• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বৃদ্ধি যোগ আৰু ৰবি যোগৰ সুফল, নাৰায়ণৰ আশীৰ্বাদত সৌভাগ্যৰ শিখৰত থাকিব ৫ৰাশি

বৃদ্ধি যোগ আৰু ৰবি যোগৰ সুফল, নাৰায়ণৰ আশীৰ্বাদত সৌভাগ্যৰ শিখৰত থাকিব ৫ৰাশি

2 years ago
শীঘ্ৰে আহিব পৰিৱৰ্তন, সলনি হ’ব ভাগ্য, আজিয়েই মজবুত কৰক চন্দ্ৰ!

শীঘ্ৰে আহিব পৰিৱৰ্তন, সলনি হ’ব ভাগ্য, আজিয়েই মজবুত কৰক চন্দ্ৰ!

42 minutes ago
মাতৃ হোৱাৰ হাবিয়াস! বলীউডৰ অভিনেত্ৰী কৃতি চেননে সংৰক্ষণ কৰিলে ডিম্বানু

মাতৃ হোৱাৰ হাবিয়াস! বলীউডৰ অভিনেত্ৰী কৃতি চেননে সংৰক্ষণ কৰিলে ডিম্বানু

1 hour ago
মুখৰ অত্যন্ত দুৰ্গন্ধ, এয়া কোনো ভিটামিনৰ অভাৱ নেকি?

মুখৰ অত্যন্ত দুৰ্গন্ধ, এয়া কোনো ভিটামিনৰ অভাৱ নেকি?

2 hours ago
কালসৰ্প যোগ আৰম্ভ, বৃষকে ধৰি এই ৪ ৰাশিৰ আহিব বিপদ!

আপোনাৰো কালসৰ্প যোগ আছে নেকি? ১৮ জুলাইলৈকে ৩ ৰাশিয়ে থাকক সাৱধান!

2 hours ago
“মোৰ উৰুত Ex Boyfriend-এ চিগাৰেটেৰে পুৰিছিল!” সকলো মুকলিকৈ ক’লে এইগৰাকী অভিনেত্ৰীয়ে

“মোৰ উৰুত Ex Boyfriend-এ চিগাৰেটেৰে পুৰিছিল!” সকলো মুকলিকৈ ক’লে এইগৰাকী অভিনেত্ৰীয়ে

3 hours ago
বিশ্বকাপত মেছিৰ যাদু! আৰ্জেণ্টিনাৰ পৰৱৰ্তী মেচ কেতিয়া আৰু কাৰ বিৰুদ্ধে হ’ব জানক

বিশ্বকাপত মেছিৰ যাদু! আৰ্জেণ্টিনাৰ পৰৱৰ্তী মেচ কেতিয়া আৰু কাৰ বিৰুদ্ধে হ’ব জানক

5 hours ago
গণেশ চতুৰ্থী ২৬ নে ২৭ আগষ্টত পালিত হ’ব? জানি থওক গণেশ পূজাৰ শুভ সময় কেতিয়া?

বুধবাৰে এই নিয়মেৰে কৰক গণেশৰ পূজা, হ’ব মনোকামনা পূৰণ!

6 hours ago
কাইলৈ ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! জানক ৰাশিফলত কি আছে আপোনাৰ

কেনে যাব আজি আপোনাৰ দিনটো? ৫ ৰাশিৰ সলনি হব ভাগ্য!

6 hours ago
মাত্ৰ এটা চুম্বনকলৈ বিচ্ছেদ! ১৬ বছৰ ধৰি ইজনে সিজনৰ হোৱা নাই মুখামুখি

মাত্ৰ এটা চুম্বনকলৈ বিচ্ছেদ! ১৬ বছৰ ধৰি ইজনে সিজনৰ হোৱা নাই মুখামুখি

14 hours ago
১৫ জুলাইত কৰ্কট ৰাশিত বৃহস্পতি হ’ব অস্ত, বাঢ়িব বিপদ আৰু সলনি হ’ব ভাগ্য!

১৫ জুলাইত কৰ্কট ৰাশিত বৃহস্পতি হ’ব অস্ত, বাঢ়িব বিপদ আৰু সলনি হ’ব ভাগ্য!

