• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বুধবাৰে কৰা এই ৪কামেই আপোনাক কোটিপতি কৰি তুলিব পাৰে! কেনেকৈ পাব লক্ষ্মী-গণেশৰ আশীৰ্বাদ?

বুধবাৰে কৰা এই ৪কামেই আপোনাক কোটিপতি কৰি তুলিব পাৰে! কেনেকৈ পাব লক্ষ্মী-গণেশৰ আশীৰ্বাদ?

2 years ago
Gold Price Crash: ভয়ংকৰভাৱে পতন সোণৰ মূল্য! ৰূপৰ মূল্য  ১০ হাজাৰ টকা হ্ৰাস

Gold Price Crash: ভয়ংকৰভাৱে পতন সোণৰ মূল্য! ৰূপৰ মূল্য ১০ হাজাৰ টকা হ্ৰাস

41 minutes ago
PPF একাউণ্টত বছৰি ২৫,০০০ টকা  জমা ৰাখিছে নেকি? মেচিউৰিটিৰ সময়ত কিমান টকা পাব জানি লওক

PPF একাউণ্টত বছৰি ২৫,০০০ টকা জমা ৰাখিছে নেকি? মেচিউৰিটিৰ সময়ত কিমান টকা পাব জানি লওক

2 hours ago
মা কামাখ্যাৰ ৰক্তবস্ত্ৰ কি? ভক্তসকলে কেনেকৈ ব্যৱহাৰ কৰিব জানো আহক

মা কামাখ্যাৰ ৰক্তবস্ত্ৰ কি? ভক্তসকলে কেনেকৈ ব্যৱহাৰ কৰিব জানো আহক

3 hours ago
আজিৰে পৰা শক্তিপীঠ কামাখ্যাত অম্বুবাচী মেলা, ভিৰ কৰিছে দিশে-বিদেশৰ দৰ্শনাৰ্থীয়ে

আজিৰে পৰা শক্তিপীঠ কামাখ্যাত অম্বুবাচী মেলা, ভিৰ কৰিছে দিশে-বিদেশৰ দৰ্শনাৰ্থীয়ে

4 hours ago
Daily Horoscope: আজি ৩ ৰাশিৰ ওপৰত কৃপা কৰিব মহাদেৱে, চাওক দৈনিক ৰাশিফল

আজি কপাল ফুলিব ৫ ৰাশিৰ, জানক দৈনিক ৰাশিফল

4 hours ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ২ ৰাশিয়ে পাব নতুন সুযোগ!

16 hours ago
OPS বাহালৰ পৰা দৰমহা বৃদ্ধিলৈকে, কৰ্মচাৰীসকলে চৰকাৰৰ সন্মুখত কৰিছে ডাঙৰ দাবী

OPS বাহালৰ পৰা দৰমহা বৃদ্ধিলৈকে, কৰ্মচাৰীসকলে চৰকাৰৰ সন্মুখত কৰিছে ডাঙৰ দাবী

16 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

কাইলৈৰ পৰা ৪ ৰাশিৰ আৰম্ভ হ’ব ভাল দিন, ধনেৰে উপচিব আপোনাৰ ঘৰ!

16 hours ago
Harmanpreet Kaur: নাৰীৰ শক্তি! এইবাৰ বিশ্ব অভিলেখ গঢ়িলে ক্ৰিকেটাৰ হৰমনপ্ৰীত কৌৰে

Harmanpreet Kaur: নাৰীৰ শক্তি! এইবাৰ বিশ্ব অভিলেখ গঢ়িলে ক্ৰিকেটাৰ হৰমনপ্ৰীত কৌৰে

17 hours ago
চীনে কৰিব সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণ, বিপদত পৰিব নেকি ভাৰত?

চীনে কৰিব সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণ, বিপদত পৰিব নেকি ভাৰত?

17 hours ago
ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

18 hours ago
আপুনি ব্যৱহাৰ কৰা বেগে সলাব ভাগ্য! কি ৰঙৰ উত্তম জানক

আপুনি ব্যৱহাৰ কৰা বেগে সলাব ভাগ্য! কি ৰঙৰ উত্তম জানক

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, June 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বুধবাৰে কৰা এই ৪কামেই আপোনাক কোটিপতি কৰি তুলিব পাৰে! কেনেকৈ পাব লক্ষ্মী-গণেশৰ আশীৰ্বাদ?

বুধবাৰে কৰা এই ৪কামেই আপোনাক কোটিপতি কৰি তুলিব পাৰে! কেনেকৈ পাব লক্ষ্মী-গণেশৰ আশীৰ্বাদ?

editor by editor
May 1, 2024
in জীৱনশৈলী, ভাৰত
0
বুধবাৰে কৰা এই ৪কামেই আপোনাক কোটিপতি কৰি তুলিব পাৰে! কেনেকৈ পাব লক্ষ্মী-গণেশৰ আশীৰ্বাদ?
0
SHARES
12k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বুধবাৰক গণপতি বাপ্পাৰ প্ৰিয় দিন বুলি কোৱা হয়৷ হিন্দু ধৰ্মত গণেশ হৈছে অগ্ৰপূজ্য দেৱতা৷ অৰ্থাৎ যিকোনো শুভ কাম কৰাৰ পূৰ্বে তেওঁক আৰাধনা কৰা হয়৷ গণপতি বাপ্পাৰ আশীৰ্বাদত আপোনাৰ জীৱনলৈ কোনো সমস্যা আহিলেও থিতাতে দূৰ হয়৷ গণেশৰ পূজা কৰাৰ বাবে বুধবাৰেই শুভ দিন৷ এই দিনটোক গণেশক উপাসনা কৰিলে সিদ্ধিদাতাৰ ওপৰিও মা লক্ষ্মীও তুষ্ট হয়৷ লক্ষ্মী গণেশৰ আশীৰ্বাদত কেৰিয়াৰত উন্নতি কৰিব বিচাৰিলে বুধবাৰে এই ৪টা কাম কৰিবলৈ নাপাহৰিব৷

আৰ্থিক সংকট কেনেকৈ দূৰ কৰিব?

