• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চাণক্য নীতিঃ এই ৩টা কাৰ্যই মানুহৰ জীৱন সম্পূৰ্ণৰূপে ধ্বংস কৰে, আঁতৰি থাকক

চাণক্য নীতিঃ এই ৩টা কাৰ্যই মানুহৰ জীৱন সম্পূৰ্ণৰূপে ধ্বংস কৰে, আঁতৰি থাকক

2 years ago
অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

3 hours ago
আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

3 hours ago
আপোনাৰো সহজতে নজৰ লাগে নেকি? প্ৰেমানন্দ মহাৰাজে দিলে উত্তৰ

আপোনাৰো সোনকালে নজৰ লাগে নেকি? জানক প্ৰেমানন্দ মহাৰাজে কি ক’লে

3 hours ago
শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

4 hours ago
হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

4 hours ago
ৰাখী বন্ধনৰ পৰা ঘূৰিব ভাগ্যৰ চকা! ৩ ৰাশিয়ে পাব সুখবৰ

ভাগ্যই দেখুৱাব নতুন ৰূপ, কাইলৈ কাৰ কেনেকুৱা যাব দিনটো?

4 hours ago
শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে

শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে

5 hours ago
বয়ফ্ৰেণ্ডক বাইক দিবলৈ প্ৰেমিকাই চুৰি কৰিলে মাতৃৰ অলংকাৰ, তাৰ পিছত…

বয়ফ্ৰেণ্ডক বাইক দিবলৈ প্ৰেমিকাই চুৰি কৰিলে মাতৃৰ অলংকাৰ, তাৰ পিছত…

6 hours ago
সমগ্ৰ দেশতে অনিৰ্দিষ্টকালীন বেংক ষ্ট্ৰাইক! সমস্যাত পৰিব নেকি আপুনি?

সমগ্ৰ দেশতে অনিৰ্দিষ্টকালীন বেংক ষ্ট্ৰাইক! সমস্যাত পৰিব নেকি আপুনি?

7 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

শনিদেৱক সন্তুষ্ট কৰাৰ সহজ উপায়, জিলিকি উঠিব ভাগ্য!

9 hours ago
৫০ বছৰ বয়সত ১ কোটি টকা লাগে নেকি? প্ৰতিমাহে SIPত কিমান কৰিব বিনিয়োগ জানক

৫০ বছৰ বয়সত ১ কোটি টকা লাগে নেকি? প্ৰতিমাহে SIPত কিমান কৰিব বিনিয়োগ জানক

9 hours ago
পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত

পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

চাণক্য নীতিঃ এই ৩টা কাৰ্যই মানুহৰ জীৱন সম্পূৰ্ণৰূপে ধ্বংস কৰে, আঁতৰি থাকক

editor by editor
April 19, 2024
in জীৱনশৈলী, বিবিধ
0
চাণক্য নীতিঃ এই ৩টা কাৰ্যই মানুহৰ জীৱন সম্পূৰ্ণৰূপে ধ্বংস কৰে, আঁতৰি থাকক
0
SHARES
10.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চাণক্য নীতিঃ এই ৩টা কাৰ্যই মানুহৰ জীৱন সম্পূৰ্ণৰূপে ধ্বংস কৰে, আঁতৰি থাকক

আচাৰ্য চাণক্য আছিল প্ৰাচীন ভাৰতৰ এজন বিখ্যাত শিক্ষাবিদ, অৰ্থনীতিবিদ, কূটনীতিবিদ আৰু ৰাজনীতিবিদ। চাণক্য নীতিৰ বাবে বিখ্যাত আছিল। চাণক্যই নৈতিকতা আৰু আদৰ্শ সম্পৰ্কে কেইবাটাও উপদেশ আৰু পৰামৰ্শ আগবঢ়াইছে।

বাস্তৱবাদী চাণক্যই দিয়া পৰামৰ্শ আজিৰ সময়তো মানৱ জীৱনত ইমান বছৰৰ পাছতো প্ৰাসংগিক আৰু ফলপ্ৰসূ। চাণক্যৰ পৰামৰ্শ মানি চলিলে জীৱনত সফলতা লাভ কৰাটো সহজ হৈ পৰে।

চাণক্যই কৈছে যে বহু সময়ত আমাৰ জীৱনত এনেকুৱা কিবা এটা ঘটে যিয়ে আমাৰ সমগ্ৰ জীৱন সলনি কৰি পেলায়। আচলতে জীৱনটো ঠিক মুদ্ৰাৰ দৰেই। মুদ্ৰাৰ এটা ফাল সুখ আৰু আনটো ফাল দুখ।

