• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জানেনে হালধিৰ আছে বহু উপকাৰিতা, পাছে হালধি খোৱাৰ ক্ষেত্ৰত হওক সাৱধান…

জানেনে হালধিৰ আছে বহু উপকাৰিতা, পাছে হালধি খোৱাৰ ক্ষেত্ৰত হওক সাৱধান…

2 years ago
অপৰাজিতা ফুলে উজ্জ্বল কৰিব আপোনাৰ ছাল, উপকাৰী গুণ জানি হ’ব আচৰিত

অপৰাজিতা ফুলে উজ্জ্বল কৰিব আপোনাৰ ছাল, উপকাৰী গুণ জানি হ’ব আচৰিত

13 minutes ago
কন্যাৰ ভৱিষ্যত কৰক সুৰক্ষিত, এনেকৈয়ে যোগ কৰক ৭০ লাখ টকা

কন্যাৰ ভৱিষ্যত কৰক সুৰক্ষিত, এনেকৈয়ে যোগ কৰক ৭০ লাখ টকা

41 minutes ago
আজিয়েই পলাই পত্ৰং দিব পঁইতাচোৰা, কেৱল অনুসৰণ কৰক এই উপায়

আজিয়েই পলাই পত্ৰং দিব পঁইতাচোৰা, কেৱল অনুসৰণ কৰক এই উপায়

2 hours ago
দাঁতৰ অসহ্যকৰ বিষ! কি দৰে সহজ ঘৰুৱা পদ্ধতিৰে কৰিব দূৰ জানক

দাঁতৰ অসহ্যকৰ বিষ! কি দৰে সহজ ঘৰুৱা পদ্ধতিৰে কৰিব দূৰ জানক

3 hours ago
উশাহ দীঘল আৰু মানসিক চাপ… এয়া পেনিক এটেকৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

উশাহ দীঘল আৰু মানসিক চাপ… এয়া পেনিক এটেকৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

3 hours ago
ITR দাখিল কৰা নাই নেকি? তেন্তে এই তথ্য আপোনাৰ বাবে…

ITR দাখিল কৰা নাই নেকি? তেন্তে এই তথ্য আপোনাৰ বাবে…

4 hours ago
নীম কৰোলী বাবাৰ আশীৰ্বাদে সলাব জীৱন, কৰক এইকেইটা কাম!

নীম কৰোলী বাবাৰ আশীৰ্বাদে সলাব জীৱন, কৰক এইকেইটা কাম!

5 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

আজি ভাগ্যই সহায় কৰিব ৩ ৰাশিক, জানক দৈনিক ৰাশিফল

5 hours ago
জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এই ৫ বিধ সামগ্ৰী

জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এই ৫ বিধ সামগ্ৰী

13 hours ago
ফুটবলক লৈ জুবিন দাৰ কি সপোন আছিল? কেনেকৈ গৰিমা বৌৱক জুবিন দাই এতিয়াও বাট দেখুৱায়?

ফুটবলক লৈ জুবিন দাৰ কি সপোন আছিল? কেনেকৈ গৰিমা বৌৱক জুবিন দাই এতিয়াও বাট দেখুৱায়?

14 hours ago
চৰকাৰৰ নিয়ন্ত্ৰণত থাকিব ব্যক্তিগত সম্পত্তি, আহি গ’ল নতুন আইন!

চৰকাৰৰ নিয়ন্ত্ৰণত থাকিব ব্যক্তিগত সম্পত্তি, আহি গ’ল নতুন আইন!

14 hours ago
এই ৬ ৰাশিৰ সলনি হ’ব দিন, আহি আছে সুদিন

এই ৬ ৰাশিৰ সলনি হ’ব দিন, আহি আছে সুদিন

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

জানেনে হালধিৰ আছে বহু উপকাৰিতা, পাছে হালধি খোৱাৰ ক্ষেত্ৰত হওক সাৱধান…

editor by editor
April 21, 2024
in জীৱনশৈলী
0
জানেনে হালধিৰ আছে বহু উপকাৰিতা, পাছে হালধি খোৱাৰ ক্ষেত্ৰত হওক সাৱধান…
0
SHARES
988
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জানেনে হালধিৰ আছে বহু উপকাৰিতা পাছে হালধী খালেও সাৱধান…

হালধি এবিধ এনে খাদ্য, যি শৰীৰৰ বাবে বিভিন্ন ৰোগত উপকাৰিতা। আয়ুৰ্বেদ শাস্ত্ৰত হালধিক সবাতোকৈ স্বাস্থ্যকৰ মছলা হিচাপে উল্লেখ আছে। ৰান্ধনী ঘৰৰ পৰা আৰম্ভ কৰি, সৌন্দৰ্য চৰ্চা আদি বিভিন্ন কামত ব্যৱহৃত । ইয়াৰ উপকাৰিতাৰ কথা কৈ শেষ কৰিব নোৱাৰা বিধৰ।

