• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেজৰীৰ ছুগাৰ ৩২০! জে’লতেই ইনছুলিন দিয়াৰ ব্যৱস্থা কেজৰীৱালক

কেজৰীৰ ছুগাৰ ৩২০! জে’লতেই ইনছুলিন দিয়াৰ ব্যৱস্থা কেজৰীৱালক

2 years ago
ৰেচন কাৰ্ডৰ ডাঙৰ আপডেট, কৰ্তন হ’ব পাৰে আপোনাৰ ৰেচন কাৰ্ড!

ৰেচন কাৰ্ডৰ ডাঙৰ আপডেট, কৰ্তন হ’ব পাৰে আপোনাৰ ৰেচন কাৰ্ড!

21 minutes ago
প্ৰথমবাৰৰ বাবে কাগজ-কলমেৰে নহয় লোকপিয়ল, নাগৰিকসকলে কিদৰে কৰিব স্ব-গণনা?

প্ৰথমবাৰৰ বাবে কাগজ-কলমেৰে নহয় লোকপিয়ল, নাগৰিকসকলে কিদৰে কৰিব স্ব-গণনা?

1 hour ago
হৰমুজ জলদ্বীপ বন্ধ, তেন্তে ক’ৰ পৰা আহিছে LPG?

শীঘ্ৰে কৰক, নহ’লে নাপাব LPG Cylinder, এটা ভুলে ৰাজসাহায্যৰ পৰাও কৰিব পাৰে বঞ্চিত!

2 hours ago
নতুনকৈ প্ৰেম বিচাৰি পালে ললিত মোদী! কণিকাৰ সৈতে এয়া কি?

নতুনকৈ প্ৰেম বিচাৰি পালে ললিত মোদী! কণিকাৰ সৈতে এয়া কি?

2 hours ago
পূৰণ হ’ব মনৰ ইচ্ছা, মাথোঁ ভোলেনাথক সন্তুষ্ট কৰক এইদৰে!

শাওনৰ সোমবাৰে ভুলতো নকৰিব এই কাম, ক্ষুদ্ধ হ’ব মহাদেৱ!

3 hours ago
৩ আগষ্টত অশ্লেষা নক্ষত্ৰত প্ৰৱেশ কৰিব সূৰ্য, ভাগ্য উজলিব ৩ ৰাশিৰ!

৩ আগষ্টত অশ্লেষা নক্ষত্ৰত প্ৰৱেশ কৰিব সূৰ্য, ভাগ্য উজলিব ৩ ৰাশিৰ!

4 hours ago
সাত সাগৰ ১৩ নদীৰ সিপাৰে সোণ হৈ জিলিকিল ভাৰতৰ জেচমিন

সাত সাগৰ ১৩ নদীৰ সিপাৰে সোণ হৈ জিলিকিল ভাৰতৰ জেচমিন

5 hours ago
DA-ৰ ডাঙৰ সিদ্ধান্ত, দীপাৱলীৰ পূৰ্বে কৰ্মচাৰীসকলে উপহাৰ পাব নেকি?

DA-ৰ ডাঙৰ সিদ্ধান্ত, দীপাৱলীৰ পূৰ্বে কৰ্মচাৰীসকলে উপহাৰ পাব নেকি?

6 hours ago
পুনৰ সৰ্বসাধাৰণৰ মূৰত বহুজাতিক কোম্পানীৰ দামবৃদ্ধিৰ মাধমাৰ

পুনৰ সৰ্বসাধাৰণৰ মূৰত বহুজাতিক কোম্পানীৰ দামবৃদ্ধিৰ মাধমাৰ

6 hours ago
কিমান আগবাঢ়িছে দীপলিনা ডেকাৰ মিছন ‘১০০টা পৰিয়ালক ১০০টা ঘৰ’?

কিমান আগবাঢ়িছে দীপলিনা ডেকাৰ মিছন ‘১০০টা পৰিয়ালক ১০০টা ঘৰ’?

7 hours ago
শ্ৰীদেৱীৰ প্ৰেমত মতলীয়া আছিল এইজন ছুপাৰষ্টাৰ

শ্ৰীদেৱীৰ প্ৰেমত মতলীয়া আছিল এইজন ছুপাৰষ্টাৰ

8 hours ago
উদ্বেগজনক! যান-বাহনৰ প্ৰদূষণে ভাৰতত বছৰি প্ৰাণ কাঢ়িছে ৯০ হাজাৰ লোকৰ

উদ্বেগজনক! যান-বাহনৰ প্ৰদূষণে ভাৰতত বছৰি প্ৰাণ কাঢ়িছে ৯০ হাজাৰ লোকৰ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কেজৰীৰ ছুগাৰ ৩২০! জে’লতেই ইনছুলিন দিয়াৰ ব্যৱস্থা কেজৰীৱালক

কেজৰীৰ ছুগাৰ ৩২০! জে’লতেই ইনছুলিন দিয়াৰ ব্যৱস্থা কেজৰীৱালক

editor by editor
April 23, 2024
in জীৱনশৈলী, ভাৰত, ৰাজনীতি
0
কেজৰীৰ ছুগাৰ ৩২০! জে’লতেই ইনছুলিন দিয়াৰ ব্যৱস্থা কেজৰীৱালক
0
SHARES
120
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অৰবিন্দ কেজৰিৱালক এইবাৰ ইনছুলিন দিয়াৰ ব্য়ৱস্থা কৰা হৈছে তিহাৰ জে’লত। কাৰাগাৰ কৰ্তৃপক্ষৰ সূত্ৰৰ খবৰ অনুসৰি সোমবাৰে নিশা দিল্লীৰ মুখ্যমন্ত্ৰীৰ ৰক্ত শৰ্কৰাৰ মাত্ৰা ৩২০লৈ বৃদ্ধি পাইছিল। তাৰপাছতেই কাৰাগাৰ কৰ্তৃপক্ষই তেওঁক ইনছুলিন দিয়াৰ ব্যৱস্থা কৰিছে। বিগত কেইবাদিন ধৰি কেজৰিৱালক চিকিৎসকৰ কাঢ়া নজৰতো ৰখা হৈছে।

