• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোন হয় কে এল শৰ্মা, যিয়ে প্ৰিয়ংকা গান্ধীৰ সলনি লাভ কৰিলে আমেঠীৰ টিকট

কোন হয় কে এল শৰ্মা, যিয়ে প্ৰিয়ংকা গান্ধীৰ সলনি লাভ কৰিলে আমেঠীৰ টিকট

2 years ago
এই ৩টা ৰাশিৰ ওপৰত সূৰ্যদেৱৰ থাকে বিশেষ কৃপা

এই ৩টা ৰাশিৰ ওপৰত সূৰ্যদেৱৰ থাকে বিশেষ কৃপা

8 hours ago
নৰৱেই বিদায় ললেও পেৰুত ৫৫৯টি হালাণ্ডৰ আগমন

নৰৱেই বিদায় ললেও পেৰুত ৫৫৯টি হালাণ্ডৰ আগমন

8 hours ago
নখত থকা বগা অৰ্ধচন্দ্ৰাকৃতি চিহ্নই কি সূচায়?

নখত থকা বগা অৰ্ধচন্দ্ৰাকৃতি চিহ্নই কি সূচায়?

9 hours ago
‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’

‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’

10 hours ago
১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য

১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য

13 hours ago
৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!

৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!

13 hours ago
No Cost EMI নে পকেট খালী কৰাৰ নতুন কৌশল?

No Cost EMI নে পকেট খালী কৰাৰ নতুন কৌশল?

14 hours ago
সূৰ্যাস্তৰ পিছত এই ৬ বিধ বস্তু কেতিয়াও নিকিনিব

সূৰ্যাস্তৰ পিছত এই ৬ বিধ বস্তু কেতিয়াও নিকিনিব

15 hours ago
ইংলেণ্ডত ৰোহিত শৰ্মাৰ চকুত চকুপানী কিয়?

ইংলেণ্ডত ৰোহিত শৰ্মাৰ চকুত চকুপানী কিয়?

15 hours ago
কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

16 hours ago
ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

1 day ago
আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

কোন হয় কে এল শৰ্মা, যিয়ে প্ৰিয়ংকা গান্ধীৰ সলনি লাভ কৰিলে আমেঠীৰ টিকট

editor by editor
May 3, 2024
in ভাৰত, ৰাজনীতি
0
কোন হয় কে এল শৰ্মা, যিয়ে প্ৰিয়ংকা গান্ধীৰ সলনি লাভ কৰিলে আমেঠীৰ টিকট
0
SHARES
323
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কোন হয় কে এল শৰ্মা, যিয়ে প্ৰিয়ংকা গান্ধীৰ সলনি লাভ কৰিলে আমেঠীৰ টিকট

বহু প্ৰত্যাশিত আমেঠী আৰু ৰায়বৰেলী সমষ্টিৰ প্ৰাৰ্থীৰ নাম সদৰি কৰে কংগ্ৰেছে। আজি তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন দাখিলৰ শেষৰটো দিন হোৱৰ সময়হে পুৱা ৭.৩০ মান বজাতহে কংগ্ৰেছৰ দুৰ্গ খ্যাক সমষ্টি দুটাৰ প্ৰাৰ্থীৰ নাম সদৰি কৰে।

বহু দিনৰে পৰা সেই সমষ্টি দুটাত গান্ধী পৰিয়ালৰ দুই সন্তান ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীয়ে খেলিব বুলি সন্দেহ কৰা হৈছিল। পাছে কালি নিশা দুপৰলৈ চলা বৈঠকৰ অন্তত চূড়ান্ত সিদ্ধান্ত লয় কোন কোন হব প্ৰাৰ্থী। আলোচনাৰ অন্তত ৰায়বৰেলীত ৰাহুলেই খেলিব। আনহাতে বৰেলীৰ পৰা টিকট লাভ কৰিছে কে এল শৰ্মাই। টিকট লাভৰ পাছতে এতিয়া বহুতৰে মুখত এটাই প্ৰশ্ন , কোন এই কে এল শৰ্মা।

শৰ্মাক আমেঠীত সকলোৱে চিনি পালেও অন্য ঠাইৰ লোকৰ বাবে এক অচিনাকি নাম। সেয়ে সকলোৱে জানিব বিচাৰিছে কোন এই কে এল শৰ্মা।