হালধিৰ উপকাৰিতা
১. হালধি হৃদ ৰোগৰ বাবে উপকাৰী। কেঁচা হালধি নিয়মীয়াকৈ সেৱন কৰিলে দেহত বৃদ্ধি পোৱা কলেষ্টৰল পৰিমাণ হ্ৰাস কৰাত যথেষ্ট সহায় কৰে। যাৰ ফলত হৃদ ৰোগৰ পৰা ৰক্ষা পাব পাৰি।

২. শৰীৰৰ যিকোনো ধৰণৰ কটা – ছিঙা বা ঘাঁহ আদি হ’লে তাত কেঁচা হালধি পিচি প্ৰলেপ লগালে উপকাৰ হয়।

৩. শৰীৰৰ গাঁঠিৰ বিষত হালধিৰ উপকাৰিতা দেখা যায়। হালধিয়ে গাঁঠি জোৰাৰ বিষ নিৰাময় কৰে।

৪. হালধিয়ে খাদ্যৰ পাচন প্ৰক্ৰিয়াত যথেষ্ট সহায় কৰে আৰু হজম শক্তি বঢ়াই।

৫. হালধি ছালৰ সংক্ৰমণ ৰোধ কৰে। শালমন, কলা দাগ, ৰ’দে পোৰা আদিত হালধিৰ ব্যৱহাৰ কৰে।

৬. হালধি মুখৰ উজ্বলতাৰ বাবেও উপকাৰী।

৭. হালধি সংক্ৰমণ ৰোধক, এণ্টিবেক্টেৰিয়েল, এণ্টিভাইৰেল গুণযুক্ত।

৮. হালধি চকুৰ ৰোগ ৰ বাবে উপকাৰী। কেটেৰেক্ট , ইউডিআইটিচৰ দৰে চকুৰ ৰোগ সমূহ নিৰাময় কৰে।

৯. লিভাৰৰ ৰোগ, আভোক, জণ্ডিছ আদি ৰোগৰ বাবে হালধি উপকাৰী।

১০. ৰাতিপুৱাৰ সময়ত হালধি গাখীৰ খালে শৰীৰৰ এলাৰ্জি সমূহ নাইকিয়া হয় ।

১১. হালধি চৰ্দি- জ্বৰৰ ৰোগৰ বাবে উপকাৰী। প্ৰতিদিনে কেঁচা হালধি গাখীৰত দি খালে চৰ্দি – জ্বৰ আদিৰ পৰা সকাহ পাব পাৰি।

১২. হালধিয়ে মধুমেহ নিয়ন্ত্ৰণ কৰে। হালধি মধুমেহ ৰোগৰ বাবে উপকাৰী। হালধিত থকা লিপোপলিচেকেইড নামৰ উপাদানটোৱে তেজ গ্লুকোজৰ মাত্ৰা হ্ৰাস কৰে। কেঁচা হালধি নিয়মীয়াকৈ সেৱন কৰিলে শৰীৰত ইনচুলিনৰ স্তৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

১৩. নিয়মিত হালধি গাখীৰ খালে কাৰকিউমিনৰ প্ৰভাৱত বিডিএনএফ নামৰ এক ৰাসায়নিকৰ পৰিমাণ বাঢ়ে যাৰ বাবে আলঝেইমাৰৰ প্ৰকোপ কমে আৰু মগজুৰ কাৰ্যক্ষমতা বাঢ়ে।

১৪. প্ৰস্বাৱ কমকৈ হোৱা বা প্ৰস্বাৱত জ্বলা – পোৰাত হালধিৰ উপকাৰিতা । ২ চামুচ হালধি ৰস , ৪ চামুচ চালকুৱৰি ৰস আৰু ১/২ কাপ কূহুমিয়া পানী দিনত তিনিবাৰকৈ খালে E. Coli বীজাণু ৰোধ কৰিব পাৰে।

১৫. শৰীৰৰ অত্যাধিক ওজন হ্ৰাস কৰাত হালধি উপকাৰী।

১৬. জুয়ে পোৰাৰ বাবে হালধি উপকাৰী। জুয়ে পোৰা অংশত হালধিৰ প্ৰলেপ লগালে কিছু সকাহ পোৱা যায়।