আমাৰ জীৱনত সুখ বা দুখ কোনোটোৱেই বেছি দিন নাথাকে। চাণক্যই কৈছে যে যদি তিনিটা ঘটনা ঘটে তেন্তে সেইবোৰে সমগ্ৰ জীৱনটোক প্ৰভাৱিত কৰে, এই তিনিটা ঘটনাৰ যিকোনো এটাই আমাৰ সমগ্ৰ জীৱন ধ্বংস কৰিব পাৰে। এই তিনিটা ঘটনাৰ দুখ আমাৰ জীৱনৰ পৰা কেতিয়াও মচি নাযায়। চানক্যই কি তিনিটা ঘটনা কৈছে-

সঞ্চয়ৰ ক্ষতি
কোনো কাৰণত যদি কোনো ব্যক্তিয়ে জীৱনৰ সকলো সঞ্চয় হেৰুৱাই পেলায়, তেন্তে ইয়াতকৈ দুৰ্ভাগ্যজনক একো হ’ব নোৱাৰে। নিজৰ সকলো সঞ্চয় হেৰুৱাই পেলোৱাতকৈ বেয়া অৱস্থা কেতিয়াও কোনো মানুহৰ হ’ব নোৱাৰে। দিন-ৰাতি কষ্ট কৰি জমা হোৱা সঞ্চয়বোৰ হেৰাই গ’লে জীৱনটো অন্ধকাৰ হৈ পৰে। সেই আঘাত চম্ভালিব পৰাটো সহজ নহয়।

পত্নীক এৰি যোৱা
হিন্দু ধৰ্মত স্বামী-স্ত্ৰীক সাতটা জন্মৰ অংশীদাৰ বুলি গণ্য কৰা হয়। বিশ্বাস কৰা হয় যে এই বন্ধন কেতিয়াও খোল নাখায়। কিন্তু যদি কোনো কাৰণত সংগীয়ে হাতখন মাজতে এৰি দিয়ে, তেন্তে সেয়া মানুহৰ জীৱনৰ অতি দুৰ্ভাগ্য। ফলত সুখেৰে সজ্জিত জীৱনটো হঠাতে ছিন্নভিন্ন হৈ পৰে। চাণক্যই কয় যে ইয়াৰ পিছত স্বাভাৱিক জীৱনলৈ ঘূৰি অহাটো কঠিন।

আন কাৰোবাৰ ঘৰত থকা
চাণক্যৰ মতে আন কাৰোবাৰ ঘৰত থকাতকৈ ডাঙৰ অপমান হ’ব নোৱাৰে। কোনো কাৰণত আন কাৰোবাৰ ঘৰত থাকিবলৈ বাধ্য হোৱা মানুহতকৈ দুৰ্ভাগ্যজনক কোনো নাই। আনৰ ওপৰত নিৰ্ভৰশীল হৈ জীয়াই থকা ব্যক্তিৰ নিজৰ কোনো স্বাধীনতা নাথাকে। সেই ব্যক্তিজনৰ জীৱনৰ সকলো সন্মান হেৰাই যায়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: ArthashastraChanakyaChanakya NeetiIndian historyPioneer Economist
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা
জীৱনশৈলী

অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

September 6, 2026
আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক
অসম

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

September 5, 2026
আপোনাৰো সহজতে নজৰ লাগে নেকি? প্ৰেমানন্দ মহাৰাজে দিলে উত্তৰ
জীৱনশৈলী

আপোনাৰো সোনকালে নজৰ লাগে নেকি? জানক প্ৰেমানন্দ মহাৰাজে কি ক’লে

September 5, 2026
শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন
জীৱনশৈলী

শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

September 5, 2026
Next Post
৯ ঘণ্টা ধৰি ৰৈ থাকিল পুলিং বিষয়া, পাছে নাগালেণ্ডত আজি নপৰিল এটাও ভোট!

৯ ঘণ্টা ধৰি ৰৈ থাকিল পুলিং বিষয়া, পাছে নাগালেণ্ডত আজি নপৰিল এটাও ভোট!

কেৱল এবিধ সামগ্ৰী তেল হিচাপে ব্যৱহাৰ কৰক শিশুৰ চুলিত, চিৰদিনৰ বাবে বিদায় দিয়ক সমস্যাক

কেৱল এবিধ সামগ্ৰী তেল হিচাপে ব্যৱহাৰ কৰক শিশুৰ চুলিত, চিৰদিনৰ বাবে বিদায় দিয়ক সমস্যাক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.