ধত জয়লাভ কৰিছিল।

সেই যুঁজ আছিল মুছলমান ধৰ্মৰ লোকৰ প্ৰথমখন যুঁজ। সেই যুঁজত নবীৰ বিজয়ক লৈ সুখ প্ৰকাশ কৰি বহু মানুহৰ মাজত মিঠাই বিতৰণ কৰিছিল। বহু ধৰণৰ ব্যঞ্জন প্ৰস্তুত কৰি উদযাপন কৰা হৈছিল। তেতিয়াৰ পৰাই প্ৰতি বছৰে এই ঈদ-উল-ফিটৰ পালন কৰিবলৈ ধৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Eid-ul-Fitr
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ধন সঞ্চয়ৰ ক্ষেত্ৰত কোন ৰাশিৰ লোক হ’ব অধিক সাৱধান?
জীৱনশৈলী

ধন সঞ্চয়ৰ ক্ষেত্ৰত কোন ৰাশিৰ লোক হ’ব অধিক সাৱধান?

October 31, 2026
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ
জীৱনশৈলী

নৱেম্বৰ মাহত এই ৪ ৰাশিৰ বাবে আহিব সুখবৰ!

October 31, 2026
ঠাণ্ডাৰ দিনকেইটাত উফিৰ সমস্যাত ভূগিছে নেকি? এইটো হেয়াৰ মাস্ক ব্যৱহাৰ কৰিলে সোনকালেই উপশম হ’ব এই সমস্যাৰ পৰা
জীৱনশৈলী

আমলখি খোৱাৰ পিছত পানী খালে মিঠা কিয় লাগে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

October 31, 2026
ধনতেৰছৰ পূৰ্বে কৰক এই কাম, মা লক্ষ্মী কৰিব কৃপা, দূৰ হ’ব আৰ্থিক সংকট?
জীৱনশৈলী

ধনতেৰছৰ পূৰ্বে কৰক এই কাম, মা লক্ষ্মী কৰিব কৃপা, দূৰ হ’ব আৰ্থিক সংকট?

October 31, 2026
Next Post
বিৰাট কোহলী বনাম ৰিয়ান পৰাগ, বিৰাটক পিছ পেলাই এগৰাকী অসমীয়াই দখল কৰিব নেকি এইবাৰৰ অৰেঞ্জ কেপ

বিৰাট কোহলী বনাম ৰিয়ান পৰাগ, বিৰাটক পিছ পেলাই এগৰাকী অসমীয়াই দখল কৰিব নেকি এইবাৰৰ অৰেঞ্জ কেপ

আল্লাৰ চমৎকাৰ, ঈদৰ দিনাই মানকাচাৰত আল্লাই আচৰিত ধৰণেৰে ৰক্ষা কৰিলে মুৰ্গী…

আল্লাৰ চমৎকাৰ, ঈদৰ দিনাই মানকাচাৰত আল্লাই আচৰিত ধৰণেৰে ৰক্ষা কৰিলে মুৰ্গী...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.