কেজৰিৱালৰ দলীয় সতীৰ্থই বাৰে বাৰে অভিযোগ আনিছিল যে কেজৰিৰ ৰক্ত শৰ্কৰাৰ মাত্ৰা প্ৰয়োজনতকৈ অধিক। কিন্তু কাৰাগাৰত তেওঁক ইনছুলিন দিয়া হোৱা নাই। এই একেই অভিযোগ আনিছিল কেজৰিয়ে নিজেও। ৰক্ত শৰ্কৰাৰ মাত্ৰা ইমানেই বেছি যে ইনছুলিনৰ প্ৰয়োজন। কাৰাগাৰত তেওঁ যথাযথ চিকিৎসা লাভ কৰা নাই বুলিও অভিযোগ আনিছিল দিল্লীৰ ৰাউছ এভিনিউ আদালতৰ দ্বাৰস্ত হৈছিল আম আদমি পাৰ্টীৰ প্ৰধান অৰবিন্দ কেজৰিৱালৰ অধিবক্তই। আপ নেতাৰ আবেদন আছিল, ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে তেওঁ ব্যক্তিগত চিকিৎসকৰ সৈতে কথা বতৰা পাতিবলৈ অনুমতি দিয়ক। সোমবাৰে অৱশ্যে আদালতে সেই আৱেদন খাৰিজ কৰিছে।

চিকিৎসা বিচাৰি কৰা আৱেদন খাৰিজ হোৱাৰ কেইঘণ্টামান পাছৰে পৰাই জে’ল কৰ্তৃপক্ষই কেজৰিৱালক ইনছুলিন দিয়াৰ ব্যৱস্থা কৰিছে। এই সন্দৰ্ভত আপৰ তৰফৰ পৰা সৌৰভ ভৰদ্বাজে কয়, ‘আমি কওঁতে আমাৰ কথা তেওঁলোকে অগ্ৰাহ্য কৰিছিল। এতিয়া কিয় তেওঁলোকে কেজৰিৱালক ইনছুলিন দিব লগা হৈছে?’ উল্লেখ্য যে ২১ মাৰ্চত দিল্লীৰ আৱকাৰী দুৰ্নীতিৰ গোচৰত কেজৰিৱালক গ্ৰেপ্তাৰ কৰিছিল ইডিয়ে। ইডিৰ জেৰাৰ পাছতেই এতিয়া মুখ্যমন্ত্ৰীৰ ঠিকনা হৈ আছে তিহাৰ জে’ল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰথমবাৰৰ বাবে কাগজ-কলমেৰে নহয় লোকপিয়ল, নাগৰিকসকলে কিদৰে কৰিব স্ব-গণনা?
ভাৰত

প্ৰথমবাৰৰ বাবে কাগজ-কলমেৰে নহয় লোকপিয়ল, নাগৰিকসকলে কিদৰে কৰিব স্ব-গণনা?

August 1, 2026
পূৰণ হ’ব মনৰ ইচ্ছা, মাথোঁ ভোলেনাথক সন্তুষ্ট কৰক এইদৰে!
জীৱনশৈলী

শাওনৰ সোমবাৰে ভুলতো নকৰিব এই কাম, ক্ষুদ্ধ হ’ব মহাদেৱ!

August 1, 2026
৩ আগষ্টত অশ্লেষা নক্ষত্ৰত প্ৰৱেশ কৰিব সূৰ্য, ভাগ্য উজলিব ৩ ৰাশিৰ!
জীৱনশৈলী

৩ আগষ্টত অশ্লেষা নক্ষত্ৰত প্ৰৱেশ কৰিব সূৰ্য, ভাগ্য উজলিব ৩ ৰাশিৰ!

August 1, 2026
পুনৰ সৰ্বসাধাৰণৰ মূৰত বহুজাতিক কোম্পানীৰ দামবৃদ্ধিৰ মাধমাৰ
বাণিজ্য

পুনৰ সৰ্বসাধাৰণৰ মূৰত বহুজাতিক কোম্পানীৰ দামবৃদ্ধিৰ মাধমাৰ

August 1, 2026
Next Post
সুন্দৰেই নহয় বুদ্ধিমানো এই ৫ ৰাশিৰ জাতক! তালিকাত মেষ, মিথুনসহ কোন কোন?

সুন্দৰেই নহয় বুদ্ধিমানো এই ৫ ৰাশিৰ জাতক! তালিকাত মেষ, মিথুনসহ কোন কোন?

পাতালত ধীৰে ধীৰে প্ৰৱেশ কৰিছে চীনে! বেইজিং আৰু কেইবাখনো বৃহৎ চহৰ মাটিৰ তলত সোমাই যোৱাৰ তথ্য প্ৰকাশ বিজ্ঞানীৰ, অচিৰেই নিচিহ্ন হ’ব নেকি এই অত্যাধুনিক চহৰ?

পাতালত ধীৰে ধীৰে প্ৰৱেশ কৰিছে চীনে! বেইজিং আৰু কেইবাখনো বৃহৎ চহৰ মাটিৰ তলত সোমাই যোৱাৰ তথ্য প্ৰকাশ বিজ্ঞানীৰ, অচিৰেই নিচিহ্ন হ’ব নেকি এই অত্যাধুনিক চহৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.