15 hours ago
NPS ধাৰীসকলৰ বাবে ভাল খবৰ, চৰকাৰে আগবঢ়ালে ২টা নতুন বিনিয়োগৰ বিকল্প

NPS ধাৰীসকলৰ বাবে ভাল খবৰ, চৰকাৰে আগবঢ়ালে ২টা নতুন বিনিয়োগৰ বিকল্প

15 hours ago
কিয় সঞ্জু চেমছনক টিম ইণ্ডিয়াৰ পৰা বাদ দিয়া হ’ল?

কিয় সঞ্জু চেমছনক টিম ইণ্ডিয়াৰ পৰা বাদ দিয়া হ’ল?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বৃদ্ধি যোগ আৰু ৰবি যোগৰ সুফল, নাৰায়ণৰ আশীৰ্বাদত সৌভাগ্যৰ শিখৰত থাকিব ৫ৰাশি

বৃদ্ধি যোগ আৰু ৰবি যোগৰ সুফল, নাৰায়ণৰ আশীৰ্বাদত সৌভাগ্যৰ শিখৰত থাকিব ৫ৰাশি

editor by editor
April 17, 2024
in জীৱনশৈলী, ভাৰত
0
বৃদ্ধি যোগ আৰু ৰবি যোগৰ সুফল, নাৰায়ণৰ আশীৰ্বাদত সৌভাগ্যৰ শিখৰত থাকিব ৫ৰাশি
0
SHARES
1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ১৮ এপ্ৰিল বৃহস্পতিবাৰ পঞ্জিকা অনুসৰি চ’ত মাহৰ শুক্লপক্ষৰ দশমী তিথি। বৃহস্পতিবাৰে চন্দ্ৰই কৰ্কট ৰাশি এৰি সিংহ ৰাশিত অৱস্থান কৰিব। ইয়াৰ ফলত কেইবাটাও শুভ যোগৰ সৃষ্টি হ’ব। এই শুভ যোগসমূহ হৈছে বৃদ্ধি যোগ আৰু ৰবি যোগ। ইয়াৰোপৰি বৃহস্পতিবাৰে দিনজুৰি থাকিব অশ্লেষা নক্ষত্ৰৰ প্ৰভাৱ। ইয়াৰ ফলত কাইলৈৰ দিনটো বিশেষ গুৰুত্বপূৰ্ণ হ’ব। জ্য়োতিষ অনুসৰি বৃহস্পতিবাৰে দিনজুৰি থাকিব অশ্লেষা নক্ষত্ৰৰ প্ৰভাৱ।

জ্যোতিষ অনুসৰি বৃহস্পতি বাৰ হৈছে শ্ৰী বিষ্ণুৰ প্ৰিয় দিন। জ্যোতিষবিদে জনাইছে যে এইসমূহ শুভ যোগৰ কাৰণে কাইলৈৰ দিনটো বেছ সুখকৰ হ’ব কেইটামান ৰাশিৰ জাতকৰ বাবে। এই সকলোবোৰ ৰাশিয়ে কাইলৈ নিজৰ কামৰ শুভ ফল লাভ কৰিব। জানি থওক বৃহস্পতিবাৰে জ্যোতিষ গণনা অনুসৰি সৌভাগ্য লাভ কৰিব কোন ৫ৰাশিৰ জাতকে?

বৃষ ৰাশি

১৮ এপ্ৰিলৰ দিনটো অত্যন্ত লাভজনক হ’ব বৃষ ৰাশিৰ জাতকৰ। আপোনাৰ মন পজিটিভ চিন্তাৰে ভৰি থাকিব। কোনো নতুন কামত হাত দিলে ভাল ফলেই পাব। নিজৰ চিন্তা আৰু কামেৰে ডাঙৰ কোনো কামত সফলতা লাভ কৰিব। উপাৰ্জন বহু পৰিমানে বৃদ্ধি পাব। কেৰিয়াৰত বিশেষ উন্নতি কৰাৰ সম্ভাৱনা আছে।

সিংহ ৰাশি

সিংহ ৰাশিৰ জাতকৰ বাবেও দিনটো শুভ হ’ব। পেছাগত জীৱনত বিশেষ সফলতা অৰ্জন কৰিব পাৰিব। শ্ৰী বিষ্ণুৰ আশীৰ্বাদ থাকিব সিংহ ৰাশিৰ জাতকৰ ওপৰত। নিজৰ ইচ্ছাশক্তিৰ জোৰত বিভিন্ন চেলেঞ্জ অতিক্ৰম কৰিব পাৰিব। পেছাগত আৰু ব্যক্তিগত জীৱনৰ মাজত বেলেন্স বজায় ৰাখিব সিংহ ৰাশিৰ জাতকে।

