• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘৩০০০অশ্লী*  ভিডিঅ’ থকা পেনড্ৰাইভ কেৱল বিজেপি নেতাক দিছিলো’, প্ৰজ্জ্বলৰ পেনড্ৰাইভ বাহিৰলৈ আনিছিল তেওঁৰ অতি ঘনিষ্ঠ এইজন ব্যক্তিয়েই

‘৩০০০অশ্লী*  ভিডিঅ’ থকা পেনড্ৰাইভ কেৱল বিজেপি নেতাক দিছিলো’, প্ৰজ্জ্বলৰ পেনড্ৰাইভ বাহিৰলৈ আনিছিল তেওঁৰ অতি ঘনিষ্ঠ এইজন ব্যক্তিয়েই

2 years ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

2 weeks ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

2 weeks ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

2 weeks ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

2 weeks ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

2 weeks ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

2 weeks ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

2 weeks ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

2 weeks ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

2 weeks ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

‘৩০০০অশ্লী*  ভিডিঅ’ থকা পেনড্ৰাইভ কেৱল বিজেপি নেতাক দিছিলো’, প্ৰজ্জ্বলৰ পেনড্ৰাইভ বাহিৰলৈ আনিছিল তেওঁৰ অতি ঘনিষ্ঠ এইজন ব্যক্তিয়েই

editor by editor
April 30, 2024
in অপৰাধ, জীৱনশৈলী, ভাৰত, ৰাজনীতি
0
‘৩০০০অশ্লী*  ভিডিঅ’ থকা পেনড্ৰাইভ কেৱল বিজেপি নেতাক দিছিলো’, প্ৰজ্জ্বলৰ পেনড্ৰাইভ বাহিৰলৈ আনিছিল তেওঁৰ অতি ঘনিষ্ঠ এইজন ব্যক্তিয়েই
0
SHARES
308
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা জেডিএছ  প্ৰধান এইচ ডি দেৱগৌড়াৰ নাতি প্ৰজ্জ্বল ৰেভান্নাৰ যৌন কুকীৰ্তিৰ ভিডিঅ’ প্ৰজ্জলৰ ঘনিষ্ঠ ব্যক্তিয়েই শ্বেয়াৰ কৰিছিল৷ তেওঁ সেই ভিডিঅ’ কংগ্ৰেছ দলৰ কৰ্মীক দিয়া নাছিল৷ সেই ভিডিঅ’ শ্বেয়াৰ কৰিছিল বিজেপিৰ এজন নেতাৰ সৈতে৷ মঙলবাৰে এই কথা স্পষ্ট ৰূপত জনাইছে প্ৰজ্জ্বলৰ ঘনিষ্ঠ তথা তেওঁৰ প্ৰাক্তন গাড়ী চালক কাৰ্তিকে৷

কাক ভিডিঅ’কেইটা প্ৰেৰণ কৰিছিল সেই তথ্যও জনাইছে ড্ৰাইভাৰ কাৰ্তিকে৷ কাৰ্তিকে ভিডিঅ’ প্ৰদান কৰিছিল বিজেপি নেতা তথা প্ৰাক্তন বিজেপি বিধায়ক দেৱৰাজ গৌড়াক৷ প্ৰজ্জ্বল যি লোকসভা সমষ্টিৰ সাংসদ সেই সমষ্টিৰ অন্তৰ্গত এটা বিধানসভা সমষ্টিৰ বিধায়ক আছিল দেৱৰাজ গৌড়া৷

ঘটনাৰ আৰম্ভণি হৈছিল ২০২৩ চনতেই৷ এটা ভিডিঅ’ বাৰ্তাযোগে কাৰ্তিক নামৰ ড্ৰাইভাৰজনে দিছে কেইবাটাও বিস্ফোৰক তথ্য৷ তেওঁ ভিডিঅ’ত কৈছে, ‘যিসকল নাৰীক প্ৰজ্জ্বলে যৌন নিৰ্যাতন চলাইছে তেওঁলোকে যাতে সুবিচাৰ পায় সেই উদ্দেশ্যে এই ভিডিঅ’সমূহ মই দেৱৰাজক দিছিলো৷ দেৱৰাজ অবিহনে মই কাকোৱেই এই ভিডিঅ’ পেন ড্ৰাইভত দিছিলো৷ দেৱৰাজৰ বাদে মই কাকোৱেই এই ভিডিঅ’ দিয়া নাই৷’

