• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাইলৈ গৃহভূমিত ঘৰুৱা দৰ্শকৰ সমুখত খেলিব ৰিয়ানে, সমুখত পাঞ্জাব কিংছ

কাইলৈ গৃহভূমিত ঘৰুৱা দৰ্শকৰ সমুখত খেলিব ৰিয়ানে, সমুখত পাঞ্জাব কিংছ

2 years ago
সাৱধান নহ’লে বিপদত পৰিব পাৰে পুৰুষৰো গু*প্তাংগ! মানি চলক এই নিয়ম

সাৱধান নহ’লে বিপদত পৰিব পাৰে পুৰুষৰো গু*প্তাংগ! মানি চলক এই নিয়ম

40 minutes ago
চাহে দূৰ কৰিব গেছৰ সমস্যা, মাত্ৰ সেৱন কৰক এইদৰে!

চাহে দূৰ কৰিব গেছৰ সমস্যা, মাত্ৰ সেৱন কৰক এইদৰে!

1 hour ago
‘বেহাৰবাৰী আউটপোষ্ট’ৰ অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ!

‘বেহাৰবাৰী আউটপোষ্ট’ৰ অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ!

2 hours ago
বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত

বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত

3 hours ago
১ মে’ৰ পৰা সলনি LPG ৰ পৰা আৰম্ভ কৰি বহুকেইটা নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

১ মে’ৰ পৰা সলনি LPG ৰ পৰা আৰম্ভ কৰি বহুকেইটা নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

4 hours ago
ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

21 hours ago
পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

21 hours ago
মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী

মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী

22 hours ago
চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা

চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা

23 hours ago
কেৱল শৰীৰৰ নহয়, পাকঘৰৰ সমস্যাও দূৰ কৰক নেমুৰে!

কেৱল শৰীৰৰ নহয়, পাকঘৰৰ সমস্যাও দূৰ কৰক নেমুৰে!

24 hours ago
মংগলৰ কৃপাত ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, পূৰ্ণ হ’ব সকলো সপোন!

মংগলৰ কৃপাত ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, পূৰ্ণ হ’ব সকলো সপোন!

1 day ago
আলহী আহিলে কিয় পানী খাবলৈ দিয়ে? আঁৰত আছে ধৰ্মীয় কাৰণ

আলহী আহিলে কিয় পানী খাবলৈ দিয়ে? আঁৰত আছে ধৰ্মীয় কাৰণ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

কাইলৈ গৃহভূমিত ঘৰুৱা দৰ্শকৰ সমুখত খেলিব ৰিয়ানে, সমুখত পাঞ্জাব কিংছ

editor by editor
May 14, 2024
in ক্ৰীড়া
0
কাইলৈ গৃহভূমিত ঘৰুৱা দৰ্শকৰ সমুখত খেলিব ৰিয়ানে, সমুখত পাঞ্জাব কিংছ
0
SHARES
70
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কাইলৈ গৃহভূমিত ঘৰুৱা দৰ্শকৰ সমুখত খেলিব ৰিয়ানে, সমুখত পাঞ্জাব কিংছ

IPLৰ জ্বৰত আক্ৰান্ত অসমৰ ক্ৰিকেট অনুৰাগী। কাইলৈ গৃহভূমিত ঘৰুৱা দৰ্শকৰ সমুখত খেলিব অসম সন্তান ৰিয়ানে। গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচ দুখনৰ বাবে উৎকণ্ঠা বাঢ়িছে অনুৰাগীৰ।

১৫ মে’ অৰ্থাৎ কাইলৈ গুৱাহাটীৰ বৰ্ষাপাৰাতস্থিত ষ্টেডিয়ামত অনুষ্ঠিত হ’ব IPLৰ ৬৫ সংখ্যক খেল। কালি খেল পথাৰত নামিব ৰিয়ান পৰাগ থকা ৰাজস্থান ৰয়েলছ আৰু পাঞ্জাৱ কিংগছ।

কালিৰ খেলখনৰ পাছত আৰু এখন খেল অনুষ্ঠিত হব গুৱাহাটীৰ বৰ্ষাপাৰাত। ১৫ৰ পাছত ১৯ মে’ত গুৱাহাটীত অনুষ্ঠিত হ’ব ৭০ সংখযক খেলখন। ১৯ তাৰিখৰ খেলখনো ৰাজস্থান ৰয়েলছ থাকিব। ৰাজস্থানৰ বিপৰীতে থাকিব কলকাতা নাইট ৰাইডাৰ্ছৰ।