কে এল শৰ্মা তথা কিশোৰী লাল শৰ্মা গান্ধী পৰিয়ালৰ অতি পুৰণি ঘনিষ্ঠ বন্ধু। দলীয় সূত্ৰই জনোৱা মতে, কিশোৰী লাল শৰ্মা আছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ ঘনিষ্ঠ সহযোগী। ১৯৯১ চনত ৰাজীৱ গান্ধীৰ হত্যাৰ পিছত গান্ধী পৰিয়ালৰ সৈতে তেওঁৰ বন্ধন অধিক দৃঢ় হৈ পৰে।

দীৰ্ঘদিন ধৰি ৰাইবৰেলীত ছোনিয়া গান্ধীৰ প্ৰতিনিধি হিচাপে কাম কৰি আহিছে। যেতিয়াই গান্ধী পৰিয়ালৰ সৈতে জড়িত বিষয়বোৰ আহে তেতিয়াই কিশোৰী লাল শৰ্মা ৰাইবৰেলী আৰু আমেঠীৰ পইণ্ট-পাৰ্চন অৰ্থাৎ দলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ব্যক্তি হিচাপে কাম কৰি আহিছে।

পঞ্জাৱ ৰাজ্যৰ বাসিন্দা কে এল শৰ্মা। ১৯৮৩ চনত প্ৰথমবাৰৰ বাবে কংগ্ৰেছ কৰ্মী হিচাপে আমেথিলৈ আহিছিল। কংগ্ৰেছ নেতা তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী (প্ৰয়াত) ৰাজীৱ গান্ধীৰ সৈতে তেওঁৰ ঘনিষ্ঠ সম্পৰ্ক থাকিল।

আমেঠীত থাকি তেওঁ দলৰ বাবে কঠোৰ পৰিশ্ৰম কৰি গৈছিল আৰু ১৯৯১ চনত ৰাজীৱ গান্ধীৰ মৃত্যুৰ পিছতো আমেথিত কংগ্ৰেছক শক্তিশালী কৰাৰ বাবে কাম কৰি গৈছিল। তেওঁ আন কংগ্ৰেছ প্ৰাৰ্থীৰ বাবেও প্ৰচাৰ চলাইছিল।

কে এল শৰ্মাই ১৯৯৯ চনত আমেথিৰ পৰা ছোনিয়া গান্ধীৰ প্ৰথমটো জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল, যাৰ ফলত তেওঁ সংসদত আসন লাভ কৰিছিল।

পুত্ৰ ৰাহুলৰ বাবে ছোনিয়া গান্ধীয়ে আসন এৰি দিয়াৰ পিছত শৰ্মাই আমেথি আৰু ৰাইবৰেলীত দলীয় কাম-কাজ পৰিচালনা কৰিছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: AmethiAmethi CandidateCongressCongress CandidateK L SarmaLok Sabha 24Loksabha election 2024
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’
ভাৰত

‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’

July 14, 2026
৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!
ভাৰত

৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!

July 14, 2026
ইংলেণ্ডত ৰোহিত শৰ্মাৰ চকুত চকুপানী কিয়?
বিনোদন

ইংলেণ্ডত ৰোহিত শৰ্মাৰ চকুত চকুপানী কিয়?

July 14, 2026
ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?
বিনোদন

ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

July 13, 2026
Next Post
যুৱ পুত্ৰৰ সৈতে বিয়া কৰাবৰ বাবে ১১ বছৰীয়া ছোৱালীক অপ*ৰণ কৰি নিলে মাতৃয়ে, তাৰ পাছত

যুৱ পুত্ৰৰ সৈতে বিয়া কৰাবৰ বাবে ১১ বছৰীয়া ছোৱালীক অপ*ৰণ কৰি নিলে মাতৃয়ে, তাৰ পাছত

অদৰকাৰী বুলি পেলাই দিয়া অমিতাৰ এই অংশই হৈছে সকলোতকৈ অধিক গুণ বিশিষ্ট

অদৰকাৰী বুলি পেলাই দিয়া অমিতাৰ এই অংশই হৈছে সকলোতকৈ অধিক গুণ বিশিষ্ট

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.