কিন্তু কাৰ্তিকে কিয় বিশ্বাসঘাতকতা কৰিছিল প্ৰজ্জ্বলক৷ কাৰ্তিকে কয়, ‘মোৰ এটুকুৰা মাটি জোৰ কৰি নিজৰ নামত লিখাই লৈছিল ৰেভান্নাৰ পৰিয়ালে৷ মই এই কামৰ সুবিচাৰ বিচাৰি দেৱৰাজৰ কাষলৈ গৈছিলো৷ ঘটনাচক্ৰত কৰ্ণাটকত এতিয়া বিজেপিৰ সহযোগী দল হৈ পৰিল জেডিএছ৷ সেই ৰাজ্যৰ ২৮ লোকসভা আসনৰ মাজত ১৪টাত নিৰ্বাচন গৈছিল আৰু বাকী থকা আসনত আগন্তুক ৭মেত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব৷ এই পৰিস্থিতিত ৰাজনৈতিকভাৱে বিজেপি অস্বস্তিত পৰা বুলিও বহুতে ধাৰণা কৰিছে৷

দেৱৰাজে বিজেপিৰ ৰাজ্যিক সভাপতিলৈ লিখা চিঠিত জনাইছে যে বিগত ডিচেম্বৰতেই প্ৰজ্জ্বলৰ যৌন কুকীৰ্তিৰ তিনি হাজাৰ ভিডিঅ’ ভৰ্তী পেনড্ৰাইভ তেওঁৰ হাতলৈ আহিছে৷ বিগত পাঁচ বছৰ ধৰি হাছনৰ সাংসদ হৈ থকাৰ সময়ত হাজাৰ হাজাৰ মহিলাক ধৰ্ষণ আৰু যৌন নিৰ্যাতন চলাই ভিডিঅ’ ৰেকৰ্ড কৰি ৰাখিছিল প্ৰজ্জ্বলে৷

এই সন্দৰ্ভত দেৱৰাজে কয়, ‘নিৰ্যাতিতাক ব্লেকমেইল কৰাই উদ্দেশ্য আছিল প্ৰজ্জ্বলৰ৷ ঘটনাৰ পাছতেই অৱশ্যে দেশ এৰিছে দেৱগৌড়াৰ নাতিয়ে৷ দেৱৰাজৰ অভিযোগ, প্ৰজ্জ্বলক সহায় কৰিছে তেওঁৰ পিতৃ ৰেভান্নাইয়ো৷ জেডিএছৰ ঘৰোৱা ৰাজনীতিত দেৱগৌড়াৰ দুই পুত্ৰ কুমাৰস্বামী আৰু ৰেভান্নাই এই বিষয়টোক এতিয়াও স্বীকাৰ কৰি লোৱা নাই৷ এই পৰিস্থিতিত মঙলবাৰে অনিচ্ছাস্বত্ত্বেও দলৰ পৰা বহিস্কাৰ কৰিছে প্ৰজ্জ্বল ৰেভান্নাক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট
জীৱনশৈলী

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

February 22, 2026
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য
জীৱনশৈলী

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

February 22, 2026
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?
জীৱনশৈলী

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

February 22, 2026
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
Next Post
মে’ দিৱসৰ দিনাই প্ৰশ্ন, যৌ*তাক শ্ৰমৰ স্বীকৃতি উচ্চতম ন্যায়ালয়ৰ, এই ৰায়দানৰ দুবছৰ পাছতো কিয় শ্ৰমিকৰ শাৰীত নাই এইসকল কৰ্মী?

মে’ দিৱসৰ দিনাই প্ৰশ্ন, যৌ*তাক শ্ৰমৰ স্বীকৃতি উচ্চতম ন্যায়ালয়ৰ, এই ৰায়দানৰ দুবছৰ পাছতো কিয় শ্ৰমিকৰ শাৰীত নাই এইসকল কৰ্মী?

বুধবাৰে কৰা এই ৪কামেই আপোনাক কোটিপতি কৰি তুলিব পাৰে! কেনেকৈ পাব লক্ষ্মী-গণেশৰ আশীৰ্বাদ?

বুধবাৰে কৰা এই ৪কামেই আপোনাক কোটিপতি কৰি তুলিব পাৰে! কেনেকৈ পাব লক্ষ্মী-গণেশৰ আশীৰ্বাদ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.