কাৰোবাৰ জন্মছকত বুধ দুৰ্বল স্থানত থাকিলে সেই ব্যক্তি জীৱনত বাৰে বাৰে আৰ্থিক সংকটত পৰে৷ বুধৰ অশুভ দশাৰ পৰা মুক্তিলাভ কৰিবলৈ প্ৰতি বুধবাৰে লক্ষ্মী গণেশ আৰু বুধ গ্ৰহৰ পূজা কৰিব লাগে৷ ইয়াৰ ফলত বুধৰ বেয়া দশা ধীৰে ধীৰে কাটি যাব আৰু অৰ্থৰ যোগান বাঢ়িব আপোনাৰ হাতত৷

কেৰিয়াৰত উন্নতি

পৰিশ্ৰম কৰিও যদি কেৰিয়াৰত কাঙ্খিত সাফল্য লাভ কৰা নাই বা পেছাগত জীৱনত কোনো কাম দীৰ্ঘদিন ধৰি ৰৈ আছে তেন্তে বুধবাৰ গৰুক খাদ্য খুৱাওক৷ ইয়াৰোপৰি বুধবাৰে দৰিদ্ৰসকলক সেউজীয়া ৰঙৰ সামগ্ৰী দান কৰক৷ ইয়াৰ ফলত গণেশৰ কৃপাত আপোনাৰ ভাগ্যৰ বন্ধ দুৱাৰ খুলি যাব আৰু কেৰিয়াৰত উন্নতি হ’ব৷

কামত সাফল্য

আপুনি যদি কোনো জৰুৰী কাম আৰম্ভ কৰাৰ কথা ভাৱিছে তেন্তে বুধবাৰে অৱশ্যেই গণপতিক পূজা কৰিব৷ গণেশক দুৱৰি বন নিবেদন কৰিবলৈ নাপাহৰিব৷ এই বন নিবেদন কৰিলে গণেশ প্ৰসন্ন হয় আৰু আশীৰ্বাদেৰে উপচায় পেলাই৷

সাংসৰিক অশান্তি কেনেকৈ দূৰ কৰিব?

আপোনাৰ ঘৰত যদি অশান্তি থাকে তেন্তে প্ৰতি বুধবাৰে গণেশৰ পূজা কৰিলে শুভ৷ গণেশক মোদক নিবেদন কৰক৷ জ্যোতিষবিদৰ মতে এই কাম কৰিলে আপোনাৰ পৰিয়ালৰ সকলো অশান্তি দূৰ হৈ সংসাৰলৈ শান্তি উভতি আহিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজিৰে পৰা শক্তিপীঠ কামাখ্যাত অম্বুবাচী মেলা, ভিৰ কৰিছে দিশে-বিদেশৰ দৰ্শনাৰ্থীয়ে
অসম

আজিৰে পৰা শক্তিপীঠ কামাখ্যাত অম্বুবাচী মেলা, ভিৰ কৰিছে দিশে-বিদেশৰ দৰ্শনাৰ্থীয়ে

June 22, 2026
Daily Horoscope: আজি ৩ ৰাশিৰ ওপৰত কৃপা কৰিব মহাদেৱে, চাওক দৈনিক ৰাশিফল
জীৱনশৈলী

আজি কপাল ফুলিব ৫ ৰাশিৰ, জানক দৈনিক ৰাশিফল

June 22, 2026
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!
জীৱনশৈলী

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ২ ৰাশিয়ে পাব নতুন সুযোগ!

June 21, 2026 - Updated on June 22, 2026
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?
জীৱনশৈলী

কাইলৈৰ পৰা ৪ ৰাশিৰ আৰম্ভ হ’ব ভাল দিন, ধনেৰে উপচিব আপোনাৰ ঘৰ!

June 21, 2026
Next Post
নিমিষতে শেষ কৰি দিম ২৪টা বিমান বন্দৰ! ক’ৰ পৰা কোনে দিছে এই ধমকি?

নিমিষতে শেষ কৰি দিম ২৪টা বিমান বন্দৰ! ক’ৰ পৰা কোনে দিছে এই ধমকি?

কংগ্ৰেছৰ আমোলত কোনো হাৰি নাযায়! ২৪ঘণ্টাৰ ভিতৰত তদন্তকাৰী দলৰ কাষত হাজিৰ হ’ব লাগিব প্ৰজ্জ্বল আৰু এইছ ডি ৰেভান্না

কংগ্ৰেছৰ আমোলত কোনো হাৰি নাযায়! ২৪ঘণ্টাৰ ভিতৰত তদন্তকাৰী দলৰ কাষত হাজিৰ হ’ব লাগিব প্ৰজ্জ্বল আৰু এইছ ডি ৰেভান্না

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.