• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
লেবাননত বছৰ বছৰ ধৰি পণবন্দী কৰি ৰখা আমেৰিকাৰ সাংবাদিক টেৰী এণ্ডাৰছন নিহত

লেবাননত বছৰ বছৰ ধৰি পণবন্দী কৰি ৰখা আমেৰিকাৰ সাংবাদিক টেৰী এণ্ডাৰছন নিহত

2 years ago
গুৱাহাটীত প্ৰৱল বৰষুণ, বাহিৰলৈ ওলোৱাৰ পূৰ্বে ১০০ বাৰ ভাবক!

গুৱাহাটীত প্ৰৱল বৰষুণ, বাহিৰলৈ ওলোৱাৰ পূৰ্বে ১০০ বাৰ ভাবক!

16 minutes ago
Saraighat Bridge: আজিৰে পৰা বন্ধ পুৰণি শৰাইঘাট দলং! গুৱাহাটীলৈ কেনেকৈ আহিব নামনিবাসী?

Saraighat Bridge: আজিৰে পৰা বন্ধ পুৰণি শৰাইঘাট দলং! গুৱাহাটীলৈ কেনেকৈ আহিব নামনিবাসী?

1 hour ago
কৃষকসকলৰ বাবে ডাঙৰ খবৰ! এই দিনটোত একাউণ্টলৈ আহিব ধন

কেতিয়া পাব PM Kisan আঁচনিৰ ২৪ সংখ্যক কিস্তি? এইদৰে কৰক চেক

2 hours ago
বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

SIP Calculations: ২০০০ টকাৰ SIP কৰি হওক কোটিপতি! জানক কিদৰে কৰিব জমা

2 hours ago
হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! গুৱাহাটীত কিমান হৈছে মূল্য?

হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! গুৱাহাটীত কিমান হৈছে মূল্য?

4 hours ago
আগষ্ট মাহৰ পৰা পাব হিতাধিকাৰীয়ে দাইল, চেনি, নিমখ, চাউল, ডাঙৰ সিদ্ধান্ত হিমন্ত চৰকাৰৰ 

আগষ্ট মাহৰ পৰা পাব হিতাধিকাৰীয়ে দাইল, চেনি, নিমখ, চাউল, ডাঙৰ সিদ্ধান্ত হিমন্ত চৰকাৰৰ 

5 hours ago
হোৰাহোৰে বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ মূল্য! ৫ দিনত দ্বিতীয়বাৰৰ পালে বৃদ্ধি

পুনৰ বাঢ়িব নেকি পেট্ৰ’ল-ডিজেলৰ মূল্য? হৰমুজ সংকটে কঢ়িয়াই আনিছে ভাবুকি!

6 hours ago
চুলি কাটোতে নকৰিব ভুল, নহ’লে দেখা দিব আৰ্থিক সংকটে!

চুলি কাটোতে নকৰিব ভুল, নহ’লে দেখা দিব আৰ্থিক সংকটে!

6 hours ago
আজি অৰ্থাৎ ১৬ এপ্ৰিলৰ পৰা ৪৮ ঘণ্টাৰ বাবে তৈয়াৰ হৈছে চতুৰ্গ্ৰহী ৰাজযোগ, এই ৪ৰাশি মালামাল হ’ব

আজি ভাগ্যই দেখুৱাব যাদু! কোন কোন ৰাশিৰ সলনি হ’ব ভাগ্য জানক

7 hours ago
ঋণ পৰিশোধ নকৰিলে ব্লক হ’ব নেকি আপোনাৰ মোবাইল নম্বৰ? সত্যটো জানক

ঋণ পৰিশোধ নকৰিলে ব্লক হ’ব নেকি আপোনাৰ মোবাইল নম্বৰ? সত্যটো জানক

18 hours ago
হঠাৎ গানৰ মাজত মঞ্চত অদ্ভুড কাণ্ড, ভাইৰেল কণ্ঠশিল্পী জেচমিন!

হঠাৎ গানৰ মাজত মঞ্চত অদ্ভুড কাণ্ড, ভাইৰেল কণ্ঠশিল্পী জেচমিন!

18 hours ago
পেণ্টৰ জেপত সঘনাই হাত ভৰাই ৰাখে নেকি? কাৰণ জানি হ’ব হতবাক

পেণ্টৰ জেপত সঘনাই হাত ভৰাই ৰাখে নেকি? কাৰণ জানি হ’ব হতবাক

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

লেবাননত বছৰ বছৰ ধৰি পণবন্দী কৰি ৰখা আমেৰিকাৰ সাংবাদিক টেৰী এণ্ডাৰছন নিহত

editor by editor
April 22, 2024
in বিশ্ব
0
লেবাননত বছৰ বছৰ ধৰি পণবন্দী কৰি ৰখা আমেৰিকাৰ সাংবাদিক টেৰী এণ্ডাৰছন নিহত
0
SHARES
128
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