কালিৰ খেল খনত লৈ বৰ্তমানে সম্পূৰ্ণ সাজু ৰাজস্থান ৰয়েলছ আৰু পঞ্জাৱ কিংছ। আনফালে অসম ক্ৰিকেট সন্থায়ো খেল দুখন সুকলমে অনুষ্ঠিত কৰাৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে ।

দুয়োখন খেলত লৈ দৰ্শকৰ মাজত বিশেষ উচাহ। কিয়নো অসম সন্তান ৰিয়ানে খেলিব ঘৰুৱা দৰ্শকৰ মাজত।

১৫ মে’ত সন্ধিয়া ৭.৩০ বজাত ৰাজস্থান ৰয়েলছ পাঞ্জাব কিংছৰ আৰু ১৯ মে’ত ৭.৩০ বজাত দলটো কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেল দুখনৰ বাবে ১৩ মে’ত ৰাজস্থান ৰয়েলছ দলটো গুৱাহাটীত উপস্থিত হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: iplIPL 2024rIYAN pORAG
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিপদে লগ নেৰা হৈছে ৰিয়ানক! BCCIৰ শাস্তিৰ সন্মুখীন ক্ৰিকেটাৰগৰাকী
ক্ৰীড়া

বিপদে লগ নেৰা হৈছে ৰিয়ানক! BCCIৰ শাস্তিৰ সন্মুখীন ক্ৰিকেটাৰগৰাকী

April 30, 2026
বিপদত ৰিয়ান পৰাগ! ড্ৰেছিং ৰূমত ই চিগাৰেট সেৱনৰ গম্ভীৰ অভিযোগ, কি হ’ব ক্ৰিকেটাৰজনৰ ভৱিষ্যৎ?
ক্ৰীড়া

বিপদত ৰিয়ান পৰাগ! ড্ৰেছিং ৰূমত ই চিগাৰেট সেৱনৰ গম্ভীৰ অভিযোগ, কি হ’ব ক্ৰিকেটাৰজনৰ ভৱিষ্যৎ?

April 29, 2026
বিৰাট কোহলিৰ সৈতে U-19 বিশ্বকাপ জয় কৰা খেলুৱৈজন কেনেকৈ হ’ল IPL ৰ আম্পায়াৰ?
বিনোদন

বিৰাট কোহলিৰ সৈতে U-19 বিশ্বকাপ জয় কৰা খেলুৱৈজন কেনেকৈ হ’ল IPL ৰ আম্পায়াৰ?

April 28, 2026
অপ্ৰতিৰোধ্য ১৫ বছৰীয়া বৈভৱ! IPL ত অৰ্জন কৰিলে আন এক সফলতা
বিনোদন

অপ্ৰতিৰোধ্য ১৫ বছৰীয়া বৈভৱ! IPL ত অৰ্জন কৰিলে আন এক সফলতা

April 25, 2026
Next Post
এয়া এপেই নহয় আমাৰ জীৱনশৈলীৰ অংশ, ফেছবুকৰ সৃষ্টিকৰ্তাৰ এই সৃষ্টি সহজ আছিলনে? জানক জুকাৰবাৰ্গৰ ফেছবুক সৃষ্টিৰ আঁৰৰ কাহিনী

এয়া এপেই নহয় আমাৰ জীৱনশৈলীৰ অংশ, ফেছবুকৰ সৃষ্টিকৰ্তাৰ এই সৃষ্টি সহজ আছিলনে? জানক জুকাৰবাৰ্গৰ ফেছবুক সৃষ্টিৰ আঁৰৰ কাহিনী

‘গাহৰি মাংস খাব খুজি আছে, অলপ অৰ্ডাৰ কৰিছো’, অসমলৈ আহি গাহৰিৰ সোৱাদ লৈছে ৰাজস্থান ৰয়েলছৰ খেলুৱৈয়ে

‘গাহৰি মাংস খাব খুজি আছে, অলপ অৰ্ডাৰ কৰিছো’, অসমলৈ আহি গাহৰিৰ সোৱাদ লৈছে ৰাজস্থান ৰয়েলছৰ খেলুৱৈয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.