তুলা ৰাশি

১৮ এপ্ৰিলৰ দিনটো সফলতাৰে ভৰা হ’ব তুলা ৰাশিৰ জাতকৰ। তুলাৰ জাতকে ব্যৱসায়ীক মোটা অংকৰ ধন লাভ কৰিব পাৰে। বিনিয়োগ কৰাৰ ফলত ভাল ফল আহিব। বৃদ্ধি যোগৰ প্ৰভাৱত নিজৰ ভৱিষ্যত সুৰক্ষিত কৰিব পাৰিব। কাৰ্যালয়ৰ সহকৰ্মীৰ সৈতে ভাল সময় কটাব তুলা ৰাশিৰ জাতকে।

ধনু ৰাশি

ৰবিযোগত ধন লাভৰ সম্ভাৱনা আছে ধনু ৰাশিৰ জাতকৰ। অস্থাৱৰ সম্পত্তি লাভ কৰিব পাৰে। পাবলগীয়া ধন লাভ কৰিব। আত্মীয়সকলৰ কৰা কোনো সুখবৰ পাব পাৰে। নিজৰ কেৰিয়াৰ সংক্ৰান্তীয় কোনো সুখবৰ লাভ কৰিব পাৰে। কোনো ভাল চাকৰিৰ প্ৰস্তাৱ পাব পাৰে।

কুম্ভ ৰাশি

বৃদ্ধি যোগৰ শুভ প্ৰভাৱ লাভ কৰিব কুম্ভ ৰাশিৰ জাতকে। হাতলৈ ধন আহিব। উত্তৰাধিকাৰ সূত্ৰে সম্পত্তি লাভ কৰিব। কাৰ্যালয়ত কোনো সুখবৰ পাব পাৰে। পুৰণা কোনো অসুখ থাকিলে কাইলৈ আপোনাৰ শৰীৰ ভালে থাকিব। ৰাজনীতিৰ সৈতে যুক্ত ব্যক্তিয়ে কোনো কামৰ দায়িত্ব লাভ কৰিব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শীঘ্ৰে আহিব পৰিৱৰ্তন, সলনি হ’ব ভাগ্য, আজিয়েই মজবুত কৰক চন্দ্ৰ!
জীৱনশৈলী

শীঘ্ৰে আহিব পৰিৱৰ্তন, সলনি হ’ব ভাগ্য, আজিয়েই মজবুত কৰক চন্দ্ৰ!

July 8, 2026
মুখৰ অত্যন্ত দুৰ্গন্ধ, এয়া কোনো ভিটামিনৰ অভাৱ নেকি?
জীৱনশৈলী

মুখৰ অত্যন্ত দুৰ্গন্ধ, এয়া কোনো ভিটামিনৰ অভাৱ নেকি?

July 8, 2026
কালসৰ্প যোগ আৰম্ভ, বৃষকে ধৰি এই ৪ ৰাশিৰ আহিব বিপদ!
জীৱনশৈলী

আপোনাৰো কালসৰ্প যোগ আছে নেকি? ১৮ জুলাইলৈকে ৩ ৰাশিয়ে থাকক সাৱধান!

July 8, 2026
গণেশ চতুৰ্থী ২৬ নে ২৭ আগষ্টত পালিত হ’ব? জানি থওক গণেশ পূজাৰ শুভ সময় কেতিয়া?
জীৱনশৈলী

বুধবাৰে এই নিয়মেৰে কৰক গণেশৰ পূজা, হ’ব মনোকামনা পূৰণ!

July 8, 2026
Next Post
ফুৰিবলৈ গৈ শ্বিলঙৰ পৰা উভতি নাহিল, উদ্ধাৰ অৱশিষ্ট

ফুৰিবলৈ গৈ শ্বিলঙৰ পৰা উভতি নাহিল, উদ্ধাৰ অৱশিষ্ট

২৭ বছৰ বয়সতে পৃথিৱীক বিদায় Angry Rantman খ্যাত ইউটিউবাৰ অভ্ৰদ্বীপ সাহাৰ

২৭ বছৰ বয়সতে পৃথিৱীক বিদায় Angry Rantman খ্যাত ইউটিউবাৰ অভ্ৰদ্বীপ সাহাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.