লেবাননত বছৰ বছৰ ধৰি পণবন্দী কৰি ৰখা আমেৰিকাৰ সাংবাদিক টেৰী এণ্ডাৰছন নিহত

আমেৰিকাৰ সাংবাদিক টেৰী এণ্ডাৰছনৰ মৃত্যু। প্ৰায় সাত বছৰ ধৰি লেবাননত ইছলামিক সন্ত্ৰাসবাদীয়ে পণবন্দী কৰি ৰখা টেৰী এণ্ডাৰছনৰ নাম সমগ্ৰ বিশ্বতে চৰ্চাৰ বিষয় হৈ পৰিছিল।

সেই টেৰী এণ্ডাৰছনেই ৭৬ বছৰ বয়সত নিউয়ৰ্কৰ নিজৰ ঘৰত শেষ নিশ্বাস ত্যাগ কৰে । টেৰী এণ্ডাৰছন আছিল মধ্যপ্ৰাচ্যৰ এটা ডাঙৰ সংবাদ মাধ্যমৰ মুখ্য সম্পাদক, যি লেবাননত আটাইতকৈ দীৰ্ঘদিনীয়া সময় ধৰি পণবন্দী হৈ থকা পশ্চিমীয়া নাগৰিক আছিল।

টেৰীক পণবন্দী কৰি ৰাখিছিল এটা ছিয়া মুছলমান সন্ত্ৰাসবাদী সংগঠনে। এই সময়ছোৱাত টেৰীক হাত-ভৰি বান্ধি চকুত কাপোৰ বান্ধি এটা কোঠাত ৰখা হৈছিল, য’ত অতি কম পোহৰ আছিল।

মুক্তিৰ পিছত টেৰীয়ে কয় যে এটা সময়ত তেওঁ উন্মাদ হৈ আত্মহত্যা কৰিব বিচাৰিছিল, কিন্তু তেওঁৰ ৰোমান কেথলিক বিশ্বাসৰ বাবেই তেনে সিদ্ধান্তৰ পৰা নিজকে দুৰত ৰাখিছিল।

অৱশেষত ১৯৯১ চনৰ ডিচেম্বৰ মাহত টেৰীক মুকলি কৰি দিয়া হয়। টেৰীৰ কন্যা ছুলোমে কয় যে পণবন্দী কৰি ৰখাৰ সময়ত তেওঁৰ পিতৃয়ে বহুত কষ্ট ভোগ কৰিছিল।

চুল্লমে টেৰীৰ শেষ ইচ্ছাৰ বিষয়ে অৱগত কৰি কয় যে, ‘ মানুহে তেওঁক তেওঁৰ আটাইতকৈ বেয়া অভিজ্ঞতাৰ বাবে নহয়, তেওঁ কৰা সামাজিক কামৰ বাবেহে তেওঁক মনত ৰাখক। যেনেকৈ তেওঁ ভিয়েটনামৰ ল’ৰা-ছোৱালীৰ বাবে এটা পুঁজি সৃষ্টি কৰিছিল। সাংবাদিকৰ সুৰক্ষাৰ বাবে এখন সমিতি গঠনকে ধৰি বহু ভাল কাম কৰিছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: American JournalistLebanonTerry Anderson
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হোৰাহোৰে বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ মূল্য! ৫ দিনত দ্বিতীয়বাৰৰ পালে বৃদ্ধি
বিশ্ব

পুনৰ বাঢ়িব নেকি পেট্ৰ’ল-ডিজেলৰ মূল্য? হৰমুজ সংকটে কঢ়িয়াই আনিছে ভাবুকি!

July 13, 2026
বাংলাদেশলৈ উভতি আহিলে মৃ*ত্যুদণ্ড… শ্বেখ হাছিনাক NCP ৰ ভাবুকি
বিশ্ব

বাংলাদেশলৈ উভতি আহিলে মৃ*ত্যুদণ্ড… শ্বেখ হাছিনাক NCP ৰ ভাবুকি

July 11, 2026
বিশ্বৰ আটাইতকৈ ধনী ফুটবলাৰ কোন?
বিনোদন

বিশ্বৰ আটাইতকৈ ধনী ফুটবলাৰ কোন?

July 11, 2026
শ্লোভেনিয়ান ফুটবলাৰ পিঠিত শিৱৰ টেটু অংকন, জানক ইয়াৰ আঁৰৰ ৰহস্য
বিনোদন

শ্লোভেনিয়ান ফুটবলাৰ পিঠিত শিৱৰ টেটু অংকন, জানক ইয়াৰ আঁৰৰ ৰহস্য

July 11, 2026
Next Post
জেললৈ যাব লাগিব ৰাখী সাৱন্ত, ৪ সপ্তাহৰ সময় ৰাখীৰ হাতত, ন্যায়ালয়ৰ নিৰ্দেশনা

জেললৈ যাব লাগিব ৰাখী সাৱন্ত, ৪ সপ্তাহৰ সময় ৰাখীৰ হাতত, ন্যায়ালয়ৰ নিৰ্দেশনা

ভুমিকম্পৰ বাবে শেষ হৈ গৈছিল এক সভ্যতা, লাখৰ ঘৰত লোক হৈছিল গৃহহীন.

ভুমিকম্পৰ বাবে শেষ হৈ গৈছিল এক সভ্যতা, লাখৰ ঘৰত লোক হৈছিল গৃহহীন.

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.