কিদৰে ব্যৱহাৰ কৰিব হালধি –
হালধি গুৰি ১ চামুচ আৰু ১/২ গিলাছ সামান্য গৰম পানীত দি মিহলাই দৈনিক দুবাৰকৈ খালে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰি।
কেঁচা হালধি, ক’লা তুলসী, বেচন আৰু মৌ ৰস মিহলাই প্ৰলেপ মুখমণ্ডলত লগালে মুখৰ ক’লা দাগবোৰ আঁতৰ হয়।
ৰাতিপুৱা সময়ত ১/২ লিটাৰ পানীৰ খোৱাৰ পাছত ২ চাহ চামুচ কেঁচা হালধি ৰস দৈনিক সেৱন কৰিলে পেলু, কৌষ্ঠকাটিন্য আৰু গেষ্ট্ৰাইটিজ ৰ পৰা ৰক্ষা পাব পাৰি।
হালধি ২ চামুচ ১ গিলাচ গাখীৰ দৈনিক দুবাৰ খালে স্বাস্থ্যকৰ আৰু শক্তিশালী হৈ থাকিব পাৰি।
১০০ গ্ৰাম কেচাঁ হালধি ভালকৈ ধুই খুন্দি ৰস উলিয়াই চেনি আৰু অলপ পানী দি দৈনিক তিনিবাৰকৈ খালে এচিডিটি ৰ পৰা ৰক্ষা পাব পাৰি।
কেঁচা হালধি নহৰু আৰু ঘিউৰ সৈতে সেৱন কৰিলে পেটৰ বিষ বা বদহজমৰ পৰা যথেষ্ট সকাহ পোৱা যায়।
হালধিয়ে এণ্টিবায়টিক হিচাপেও কাম কৰে।

পাছে হালধিৰ কিছুমান অপকৰিতাও আছে-
হালধিয়ে তেজ পাতল কৰে সেয়ে জোখতকৈ অধিক পৰিমাণে হালধি খাব নালাগে।
গৰ্ভৱতী মহিলাসকলে হালধি বেছি খাব নালাগে বেছি খালে জৰায়ুৰ সংকোচন কৰাৰ ফলত গৰ্ভপাত হ’ব পাৰে।
পিত্তত আৰু কিডনিৰ পাথৰ থকা লোকসকলে হালধি বেছি খাব নালাগে কাৰণ হালধি বেছিকৈ খালে পাথৰবোৰ আকাৰ বাঢ়িব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: BenefitHealth benefitTurmericTurmeric benefit
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অপৰাজিতা ফুলে উজ্জ্বল কৰিব আপোনাৰ ছাল, উপকাৰী গুণ জানি হ’ব আচৰিত
জীৱনশৈলী

অপৰাজিতা ফুলে উজ্জ্বল কৰিব আপোনাৰ ছাল, উপকাৰী গুণ জানি হ’ব আচৰিত

September 2, 2026
আজিয়েই পলাই পত্ৰং দিব পঁইতাচোৰা, কেৱল অনুসৰণ কৰক এই উপায়
জীৱনশৈলী

আজিয়েই পলাই পত্ৰং দিব পঁইতাচোৰা, কেৱল অনুসৰণ কৰক এই উপায়

September 2, 2026
দাঁতৰ অসহ্যকৰ বিষ! কি দৰে সহজ ঘৰুৱা পদ্ধতিৰে কৰিব দূৰ জানক
জীৱনশৈলী

দাঁতৰ অসহ্যকৰ বিষ! কি দৰে সহজ ঘৰুৱা পদ্ধতিৰে কৰিব দূৰ জানক

September 2, 2026
উশাহ দীঘল আৰু মানসিক চাপ… এয়া পেনিক এটেকৰ প্ৰাৰম্ভিক লক্ষণ নেকি?
জীৱনশৈলী

উশাহ দীঘল আৰু মানসিক চাপ… এয়া পেনিক এটেকৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

September 2, 2026
Next Post
শুৱাৰ পূৰ্বে গাখীৰৰ লগত মিলাই খাওত এই সামগ্ৰী, তীব্ৰতাৰে বৃদ্ধি পাব দৃষ্টি শক্তি

শুৱাৰ পূৰ্বে গাখীৰৰ লগত মিলাই খাওত এই সামগ্ৰী, তীব্ৰতাৰে বৃদ্ধি পাব দৃষ্টি শক্তি

ইজৰাইলৰ ওপৰত কৰা আক্ৰমণৰ কথা ইৰাণে ভাৰতক অৱগত কৰিছিল নে, কেনে সম্পৰ্ক ইৰাণ-ভাৰতৰ

ইজৰাইলৰ ওপৰত কৰা আক্ৰমণৰ কথা ইৰাণে ভাৰতক অৱগত কৰিছিল নে, কেনে সম্পৰ্ক ইৰাণ-ভাৰতৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.